ক’ৰোনাৰ বিভীষিকাক open challenge ৰয়েল গ্ল’বেলৰ। ক’ৰোনাক কেয়াৰ নকৰে নেকি ৰয়েল গ্ল’বেল বিশ্ববিদ্যালয়ে? শ্ৰেণীকোঠাত ৫০ শতাংশ উপস্থিতিৰ নিয়ম নচলে কিয়?