• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
শ্বাহৰুখ খানক ধমকি দিয়া লোকৰ উদ্দেশ্য আছিল অন্যহে, পোহৰলৈ সকলো

শ্বাহৰুখ খানক ধমকি দিয়া লোকৰ উদ্দেশ্য আছিল অন্যহে, পোহৰলৈ সকলো

1 year ago
নিৰ্বাচনৰ পূৰ্বে যোৰহাটত ভয়ংকৰ ঘটনা, বিস্ফোৰণত নিহত পিতা-পুত্ৰ

নিৰ্বাচনৰ পূৰ্বে যোৰহাটত ভয়ংকৰ ঘটনা, বিস্ফোৰণত নিহত পিতা-পুত্ৰ

14 minutes ago
চিন্তা নাই, মুখ্যমন্ত্ৰীয়ে দিলে অভয়বাণী, পেট্ৰ’ল-ডিজেলৰ সংকট নাহে ৰাজ্যলৈ

চিন্তা নাই, মুখ্যমন্ত্ৰীয়ে দিলে অভয়বাণী, পেট্ৰ’ল-ডিজেলৰ সংকট নাহে ৰাজ্যলৈ

1 hour ago
কন্যা সন্তানক কিয় ঘৰৰ লক্ষ্মী বুলি কোৱা হয়? ইয়াৰ আঁৰত ৰহস্য জানক

কন্যা সন্তানক কিয় ঘৰৰ লক্ষ্মী বুলি কোৱা হয়? ইয়াৰ আঁৰত ৰহস্য জানক

2 hours ago
মমো খাই অসুস্থ, খাদ্য বিষক্ৰিয়াৰ পৰা কেনেকৈ পৰিব ৰক্ষা জানক

মমো খাই অসুস্থ, খাদ্য বিষক্ৰিয়াৰ পৰা কেনেকৈ পৰিব ৰক্ষা জানক

3 hours ago
ৰন্ধনঘৰৰ এই সামগ্ৰীতেই লুকাই থাকে হাজাৰ ৰোগৰ বিষ! আজিয়েই সতৰ্ক হওক, অন্যথা বিপদ বাঢ়িব

ৰন্ধনঘৰৰ এই সামগ্ৰীতেই লুকাই থাকে হাজাৰ ৰোগৰ বিষ! আজিয়েই সতৰ্ক হওক, অন্যথা বিপদ বাঢ়িব

4 hours ago
আমাৰ ধৰ্ম ভিন্ন, বয়সৰ ব্যৱধান আছে, নিকৰ সৈতে দূৰত্ব বাঢ়িছে? বিচ্ছেদৰ খবৰক লৈ কি কৈছে প্ৰিয়ংকাই?

আমাৰ ধৰ্ম ভিন্ন, বয়সৰ ব্যৱধান আছে, নিকৰ সৈতে দূৰত্ব বাঢ়িছে? বিচ্ছেদৰ খবৰক লৈ কি কৈছে প্ৰিয়ংকাই?

5 hours ago
বসন্ততেই পোৱা যায়! খাদ্য তালিকাত ৰাখক এইবিধ খাদ্য, বাঢ়িব যৌ* ক্ষমতা, আৰু কি কি গুণ আছে এই খাদ্যৰ?

বসন্ততেই পোৱা যায়! খাদ্য তালিকাত ৰাখক এইবিধ খাদ্য, বাঢ়িব যৌ* ক্ষমতা, আৰু কি কি গুণ আছে এই খাদ্যৰ?

5 hours ago
প্ৰতিদিনৰ ৪ অভ্যাসে আপোনাৰ উন্নতিৰ পথৰ সকলোতকৈ ডাঙৰ বাধা, কি কৈছে গৰুড় পুৰাণে?

প্ৰতিদিনৰ ৪ অভ্যাসে আপোনাৰ উন্নতিৰ পথৰ সকলোতকৈ ডাঙৰ বাধা, কি কৈছে গৰুড় পুৰাণে?

5 hours ago
মীনৰ ঘৰত ৩ গ্ৰহৰ মেলা, লগতে আদিত্য মঙ্গল যোগ, নতুন সপ্তাহত সাফল্য লাভ কৰিব ৫ৰাশিয়ে

মীনৰ ঘৰত ৩ গ্ৰহৰ মেলা, লগতে আদিত্য মঙ্গল যোগ, নতুন সপ্তাহত সাফল্য লাভ কৰিব ৫ৰাশিয়ে

6 hours ago
২ বছৰত সুদ হিচাপেই পাব ৬০ হাজাৰ টকা, পোষ্ট অফিচৰ এই স্কিম সম্পৰ্কে জানেনে?

