• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
যুদ্ধৰ বিৰল দৃশ্য; আক্ৰমণকাৰী ৰাছিয়ান সৈন্যক এইদৰে কি কৰিছে কিশোৰী ইক্ৰেইনীয়ানে?

যুদ্ধৰ বিৰল দৃশ্য; আক্ৰমণকাৰী ৰাছিয়ান সৈন্যক এইদৰে কি কৰিছে কিশোৰী ইক্ৰেইনীয়ানে?

4 years ago
বিহাৰৰ মছনদত সম্ৰাট চৌধুৰী, জানেনে এই বিজেপি নেতাৰ শিক্ষাগত যোগ্যতা আৰু মুঠ সম্পদৰ পৰিমাণ কিমান?

বিহাৰৰ মছনদত সম্ৰাট চৌধুৰী, জানেনে এই বিজেপি নেতাৰ শিক্ষাগত যোগ্যতা আৰু মুঠ সম্পদৰ পৰিমাণ কিমান?

9 hours ago
লতা-আশাৰ স্মৃতিত বৃহৎ উদ্যোগ মঙ্গেছকাৰ পৰিয়ালৰ, এছিয়াৰ সকলোতকৈ ডাঙৰ হাস্পতাল ভাৰততে তৈয়াৰ কৰাৰ কথা ঘোষণা

লতা-আশাৰ স্মৃতিত বৃহৎ উদ্যোগ মঙ্গেছকাৰ পৰিয়ালৰ, এছিয়াৰ সকলোতকৈ ডাঙৰ হাস্পতাল ভাৰততে তৈয়াৰ কৰাৰ কথা ঘোষণা

9 hours ago
দিনজুৰি ক্লান্ত অনুভৱ হয়? শৰীৰত ৫ উপসৰ্গ দেখিলে সতৰ্ক হওক, পুষ্টিৰ ঘাটি হৈছে নেকি, কেনেকৈ জানিব?

দিনজুৰি ক্লান্ত অনুভৱ হয়? শৰীৰত ৫ উপসৰ্গ দেখিলে সতৰ্ক হওক, পুষ্টিৰ ঘাটি হৈছে নেকি, কেনেকৈ জানিব?

10 hours ago
HDFC বেংকৰ পৰা ৭ বছৰৰ বাবে ১১ লাখৰ  Personal Loanত কিমান টকা EMI দিব লাগিব?

HDFC বেংকৰ পৰা ৭ বছৰৰ বাবে ১১ লাখৰ Personal Loanত কিমান টকা EMI দিব লাগিব?

10 hours ago
অক্ষয় তৃতীয়াত একাধিক ৰাজযোগত শ্ৰীবৃদ্ধি, ৫ৰাশিৰ উন্নতি পাক্কা

অক্ষয় তৃতীয়াত একাধিক ৰাজযোগত শ্ৰীবৃদ্ধি, ৫ৰাশিৰ উন্নতি পাক্কা

11 hours ago
অৱসৰত ৯ কোটি টকা পাবলৈ মাহিলী কিমান ধন বিনিয়োগ কৰিব লাগিব? জানি থওক হিচাপ

অৱসৰত ৯ কোটি টকা পাবলৈ মাহিলী কিমান ধন বিনিয়োগ কৰিব লাগিব? জানি থওক হিচাপ

12 hours ago
বুধবাৰে গল্ডেন টাইম এই ৫ৰাশিৰ, অৰ্থকষ্ট দূৰ হ’ব, ঘূৰিব অৰ্থভাগ্য

বুধবাৰে গল্ডেন টাইম এই ৫ৰাশিৰ, অৰ্থকষ্ট দূৰ হ’ব, ঘূৰিব অৰ্থভাগ্য

12 hours ago
‘৯০ লাখ নিদিলে কাষলৈ নাহিব…’ ফুলশয্যাৰ নিশা পাত্ৰক ধমকি নৱবিবাহিতাৰ, তাৰপিছত?

‘৯০ লাখ নিদিলে কাষলৈ নাহিব…’ ফুলশয্যাৰ নিশা পাত্ৰক ধমকি নৱবিবাহিতাৰ, তাৰপিছত?

13 hours ago
চন্দ্ৰ, মঙ্গলত মাটি বিক্ৰি কৰে, দিয়ে মাটিৰ দলিলো! ৪৫ বছৰ ধৰি কোটি কোটি ধন আয় কৰা কোন এই ব্যক্তি?

চন্দ্ৰ, মঙ্গলত মাটি বিক্ৰি কৰে, দিয়ে মাটিৰ দলিলো! ৪৫ বছৰ ধৰি কোটি কোটি ধন আয় কৰা কোন এই ব্যক্তি?

