• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
‘Z’ৰ পিছত ‘V’ : ৰুছ বাহিনীৰ এই চিহ্নবোৰে ক্ৰমশঃ বৃদ্ধি কৰিছে ৰহস্য! আচলতে এয়া কি?

‘Z’ৰ পিছত ‘V’ : ৰুছ বাহিনীৰ এই চিহ্নবোৰে ক্ৰমশঃ বৃদ্ধি কৰিছে ৰহস্য! আচলতে এয়া কি?

4 years ago
মাজ-আকাশত জু**ই! ১৯০গৰাকী যাত্ৰীসহিতে ছিংগাপুৰগামী এয়াৰ ইণ্ডিয়াৰ বিমান উভতিল দিল্লীলৈ

মাজ-আকাশত জু**ই! ১৯০গৰাকী যাত্ৰীসহিতে ছিংগাপুৰগামী এয়াৰ ইণ্ডিয়াৰ বিমান উভতিল দিল্লীলৈ

20 minutes ago
১২ লাখ বিনিয়োগত পাব ২.২৮ লাখ টকা নিশ্চিত সুদ! মাত্ৰ পাঁচ বছৰতেই পাব ১৪ লাখ টকা, জানি থওক এই চৰকাৰী প্ৰকল্পৰ সবিশেষ

১২ লাখ বিনিয়োগত পাব ২.২৮ লাখ টকা নিশ্চিত সুদ! মাত্ৰ পাঁচ বছৰতেই পাব ১৪ লাখ টকা, জানি থওক এই চৰকাৰী প্ৰকল্পৰ সবিশেষ

42 minutes ago
ত্ৰিগ্ৰহী-ৰুচক ৰাজযোগত ৫ৰাশিৰ ওপৰত ধনৰ বৰষুণ, কাইলৈৰ পৰা আৰম্ভ হ’ব ভাল সময়

ত্ৰিগ্ৰহী-ৰুচক ৰাজযোগত ৫ৰাশিৰ ওপৰত ধনৰ বৰষুণ, কাইলৈৰ পৰা আৰম্ভ হ’ব ভাল সময়

1 hour ago
প্ৰভিডেণ্ট ফাণ্ডৰ পৰা ক্ৰিপ্টো মুদ্ৰাৰ কৰ ৰেহাইলৈ! আসন্ন বাজেটত দেশবাসীক কি কি উপহাৰ দিব কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে?

প্ৰভিডেণ্ট ফাণ্ডৰ পৰা ক্ৰিপ্টো মুদ্ৰাৰ কৰ ৰেহাইলৈ! আসন্ন বাজেটত দেশবাসীক কি কি উপহাৰ দিব কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে?

3 hours ago
মহাশিৱৰাত্ৰিৰ পূৰ্বে এই ৬সপোন দেখিছে? গোপনে আপোনাক এই সংকেত পঠিয়াইছে মহাদেৱে

মহাশিৱৰাত্ৰিৰ পূৰ্বে এই ৬সপোন দেখিছে? গোপনে আপোনাক এই সংকেত পঠিয়াইছে মহাদেৱে

3 hours ago
ফেব্ৰুৱাৰীৰ আৰম্ভণিতেই সূৰ্য-বৃহস্পতিৰ ষড়ষ্টক যোগ, নতুন চাকৰি, চকুতলগা উন্নতি ৫ৰাশিৰ

ফেব্ৰুৱাৰীৰ আৰম্ভণিতেই সূৰ্য-বৃহস্পতিৰ ষড়ষ্টক যোগ, নতুন চাকৰি, চকুতলগা উন্নতি ৫ৰাশিৰ

4 hours ago
অশান্তিৰ মাজতেই আকাশপথ বন্ধ কৰিলে ইৰানে, কি প্ৰভাৱ ভাৰতীয় উৰান পৰিসেৱাত? বাতিল হ’ব পাৰে এয়াৰ ইণ্ডিয়াৰ এইসমূহ ফ্লাইট

অশান্তিৰ মাজতেই আকাশপথ বন্ধ কৰিলে ইৰানে, কি প্ৰভাৱ ভাৰতীয় উৰান পৰিসেৱাত? বাতিল হ’ব পাৰে এয়াৰ ইণ্ডিয়াৰ এইসমূহ ফ্লাইট

4 hours ago
বছৰৰ প্ৰথম সূৰ্যগ্ৰহণ কষ্টকৰ হ’ব এই ৩ৰাশিৰ বাবে, বিশাল আৰ্থিক ক্ষতি হ’ব এওঁলোকৰ

বছৰৰ প্ৰথম সূৰ্যগ্ৰহণ কষ্টকৰ হ’ব এই ৩ৰাশিৰ বাবে, বিশাল আৰ্থিক ক্ষতি হ’ব এওঁলোকৰ

22 hours ago
১৭ জানুৱাৰীৰ পৰা ৫ৰাশিৰ ভাল সময় আৰম্ভ, মঙ্গলৰ গোচৰত এইকেইটা ৰাশিৰ উন্নতি নিশ্চিত

