• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ছায়া গ্ৰহৰ মায়াৰ খেলা, বছৰৰ শেষত ৰাহুৰ প্ৰভাৱত সাফল্যৰ দিশেৰে আগুৱাব এই ৪ৰাশিৰ জাতক

ছায়া গ্ৰহৰ মায়াৰ খেলা, বছৰৰ শেষত ৰাহুৰ প্ৰভাৱত সাফল্যৰ দিশেৰে আগুৱাব এই ৪ৰাশিৰ জাতক

3 months ago
বিশ্বৰ কোনেও কৰিব নোৱাৰা কাম কৰিলে ৰবীন্দ্ৰ জাদেজাই

বিশ্বৰ কোনেও কৰিব নোৱাৰা কাম কৰিলে ৰবীন্দ্ৰ জাদেজাই

31 minutes ago
মুখ্যমন্ত্ৰীকো গ্ৰেপ্তাৰ কৰিবলৈ ভয় নকৰা ‘লেডী সিংহাম’ৰ ডি ৰূপাৰ কাহিনী!

মুখ্যমন্ত্ৰীকো গ্ৰেপ্তাৰ কৰিবলৈ ভয় নকৰা ‘লেডী সিংহাম’ৰ ডি ৰূপাৰ কাহিনী!

1 hour ago
ব্যৱসায়, চাকৰিত নতুন সুযোগ; আৰ্থিক সঁহাৰিকে ধৰি আছে নতুন খবৰ

ব্যৱসায়, চাকৰিত নতুন সুযোগ; আৰ্থিক সঁহাৰিকে ধৰি আছে নতুন খবৰ

2 hours ago
ভয়ংকৰ কূটাঘাতৰ পৰা ৰক্ষা পৰিল ভাৰত!

ভয়ংকৰ কূটাঘাতৰ পৰা ৰক্ষা পৰিল ভাৰত!

14 hours ago
সাৱধান! টয়লেট পেপাৰ, টিছু পেপাৰে আপোনাৰ শৰীৰক ৰুগীয়া কৰা নাইতো?

সাৱধান! টয়লেট পেপাৰ, টিছু পেপাৰে আপোনাৰ শৰীৰক ৰুগীয়া কৰা নাইতো?

15 hours ago
প্ৰধানমন্ত্ৰী মোদী, ৰাহুল গান্ধী তথা দেশৰ আগশাৰীৰ ৰাজনীতিবিদসকলে কেনেদৰে কৰে শৰীৰ চৰ্চা?

প্ৰধানমন্ত্ৰী মোদী, ৰাহুল গান্ধী তথা দেশৰ আগশাৰীৰ ৰাজনীতিবিদসকলে কেনেদৰে কৰে শৰীৰ চৰ্চা?

15 hours ago
এইবাৰ মেগাষ্টাৰ অমিতাভ বচ্চনৰ সৈতে একেলগে দেখা যাব অসম কন্যা লাভলীনাক

এইবাৰ মেগাষ্টাৰ অমিতাভ বচ্চনৰ সৈতে একেলগে দেখা যাব অসম কন্যা লাভলীনাক

16 hours ago
এই ৫ ৰাশিৰ লোকে লাভ কৰিব নতুন উদ্দীপনা!

এই ৫ ৰাশিৰ লোকে লাভ কৰিব নতুন উদ্দীপনা!

17 hours ago
ফুটবলত চেম্পিয়ন হ’ল, এইবাৰ ক্ৰিকেটতো অধিপত্য বিস্তাৰ কৰিবলৈ সাজু

ফুটবলত চেম্পিয়ন হ’ল, এইবাৰ ক্ৰিকেটতো অধিপত্য বিস্তাৰ কৰিবলৈ সাজু

18 hours ago
ৰাজ্যৰ হাজাৰ হাজাৰ যুৱক-যুৱতীলৈ মুখ্যমন্ত্ৰীৰ ভাল খবৰ

ৰাজ্যৰ হাজাৰ হাজাৰ যুৱক-যুৱতীলৈ মুখ্যমন্ত্ৰীৰ ভাল খবৰ

19 hours ago
B GRADE ছবিতো অভিনয় কৰিছিল ‘তাৰক মেহতা কা উলতা চশমা’ৰ এইগৰাকী অভিনেত্ৰীয়ে

B GRADE ছবিতো অভিনয় কৰিছিল ‘তাৰক মেহতা কা উলতা চশমা’ৰ এইগৰাকী অভিনেত্ৰীয়ে

19 hours ago
ঘৰতেই পৰি আছে ৩৫,০০০ টন সোণ, তথাপিও ঋণগ্ৰস্ত হৈ হাত পাতিছো আনলৈ…

ঘৰতেই পৰি আছে ৩৫,০০০ টন সোণ, তথাপিও ঋণগ্ৰস্ত হৈ হাত পাতিছো আনলৈ…

20 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, August 18, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