২ বছৰত সুদ হিচাপেই পাব ৬০ হাজাৰ টকা, পোষ্ট অফিচৰ এই স্কিম সম্পৰ্কে জানেনে?

6 hours ago
ফেটি লিভাৰে ক্ষতি কৰে শৰীৰৰ এই ৪ অংগৰ, কি ৭ বিধ খাদ্য এই ৰোগৰ ৰক্ষাকবচ?

ফেটি লিভাৰে ক্ষতি কৰে শৰীৰৰ এই ৪ অংগৰ, কি ৭ বিধ খাদ্য এই ৰোগৰ ৰক্ষাকবচ?

7 hours ago
কি ভিটামিনৰ অভাৱত আঁঠুৰ বিষ হ’ব পাৰে? কম বয়সতে আঁঠু বিষৰ সমস্যা হ’লে খাদ্য তালিকাত কি কি অন্তৰ্ভুক্ত কৰাটো জৰুৰী?

কি ভিটামিনৰ অভাৱত আঁঠুৰ বিষ হ’ব পাৰে? কম বয়সতে আঁঠু বিষৰ সমস্যা হ’লে খাদ্য তালিকাত কি কি অন্তৰ্ভুক্ত কৰাটো জৰুৰী?

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, March 28, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন চিনেমা

শ্বাহৰুখ খানক ধমকি দিয়া লোকৰ উদ্দেশ্য আছিল অন্যহে, পোহৰলৈ সকলো

editor by editor
November 21, 2024
in চিনেমা, জীৱনশৈলী, বিনোদন, বিবিধ, বিশ্ব, ভাৰত
0
শ্বাহৰুখ খানক ধমকি দিয়া লোকৰ উদ্দেশ্য আছিল অন্যহে, পোহৰলৈ সকলো
0
SHARES
182
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

শ্বাহৰুখ খানক ধমকি দিয়া লোকৰ উদ্দেশ্য আছিল অন্যহে, পোহৰলৈ সকলো

বলীউডৰ অভিনেতা শ্বাহৰুখ খানক হত্যাৰ ভাবুকি দিয়াৰ লগতে ৫০ লাখ টকা মুক্তিপণৰ দাবীৰ ঘটনাত এক চাঞ্চল্যকৰ তথ্য পোহৰলৈ আহিছে। আৰক্ষী সূত্ৰই জনোৱা মতে, বান্দ্ৰা আৰক্ষীৰ তদন্তত ৰায়পুৰৰ পৰা গ্ৰেপ্তাৰ হোৱা অভিযুক্ত অধিবক্তা ফৈজান খানে কেৱল অভিনেতা শ্বাহৰুখ খানকেই নহয়, পুত্ৰৰ ওপৰতো দৃষ্টি ৰাখিছিল।

ফৈজান খানে শ্বাহৰুখৰ লগতে তেখেতৰ পুত্ৰ আৰিয়ান খানৰো নিৰাপত্তাৰ বাবে নিয়োজিত জোৱানৰ সকলো তথ্য আহৰণ কৰা বুলি জানিব পৰা গৈছে।

এজন বিষয়াই জনোৱা মতে, অভিযুক্তই অনলাইন চাৰ্চ কৰি শ্বাহৰুখৰ নিৰাপত্তা আৰু পুত্ৰ আৰিয়ানৰ সম্পৰ্কে বহু তথ্য সংগ্ৰহ কৰিছিল। অভিযুক্তৰ হাতত থকা দ্বিতীয়টো মোবাইল ফোনত যেতিয়া ভালদৰে পৰীক্ষা কৰা হয়, তেতিয়া ইয়াৰ ইণ্টাৰনেটৰ ইতিহাসত একেই কথা পোহৰলৈ আহে।

সূত্ৰই লগতে দাবী কৰিছে যে অভিযুক্তৰ মোবাইল ফোনৰ পৰা শ্বাহৰুখৰ নিৰাপত্তা আৰু পুত্ৰ আৰিয়ানৰ বিষয়ে অনলাইন চাৰ্চ হিষ্ট্ৰী উদ্ধাৰ কৰিছে যদিও অভিযুক্তই কিয় এই তথ্য সংগ্ৰহ কৰিছে বুলি সোধাত অভিযুক্তই এই বিষয়ে অস্বীকাৰ কৰে।

বান্দ্ৰা আৰক্ষীয়ে জনোৱা মতে, অভিযুক্তই ইণ্টাৰনেটৰ পৰা বান্দ্ৰা থানাৰ লেণ্ডলাইন নম্বৰ উলিয়াইছিল আৰু তাৰ পিছত তেওঁ ফোন যোগে ভাবুকি দিছিল।

