• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
global film festival

ডিচেম্বৰত ছিকিমত চলচ্চিত্ৰ মহোৎসৱ

4 years ago
পত্নী বেমাৰী কিন্তু সহ অভিনেত্ৰীৰ সৈতে প্ৰেমত মচগুল নায়ক, তাৰ পিছত…

33 minutes ago
পেৰাচিটামলৰ দাম বাঢ়িব পাৰে, আৰু কি কি আছে এই তালিকাত? যুদ্ধৰ প্ৰভাৱ ঔষধৰ বজাৰতো

2 hours ago
জনগোষ্ঠীয় সশস্ত্ৰ সংগঠনক আধুনিক যুদ্ধ কৌশল শিকাবলৈ অনুমতি অবিহনে উত্তৰ পূৱত প্ৰৱেশ আমেৰিকাৰ মেথিউ এৰন ভেনডাইকৰ, ৰাছিয়াই ভাৰতক দিলে কেইবাটাও ডাঙৰ তথ্য, গ্ৰেপ্তাৰ মেথিউ

3 hours ago
প্ৰতি মাহে SIPত ৩০,০০০ টকাকৈ বিনিয়োগ কৰিছে? ৫ বছৰ পাছত কিমান টকা পাব?

4 hours ago
মঘা নক্ষত্ৰলৈ আহিব কেতু, আগন্তুক ৮ মাহ ধৰি উন্নতিৰ গ্ৰাফে আকাশ চুব এই ৫ৰাশিৰ

হৃদয়ে হৃদয়ে আজি ফুলিছে পদুম, অসমজুৰি এতিয়া পদুমৰ সুবাস, সামাজিক মাধ্যমত শ্বেয়াৰ হিমন্ত বিশ্ব শৰ্মাৰ কেইবাখনো আলোকচিত্ৰ

ছবিয়ে কৈছে ৰাজনৈতিক দৃশ্যপটৰ কথা! অতুল বৰাক গামোছাৰে সম্ভাষণ দিছপুৰ সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী মীৰা বৰঠাকুৰৰ

5 hours ago
পত্নী আইমী আৰু দুই সন্তানক লৈ মনোনয়ন দাখিলৰ বাবে আগবাঢ়িছে পীয়ুষ হাজৰিকা

বৰষুণেও ম্লান কৰিব পৰা নাই ৰাইজৰ মৰম-উৎসাহ! জনতাৰ ওচৰত কৃতজ্ঞ হৈ কি কৈছে হিমন্ত বিশ্ব শৰ্মাই

শনিক খং উঠালেই সৰ্বনাশ…! ভুলতো এই সামগ্ৰী নিবেদন নকৰিব শনিদেৱক

6 hours ago
মাহিলী ১২,৫০০ টকাকৈ বিনিয়োগ কৰি ১৫ বছৰত পাব মুঠ ৪০লাখ টকা, ক’ত কেনেকৈ বিনিয়োগ কৰিব লাগিব?

7 hours ago
গুৰুৰ ৰাশিলৈ আহিছে মঙ্গল, এপ্ৰিলৰ আৰম্ভণিতে আয়ৰ নতুন পথ খুলিছে ৪ৰাশিৰ

  • About
  • Advertise
  • Careers
  • English Edition
Friday, March 20, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন চিনেমা

