• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
‘১২ বছৰে ডাঙৰ অমৃতাক মই ছেইফৰ বাবে কেনেকৈ আনো!’ ছেইফ-অমৃতাৰ বিচ্ছেদৰ কাৰণক লৈ কি কয় শৰ্মিলা ঠাকুৰে?

‘১২ বছৰে ডাঙৰ অমৃতাক মই ছেইফৰ বাবে কেনেকৈ আনো!’ ছেইফ-অমৃতাৰ বিচ্ছেদৰ কাৰণক লৈ কি কয় শৰ্মিলা ঠাকুৰে?

2 years ago
বক্ৰী হ’ব শনি, সম্পূৰ্ণ ১৩৮ দিন ধৰি সুখ-সাফল্য ৩ৰাশিৰ, ভাগ্য চমকিব দীপাৱলি পৰ্যন্ত

বক্ৰী হ’ব শনি, সম্পূৰ্ণ ১৩৮ দিন ধৰি সুখ-সাফল্য ৩ৰাশিৰ, ভাগ্য চমকিব দীপাৱলি পৰ্যন্ত

16 minutes ago
কাইলৈৰ পৰা বাসন্তী পূজা, পূজাৰ কেইদিন দুৰ্গাৰ কৃপা ৪ৰাশিত, দেৱীৰ আশীৰ্বাদত দূৰ হব সকলো বিপদ

কাইলৈৰ পৰা বাসন্তী পূজা, পূজাৰ কেইদিন দুৰ্গাৰ কৃপা ৪ৰাশিত, দেৱীৰ আশীৰ্বাদত দূৰ হব সকলো বিপদ

32 minutes ago
‘১০০দিনত ন্যায় পাব জুবিন গাৰ্গে !’,  ঘোষণা অজাপৰ সভাপতি লুৰিণজ্যোতি গগৈৰ

‘১০০দিনত ন্যায় পাব জুবিন গাৰ্গে !’, ঘোষণা অজাপৰ সভাপতি লুৰিণজ্যোতি গগৈৰ

60 minutes ago
Relationship Advice: কমিব তিক্ততা বাঢ়িব মৰম, স্বামী-স্ত্ৰীয়ে অনুসৰণ কৰক এই টিপছ

Relationship Advice: কমিব তিক্ততা বাঢ়িব মৰম, স্বামী-স্ত্ৰীয়ে অনুসৰণ কৰক এই টিপছ

2 hours ago
মামাৰ প্ৰতিশ্ৰুতি! নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত ডাঙৰ ঘোষণা

মামাৰ প্ৰতিশ্ৰুতি! নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত ডাঙৰ ঘোষণা

2 hours ago
দৃশ্যগ্ৰহণত অশান্তি পাইছিল প্ৰিয়ংকাই, তাৰ পিছত ঘটিল এই ঘটনা!

দৃশ্যগ্ৰহণত অশান্তি পাইছিল প্ৰিয়ংকাই, তাৰ পিছত ঘটিল এই ঘটনা!

3 hours ago
আজি মনোনয়ন দাখিলৰ অন্তিম দিন, দিলে প্ৰশাসনে নিৰ্দেশনা!

আজি মনোনয়ন দাখিলৰ অন্তিম দিন, দিলে প্ৰশাসনে নিৰ্দেশনা!

4 hours ago
ইনষ্টাগ্ৰামৰ পৰা উপাৰ্জন কৰক ধন! জানক উপাৰ্জন বৃদ্ধিৰ টিপচ

ইনষ্টাগ্ৰামৰ পৰা উপাৰ্জন কৰক ধন! জানক উপাৰ্জন বৃদ্ধিৰ টিপচ

4 hours ago
এখিলা পাতে দূৰ কৰিব শৰীৰৰ সকলো সমস্যা, উপকাৰী গুণ জানি হ’ব আচৰিত!

এখিলা পাতে দূৰ কৰিব শৰীৰৰ সকলো সমস্যা, উপকাৰী গুণ জানি হ’ব আচৰিত!

5 hours ago
ভাৰতৰ কোনখন চহৰে প্ৰথমে বিদ্যুৎ লাভ কৰিছিল? বুদ্ধিমানসকলে পাৰিব সঠিক উত্তৰ

ভাৰতৰ কোনখন চহৰে প্ৰথমে বিদ্যুৎ লাভ কৰিছিল? বুদ্ধিমানসকলে পাৰিব সঠিক উত্তৰ

6 hours ago
বিস্কুটত কিয় ফুটা থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ!

বিস্কুটত কিয় ফুটা থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ!

