• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
প্ৰতিদিনেই তোমাক মিছ কৰো

প্ৰতিদিনেই তোমাক মিছ কৰো

6 years ago
‘মোদীৰ বাবেই ৰাছিয়াৰ পাৰমাণৱিক আক্ৰমণৰ পৰা ৰক্ষা পৰিছিল ইউক্ৰেইন’

‘মোদীৰ বাবেই ৰাছিয়াৰ পাৰমাণৱিক আক্ৰমণৰ পৰা ৰক্ষা পৰিছিল ইউক্ৰেইন’

5 minutes ago
ৰোমাণ্টিক কেয়াৰ নে TOXIC LOVE? LOVE BOMBINGৰ স্বীকাৰ হৈছে নেকি?

ৰোমাণ্টিক কেয়াৰ নে TOXIC LOVE? LOVE BOMBINGৰ স্বীকাৰ হৈছে নেকি?

19 minutes ago
সঁচাকৈ ছোনম ৱাংচুকৰ জীৱনৰ ওপৰত নিৰ্মাণ কৰা হৈছিল নেকি ‘3 Idiots’?

সঁচাকৈ ছোনম ৱাংচুকৰ জীৱনৰ ওপৰত নিৰ্মাণ কৰা হৈছিল নেকি ‘3 Idiots’?

59 minutes ago
দেশৰ কেইবাটাও বেংকে এইসকল লোকৰ বাবে আনিছে বাম্পাৰ অফাৰ!

দেশৰ কেইবাটাও বেংকে এইসকল লোকৰ বাবে আনিছে বাম্পাৰ অফাৰ!

3 hours ago
হৰমুজ দখলেই মূল উদ্দেশ্য! আমেৰিকাৰ এইবাৰ কি নতুন কৌশল?

হৰমুজ দখলেই মূল উদ্দেশ্য! আমেৰিকাৰ এইবাৰ কি নতুন কৌশল?

3 hours ago
ভাৰতীয় ক্ৰিকেটত ৰোহিত যুগৰ অৱসান! বিদায় বেলাত ৰোহিত শৰ্মা!

ভাৰতীয় ক্ৰিকেটত ৰোহিত যুগৰ অৱসান! বিদায় বেলাত ৰোহিত শৰ্মা!

4 hours ago
জ্যোতিষ শাস্ত্ৰ অনুসৰি আজি আপোনাৰ দিনটো কেনে যাব?

জ্যোতিষ শাস্ত্ৰ অনুসৰি আজি আপোনাৰ দিনটো কেনে যাব?

5 hours ago
ছোনম ৱাংচুকক ব্যৱহাৰ কৰি আছে CJP-এ, মন্তব্য শ্বেতা তিৱাৰীৰ

ছোনম ৱাংচুকক ব্যৱহাৰ কৰি আছে CJP-এ, মন্তব্য শ্বেতা তিৱাৰীৰ

13 hours ago
ISROৰ শতাধিক বিজ্ঞানীৰ পদত্যাগৰ পিছতে কঠোৰ চৰকাৰ, নিৰ্দেশনা জাৰি

ISROৰ শতাধিক বিজ্ঞানীৰ পদত্যাগৰ পিছতে কঠোৰ চৰকাৰ, নিৰ্দেশনা জাৰি

14 hours ago
যেন চিনেমাৰ কাহিনী! কি এক কাকতলীয়া সংযোগ

যেন চিনেমাৰ কাহিনী! কি এক কাকতলীয়া সংযোগ

15 hours ago
আগন্তুক ১০ দিন এই ৪টা ৰাশিৰ বাবে সোণালী সময়

আগন্তুক ১০ দিন এই ৪টা ৰাশিৰ বাবে সোণালী সময়

16 hours ago
গুলশ্যন গ্ৰোভাৰৰ সৈতে চুম্বনৰ সেই বিতৰ্কিত দৃশ্যক লৈ কেটৰিনাৰ মন্তব্য কি?

গুলশ্যন গ্ৰোভাৰৰ সৈতে চুম্বনৰ সেই বিতৰ্কিত দৃশ্যক লৈ কেটৰিনাৰ মন্তব্য কি?

