• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
শনিৰ ৰাশি পৰিবৰ্তনৰ পাছতেই শনিৰ ৰোষত পৰিব ৩ৰাশি! ২০২৫ ৰ পৰা বেয়া সময় আৰম্ভ হ’ব এই তিনি ৰাশিৰ

শনিৰ ৰাশি পৰিবৰ্তনৰ পাছতেই শনিৰ ৰোষত পৰিব ৩ৰাশি! ২০২৫ ৰ পৰা বেয়া সময় আৰম্ভ হ’ব এই তিনি ৰাশিৰ

2 years ago
কেনেকুৱা পুৰুষে আকৰ্ষণ কৰে মডাৰ্ণ নাৰীক? জানি হ’ব আচৰিত!

নাৰীয়ে পুৰুষৰ ক’ত প্ৰথম চকু দিয়ে, জানি হ’ব আচৰিত!

44 minutes ago
বেংক মেনেজাৰক ব্লেকমেইলিং যোৰহাটৰ যুৱতীৰ

বেংক মেনেজাৰক ব্লেকমেইলিং যোৰহাটৰ যুৱতীৰ

3 hours ago
শিক্ষকতাৰ নামত কলংক! শিক্ষকৰ ঘৰত চুৰি বাইকৰ পাহাৰ

শিক্ষকতাৰ নামত কলংক! শিক্ষকৰ ঘৰত চুৰি বাইকৰ পাহাৰ

4 hours ago
পুনৰ বিপদত ৰেপাৰ-কণ্ঠশিল্পী হানী সিং

পুনৰ বিপদত ৰেপাৰ-কণ্ঠশিল্পী হানী সিং

4 hours ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণীঃ এই ৫ ৰাশিৰ জীৱনলৈ আহিব পাৰে বৃহৎ পৰিৱৰ্তন

বাবা ভাংগাৰ ভৱিষ্যদ্বাণীঃ এই ৫ ৰাশিৰ জীৱনলৈ আহিব পাৰে বৃহৎ পৰিৱৰ্তন

5 hours ago
খালী ভৰি, শাৰী পিন্ধিয়েই ৬ মিনিটত ১,৬০০ মিটাৰ দৌৰ!

খালী ভৰি, শাৰী পিন্ধিয়েই ৬ মিনিটত ১,৬০০ মিটাৰ দৌৰ!

6 hours ago
শেষকৃত্যৰ ১২ দিন পিছত সুস্থ শৰীৰেৰে ঘৰলৈ উভতিল যুৱক

শেষকৃত্যৰ ১২ দিন পিছত সুস্থ শৰীৰেৰে ঘৰলৈ উভতিল যুৱক

6 hours ago
১৫০০ গৰাকী লোকক ৰূপৰ থালিত আপ্যায়ন

১৫০০ গৰাকী লোকক ৰূপৰ থালিত আপ্যায়ন

7 hours ago
মাত্ৰ ১০০ টকাৰ বাবে বৃদ্ধাক হত্যা

মাত্ৰ ১০০ টকাৰ বাবে বৃদ্ধাক হত্যা

7 hours ago
জানুৱাৰীৰ পৰা ডিচেম্বৰলৈ…, জানক ক’ৰ পৰা আহিল ইংৰাজী মাহৰ নাম

জানুৱাৰীৰ পৰা ডিচেম্বৰলৈ…, জানক ক’ৰ পৰা আহিল ইংৰাজী মাহৰ নাম

8 hours ago
নৱবিৱাহিত মহিলাক স্বামীৰ আপত্তিজন চৰ্ত

নৱবিৱাহিত মহিলাক স্বামীৰ আপত্তিজন চৰ্ত

9 hours ago
সংস্কৃত গুৰুকুলামত শোকাৱহ ঘটনা, পানীৰ টেংকিত ৪ ছাত্ৰৰ মৃ*তদেহ উদ্ধাৰ

সংস্কৃত গুৰুকুলামত শোকাৱহ ঘটনা, পানীৰ টেংকিত ৪ ছাত্ৰৰ মৃ*তদেহ উদ্ধাৰ

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, October 7, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

শনিৰ ৰাশি পৰিবৰ্তনৰ পাছতেই শনিৰ ৰোষত পৰিব ৩ৰাশি! ২০২৫ ৰ পৰা বেয়া সময় আৰম্ভ হ’ব এই তিনি ৰাশিৰ