7 hours ago
কেতিয়া মুকলি হ’ব IPL 2026 ৰ সম্পূৰ্ণ সূচী? আহিছে ডাঙৰ আপডেট

কেতিয়া মুকলি হ’ব IPL 2026 ৰ সম্পূৰ্ণ সূচী? আহিছে ডাঙৰ আপডেট

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, March 23, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন চিনেমা

‘১২ বছৰে ডাঙৰ অমৃতাক মই ছেইফৰ বাবে কেনেকৈ আনো!’ ছেইফ-অমৃতাৰ বিচ্ছেদৰ কাৰণক লৈ কি কয় শৰ্মিলা ঠাকুৰে?

'১২ বছৰে ডাঙৰ অমৃতাক মই ছেইফৰ বাবে কেনেকৈ আনো!’ ছেইফ-অমৃতাৰ বিচ্ছেদৰ কাৰণক লৈ কি কয় শৰ্মিলা ঠাকুৰে?

editor by editor
April 24, 2024
in চিনেমা, বিনোদন, ভাৰত, লেখা
0
‘১২ বছৰে ডাঙৰ অমৃতাক মই ছেইফৰ বাবে কেনেকৈ আনো!’ ছেইফ-অমৃতাৰ বিচ্ছেদৰ কাৰণক লৈ কি কয় শৰ্মিলা ঠাকুৰে?
0
SHARES
382
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ বলীউড অভিনেতা হিচাপে আত্মপ্ৰকাশ কৰাৰ পূৰ্বেই সংসাৰৰ পাতনি মেলিছিল ছেঈফ আলি খানে। মাত্ৰ ২১ বছৰ বয়সত অভিনেত্ৰী অমৃতা সিঙক বিয়া কৰাইছিল ছেইফে। সেই সময়ত অমৃতাৰ বয়স ৩৩ বছৰ। ১৯৯১ চনত ছেইফ-অমৃতা বিবাহপাশত আৱদ্ধ হৈছিল। প্ৰায় ডেৰ দশকৰ সংসাৰ অমৃতা-ছেইফৰ। কিন্তু কথাবোৰ লাহে লাহে যেন সলনি হ’ল। ২০০৪ চনত অমৃতা আৰু ছেইফৰ মাজত বিবাহবিচ্ছেদ হয়।

সম্পৰ্ক শেষ হোৱাৰ পাছত অমৃতা আজিও অবিবাহিত যদিও ছেইফে আকৌ সংসাৰৰ পাতনি মেলে। অমৃতাৰ সৈতে ডিভোৰ্ছৰ প্ৰায় এক দশক পাছত ২০১২ চনত কৰিনা কাপুৰৰ সৈতে বিবাহপাশত আৱদ্ধ হয় ছেইফ আলি খান। ছেইফৰ দ্বিতীয় বিবাহক লৈ অসন্তুষ্ট হোৱা নাছিল অমৃতা। আনকি ছেইফৰ বিয়ালৈ নিজৰ দুটি সন্তানকো পঠিয়াইছিল অমৃতা সিঙে। সম্প্ৰতি কফি উইথ কৰণৰ শ্ব’ত অতিথি হিচাপে উপস্থিত আছিল ছেইফ আলি খান আৰু তেওঁৰ মাতৃ তথা এসময়ৰ জনপ্ৰিয় অভিনেত্ৰী শৰ্মিলা ঠাকুৰ।

কৰণ জোহাৰৰ সেই কফি আড্ডাত শৰ্মিলাই ছেইফ আৰু অমৃতাৰ ডিভোৰ্ছ সন্দৰ্ভত কেইবাটাও মন্তব্য কৰিছে। শৰ্মিলাই এই শ্ব’ত কয় যে, অমৃতাৰ সৈতে নিজৰ সন্তানৰ বিবাহৰ কথা শুনি তেওঁ মানসিক কষ্ট পাইছিল। ছেইফে শৰ্মিলাৰ এই মন্তব্যত কয়, ‘মই মাক যেতিয়া অমৃতাৰ কথা কৈছিলো, বিয়া কৰাম তাইক বুলি কৈছিলো তেতিয়া মায়ে মোক একাষৰীয়াকৈ মাতি কৈছিল, কি হৈছে তোমাৰ প্ৰকৃত কথাবোৰ খুলি কোৱা? তেতিয়া মই মাক সকলোবোৰ কথা খুলি কৈছিলো। মায়ে তেতিয়া কৈছিল, ঠিকেই আছে কেৱল বিয়া কৰাই নলবা। তেতিয়া মই মাক কেনেকৈ বুজাও যে, মই অমৃতাক বিয়া কৰাইছো!’