১৭ জানুৱাৰীৰ পৰা ৫ৰাশিৰ ভাল সময় আৰম্ভ, মঙ্গলৰ গোচৰত এইকেইটা ৰাশিৰ উন্নতি নিশ্চিত

23 hours ago
বৰ্ধিত দৰমহা আৰম্ভ হোৱাৰ পূৰ্বেই ৭০শতাংশ DA বৃদ্ধিৰ সম্ভাৱনা! অষ্টম পে কমিছনত কেনে হ’ব মহাৰ্ঘ ভাট্টাৰ হিচাপ?

বৰ্ধিত দৰমহা আৰম্ভ হোৱাৰ পূৰ্বেই ৭০শতাংশ DA বৃদ্ধিৰ সম্ভাৱনা! অষ্টম পে কমিছনত কেনে হ’ব মহাৰ্ঘ ভাট্টাৰ হিচাপ?

23 hours ago
৩বাৰ স্থান সলনি হ’ব বুধৰ, ফেব্ৰুৱাৰীত বৃহৎ সাফল্য আহি আছে ৩ৰাশিৰ

৩বাৰ স্থান সলনি হ’ব বুধৰ, ফেব্ৰুৱাৰীত বৃহৎ সাফল্য আহি আছে ৩ৰাশিৰ

24 hours ago
আপুনি ৫লাখ টকা পোষ্ট অফিচ FDত ৰাখিলে ৫বছৰত কিমান ৰিটাৰ্ণ পাব? জানি থওক হিচাপ

আপুনি ৫লাখ টকা পোষ্ট অফিচ FDত ৰাখিলে ৫বছৰত কিমান ৰিটাৰ্ণ পাব? জানি থওক হিচাপ

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, January 15, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

‘Z’ৰ পিছত ‘V’ : ৰুছ বাহিনীৰ এই চিহ্নবোৰে ক্ৰমশঃ বৃদ্ধি কৰিছে ৰহস্য! আচলতে এয়া কি?

editor by editor
March 1, 2022
in বিশ্ব, ৰাজনীতি
0
‘Z’ৰ পিছত ‘V’ : ৰুছ বাহিনীৰ এই চিহ্নবোৰে ক্ৰমশঃ বৃদ্ধি কৰিছে ৰহস্য! আচলতে এয়া কি?
0
SHARES
512
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ৰাছিয়াই ইউক্ৰেইন আক্ৰমণ আৰম্ভ কৰাৰ সময়ত সকলো ৰাছিয়ান যুদ্ধ যানৰ সন্মুখনত লিখা ইংৰাজী বৰ্ণমালাৰ ‘Z’ লিখা দেখা গৈছিল৷ টেংক, হেলিকপ্টাৰ, সামৰিক অস্ত্ৰ বহনকাৰী বাহন আদিত জেড লিখা আছিল৷

ইয়াৰ পিছতে এই জেড আখৰকলৈ সমগ্ৰ বিশ্বতে ৰহস্যৰ সৃষ্টি হৈছিল৷ বিশ্বৰ সংবাদ মাধ্যমত এই বিষয়ে ব্যাপক চৰ্চাও লাভ কৰিছিল৷

কিন্তু ৰাছিয়াই ইউক্ৰেইন আক্ৰমণ কৰাৰ ষষ্ঠটো দিনৰ পৰা দেখা গৈছে ‘Z’ৰ লগতে ‘V’ ব্যৱহাৰো কৰা দেখা গৈছে৷ হঠাতে ‘Z’ৰ লগতে ‘V’ৰ আৰ্বিভাৱে পুনৰ সমগ্ৰ বিশ্বজুৰি ব্যাপক ৰহস্যৰ সৃষ্টি হৈছে৷

 

লগতে পঢ়ক ইউক্ৰেইনৰ ‘সপোন’ জ্বলিল : ‘ম্ৰিয়া’ক পুনৰ নিৰ্মাণ কৰিব যুদ্ধ বিধ্বস্ত ইউক্ৰেইনে

 

‘Z’ক সামৰিক বিশেষজ্ঞসকলে বিশেষ সাংকেতিক চিহ্ন বুলি অভিহিত কৰিছিল৷ তেওঁলোকৰ মতে ইয়াৰ দ্বাৰা আক্ৰমণৰ সময়ত একেটা দিশক বুজোৱা হৈছিল৷ আন একাংশই দাবী কৰিছিল যে ইউক্ৰেইনৰ ৰাজধানী কীয়েভত উপস্থিত হোৱাৰ পূৰ্বনিৰ্দিষ্ট পথৰ সংকেট আছিল৷

এতিয়া প্ৰশ্ন হৈছে এইবাৰ ‘V’এ কি সংকেট নিৰ্দেশ কৰিছে? অথবা ইয়াৰ ৰহস্য কি?

