• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
দেশৰ সবাতোকৈ ধনাঢ্য মহিলাই এৰিলে কংগ্ৰেছৰ হাত

দেশৰ সবাতোকৈ ধনাঢ্য মহিলাই এৰিলে কংগ্ৰেছৰ হাত

3 years ago
‘দেশক ভয়ংকৰভাৱে অস্থিৰ কৰাৰ ষড়যন্ত্ৰ’

‘দেশক ভয়ংকৰভাৱে অস্থিৰ কৰাৰ ষড়যন্ত্ৰ’

29 minutes ago
এক্সন মুডত দিল্লী আৰক্ষী, বিমানৰ ভিতৰৰ পৰা আটক অভিজিৎ দীপকে, সৌৰভ দাস আৰু আশুতোষ ৰাংকাক

এক্সন মুডত দিল্লী আৰক্ষী, বিমানৰ ভিতৰৰ পৰা আটক অভিজিৎ দীপকে, সৌৰভ দাস আৰু আশুতোষ ৰাংকাক

2 hours ago
Shardiya Navratri 2026 : নৱৰাত্ৰিৰ ৯ দিনত পিন্ধক এইকেইটা ৰঙৰ কাপোৰ, জিলিকিব আপোনাৰ ভাগ্য!

Shardiya Navratri 2026 : নৱৰাত্ৰিৰ ৯ দিনত পিন্ধক এইকেইটা ৰঙৰ কাপোৰ, জিলিকিব আপোনাৰ ভাগ্য!

2 hours ago
ইউটিউবাৰ ধ্ৰুৱ ৰাথীক আটক কৰিলে আৰক্ষীয়ে, যন্তৰ মন্তৰত প্ৰতিবাদৰ পূৰ্বে গুৰুগ্ৰাম গৃহৰ পৰা কৰে আটক

ইউটিউবাৰ ধ্ৰুৱ ৰাথীক আটক কৰিলে আৰক্ষীয়ে, যন্তৰ মন্তৰত প্ৰতিবাদৰ পূৰ্বে গুৰুগ্ৰাম গৃহৰ পৰা কৰে আটক

3 hours ago
Amitabh-Rekha: অমিতাভৰ ওচৰ পালে বুকু কঁপি উঠে ৰেখাৰ! এয়া ভয় নে অন্য কিবা?

Amitabh-Rekha: অমিতাভৰ ওচৰ পালে বুকু কঁপি উঠে ৰেখাৰ! এয়া ভয় নে অন্য কিবা?

3 hours ago
বৈবাহিক জীৱনত সুখী নহয় নেকি? জানক আঁৰৰ কাৰণ

পত্নীৰ পৰা অসুখী? এইকেইবিধ খাদ্যই জাগৃত কৰিব কামনা!

4 hours ago
শৰৎ মানেই শেৱালিৰ সুবাস! কিন্তু ইয়াৰ উপকাৰিতাৰ বিষয়ে জানেনে?

শৰৎ মানেই শেৱালিৰ সুবাস! কিন্তু ইয়াৰ উপকাৰিতাৰ বিষয়ে জানেনে?

6 hours ago
৮ ঘণ্টা টোপনিৰ পিছত ভাগৰুৱা অনুভৱ? আজিয়েই সলনি কৰক এই অভ্যাস

৮ ঘণ্টা টোপনিৰ পিছত ভাগৰুৱা অনুভৱ? আজিয়েই সলনি কৰক এই অভ্যাস

7 hours ago
৩ ৰাশিৰ বাবে অত্যন্ত শুভ আগন্তুক ৫ দিন, ধনেৰে উভৈনদী হ’ব ঘৰ!

আজি ৪ ৰাশিৰ সলনি হ’ব ভাগ্য, বৃদ্ধি পাব উপাৰ্জন!

7 hours ago
‘দেহ ব্যৱসায় কৰি পাইছিল ধন!’ অৱশেষত ৪৫ বছৰ বয়সত কৰুণ মৃত্যু নায়িকাৰ

‘দেহ ব্যৱসায় কৰি পাইছিল ধন!’ অৱশেষত ৪৫ বছৰ বয়সত কৰুণ মৃত্যু নায়িকাৰ

7 hours ago
Navratri 2026: শাৰদীয় নৱৰাত্ৰিত ভুলতো নকৰিব এইবোৰ কাম, বিপদৰ পূৰ্বে সাৱধান!

মহালয়াত কেনে যাব আপোনাৰ দিনটো? ৫ ৰাশিৰ জিলিকিব ভাগ্য

8 hours ago
আজি মহালয়া, ভক্তিৰ মংগলধ্বনিৰে মা দুৰ্গাৰ ধৰালৈ আগমন

আজি মহালয়া, ভক্তিৰ মংগলধ্বনিৰে মা দুৰ্গাৰ ধৰালৈ আগমন

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, October 10, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

দেশৰ সবাতোকৈ ধনাঢ্য মহিলাই এৰিলে কংগ্ৰেছৰ হাত

editor by editor
March 28, 2024
in ভাৰত, ৰাজনীতি
0
দেশৰ সবাতোকৈ ধনাঢ্য মহিলাই এৰিলে কংগ্ৰেছৰ হাত
0
SHARES
84
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

দেশৰ সবাতোকৈ ধনাঢ্য মহিলাই এৰিলে কংগ্ৰেছৰ হাত

লোকসভা নিৰ্বাচন যিমানেই ওচৰ চাপি আহিছে সিমানেই সংকটে দেখা দিছে কংগ্ৰেছ দলটোত। নিত্য একোগৰাকীকৈ নেতাই দল এৰাৰ খবৰ তাৰ মাজতে আৰ্থিক অৱস্থাও বৰ্তমানে একেবাৰে তথৈৱচ ৰাষ্ট্ৰীয় দলটোৰ।