ছায়া গ্ৰহৰ মায়াৰ খেলা, বছৰৰ শেষত ৰাহুৰ প্ৰভাৱত সাফল্যৰ দিশেৰে আগুৱাব এই ৪ৰাশিৰ জাতক

ছায়া গ্ৰহৰ মায়াৰ খেলা, বছৰৰ শেষত ৰাহুৰ প্ৰভাৱত সাফল্যৰ দিশেৰে আগুৱাব এই ৪ৰাশিৰ জাতক

editor by editor
May 25, 2026
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
ছায়া গ্ৰহৰ মায়াৰ খেলা, বছৰৰ শেষত ৰাহুৰ প্ৰভাৱত সাফল্যৰ দিশেৰে আগুৱাব এই ৪ৰাশিৰ জাতক
0
SHARES
833
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

চলিত বছৰৰ শেষৰ ফালে নিজৰ স্থান সলনি কৰিব ছায়া গ্ৰহ বা মায়াবী গ্ৰহ ৰাহুৱে৷ এই গোচৰ জ্যোতিষমতে অত্যন্ত গুৰুত্বপূৰ্ণ ঘটনা৷ বৰ্তমান ৰাহুৱে কুম্ভ ৰাশিত অৱস্থান কৰিছে৷ আগন্তুক ৫ ডিচেম্বৰ ২০২৬ৰ পুৱা ১০ বাজি ৩২ মিনিটত শনিৰ অধীন ৰাশি মকৰত প্ৰৱেশ কৰিব৷ ৰাহুৱে সৰ্বদা বক্ৰী গতিত চলাচল কৰে৷ সেয়ে কুম্ভৰ পৰা মকৰলৈ আহি প্ৰায় ১৮ মাহ সময় অৱস্থান কৰিব৷ এই সময়ত ৰাহু আৰু শনিৰ মাজত বিশেষ যোগ- ত্ৰি একাদশ যোগ, চতুৰ্থ দশম যোগ তৈয়াৰ হ’ব৷ জ্যোতিষমতে ইয়াৰ প্ৰভাৱ পৰিব প্ৰায় সকলো ৰাশিৰ জাতকৰ জীৱনত৷ ৰাজনৈতিক অস্থিৰতা, দুৰ্ঘটনা বা বৃহৎ পৰিবৰ্তনৰ সম্ভাৱনা আছে সমগ্ৰ বিশ্বত৷ এই গোচৰ কেইবাটাও ৰাশিৰ বাবে অত্যন্ত শুভ ফলদায়ক হ’ব৷ বিশেষকৈ সিংহ, তুলা, বৃশ্চিক আৰু মীন ৰাশিৰ জাতকে জীৱনত বৃহৎ সুবিধা পাব পাৰে৷ কি কি ঘটিব তেওঁলোকৰ জীৱনত?

সিংহ ৰাশি

সিংহ ৰাশিৰ ক্ষেত্ৰত ৰাহুৰ এই গোচৰ ষষ্ঠ ঘৰত হ’ব৷ ফলত দীৰ্ঘদিনৰ বাধা আৰু সমস্যা ধীৰে ধীৰে দূৰ হ’ব৷ যি কামেই চেষ্টা কৰিব তাতেই সাফল্য বঢ়াৰ সম্ভাৱনা আছে৷ কৰ্মক্ষেত্ৰত নিজৰ দক্ষতা প্ৰমাণ কৰাৰ সুযোগ পাব৷ বহুদিন ধৰি সম্পৰ্কৰ মাজত যি দূৰত্ব বা তিক্ততা তৈয়াৰ হৈছিল সেয়া কমি আহিব৷ পৰিয়ালৰ সদস্যসকলৰ সৈতে সম্পৰ্ক আৰু ভাল হ’ব৷ ইয়াৰোপৰি এই সময়ত একাধিক ভ্ৰমণৰ সুযোগ তৈয়াৰ হ’ব পাৰে৷

তুলা ৰাশি

তুলা ৰাশিৰ জাতকৰ বাবে ৰাহুৰ এই অৱস্থান হ’ব চতুৰ্থ ঘৰত৷ যাৰ প্ৰভাৱত আয়ৰ নতুন উৎস তৈয়াৰ হ’ব পাৰে৷ যদিও কিছু ক্ষেত্ৰত পৰিশ্ৰম আৰু সংগ্ৰাম বাঢ়িব, তথাপিও অৰ্থনৈতিক দিশত তুলনামূলকভাৱে শক্তিশালী থাকিব৷ বিশেষকৈ বিদেশত পঢ়াশুনা, চাকৰি বা স্থায়ীভাৱে বসবাসৰ পৰিকল্পনা থাকিলে সেয়া সফল হ’ব পাৰে৷ যিসকলে দীৰ্ঘদিন ধৰি বিদেশ যোৱাৰ সপোন দেখিছে তেওঁলোকৰ বাবে এই সময়ত ইতিবাচক খবৰ আহিব পাৰে৷