বান্দ্ৰা আৰক্ষীৰ তদন্তত এইটোও প্ৰকাশ পাইছে যে অভিযুক্তই শ্বাহৰুখক ভাবুকি দিবলৈ ব্যৱহাৰ কৰা মোবাইলটো এসপ্তাহ আগতে ক্ৰয় কৰা হৈছিল অৰ্থাৎ ৩০ অক্টোবৰত অভিযুক্ত ফৈজান নিজেই এই মোবাইলটো ক্ৰয় কৰিছিল আৰু তেওঁ পুৰণি চিম কাৰ্ড ব্যৱহাৰ কৰিছিল।

২ নৱেম্বৰত মোবাইল চুৰিৰ এজাহাৰ দাখিল কৰিছিল যদিও মোবাইল নম্বৰ চুইচ অফ কৰা নাছিল। বান্দ্ৰা আৰক্ষীৰ তদন্ত অনুসৰি যদি মোবাইলটো চুৰি হ’লহেঁতেন তেন্তে চুৰি কৰা ব্যক্তিয়ে চিমৰ কৰ্ড সলনি কৰি আন এখন চিম লগাই দিলেহেঁতেন, কিন্তু এই ক্ষেত্ৰত এনে একো হোৱা নাই।

আৰক্ষীৰ সন্দেহ যে অভিযুক্তই নিজেই অপৰাধত ব্যৱহৃত মোবাইল ফোনটো ক’ৰবাত লুকুৱাই ৰাখিছে বুলি আৰক্ষীৰ তদন্তত প্ৰকাশ পাইছে যে অভিযুক্তই এই ভাবুকি দিয়াৰ পূৰ্বে পৰিকল্পনা যুগুত কৰিছিল আৰু সেই অনুসৰি সম্পন্ন কৰিছিল।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Bollywood King Khanmumbaimumbai policeSahrukh KhanSahrukh Khan son
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

নিৰ্বাচনৰ পূৰ্বে যোৰহাটত ভয়ংকৰ ঘটনা, বিস্ফোৰণত নিহত পিতা-পুত্ৰ
অসম

নিৰ্বাচনৰ পূৰ্বে যোৰহাটত ভয়ংকৰ ঘটনা, বিস্ফোৰণত নিহত পিতা-পুত্ৰ

March 28, 2026
চিন্তা নাই, মুখ্যমন্ত্ৰীয়ে দিলে অভয়বাণী, পেট্ৰ’ল-ডিজেলৰ সংকট নাহে ৰাজ্যলৈ
অসম

চিন্তা নাই, মুখ্যমন্ত্ৰীয়ে দিলে অভয়বাণী, পেট্ৰ’ল-ডিজেলৰ সংকট নাহে ৰাজ্যলৈ

March 28, 2026
কন্যা সন্তানক কিয় ঘৰৰ লক্ষ্মী বুলি কোৱা হয়? ইয়াৰ আঁৰত ৰহস্য জানক
জীৱনশৈলী

কন্যা সন্তানক কিয় ঘৰৰ লক্ষ্মী বুলি কোৱা হয়? ইয়াৰ আঁৰত ৰহস্য জানক

March 28, 2026
মমো খাই অসুস্থ, খাদ্য বিষক্ৰিয়াৰ পৰা কেনেকৈ পৰিব ৰক্ষা জানক
জীৱনশৈলী

মমো খাই অসুস্থ, খাদ্য বিষক্ৰিয়াৰ পৰা কেনেকৈ পৰিব ৰক্ষা জানক

March 28, 2026
Next Post
ভাৰতৰ চুবুৰীয়া দেশত ডাঙৰ আক্ৰমনৰ ঘটনা, আৰক্ষীসহ ৩৮ নিহত, মৃতকৰ সংখ্যা বৃদ্ধি পোৱাৰ সম্ভাৱনা

ভাৰতৰ চুবুৰীয়া দেশত ডাঙৰ আক্ৰমনৰ ঘটনা, আৰক্ষীসহ ৩৮ নিহত, মৃতকৰ সংখ্যা বৃদ্ধি পোৱাৰ সম্ভাৱনা

বেঞ্জামিন নেতান্যাহুৰ বিৰুদ্ধে আন্তঃৰাষ্ট্ৰীয় আদালতৰ গ্ৰেপ্তাৰী পৰোৱানা

বেঞ্জামিন নেতান্যাহুৰ বিৰুদ্ধে আন্তঃৰাষ্ট্ৰীয় আদালতৰ গ্ৰেপ্তাৰী পৰোৱানা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.