• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
এইখন দেশৰ মানুহে কাহানিও খোৱা নাই চিঙৰা, কিন্তু কিয়?

এইখন দেশৰ মানুহে কাহানিও খোৱা নাই চিঙৰা, কিন্তু কিয়?

3 years ago
ভাগ্য হ’ব উদয়, অক্ষয় তৃতীয়াত ঘৰলৈ আনক এই দুবিধ সামগ্ৰী!

ভাগ্য হ’ব উদয়, অক্ষয় তৃতীয়াত ঘৰলৈ আনক এই দুবিধ সামগ্ৰী!

35 minutes ago
পেট খুচি ধৰা আৰু বিষ… ভুলতো আওকাণ নকৰিব এনে লক্ষণ!

পেট খুচি ধৰা আৰু বিষ… ভুলতো আওকাণ নকৰিব এনে লক্ষণ!

1 hour ago
গা ধোৱাৰ সময়ত মনত ৰাখিব এই ৩ টা কথা, বহুলোকে নাজানে সঠিক পদ্ধতি!

গা ধোৱাৰ সময়ত মনত ৰাখিব এই ৩ টা কথা, বহুলোকে নাজানে সঠিক পদ্ধতি!

2 hours ago
পুৰুষ আৰু মহিলাৰ লিভাৰৰ ৰোগৰ লক্ষণ বেলেগ বেলেগ নেকি?

পুৰুষ আৰু মহিলাৰ লিভাৰৰ ৰোগৰ লক্ষণ বেলেগ বেলেগ নেকি?

2 hours ago
কম EMI ত সামগ্ৰী ক্ৰয় কৰাৰ অভ্যাস, ডাঙৰ বিপদত পৰিব আপুনি!

কম EMI ত সামগ্ৰী ক্ৰয় কৰাৰ অভ্যাস, ডাঙৰ বিপদত পৰিব আপুনি!

3 hours ago
PAN Card অবিহনে সম্পূৰ্ণ নহ’ব কাম, সলনি হৈছে নিয়ম!

PAN Card অবিহনে সম্পূৰ্ণ নহ’ব কাম, সলনি হৈছে নিয়ম!

4 hours ago

ভুলতো বহু সময় ধৰি নাৰাখিব প্ৰস্ৰাৱ? ভয়ংকৰ বিপদত পৰিব!

16 hours ago
অৰ্শ ৰোগ নিৰাময়ত সহায় কৰে নাৰ্জী ফুলে, জানক ঔষধি গুণ

অৰ্শ ৰোগ নিৰাময়ত সহায় কৰে নাৰ্জী ফুলে, জানক ঔষধি গুণ

17 hours ago
মাহেকীয়াৰ পূৰ্বে অত্যাধিক বগা স্ৰাৱ, এয়া স্বাভাৱিক হয়নে?

মাহেকীয়াৰ পূৰ্বে অত্যাধিক বগা স্ৰাৱ, এয়া স্বাভাৱিক হয়নে?

17 hours ago
২ মিনিটতে একাউণ্টলৈ আহিব ধন, বিপদত এই সহজ পদ্ধতিৰে লওক লোন!

২ মিনিটতে একাউণ্টলৈ আহিব ধন, বিপদত এই সহজ পদ্ধতিৰে লওক লোন!

18 hours ago
‘মহিলাই কেতিয়াও অপমান নাপাহৰে’, মহিলা সংৰক্ষণ বিধেয়কক লৈ কংগ্ৰেছক কটাক্ষ প্ৰধানমন্ত্ৰী মোদীৰ

‘মহিলাই কেতিয়াও অপমান নাপাহৰে’, মহিলা সংৰক্ষণ বিধেয়কক লৈ কংগ্ৰেছক কটাক্ষ প্ৰধানমন্ত্ৰী মোদীৰ

18 hours ago
মহিলাসকলৰ কিয় বৃদ্ধি হৈছে PCOD বা Cyst ৰ দৰে সমস্যা? জানক ইয়াৰ লক্ষণ

মহিলাসকলৰ কিয় বৃদ্ধি হৈছে PCOD বা Cyst ৰ দৰে সমস্যা? জানক ইয়াৰ লক্ষণ

19 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, April 19, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী খাদ্য

এইখন দেশৰ মানুহে কাহানিও খোৱা নাই চিঙৰা, কিন্তু কিয়?

editor by editor
February 11, 2023
in খাদ্য, বিশ্ব
0
এইখন দেশৰ মানুহে কাহানিও খোৱা নাই চিঙৰা, কিন্তু কিয়?
0
SHARES
493
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ এই দেশত চিঙৰা বনোৱা আইনমতে নিষিদ্ধ৷ কেৱল বিক্ৰি কৰাই নহয় এই দেশত চিঙৰা খোৱাও অপৰাধ৷ শুনিবলৈ অদ্ভুত লাগিলেও আফ্ৰিকা মহাদেশৰ এখন দেশৰ লোকৰ বাবে চিঙৰা একেবাৰেই অচিনাকি বস্তু৷

