• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
নতুন দিন, নতুন চেলেঞ্জ! ছানিয়া-ছোৱেইবৰ বিবাহ বিচ্ছেদে চৰ্চা লাভ কৰোতেই ছোৱেইবে দিলে বিশেষ পষ্ট

নতুন দিন, নতুন চেলেঞ্জ! ছানিয়া-ছোৱেইবৰ বিবাহ বিচ্ছেদে চৰ্চা লাভ কৰোতেই ছোৱেইবে দিলে বিশেষ পষ্ট

4 years ago
8th Pay Commission: পেঞ্চনৰ পৰা গ্ৰেচুইটিলৈ, কেন্দ্ৰীয় কৰ্মচাৰীয়ে উত্থাপন কৰিছে ৩টা ডাঙৰ দাবী

8th Pay Commission: পেঞ্চনৰ পৰা গ্ৰেচুইটিলৈ, কেন্দ্ৰীয় কৰ্মচাৰীয়ে উত্থাপন কৰিছে ৩টা ডাঙৰ দাবী

1 hour ago
হ্ৰাস পাইছে সোণ-ৰূপৰ মূল্য! এয়া সোণ কিনাৰ সঠিক সময় নেকি?

হ্ৰাস পাইছে সোণ-ৰূপৰ মূল্য! এয়া সোণ কিনাৰ সঠিক সময় নেকি?

2 hours ago
কাইলৈৰ পৰা আৰম্ভ ফিফা বিশ্বকাপ ফুটবল মহাৰণ, কোনটো দলক সমৰ্থন কৰিব আপুনি?

কাইলৈৰ পৰা আৰম্ভ ফিফা বিশ্বকাপ ফুটবল মহাৰণ, কোনটো দলক সমৰ্থন কৰিব আপুনি?

3 hours ago
জনতাৰ হৃদয় জিনিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে! সৰ্বাধিককাল প্ৰধানমন্ত্ৰী হোৱাৰ গঢ়িলে অভিলেখ

জনতাৰ হৃদয় জিনিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে! সৰ্বাধিককাল প্ৰধানমন্ত্ৰী হোৱাৰ গঢ়িলে অভিলেখ

4 hours ago
সূৰ্যৰ গোচৰে আনিব ডাঙৰ পৰিৱৰ্তন, কাৰ কাৰ ভাগ্য মুকলি হ’ব জানক

সূৰ্যৰ গোচৰে আনিব ডাঙৰ পৰিৱৰ্তন, কাৰ কাৰ ভাগ্য মুকলি হ’ব জানক

4 hours ago
কাইলৈ ভাগ্য উদয় হ’ব ৫ ৰাশিৰ, হঠাতে হাতলৈ আহিব পাৰে অৰ্থ!

আপোনাৰ দিনটো কেনেকুৱা হ’ব? সকলো উত্তৰ পাব আজিৰ ৰাশিফলত…

5 hours ago
মিঠাইসমূহত কিয় micro Silver Foil ব্যৱহাৰ কৰা হয়?

মিঠাইসমূহত কিয় micro Silver Foil ব্যৱহাৰ কৰা হয়?

14 hours ago
ভাৰততকৈও অশান্তিকৰ পৰিৱেশ আমেৰিকাত: GPI

ভাৰততকৈও অশান্তিকৰ পৰিৱেশ আমেৰিকাত: GPI

14 hours ago
কেতিয়াৰ পৰা আৰম্ভ হ’ব Bigg Boss 20?

কেতিয়াৰ পৰা আৰম্ভ হ’ব Bigg Boss 20?

15 hours ago
কি হ’ব খান ছাৰৰ? অগ্ৰিম জামিন পাবনে ৰঙাঘৰৰ আলহী হ’ব? 

কি হ’ব খান ছাৰৰ? অগ্ৰিম জামিন পাবনে ৰঙাঘৰৰ আলহী হ’ব? 

16 hours ago
কিয় বিত্ত, শিক্ষা, স্বাস্থ্যৰ সমানেই গুৰুত্বপূৰ্ণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ জনসংযোগ বিভাগ?

কিয় বিত্ত, শিক্ষা, স্বাস্থ্যৰ সমানেই গুৰুত্বপূৰ্ণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ জনসংযোগ বিভাগ?

17 hours ago
ৰিয়ান পৰাগৰ ঠাইত খেলাৰ সুযোগ পায়ে এইজন ক্ৰিকেটাৰে কোবালে চেঞ্চুৰী

ৰিয়ান পৰাগৰ ঠাইত খেলাৰ সুযোগ পায়ে এইজন ক্ৰিকেটাৰে কোবালে চেঞ্চুৰী

18 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, June 10, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