শনিৰ ৰাশি পৰিবৰ্তনৰ পাছতেই শনিৰ ৰোষত পৰিব ৩ৰাশি! ২০২৫ ৰ পৰা বেয়া সময় আৰম্ভ হ’ব এই তিনি ৰাশিৰ

editor by editor
April 18, 2024
in জীৱনশৈলী, বিশ্ব, ভাৰত, লেখা
0
শনিৰ ৰাশি পৰিবৰ্তনৰ পাছতেই শনিৰ ৰোষত পৰিব ৩ৰাশি! ২০২৫ ৰ পৰা বেয়া সময় আৰম্ভ হ’ব এই তিনি ৰাশিৰ
0
SHARES
8k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ জ্যোতিষ শাস্ত্ৰত শনিক ন্যায়ৰ দেৱতা বুলি কোৱা হয়। ব্যক্তিক কৰ্মৰ ভিত্তিত ফলাফল প্ৰদান কৰে শনিয়ে। নৱগ্ৰহৰ মাজত শনিয়েই সকলোতকৈ ধীৰ গতিত বিচৰণ কৰি থাকে। ২০২৪ চনত শনি কুম্ভ ৰাশিত বিৰাজ কৰি আছে। ২০২৫ত ৰাশি পৰিবৰ্তন কৰিব এই গ্ৰহই। এই বছৰ কুম্ভ ৰাশিৰ পৰা বাহিৰলৈ ওলাই মীন ৰাশিত প্ৰৱেশ কৰিব শনিয়ে।

জ্যোতিষ অনুসৰি শনিৰ ৰাশি পৰিবৰ্তনৰ ফলত তিনি ৰাশিৰ জীৱনলৈ আহিব কেইবাটাও পৰিবৰ্তন। যাৰ ফলত ২০২৫চনৰ পৰা আগন্তুক ৭ বছৰ পৰ্যন্ত ওঠানমাৰ মাজেৰে দিন কটাব কেইটামান ৰাশিৰ জাতকে। শনিৰ পৰিবৰ্তনে কোন কোন ৰাশিৰ জীৱনত আনিব জানি থওক সবিশেষ।

শনিয়ে মুঠ আঢ়ৈ বছৰ পৰ্যন্ত এটা ৰাশিত বিৰাজ কৰে। শনিয়ে যেতিয়া লগ্ন স্থানৰ পৰা দ্বাদশ স্থানত প্ৰৱেশ কৰে। তেতিয়া সেই সময় চক্ৰ হয় ৭ বছৰীয়া। জ্য়োতিষ শাস্ত্ৰ অনুসৰি এই সময় চক্ৰই কেইটামান ৰাশিৰ জীৱনলৈ পৰিবৰ্তন আনিব। ২০২৫ত কোন কোন ৰাশিৰ জাতকৰ ওপৰত প্ৰভাৱ পৰিব?

মেষ ৰাশি

২০২৫ চনত শনিয়ে যেতিয়া মীন ৰাশিত প্ৰৱেশ কৰিব তেতিয়াই মেষ ৰাশিৰ জীৱনলৈ কেইটামান পৰিবৰ্তন আহিব। শনিৰ মীন ৰাশিত প্ৰৱেশে মেষ ৰাশিৰ জাতকৰ আৰ্থিক পৰিস্থিতি দুৰ্বল কৰিব। আয় নাবাঢ়ে, ক্ৰমশ ব্যয়হে বৃদ্ধি পাব। ইয়াৰ ফলত আৰ্থিক পৰিস্থিতি দুৰ্বল হ’ব। ইয়াৰোপৰি শাৰীৰিক সমস্যাই দেখা দিব। হাড়ৰ ৰোগ হ’ব পাৰে। কোনো গভীৰ আঘাত পাব পাৰে। জীৱনসংগীৰ সৈতে সামঞ্জস্যৰ অভাৱে দেখা দিব। পাৰিবাৰিক জীৱনত অৱসাদ বৃদ্ধিৰ সম্ভাৱনা আছে।

কুম্ভ ৰাশি

২০২৫ৰ ২৯ মাৰ্চৰ পৰা কুম্ভ ৰাশিৰ জাতকৰ জীৱনত কিছু খেলিমেলিৰ সৃষ্টি হ’ব। এই ৰাশিৰ জাতক আৰ্থিক সমস্যাত পৰিব পাৰে। চাকৰিয়াল সকলৰ বদলিৰ সম্ভাৱনা আছে। কঠিন পৰিশ্ৰম সত্ত্বেও পৰিশ্ৰমৰ ফল লাভ নকৰিব। চাকৰিয়াল জাতকৰ সহকৰ্মীৰ সৈতে কথা কটাকটি হ’ব পাৰে। এই ৰাশিৰ ব্যৱসায়ীয়ে নানান সমস্যাৰ সন্মুখীন হ’ব পাৰে। প্ৰেম জীৱনত বিভ্ৰান্তিয়ে দেখা দিব পাৰে। এই ৰাশিৰ জাতকৰ নতুন ঘৰ নিৰ্মাণৰ কাম আৰম্ভ হ’ব। ফলত ব্যয়ৰ অতিৰিক্ত বোজা আপোনাৰ কান্ধত পৰিব।