সেই সময়ৰ স্মৃতি সোঁৱৰি ছেইফে কয়, ‘মোৰ কথাত মায়ে কান্দি পেলাইছিল।’ ইফালে শৰ্মিলা ঠাকুৰে এই সন্দৰ্ভত কয়, ‘মই পূৰ্বেও অমৃতাক লগ পাইছিলো। তাইক মই ব্যক্তিগতভাৱে বেয়া নাপাও। তাইক মোৰ ভালেই লাগিছিল।’ শৰ্মিলাই তাৰ পিছত কয় যে তেওঁ বা ছেইফৰ পিতৃ তথা ভাৰতীয় ক্ৰিকেট তাৰকা প্ৰয়াত টাইগাৰ পটৌদীয়ে কেতিয়াও ভৱা নাছিল যে, ছেইফে তেওঁলোকক নোকোৱাকৈ ইমান ডাঙৰ এটা সিদ্ধান্ত অকলে লৈ পেলাব। ১৯৯১ চনত বিয়াৰ পাছত ২০০৪ চনত অমৃতা ছেইফৰ সংসাৰ ভাঙি যায়। বিবাহৰ সময়ত কৰা ভুল বিচ্ছেদৰ সময়ত কৰা নাছিল ছেইফে। সেইবাৰ বিচ্ছেদৰ সিদ্ধান্তৰ কথা প্ৰথম শৰ্মিলাকেই জনাইছিল অভিনেতা ছেইফে। শৰ্মিলাই তেতিয়া ছেইফক কৈছিল, ‘ইমান দিন একেলগে কটোৱা এটা সম্পৰ্ক যেতিয়া ভাঙে তেতিয়া জীৱনটো মুঠেও সুখকৰ নহ’ব। ইয়াৰোপৰি আমি সকলোৱেই ছাৰা আৰু ইব্ৰাহিমক খুব বেছি ভালপাও। যেতিয়া ছেইফ আৰু অমৃতাই বিচ্ছেদৰ সিদ্ধান্ত লৈছিল তেতিয়া ইব্ৰাহিমৰ বয়স আছিল মাত্ৰ তিনি বছৰ। ককাকৰো খুব মৰমৰ আছিল ইব্ৰাহিম। ছেইফ আৰু অমৃতাৰ বিচ্ছেদে আমাৰ পৰা নাতিকেইটাকো আঁতৰাই দিছিল। সেই কথাটোৱে আমাৰ মানসিক দুখ দিয়ে। সেয়া আমাৰ বাবে খুবেই কষ্টকৰ আছিল।’

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24axom live 24Best News Portal in Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

‘১০০দিনত ন্যায় পাব জুবিন গাৰ্গে !’,  ঘোষণা অজাপৰ সভাপতি লুৰিণজ্যোতি গগৈৰ
অসম

‘১০০দিনত ন্যায় পাব জুবিন গাৰ্গে !’, ঘোষণা অজাপৰ সভাপতি লুৰিণজ্যোতি গগৈৰ

March 23, 2026
Relationship Advice: কমিব তিক্ততা বাঢ়িব মৰম, স্বামী-স্ত্ৰীয়ে অনুসৰণ কৰক এই টিপছ
জীৱনশৈলী

Relationship Advice: কমিব তিক্ততা বাঢ়িব মৰম, স্বামী-স্ত্ৰীয়ে অনুসৰণ কৰক এই টিপছ

March 23, 2026
মামাৰ প্ৰতিশ্ৰুতি! নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত ডাঙৰ ঘোষণা
অসম

মামাৰ প্ৰতিশ্ৰুতি! নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত ডাঙৰ ঘোষণা

March 23, 2026
দৃশ্যগ্ৰহণত অশান্তি পাইছিল প্ৰিয়ংকাই, তাৰ পিছত ঘটিল এই ঘটনা!
বিনোদন

দৃশ্যগ্ৰহণত অশান্তি পাইছিল প্ৰিয়ংকাই, তাৰ পিছত ঘটিল এই ঘটনা!

March 23, 2026
Next Post
সংকটত নেকি কংগ্ৰেছ, ৰাহুল গান্ধীৰ পাছত এইবাৰ ছেম পিত্ৰোডাৰ মন্তব্যক লৈ তোলপাৰ

সংকটত নেকি কংগ্ৰেছ, ৰাহুল গান্ধীৰ পাছত এইবাৰ ছেম পিত্ৰোডাৰ মন্তব্যক লৈ তোলপাৰ

প্ৰেমিকাই নিতৌ কৰিছিল ১০০ৰো অধিক ফোন, পাছে শেষত কাৰণ জানিব পাৰি আচৰিত সকলো

প্ৰেমিকাই নিতৌ কৰিছিল ১০০ৰো অধিক ফোন, পাছে শেষত কাৰণ জানিব পাৰি আচৰিত সকলো

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.