ডিচেম্বৰত ছিকিমত চলচ্চিত্ৰ মহোৎসৱ

editor by editor
November 23, 2021
in অসম, গুৱাহাটী, চিনেমা, বিনোদন, বিশ্ব, ভাৰত
0
global film festival
0
SHARES
60
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ ১০ ডিচেম্বৰৰ পৰা ১৪ ডিচেম্বৰলৈ ছিকিমত অনুষ্ঠিত হ’ব দ্বিতীয় সংখ্যক ‘ছিকিম গ্ল’বেল ফিল্ম ফেষ্টিভেল ২০২১’ শীৰ্ষক চলচ্চিত্ৰ মহোৎসৱ৷ ছিকিম চৰকাৰৰ ফিল্ম প্ৰম’চন ব’ৰ্ড আৰু তথ্য আৰু জনসংযোগ বিভাগৰ উদ্যোগত অনুষ্ঠিত হ’ব চলচ্চিত্ৰ মহোৎসৱ৷ এই মহোৎসৱৰ উদ্দেশ্য ছিকিম তথা উত্তৰ-পূৰ্বাঞ্চলৰ চলচ্চিত্ৰ আৰু ফেশ্বন ক্ষেত্ৰৰ উত্তৰণ তথা ছিকিমক ‘ফিল্ম টুৰিজ্ম হটস্পট’ৰূপে প্ৰতিষ্ঠা কৰা৷ ৫ দিনীয়াকৈ অনুষ্ঠিত হ’বলগীয়া চলচ্চিত্ৰ মহোৎসৱত অংশগ্ৰহণ কৰিব চলচ্চিত্ৰ উদ্যোগৰে জড়িত দেশী-বিদেশী বহু বিশিষ্ট অভিনেতা-অভিনেত্ৰী, প্ৰযোজক-পৰিচালকে৷ চলচ্চিত্ৰ মহোৎসৱত অংশগ্ৰহণ কৰিব মালাইকা অড়োৰা, প্ৰিয়দৰ্শন, লিজা ৰয়, সঞ্জয় পুৰণ সিং চৌহান, অক্ষয় আদিত্য লামা, সঞ্জয় ঘোষ, সোণালী খুল্লাৰ শ্ৰুফ, অনন্ত নাৰায়ণ মহাদেৱনকে ধৰি বলীউডৰ বহু তাৰকাই৷ এই মহোৎসৱত অংশ ল’ব ফ্ৰান্স, ইটালী, আমেৰিকা আদি দেশৰ বহুকেইগৰাকী ছবি পৰিচালক, অভিনেতা-অভিনেত্ৰী আৰু প্ৰযোজকে৷ অংশগ্ৰহণ কৰিব স্পেইনৰ সাংসদেও৷ চলচ্চিত্ৰ মহোৎসৱলৈ অতিথিৰূপে আমন্ত্ৰিত হৈছে অসমৰ সাংবাদিক দেৱজিৎ ভূঞাও৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24Best Assamese News Channelsikkim global film festival
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

পত্নী বেমাৰী কিন্তু সহ অভিনেত্ৰীৰ সৈতে প্ৰেমত মচগুল নায়ক, তাৰ পিছত…
বিনোদন

March 20, 2026
জনগোষ্ঠীয় সশস্ত্ৰ সংগঠনক আধুনিক যুদ্ধ কৌশল শিকাবলৈ অনুমতি অবিহনে উত্তৰ পূৱত প্ৰৱেশ আমেৰিকাৰ মেথিউ এৰন ভেনডাইকৰ, ৰাছিয়াই ভাৰতক দিলে কেইবাটাও ডাঙৰ তথ্য, গ্ৰেপ্তাৰ মেথিউ
জীৱনশৈলী

জনগোষ্ঠীয় সশস্ত্ৰ সংগঠনক আধুনিক যুদ্ধ কৌশল শিকাবলৈ অনুমতি অবিহনে উত্তৰ পূৱত প্ৰৱেশ আমেৰিকাৰ মেথিউ এৰন ভেনডাইকৰ, ৰাছিয়াই ভাৰতক দিলে কেইবাটাও ডাঙৰ তথ্য, গ্ৰেপ্তাৰ মেথিউ

March 20, 2026
প্ৰতি মাহে SIPত ৩০,০০০ টকাকৈ বিনিয়োগ কৰিছে? ৫ বছৰ পাছত কিমান টকা পাব?
জীৱনশৈলী

প্ৰতি মাহে SIPত ৩০,০০০ টকাকৈ বিনিয়োগ কৰিছে? ৫ বছৰ পাছত কিমান টকা পাব?

March 20, 2026
হৃদয়ে হৃদয়ে আজি ফুলিছে পদুম, অসমজুৰি এতিয়া পদুমৰ সুবাস, সামাজিক মাধ্যমত শ্বেয়াৰ হিমন্ত বিশ্ব শৰ্মাৰ কেইবাখনো আলোকচিত্ৰ
অসম

Next Post
এক্স গাৰ্লফ্ৰেণ্ডৰ এটা ফোনকলৰ পাছতেই  ৰভাতলীত লাগিল হুৱা-দুৱা, দৰা এতিয়া ৰঙাঘৰৰ আলহী…

protest

"আদাক দেখি উঠিল গা কেতুৰিয়ে বোলে মোকো খা", প্ৰসংগ: দিল্লীত কৃষক আন্দোলন আৰু অসমত কা আন্দোলন

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন