• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
অপেক্ষাৰ অৱসান ঘটিল, ভাৰতীয় দলৰ হৈ টি-২০ চিৰিজত খেলিবলৈ সাঁজু ৰিংকু সিং!

অপেক্ষাৰ অৱসান ঘটিল, ভাৰতীয় দলৰ হৈ টি-২০ চিৰিজত খেলিবলৈ সাঁজু ৰিংকু সিং!

3 years ago
Mobile Charge: সম্পূৰ্ণ চাৰ্জ হোৱাৰ পিছতো ফোনটো চাৰ্জ দিয়ে নেকি? তেন্তে অজানিতে কৰিছে ডাঙৰ ভুল

Mobile Charge: সম্পূৰ্ণ চাৰ্জ হোৱাৰ পিছতো ফোনটো চাৰ্জ দিয়ে নেকি? তেন্তে অজানিতে কৰিছে ডাঙৰ ভুল

20 minutes ago
UPI ব্যৱহাৰকাৰীৰ বাবে ডাঙৰ খবৰ, সংসদত উত্থাপন হৈছে নতুন বিধেয়ক

UPI ৰ জৰিয়তে এদিনত কিমান টকা পঠিয়াব পাৰে আপুনি? জানেনে এই নিয়ম

55 minutes ago
ছেপ্টেম্বৰত সলনি হ’ব ৫ ৰাশিৰ ভাগ্য! আপোনাৰো ৰাশিৰ নাম আছে নেকি জানি লওক

ছেপ্টেম্বৰত সলনি হ’ব ৫ ৰাশিৰ ভাগ্য! আপোনাৰো ৰাশিৰ নাম আছে নেকি জানি লওক

2 hours ago
সকলো উটি গ’ল, কিন্তু কেনেকৈ সুৰক্ষিত থাকিল নেপালৰ সেউজীয়া অট্টালিকাবোৰ?

সকলো উটি গ’ল, কিন্তু কেনেকৈ সুৰক্ষিত থাকিল নেপালৰ সেউজীয়া অট্টালিকাবোৰ?

3 hours ago
নেপালৰ বিধ্বংসী বানৰ পিছত সন্ধানহীন বহুলোক, চিন্তিত আত্মীয়

নেপালৰ বিধ্বংসী বানৰ পিছত সন্ধানহীন বহুলোক, চিন্তিত আত্মীয়

4 hours ago
সময় হ’ব সলনি, যদি পিন্ধে দামী ঘড়ী! জানক ঘড়ী পিন্ধাৰ সঠিক নিয়ম

সময় হ’ব সলনি, যদি পিন্ধে দামী ঘড়ী! জানক ঘড়ী পিন্ধাৰ সঠিক নিয়ম

5 hours ago
শক্তি বাঢ়িব নৌসেনাৰ, আজিৰে পৰা যোগ হ’ব আই এন এছ নিপুন!

শক্তি বাঢ়িব নৌসেনাৰ, আজিৰে পৰা যোগ হ’ব আই এন এছ নিপুন!

6 hours ago
আঙুলিত অৰ্ধচন্দ্ৰৰ চিন? কোনো মাৰাত্মক ৰোগৰ লক্ষণ নেকি জানক

আজিৰ দিনটোত কোন ৰাশিৰ ভাগ্যত কি আছে? পঢ়ক দৈনিক ৰাশিফল

6 hours ago
আজি কোন ৰাশিৰ কেনে যাব দিনটো? জানক কাৰ কাৰ ভাগ্যই কৰিব সহায়

শিৱৰ কৃপাত সলনি হ’ব জীৱন, কাইলৈ কাৰ কাৰ উদয় হ’ব ভাগ্য?

18 hours ago
কলীয়া মেঘে ঢাকিছে মহানগৰী, বতৰ বিজ্ঞানে মোবাইলে মোবাইলে দিলে জৰুৰী বাৰ্তা

উজনিত লাগিছে হাহাকাৰ! নাগালেণ্ডত বৰষুণৰ এলাৰ্টৰ পাছতে শিৱসাগৰ, চৰাইদেউলৈ জাননী, মুকলি হেল্পলাইন নম্বৰ

18 hours ago
গংগাজল ঘৰত ৰাখিছে নেকি? তেন্তে জানক এই তথ্য

গংগাজল ঘৰত ৰাখিছে নেকি? তেন্তে জানক এই তথ্য

19 hours ago
WWE Khali health update: ভয়ংকৰ দুৰ্ঘটনাত পতিত দ্য গ্ৰেট খালী! কেনে আছে স্বাস্থ্য?

WWE Khali health update: ভয়ংকৰ দুৰ্ঘটনাত পতিত দ্য গ্ৰেট খালী! কেনে আছে স্বাস্থ্য?

19 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, August 31, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

অপেক্ষাৰ অৱসান ঘটিল, ভাৰতীয় দলৰ হৈ টি-২০ চিৰিজত খেলিবলৈ সাঁজু ৰিংকু সিং!

editor by editor
June 26, 2023
in ক্ৰীড়া, ভাৰত
0
অপেক্ষাৰ অৱসান ঘটিল, ভাৰতীয় দলৰ হৈ টি-২০ চিৰিজত খেলিবলৈ সাঁজু ৰিংকু সিং!
0
SHARES
2.5k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ আইপিএলত ৰিংকু জিলিকি উঠিছিল। আইপিএলৰ পাছৰে পৰাই ক্ৰিকেট অনুৰাগীৰ চিনাকী নাম ৰিংকু সিং। এই যাত্ৰাৰ পাছতেই দিন ভাললৈ আহিছে ৰিংকুৰ। ৰিংকুৱে এইবাৰ টি-২০ চিৰিজত ভাৰতীয় দলৰ হৈ খেলাৰ সুযোগ লাভ কৰিছে। আগন্তুক ১২ জুলাইৰ পৰা এই চিৰিজ আৰম্ভ হ’ব। বিগত শুকুৰবাৰে বিচিচিআইয়ে টেষ্ট ক্ৰিকেট আৰু ওৱানডে স্কোয়াডৰ দিন ঘোষণা কৰিছে। এই দলত ইতিমধ্যেই যশস্বী জয়ছোৱাল আৰু মুকেশ কুমাৰৰ দৰে ক্ৰিকেটাৰেও সুযোগ লাভ কৰিছে।

ভাৰতীয় দলটোৱে ৱেষ্ট ইণ্ডিজৰ সৈতে টি-২০ আৰু এদিনীয়া টেষ্টত খেলিব। ১২ জুলাইৰ পৰা আৰম্ভ হ’ব খেলখন। ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশ পোৱা প্ৰতিবেদনমতে কলকাতা নাইট ৰাইডাৰ্ছৰ তাৰকা বেটাৰ ৰিংকু সিঙে এই খেলৰ জড়িয়তে ভাৰতীয় ক্ৰিকেট দলত পদাৰ্পণ কৰিব। ২৫বছৰীয়া ৰিংকুৱে আইপিএলৰ কেৰিয়াৰত ১৪ খন মেচত ৪৭৪ ৰান কৰিছে। তেওঁৰ বেটিঙৰ গড় ৰেট ৫৯.২৫ আৰু ষ্ট্ৰাইক ৰেট ১৪৯.৫২। আইপিএলত আহমেদাবাদ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত তেওঁ ৫অভাৰত ৫টা ছিক্স কোবাই সকলোৰে দৃষ্টিত ধৰা দিছিল। শেষপৰ্যন্ত ৰিংকুৱে ৩৩টা বলত ৬৭ৰান ল’বলৈ সক্ষম হয়। ৰিংকুৰ হিটিং পাৰ্ফৰমেন্সতেই কলকাতা নাইট ৰাইডাৰ্ছে গুজৰাট টাইটানছক ৩উইকেটত পৰাস্ত কৰিবলৈকো সক্ষম হৈছিল।

এইবাৰ দলক নেতৃত্ব দিব হাৰ্দিক পাণ্ডিয়াই

টিম ইণ্ডিয়াৰ তাৰকা অলৰাউণ্ডাৰ হাৰ্দিক পাণ্ডিয়াই টি-২০ চিৰিজত ভাৰতীয় ক্ৰিকেট দলক নেতৃত্ব দিব। ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এই টি-২০ চিৰিজত ভাৰতীয় ক্ৰিকেট দলৰ কেইবাজনো তাৰকা ক্ৰিকেটাৰক বাদ দিয়া হৈছে। ২০২২ চনৰ টি-২০ বিশ্বকাপৰ পাছতেই হাৰ্দিকে ২০ অভাৰৰ ফৰমেটত ভাৰতীয় ক্ৰিকেট দলক নেতৃত্ব দিছে। ইতিমধ্যে ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন কোচ ৰবি শাস্ত্ৰীয়ে এই সন্দৰ্ভত কয়, ‘আগন্তুক বিশ্বকাপ টুৰ্ণামেণ্টত হয়তো ৰোহিত শৰ্মাৰ হাততেই ভাৰতীয় দলৰ দায়িত্ব থাকিব। কিন্তু ইয়াৰ পাছত ভাৰতৰ মাটিত অনুষ্ঠিত হ’বলগীয়া এদিনীয়া টুৰ্ণামেণ্টত হাৰ্দিকক অধিনায়ক হিচাপে দেখা যাব পাৰে।’

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

নেপালৰ বিধ্বংসী বানৰ পিছত সন্ধানহীন বহুলোক, চিন্তিত আত্মীয়
ভাৰত

নেপালৰ বিধ্বংসী বানৰ পিছত সন্ধানহীন বহুলোক, চিন্তিত আত্মীয়

August 31, 2026
শক্তি বাঢ়িব নৌসেনাৰ, আজিৰে পৰা যোগ হ’ব আই এন এছ নিপুন!
ভাৰত

শক্তি বাঢ়িব নৌসেনাৰ, আজিৰে পৰা যোগ হ’ব আই এন এছ নিপুন!

August 31, 2026
WWE Khali health update: ভয়ংকৰ দুৰ্ঘটনাত পতিত দ্য গ্ৰেট খালী! কেনে আছে স্বাস্থ্য?
বিনোদন

WWE Khali health update: ভয়ংকৰ দুৰ্ঘটনাত পতিত দ্য গ্ৰেট খালী! কেনে আছে স্বাস্থ্য?

August 30, 2026
বন্ধ হৈ পৰিব অনলাইন OLA, উবেৰ, ৰেপিড’! হুংকাৰ চালকৰ
অসম

বন্ধ হৈ পৰিব অনলাইন OLA, উবেৰ, ৰেপিড’! হুংকাৰ চালকৰ

August 29, 2026
Next Post
গোটেই নিশা পাৰ্টী কৰিও ইডেনত ২৫০ ৰান, বিৰাটৰ গোপন কাহিনী পোহৰলৈ আনিছে তেওঁৰ সতীৰ্থই

গোটেই নিশা পাৰ্টী কৰিও ইডেনত ২৫০ ৰান, বিৰাটৰ গোপন কাহিনী পোহৰলৈ আনিছে তেওঁৰ সতীৰ্থই

বিৰামহীন যন্ত্ৰণাৰ পৰা চিৰমুক্তি! ইচ্ছা কৰা ধৰণেই জীৱনৰ পৰা বিদায় ল’লে ২৩ বছৰীয়া যুৱতীয়ে?

বিৰামহীন যন্ত্ৰণাৰ পৰা চিৰমুক্তি! ইচ্ছা কৰা ধৰণেই জীৱনৰ পৰা বিদায় ল’লে ২৩ বছৰীয়া যুৱতীয়ে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.