তাৰে মাজতে আহিছে আৰু এক খবৰ। এইবাৰ কংগ্ৰেছৰ হাত এৰিলে দেশৰ সবাতোকৈ ধনী মহিলা সাবিত্ৰী জিন্দালে। বুধবাৰে নিশা এক এক্স (টুইট)ৰ জৰিয়তে এই কথা সদৰি কৰে সাবিত্ৰী জিন্দালে।

২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে নেতাসকলে এটা দলৰ পৰা আন এটা দললৈ যোৱাৰ প্ৰক্ৰিয়া অব্যাহত আছে। শেহতীয়াকৈ কংগ্ৰেছ নেতা নবীন জিন্দালে দল ত্যাগ কৰি বিজেপিত যোগদান কৰে। নবীন জিন্দালৰ পাছত এইবাৰ তেখেতৰ মাতৃ সাবিত্ৰী জিন্দালেও কংগ্ৰেছ ত্যাগ কৰে।

কংগ্ৰেছ দলৰ হৈ ১০ বছৰে ধৰি হৰিয়ানাৰ হিছাৰ সমষ্টিৰ বিধায়ক তথা হাৰিয়ানা চৰকাৰৰ মন্ত্ৰী হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল সাবিত্ৰী জিন্দালে। ২০০৫ চনত বিমান দুৰ্ঘটনাত স্বামী তথা জিন্দাল গ্ৰুপৰ প্ৰতিষ্ঠাপক অ’ পি জিন্দালৰ মৃত্যুৰ পিছত ৰাজনীতিত নামিছিল সাবিত্ৰী জিন্দাল।

সেই বছৰে হিছাৰ সমষ্টিৰ পৰা হাৰিয়ানা বিধানসভালৈ নিৰ্বাচিত হৈছিল। ২০০৯ চনত হিছাৰৰ পৰা পুনৰ নিৰ্বাচনত জয়ী হৈছিল। ২০১৩ চনৰ অক্টোবৰ মাহত তেওঁক হাৰিয়ানা চৰকাৰত কেবিনেট মন্ত্ৰী হিচাপে নিযুক্তি দিয়া হয়।

২০০৬ চনত তেওঁ নগৰীয়া স্থানীয় সংস্থা আৰু গৃহ নিৰ্মাণৰ ৰাজ্যিক মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। কিন্তু ২০১৪ চনৰ হাৰিয়ানা বিধানসভা নিৰ্বাচনত হিছাৰৰ পৰা পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হৈছিল সাবিত্ৰী জিন্দাল।

তাৰ পাছতে এইবাৰ দল এৰাৰ সিদ্ধান্ত। দল এৰাৰ পাছৰ কাৰণ অৱশ্যে সদৰি হোৱা নাই বা জানিব পৰা হোৱা নাই। কোনোৱে যদি কৈছে দল এৰাৰ কাৰণ টিকট নোপোৱা কোনোৱে আকৌ কৈছে বিজেপিত যোগদান কৰিব সাবিত্ৰী জিন্দালে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: CongressJindal grouploksabhaloksabha electionSabitri Jindal
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

‘দেশক ভয়ংকৰভাৱে অস্থিৰ কৰাৰ ষড়যন্ত্ৰ’
ভাৰত

‘দেশক ভয়ংকৰভাৱে অস্থিৰ কৰাৰ ষড়যন্ত্ৰ’

October 10, 2026
এক্সন মুডত দিল্লী আৰক্ষী, বিমানৰ ভিতৰৰ পৰা আটক অভিজিৎ দীপকে, সৌৰভ দাস আৰু আশুতোষ ৰাংকাক
ভাৰত

এক্সন মুডত দিল্লী আৰক্ষী, বিমানৰ ভিতৰৰ পৰা আটক অভিজিৎ দীপকে, সৌৰভ দাস আৰু আশুতোষ ৰাংকাক

October 10, 2026
ইউটিউবাৰ ধ্ৰুৱ ৰাথীক আটক কৰিলে আৰক্ষীয়ে, যন্তৰ মন্তৰত প্ৰতিবাদৰ পূৰ্বে গুৰুগ্ৰাম গৃহৰ পৰা কৰে আটক
ভাৰত

ইউটিউবাৰ ধ্ৰুৱ ৰাথীক আটক কৰিলে আৰক্ষীয়ে, যন্তৰ মন্তৰত প্ৰতিবাদৰ পূৰ্বে গুৰুগ্ৰাম গৃহৰ পৰা কৰে আটক

October 10, 2026
২৪ ঘণ্টাৰ বাবে বন্ধ থাকিব মোবাইল ইণ্টাৰনেট সেৱা! কিন্তু কিয়?
ভাৰত

২৪ ঘণ্টাৰ বাবে বন্ধ থাকিব মোবাইল ইণ্টাৰনেট সেৱা! কিন্তু কিয়?

October 9, 2026
Next Post
৮ এপ্ৰিলৰ সূৰ্য গ্ৰহণে সলনি কৰিব কেইটামান ৰাশিৰ ভাগ্য চক্ৰ, পঢ়ক সবিশেষ

৮ এপ্ৰিলৰ সূৰ্য গ্ৰহণে সলনি কৰিব কেইটামান ৰাশিৰ ভাগ্য চক্ৰ, পঢ়ক সবিশেষ

অধিক পকা ফল পেলাই দিয়ে নেকি, এনেদৰে ব্যৱহাৰ কৰক, ছাল-চুলিৰ বাবে মহৌষধ

অধিক পকা ফল পেলাই দিয়ে নেকি, এনেদৰে ব্যৱহাৰ কৰক, ছাল-চুলিৰ বাবে মহৌষধ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.