সামৰিক বিশেষজ্ঞসকলৰ মতে ‘V’ লিখা টেংক আৰু হেলিকপ্টাৰসমূহ ৰাছিয়াৰ নহয়৷ যুদ্ধ বিশেষজ্ঞসকলে এইবোৰ বেলাৰুছৰ বুলি দাবী কৰিছে৷ ৰাছিয়াৰ সৈতে বেলাৰুছেও ইউক্ৰেইন আক্ৰমণ কৰা বুলি ধাৰণা কৰা হৈছে৷

 

লগতে পঢ়ক দেশ মাতৃক ৰক্ষা কৰিবলৈ হাতত বন্দুক তুলি ল’লে ইউক্ৰেইনৰ সুন্দৰী যুৱতী সাংসদে

 

অৱশ্যে ইউক্ৰেইনক আক্ৰমণ কৰিলে বেলাৰুছে চৰম সংকটৰ সন্মুখীন হ’ব বুলি আমেৰিকাসহ পশ্চিমীয়া দেশসমূহে ইতিমধ্যে সকীয়নি প্ৰদান কৰিছে৷  কিন্তু ইয়াৰ মাজতে ‘V’ চিহ্নৰ টেংক আৰু হেলিকপ্টাৰসমূহ দৃশ্যমান হোৱাৰ পিছতে বিষয়টোৱে গভীৰ ৰহস্যৰ সৃষ্টি কৰিছে৷

 

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ভেনিজুৱেলাৰ অন্তৰ্বৰ্তীকালীন প্ৰেছিডেণ্ট ডোনাল্ড ট্ৰাম্প, নিজেই নিজকে ভেনিজুৱেলাৰ শাসক ঘোষণা কৰি কি কৈছে ট্ৰাম্পে?
বিবিধ

ভেনিজুৱেলাৰ অন্তৰ্বৰ্তীকালীন প্ৰেছিডেণ্ট ডোনাল্ড ট্ৰাম্প, নিজেই নিজকে ভেনিজুৱেলাৰ শাসক ঘোষণা কৰি কি কৈছে ট্ৰাম্পে?

January 12, 2026
৭৮ টাকৈ টোপনিৰ ঔষধ খাই জীৱনক বিদায় দিব খুজিছিল বংগৰ কণ্ঠশিল্পী দেৱলীনা নন্দীয়ে, বৰ্তমান সুস্থ দেৱলীনা, কিন্তু কেনেকৈ এই মিৰাকল?
চিনেমা

৭৮ টাকৈ টোপনিৰ ঔষধ খাই জীৱনক বিদায় দিব খুজিছিল বংগৰ কণ্ঠশিল্পী দেৱলীনা নন্দীয়ে, বৰ্তমান সুস্থ দেৱলীনা, কিন্তু কেনেকৈ এই মিৰাকল?

January 10, 2026
কেৱল তেলেই নহয়, সোণৰ খনিৰ ওপৰত বহি আছে ভেনিজুৱেলা, ভেনিজুৱেলাৰ হাতত কিমান সোণ আছে?
জীৱনশৈলী

কেৱল তেলেই নহয়, সোণৰ খনিৰ ওপৰত বহি আছে ভেনিজুৱেলা, ভেনিজুৱেলাৰ হাতত কিমান সোণ আছে?

January 6, 2026
সূৰ্যৰ বছৰত উদিত শনিয়ে দেখুৱাব শক্তি, ২৬ত ৩ৰাশিয়ে পাব লক্ষ্মীদেৱীৰ অশেষ কৃপা
জীৱনশৈলী

সূৰ্যৰ বছৰত উদিত শনিয়ে দেখুৱাব শক্তি, ২৬ত ৩ৰাশিয়ে পাব লক্ষ্মীদেৱীৰ অশেষ কৃপা

January 6, 2026
Next Post
ইউক্ৰেইনত সংকটত ভাৰতীয় শিক্ষাৰ্থী : যুদ্ধবিধ্বস্ত ৰাজধানী কীয়েভ ত্যাগৰ নিৰ্দেশ

ইউক্ৰেইনত সংকটত ভাৰতীয় শিক্ষাৰ্থী : যুদ্ধবিধ্বস্ত ৰাজধানী কীয়েভ ত্যাগৰ নিৰ্দেশ

সংকটত পুটিন : বিশ্বজুৰি বেনামী হেকাৰৰ আক্ৰমণৰ লক্ষ্য ৰুছ ৰাষ্ট্ৰপ্ৰধান

সংকটত পুটিন : বিশ্বজুৰি বেনামী হেকাৰৰ আক্ৰমণৰ লক্ষ্য ৰুছ ৰাষ্ট্ৰপ্ৰধান

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.