13 hours ago
আশাৰ ৫৬ বছৰীয়া কন্যা বৰ্ষাই নিজৰ জীৱন শেষ কৰাৰ পথ কিয় বাচি লৈছিল? কিন্তু কি কাৰণ?

আশাৰ ৫৬ বছৰীয়া কন্যা বৰ্ষাই নিজৰ জীৱন শেষ কৰাৰ পথ কিয় বাচি লৈছিল? কিন্তু কি কাৰণ?

14 hours ago
মে মাহতেই প্ৰমোছন, ব্যৱসায়ত বাম্পাৰ লাভ ৪ৰাশিৰ, পুনৰ্বসু নক্ষত্ৰত গুৰুৱে কৰিব গোচৰ

মে মাহতেই প্ৰমোছন, ব্যৱসায়ত বাম্পাৰ লাভ ৪ৰাশিৰ, পুনৰ্বসু নক্ষত্ৰত গুৰুৱে কৰিব গোচৰ

15 hours ago
নৱবৰ্ষৰ প্ৰথম দিনাই সৌভাগ্যৰ দুৱাৰ খুলিব, মেজিকৰ দৰে ভাগ্য ঘূৰিব এই ৫ৰাশিৰ জাতকৰ

নৱবৰ্ষৰ প্ৰথম দিনাই সৌভাগ্যৰ দুৱাৰ খুলিব, মেজিকৰ দৰে ভাগ্য ঘূৰিব এই ৫ৰাশিৰ জাতকৰ

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, April 15, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ৰাজনীতি

যুদ্ধৰ বিৰল দৃশ্য; আক্ৰমণকাৰী ৰাছিয়ান সৈন্যক এইদৰে কি কৰিছে কিশোৰী ইক্ৰেইনীয়ানে?

editor by editor
March 3, 2022
in বিশ্ব, ৰাজনীতি
0
যুদ্ধৰ বিৰল দৃশ্য; আক্ৰমণকাৰী ৰাছিয়ান সৈন্যক এইদৰে কি কৰিছে কিশোৰী ইক্ৰেইনীয়ানে?
0
SHARES
594
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ৰাছিয়াৰ ইউক্ৰেইন আক্ৰমণৰ বিভিন্ন ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হৈছে৷ এটা ভিডিঅ’ত ইউক্ৰেইনৰ এগৰাকী নাগৰিকে ৰাছিয়াৰ এখন চলন্ত টেংক হাতেৰে পিছলৈ ঠেলি ৰখোৱাৰ চেষ্টা কৰিছে৷ আন এটা ভিডিঅ’ত ৰাছিয়ান সৈন্যই এৰি যোৱা টেংক টেক্টৰেৰে টানি নিয়া দেখা গৈছে৷

কিছুমান ভিডিঅ’ত ধ্বংসস্তূপত পৰিণত হোৱা হেলিকপ্টাৰ আৰু টেংকসহ ৰাছিয়াৰ যুদ্ধাস্ত্ৰসমূহ দেখা গৈছে৷ বহু ভিডিঅ’ত ৰাছিয়ান সৈন্যৰ বৰ্বৰতাও দেখা গৈছে৷ কিন্তু তাৰ মাজতে এটা ভিডিঅ’ৱে বিশ্ববাসীৰ মোহাৱদ্ধ কৰি তুলিছে৷

লগতে পঢ়ক ইউক্ৰেইনলৈ আমেৰিকাসহ কোন কোন ৰাষ্ট্ৰই কিমান, কি কি সামৰিক সাহায্য আগবঢ়াইছে?

মাৰ্কিন সংবাদ পত্ৰ ৱাল ষ্ট্ৰীট জাৰ্ণালৰ সৈতে জড়িত এগৰাকী সাংবাদিকে টুইটাৰত শ্বেয়াৰ কৰা এই ভিডিঅ’টোত এগৰাকী আত্মসমৰ্পণ কৰা ৰাছিয়ান সৈনিকক দেখুওৱা হৈছে৷ মেথিউ লাস্কম’ৰে নামৰ সাংবাদিকজনে শ্বেয়াৰ কৰা ভিডিঅ’টোত দেখা গৈছে যে এগৰাকী শত্ৰু সৈন্য অৰ্থাৎ ৰাছিয়ান সৈন্য ইউক্ৰেইনৰ নাগৰিকৰ মাজত আৱদ্ধ হৈ আছে৷

আত্মসৰ্পণ কৰা ৰুছ সেনাগৰাকী ইউক্ৰেইনৰ সাধাৰণ নাগৰিকসকলে খাবলৈ আহাৰ আগবঢ়াইছে৷ তেওঁ সেয়া গ্ৰহণ কৰাৰ পিছতে মোবাইলত কিবা এটা দেখুওৱা দেখা গৈছে৷ মোবাইলটো চাই ৰুছ সেনাগৰাকী হুকহুকাই কন্দা দেখা গৈছে৷

Video shared on Ukrainian channels of a captured Russian soldier apparently being fed by locals. The post says he burst into tears when he was allowed to video-call his mother. So many of these troops are just teenagers, with absolutely no clue what this war is really for. pic.twitter.com/oCPUC8cKcO

— Matthew Luxmoore (@mjluxmoore) March 2, 2022

সাংবাদিকগৰাকীয়ে টুইটত লিখিছে যে ইউক্ৰেইনৰ এগৰাকী কিশোৰীয়ে ৰুছ সেনাগৰাকীক মাতৃৰ সৈতে ভিডিঅ’ কলিং কৰি কথা পতোৱাই দিছিল৷ আৰু নিজ মাতৃক মোবাইলত দেখি ৰুছ সেনাগৰাকীয়ে হুকহুকাই কান্দি উঠিছিল৷

এগৰাকী আক্ৰমণকাৰী সেনাক ইউক্ৰেইনৰ সাধাৰণ নাগৰিকে এইদৰে মানৱীয় আচৰণ কৰা ভিডিঅ’টো ভাইৰেল হোৱাৰ পিছতে সমগ্ৰ বিশ্বতে এতিয়া চৰ্চা লাভ  কৰিছে৷ যুদ্ধই দেশৰ নেতাৰ মাজত শত্ৰুতাৰ সৃষ্টি কৰিলেও সাধাৰণ জনতাৰ মনত বৈৰিতা জন্ম যে দিব নোৱাৰে ভিডিঅ’টোৱে যেন তাকেই প্ৰমাণ কৰিছে৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalRussia Ukraine invasionRussia-Ukraine conflictRussian solder
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বিহাৰৰ মছনদত সম্ৰাট চৌধুৰী, জানেনে এই বিজেপি নেতাৰ শিক্ষাগত যোগ্যতা আৰু মুঠ সম্পদৰ পৰিমাণ কিমান?
জীৱনশৈলী

বিহাৰৰ মছনদত সম্ৰাট চৌধুৰী, জানেনে এই বিজেপি নেতাৰ শিক্ষাগত যোগ্যতা আৰু মুঠ সম্পদৰ পৰিমাণ কিমান?

April 14, 2026
চন্দ্ৰ, মঙ্গলত মাটি বিক্ৰি কৰে, দিয়ে মাটিৰ দলিলো! ৪৫ বছৰ ধৰি কোটি কোটি ধন আয় কৰা কোন এই ব্যক্তি?
জীৱনশৈলী

চন্দ্ৰ, মঙ্গলত মাটি বিক্ৰি কৰে, দিয়ে মাটিৰ দলিলো! ৪৫ বছৰ ধৰি কোটি কোটি ধন আয় কৰা কোন এই ব্যক্তি?

April 14, 2026
কেৱল বুকুৰ বিষেই নহয়, ষ্ট্ৰোকৰ পূৰ্বে গোপন সংকেত দিয়ে শৰীৰে, এইসমূহ লক্ষণক অৱহেলা কৰিলেই মৃত্যুৰ আশংকা বাঢ়ে
জীৱনশৈলী

কেৱল বুকুৰ বিষেই নহয়, ষ্ট্ৰোকৰ পূৰ্বে গোপন সংকেত দিয়ে শৰীৰে, এইসমূহ লক্ষণক অৱহেলা কৰিলেই মৃত্যুৰ আশংকা বাঢ়ে

April 11, 2026
‘বুকু বিষাই গৈছে,’ কান্দি কান্দি কিয় এইদৰে ক’লে মিয়া খলিফাই?
বিশ্ব

‘বুকু বিষাই গৈছে,’ কান্দি কান্দি কিয় এইদৰে ক’লে মিয়া খলিফাই?

April 11, 2026
Next Post
দুৰ্ভাগ্য! ‘যুদ্ধবাজ এখন দেশ এৰি আকৌ এখন যুদ্ধৰ সন্মুখীন হ’লো’

দুৰ্ভাগ্য! ‘যুদ্ধবাজ এখন দেশ এৰি আকৌ এখন যুদ্ধৰ সন্মুখীন হ’লো’

অন্তৰংগ মুহূৰ্তত ক্ষুদ্ধ প্ৰেমিকাই গুপ্তাংগ কাটি শিৰচ্ছেদ কৰি হত্যা কৰিলে প্ৰেমিকক

অন্তৰংগ মুহূৰ্তত ক্ষুদ্ধ প্ৰেমিকাই গুপ্তাংগ কাটি শিৰচ্ছেদ কৰি হত্যা কৰিলে প্ৰেমিকক

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.