মীন ৰাশি

২০২৫ চনৰ পৰা মীন ৰাশিৰ জাতকৰ জীৱনত শনিৰ প্ৰভাৱ পৰিব। আৰ্থিক সমস্য়াই দেখা দিব পাৰে। এই ৰাশিৰ জাতকৰ স্বাস্থ্য দুৰ্বল হ’ব। শাৰীৰিক অসুস্থতাৰ বাবে মীন ৰাশিৰ জাতকৰ মনত নেতিবাচক চিন্তাভাৱনা বাঢ়িব। কোনো সিদ্ধান্ত গ্ৰহণৰ সময়ত খেলিমেলিৰ সৃষ্টি হ’ব। আৰ্থিক লোকচানৰ সম্ভাৱনা আছে।

শনি দশাৰ পৰা মুক্তিৰ উপায়

এই সময়ত শ্ৰমজীৱীক ভুলতো অপমান নকৰিব। শনিক শ্ৰমিকৰ দেৱতা বুলিও কোৱা হয়। শনিবাৰে পাৰিলে শ্ৰমিকক দান কৰক।

শনিবাৰে ক’লা পৰুৱাক গুড়় খোৱাব। শনিবাৰে অশ্বত্থ গছত তিলৰ তেল নিবেদন কৰক। এই উপায় কৰিলে মুক্তি লাভ কৰিব।

১১ বাৰ শনি স্তোত্ৰ পাঠ কৰিলে শনিৰ নেতিবাচক প্ৰভাৱৰ পৰা মুক্তি লাভ কৰিব।

ব্যৱসায়ী বা উচ্চপদাধিকাৰীসকলে নিজৰ কৰ্মচাৰীসকলক ধন ঠিকমতে প্ৰদান কৰি থাকিব। অন্যথা শনি ৰুষ্ট হ’ব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কেনেকুৱা পুৰুষে আকৰ্ষণ কৰে মডাৰ্ণ নাৰীক? জানি হ’ব আচৰিত!
জীৱনশৈলী

নাৰীয়ে পুৰুষৰ ক’ত প্ৰথম চকু দিয়ে, জানি হ’ব আচৰিত!

October 7, 2026
বেংক মেনেজাৰক ব্লেকমেইলিং যোৰহাটৰ যুৱতীৰ
অপৰাধ

বেংক মেনেজাৰক ব্লেকমেইলিং যোৰহাটৰ যুৱতীৰ

October 7, 2026
শিক্ষকতাৰ নামত কলংক! শিক্ষকৰ ঘৰত চুৰি বাইকৰ পাহাৰ
অপৰাধ

শিক্ষকতাৰ নামত কলংক! শিক্ষকৰ ঘৰত চুৰি বাইকৰ পাহাৰ

October 7, 2026
পুনৰ বিপদত ৰেপাৰ-কণ্ঠশিল্পী হানী সিং
বিনোদন

পুনৰ বিপদত ৰেপাৰ-কণ্ঠশিল্পী হানী সিং

October 7, 2026
Next Post
আই পি এলৰ খেলৰ মাজতে ধোনীৰ দলত জবৰদস্ত খেলুৱৈৰ এন্ট্ৰী, নাম শুনিয়েই চিন্তাত অন্য দল

আই পি এলৰ খেলৰ মাজতে ধোনীৰ দলত জবৰদস্ত খেলুৱৈৰ এন্ট্ৰী, নাম শুনিয়েই চিন্তাত অন্য দল

নিৰ্বাচনী প্ৰচাৰ মাজতে এৰি হঠাতে কাৰ জন্মদিন খাবলৈ গুচি গ’ল ৰাহুল-প্ৰিয়ংকা…!

নিৰ্বাচনী প্ৰচাৰ মাজতে এৰি হঠাতে কাৰ জন্মদিন খাবলৈ গুচি গ'ল ৰাহুল-প্ৰিয়ংকা...!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.