বৃশ্চিক ৰাশি

বৃশ্চিক ৰাশিৰ ক্ষেত্ৰত ৰাহুৰ গোচৰ হ’ব তৃতীয় ঘৰত৷ এই সময়ত আৰ্থিক লাভৰ একাধিক সুযোগ আহিব পাৰে৷ কৰ্মজীৱনত উন্নতিৰ পথ খুলিব৷ নতুন দায়িত্ব লাভৰ সম্ভাৱনা আছে৷ পুৰণি বিনিয়োগৰ পৰাও ভাল ৰিটাৰ্ণ পোৱা যাব পাৰে৷ আয়ৰ ওপৰিও খৰচো বাঢ়িব পাৰে৷ সঠিক পৰিকল্পনা কৰি চলিলে অৰ্থনৈতিক ভাৰসাম্য বজায় ৰখা সম্ভৱ হ’ব৷

মীন ৰাশি

মীন ৰাশিৰ বাবে ৰাহুৰ এই গোচৰ হ’ব একাদশ ঘৰত৷ বৰ্তমান শনিৰ চাৰে সাতিৰ প্ৰভাৱ চলিছে এই ৰাশিত৷ সেয়ে জীৱনত কিছু বেছি চাপ থাকিব পাৰে৷ এই সময়ত ৰৈ থকা কামে গতি লাভ কৰিব৷ মাটি, ঘৰ, বাহন কিনাৰ সুযোগ আহিব পাৰে৷ মানসিকভাৱত পূৰ্বৰ তুলনাত বহু বেছি স্বস্তি আৰু আনন্দ অনুভৱ কৰিব৷ খৰচ নকমে, সেয়ে আৰ্থিক বিষয়ত ভাৱিচিন্তি সিদ্ধান্ত ল’ব লাগিব৷ সতৰ্ক থকাটোও জৰুৰী৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বিশ্বৰ কোনেও কৰিব নোৱাৰা কাম কৰিলে ৰবীন্দ্ৰ জাদেজাই
বিনোদন

বিশ্বৰ কোনেও কৰিব নোৱাৰা কাম কৰিলে ৰবীন্দ্ৰ জাদেজাই

August 18, 2026
মুখ্যমন্ত্ৰীকো গ্ৰেপ্তাৰ কৰিবলৈ ভয় নকৰা ‘লেডী সিংহাম’ৰ ডি ৰূপাৰ কাহিনী!
ভাৰত

মুখ্যমন্ত্ৰীকো গ্ৰেপ্তাৰ কৰিবলৈ ভয় নকৰা ‘লেডী সিংহাম’ৰ ডি ৰূপাৰ কাহিনী!

August 18, 2026
ব্যৱসায়, চাকৰিত নতুন সুযোগ; আৰ্থিক সঁহাৰিকে ধৰি আছে নতুন খবৰ
জীৱনশৈলী

ব্যৱসায়, চাকৰিত নতুন সুযোগ; আৰ্থিক সঁহাৰিকে ধৰি আছে নতুন খবৰ

August 18, 2026
ভয়ংকৰ কূটাঘাতৰ পৰা ৰক্ষা পৰিল ভাৰত!
ভাৰত

ভয়ংকৰ কূটাঘাতৰ পৰা ৰক্ষা পৰিল ভাৰত!

August 17, 2026
Next Post
জুনতেই গুৰু গোচৰ, ৫ৰাশিৰ ভাগ্যত পৰিব প্ৰভাৱ, কি কি ঘটিব পাৰে এইকেইটা ৰাশিৰ জীৱনত?

জুনতেই গুৰু গোচৰ, ৫ৰাশিৰ ভাগ্যত পৰিব প্ৰভাৱ, কি কি ঘটিব পাৰে এইকেইটা ৰাশিৰ জীৱনত?

জামিন পালেই শ্যামকানুৱে বিজয় মালিয়াৰ দৰে দেশ এৰি পলাব! জুবিনকেই নহয় গৰিমা গাৰ্গকো কেনেদৰে প্ৰতাৰণা কৰিছে শ্যামকানুৱে?

জামিন পালেই শ্যামকানুৱে বিজয় মালিয়াৰ দৰে দেশ এৰি পলাব! জুবিনকেই নহয় গৰিমা গাৰ্গকো কেনেদৰে প্ৰতাৰণা কৰিছে শ্যামকানুৱে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.