চিঙৰাৰ আৰম্ভণি ক’ত হৈছিল? বহু সময়ত বিষয়টোক লৈ বিতৰ্কও চলি আহিছে৷ শুনা যায় যে মধ্য এছিয়াৰ পৰা অহা আৰৱৰ একাংশ ব্যৱসায়ীয়ে পোনতে চিঙৰাৰ ৰেচিপি তৈয়াৰ কৰিছিল৷ দশম শতাব্দীত লিখা বহু লেখাত চিঙৰাৰ জন্ম মিছৰৰ দেশত বুলিও উল্লেখ আছে৷ তাৰপাছৰে পৰাই দেশ-বিদেশত চিঙাৰাৰ আদৰ বাঢ়ি গৈ আছে৷

সকলোতে জনপ্ৰিয় হ’লেও আফ্ৰিকাৰ ছোমালিয়াক চিঙৰা একেবাৰেই নিষিদ্ধ৷ ছোমালিয়াত কোনোৱে চিঙৰা বিক্ৰি কৰা বা খোৱা একেবাৰেই নিষেধ৷ কোনোৱে যদি গোপনে চিঙৰা খাই তেন্তে আইনী ব্যৱস্থা লোৱা হয় ব্যক্তিগৰাকীৰ বিৰুদ্ধে৷ ইয়াৰ আঁৰত আছে অদ্ভুত এক কাৰণ৷ ছোমালিয়াত এই নিয়ম প্ৰৱৰ্তন কৰিছে দেশখনৰেই কেইটামান ইছলাম সংগঠনে৷ কিয় এই নিয়ম প্ৰৱৰ্তন কৰিলে সেই সন্দৰ্ভত জনায় যে চিঙাৰা এটা ৱেষ্টাৰ্ণ খানা৷ লগতে চিঙাৰাৰ আকৃতি ত্ৰিভূজৰ দৰে৷ ই প্ৰায় খ্ৰীষ্টান ধৰ্মৰ এটা বিশেষ চিহ্নৰ দৰেও৷ সেয়ে ছোমালিয়াত চিঙৰা খোৱা ধৰ্মবিৰুদ্ধ৷ বিগত প্ৰায় এক দশক ধৰি চিঙৰাই দেখা নাই ছোমালিয়াৰ প্ৰায়সংখ্যক লোকেই৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ইৰানৰ লক্ষ্য ভাৰতীয় জাহাজ, MEA গ্ৰহণ কৰিলে কঠোৰ ব্যৱস্থা
বিশ্ব

ইৰানৰ লক্ষ্য ভাৰতীয় জাহাজ, MEA গ্ৰহণ কৰিলে কঠোৰ ব্যৱস্থা

April 18, 2026
জাৰ্মান মডেল লিজলাজক ইনষ্টাগ্ৰামত এটা লাইক দিছিল বিৰাট কোহলিয়ে, বিৰাটৰ লাইক পাই মডেলে কৰিলে আচৰিত কাম, হতভম্ব এতিয়া IPL প্ৰেমীও
ক্ৰীড়া

জাৰ্মান মডেল লিজলাজক ইনষ্টাগ্ৰামত এটা লাইক দিছিল বিৰাট কোহলিয়ে, বিৰাটৰ লাইক পাই মডেলে কৰিলে আচৰিত কাম, হতভম্ব এতিয়া IPL প্ৰেমীও

April 18, 2026
শুকুৰবৰীয়া নামাজত বো* দিবলৈ গৈ নিজেই গ্ৰহণ কৰিলে ইছলাম, হঠাৎ ইছলাম প্ৰেম কেনেকৈ আহিল মনত, জানক সবিশেষ
জীৱনশৈলী

শুকুৰবৰীয়া নামাজত বো* দিবলৈ গৈ নিজেই গ্ৰহণ কৰিলে ইছলাম, হঠাৎ ইছলাম প্ৰেম কেনেকৈ আহিল মনত, জানক সবিশেষ

April 18, 2026
সাৱধান হওক! ৫খাদ্যঃ ভাতৰ সৈতে খালে বিপদ হ’ব পাৰে
খাদ্য

সাৱধান হওক! ৫খাদ্যঃ ভাতৰ সৈতে খালে বিপদ হ’ব পাৰে

April 17, 2026
Next Post
আইতাৰ শ্ৰাদ্ধৰ আয়োজন! কায়িকভাৱে নাথাকিলেও কলিজা আইতা জীয়াই আছে অসমবাসীৰ প্ৰাণত

আইতাৰ শ্ৰাদ্ধৰ আয়োজন! কায়িকভাৱে নাথাকিলেও কলিজা আইতা জীয়াই আছে অসমবাসীৰ প্ৰাণত

দক্ষিণৰ অভিনেতাসকল সেইবাবেই পৃথক! ৰামচৰণৰ এই মহানুভৱতাই হৃদয় জিনিছে দেশবাসীৰ

দক্ষিণৰ অভিনেতাসকল সেইবাবেই পৃথক! ৰামচৰণৰ এই মহানুভৱতাই হৃদয় জিনিছে দেশবাসীৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.