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, July 17, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

প্ৰতিদিনেই তোমাক মিছ কৰো

পিতৃ ৰাজীৱলৈ ৰাহুলৰ শ্ৰদ্ধাঞ্জলি

editor by editor
August 20, 2020
in ভাৰত
0
প্ৰতিদিনেই তোমাক মিছ কৰো
0
SHARES
221
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ ‘আজি আৰু প্ৰতিদিনেই তোমাক মিছ কৰো।’ ৰাজীৱ গান্ধীলৈ ৰাহুৰ শ্ৰদ্ধাঞ্জলি। ‘প্ৰাক্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধী আছিল সময়ৰ আগত।’ ৰাজীৱ গান্ধীৰ ৭৬সংখ্যক জন্ম দিৱসত এইদৰে নিদৰ আবেগ প্ৰকাশ কৰিলে ৰাহুল গান্ধীয়ে।

‘দূৰদৃষ্টিসম্পন্ন ব্যক্তি আছিল ৰাজীৱ গান্ধী, সময়তকৈ সদায় আগত। তেওঁৰ আছিল অনুকম্পা আৰু এজন মৰমীয়াল মানুহ। পিতৃ হিচাপে তেখেতক পায় মই গৌৰৱবোধ কৰো। আজি আৰু প্ৰতিদিনেই আমি তেওঁক মিছ কৰো।’ পুৱাৰ ভাগত ৰাহুলে এইদৰে মনৰ ভাব প্ৰকাশ কৰে টুইটাৰত।

ইপিনে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও ৰাজীৱ গান্ধীৰ জন্ম তিথিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

ৰাজীৱ গান্ধী, দেশৰ সর্বকনিষ্ঠ প্ৰধানমন্ত্ৰী। ১৯৮৪ চনত কংগ্ৰেছৰ দায়িত্ব বহন কৰে গান্ধীয়ে। মাতৃ ইন্দিৰা গান্ধীৰ মৃত্যুৰ পাছত এই দায়িত্ব লয় ৰাজীৱ গান্ধীয়ে। আৰু তাৰ পাছতে ৪০ বছৰ বয়সত দেশৰ প্ৰধানমন্ত্ৰীৰ দায়িত্ব বহন কৰে।

১৯৪৪ চনৰ ২০ আগষ্টত জন্মগ্ৰহণ কৰা ৰাজীৱ গান্ধীক LTTEয়ে আত্মঘাটী বিস্ফোৰণত হত্যা কৰিছিল। সেয়া আছিল ২১ মে’ ১৯৯১ চনৰ কথা। তেওঁৰ মৃত্যুৰ দিনটোতে সমগ্ৰ দেশত সন্ত্ৰাসবাদী দিৱস হিচাপে পালন কৰা হয়।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24rahul gandhi
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

‘মোদীৰ বাবেই ৰাছিয়াৰ পাৰমাণৱিক আক্ৰমণৰ পৰা ৰক্ষা পৰিছিল ইউক্ৰেইন’
বিশ্ব

‘মোদীৰ বাবেই ৰাছিয়াৰ পাৰমাণৱিক আক্ৰমণৰ পৰা ৰক্ষা পৰিছিল ইউক্ৰেইন’

July 17, 2026
ভাৰতীয় ক্ৰিকেটত ৰোহিত যুগৰ অৱসান! বিদায় বেলাত ৰোহিত শৰ্মা!
বিনোদন

ভাৰতীয় ক্ৰিকেটত ৰোহিত যুগৰ অৱসান! বিদায় বেলাত ৰোহিত শৰ্মা!

July 17, 2026
ছোনম ৱাংচুকক ব্যৱহাৰ কৰি আছে CJP-এ, মন্তব্য শ্বেতা তিৱাৰীৰ
বিনোদন

ছোনম ৱাংচুকক ব্যৱহাৰ কৰি আছে CJP-এ, মন্তব্য শ্বেতা তিৱাৰীৰ

July 16, 2026
ISROৰ শতাধিক বিজ্ঞানীৰ পদত্যাগৰ পিছতে কঠোৰ চৰকাৰ, নিৰ্দেশনা জাৰি
প্ৰযুক্তি

ISROৰ শতাধিক বিজ্ঞানীৰ পদত্যাগৰ পিছতে কঠোৰ চৰকাৰ, নিৰ্দেশনা জাৰি

July 16, 2026
Next Post
‘সমষ্টিয়ে সমষ্টিয়ে’ত লখিমপুৰ বিধানসভা সমষ্টি

‘সমষ্টিয়ে সমষ্টিয়ে’ত লখিমপুৰ বিধানসভা সমষ্টি

প্ৰথম পর্যায়তে অসমত নাগৰিকত্ব পাব হিন্দু বিদেশীয়ে

প্ৰথম পর্যায়তে অসমত নাগৰিকত্ব পাব হিন্দু বিদেশীয়ে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.