নতুন দিন, নতুন চেলেঞ্জ! ছানিয়া-ছোৱেইবৰ বিবাহ বিচ্ছেদে চৰ্চা লাভ কৰোতেই ছোৱেইবে দিলে বিশেষ পষ্ট

editor by editor
November 12, 2022
in ক্ৰীড়া, জীৱনশৈলী, বিশ্ব, ভাৰত
0
নতুন দিন, নতুন চেলেঞ্জ! ছানিয়া-ছোৱেইবৰ বিবাহ বিচ্ছেদে চৰ্চা লাভ কৰোতেই ছোৱেইবে দিলে বিশেষ পষ্ট
0
SHARES
17.4k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ ছানিয়া মিৰ্জা আৰু ছোৱেইব মালিকৰ বিবাহ বিচ্ছেদক লৈ বিগত দিনকেইটাত অব্যাহত আছে চৰ্চা। চৰ্চাৰ মাজতেই প্ৰথমবাৰৰ বাবে সামাজিক মাধ্যমত প্ৰতিক্ৰিয়া দাঙি ধৰিছে ছোৱেইব মালিকে। এটা বিশেষ টুইট কৰিছে ছোৱেইবে। টুইটটো দেখা মাত্ৰকেই নেটিজেনে কৈছে তালাক ফাইনেল।
টুইটত ছোৱেইবে লিখিছে, ‘নতুন দিন নতুন চেলেঞ্জ। আনন্দেৰে জনাও যে ২০২৩ চনত পাকিস্তান ছুপাৰ লিগ কৰাচি কিংছৰ হৈ খেলিম। পোছোৱাৰ জালমিৰ সৈতে কটোৱা প্ৰতিটো মুহূৰ্তই মই মনত ৰাখিম। এইবাৰ আৰু নতুনকৈ আৰম্ভ হ’ব সকলো।’

ছোৱেইবৰ টুইটৰ পৰা এইটোৱেই পৰিষ্কাৰ হয় যে তেওঁ পাকিস্তানৰ ছুপাৰ লীগ নতুন দলৰ হৈ খেলিব। কিন্তু ছানিয়াৰ সৈতে বিবাহ বিচ্ছেদক লৈ কোনোধৰণৰ মন্তব্য কৰা নাই পাকিস্তানৰ প্ৰাক্তন অধিনায়কগৰাকীয়ে। ইতিমধ্যে পাকিস্তানৰ এটা টেলিভিছন চেনেলত প্ৰকাশ পোৱা অনুযায়ী আইনী মেৰপেছ কিছু আছে যাৰ বাবে এইসম্পৰ্কে দুয়োৱেই কোনো মন্তব্য দিয়া নাই। ছানিয়া-ছোৱেইবে টেলিভিছনৰ বহুকেইটা অনুষ্ঠানৰ সৈতে চুক্তিবদ্ধও হৈ আছে। এই পৰিস্থিতিত বিবাহ বিচ্ছেদ ঘোষণা কৰিলে আইনী সমস্যাৰ সন্মুখীন হ’ব দুয়োৱে। এইসমূহ বিজ্ঞাপনেৰে থকা চুক্তি শেষ হ’লেই দুয়োৱে বিচ্ছেদৰ কথা ঘোষণা কৰিব বুলিও উল্লেখ কৰিছে পাকিস্তানৰ বিশেষ টেলিভিছন চেনেলটোৱে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কাইলৈৰ পৰা আৰম্ভ ফিফা বিশ্বকাপ ফুটবল মহাৰণ, কোনটো দলক সমৰ্থন কৰিব আপুনি?
বিনোদন

কাইলৈৰ পৰা আৰম্ভ ফিফা বিশ্বকাপ ফুটবল মহাৰণ, কোনটো দলক সমৰ্থন কৰিব আপুনি?

June 10, 2026
জনতাৰ হৃদয় জিনিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে! সৰ্বাধিককাল প্ৰধানমন্ত্ৰী হোৱাৰ গঢ়িলে অভিলেখ
ভাৰত

জনতাৰ হৃদয় জিনিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে! সৰ্বাধিককাল প্ৰধানমন্ত্ৰী হোৱাৰ গঢ়িলে অভিলেখ

June 10, 2026
সূৰ্যৰ গোচৰে আনিব ডাঙৰ পৰিৱৰ্তন, কাৰ কাৰ ভাগ্য মুকলি হ’ব জানক
জীৱনশৈলী

সূৰ্যৰ গোচৰে আনিব ডাঙৰ পৰিৱৰ্তন, কাৰ কাৰ ভাগ্য মুকলি হ’ব জানক

June 10, 2026
কাইলৈ ভাগ্য উদয় হ’ব ৫ ৰাশিৰ, হঠাতে হাতলৈ আহিব পাৰে অৰ্থ!
জীৱনশৈলী

আপোনাৰ দিনটো কেনেকুৱা হ’ব? সকলো উত্তৰ পাব আজিৰ ৰাশিফলত…

June 10, 2026
Next Post
কৈছিল পক্ষতেই, বুজাতহে ভুল হ’ল শশীৰ! মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু শশী থাৰুৰৰ বাকযুদ্ধৰ আঁৰত কি?

কৈছিল পক্ষতেই, বুজাতহে ভুল হ’ল শশীৰ! মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু শশী থাৰুৰৰ বাকযুদ্ধৰ আঁৰত কি?

মাহীৰো মন ৰাজনীতিলৈ অহাৰ! অমিত শ্বাহেৰে হেণ্ডচেক, নেট দুনীয়াত শ্বাহ-মাহী কিয় ভাইৰেল?

মাহীৰো মন ৰাজনীতিলৈ অহাৰ! অমিত শ্বাহেৰে হেণ্ডচেক, নেট দুনীয়াত শ্বাহ-মাহী কিয় ভাইৰেল?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.