• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
গুৰু ৰন্ধাৱা চিকিৎসালয়ত ভৰ্তি, বেয়াকৈ আঘাতপ্ৰাপ্ত

গুৰু ৰন্ধাৱা চিকিৎসালয়ত ভৰ্তি, বেয়াকৈ আঘাতপ্ৰাপ্ত

2 years ago
কেনেকুৱা পুৰুষে আকৰ্ষণ কৰে মডাৰ্ণ নাৰীক? জানি হ’ব আচৰিত!

নাৰীয়ে পুৰুষৰ ক’ত প্ৰথম চকু দিয়ে, জানি হ’ব আচৰিত!

37 minutes ago
বেংক মেনেজাৰক ব্লেকমেইলিং যোৰহাটৰ যুৱতীৰ

বেংক মেনেজাৰক ব্লেকমেইলিং যোৰহাটৰ যুৱতীৰ

3 hours ago
শিক্ষকতাৰ নামত কলংক! শিক্ষকৰ ঘৰত চুৰি বাইকৰ পাহাৰ

শিক্ষকতাৰ নামত কলংক! শিক্ষকৰ ঘৰত চুৰি বাইকৰ পাহাৰ

4 hours ago
পুনৰ বিপদত ৰেপাৰ-কণ্ঠশিল্পী হানী সিং

পুনৰ বিপদত ৰেপাৰ-কণ্ঠশিল্পী হানী সিং

4 hours ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণীঃ এই ৫ ৰাশিৰ জীৱনলৈ আহিব পাৰে বৃহৎ পৰিৱৰ্তন

বাবা ভাংগাৰ ভৱিষ্যদ্বাণীঃ এই ৫ ৰাশিৰ জীৱনলৈ আহিব পাৰে বৃহৎ পৰিৱৰ্তন

5 hours ago
খালী ভৰি, শাৰী পিন্ধিয়েই ৬ মিনিটত ১,৬০০ মিটাৰ দৌৰ!

খালী ভৰি, শাৰী পিন্ধিয়েই ৬ মিনিটত ১,৬০০ মিটাৰ দৌৰ!

5 hours ago
শেষকৃত্যৰ ১২ দিন পিছত সুস্থ শৰীৰেৰে ঘৰলৈ উভতিল যুৱক

শেষকৃত্যৰ ১২ দিন পিছত সুস্থ শৰীৰেৰে ঘৰলৈ উভতিল যুৱক

6 hours ago
১৫০০ গৰাকী লোকক ৰূপৰ থালিত আপ্যায়ন

১৫০০ গৰাকী লোকক ৰূপৰ থালিত আপ্যায়ন

6 hours ago
মাত্ৰ ১০০ টকাৰ বাবে বৃদ্ধাক হত্যা

মাত্ৰ ১০০ টকাৰ বাবে বৃদ্ধাক হত্যা

7 hours ago
জানুৱাৰীৰ পৰা ডিচেম্বৰলৈ…, জানক ক’ৰ পৰা আহিল ইংৰাজী মাহৰ নাম

জানুৱাৰীৰ পৰা ডিচেম্বৰলৈ…, জানক ক’ৰ পৰা আহিল ইংৰাজী মাহৰ নাম

8 hours ago
নৱবিৱাহিত মহিলাক স্বামীৰ আপত্তিজন চৰ্ত

নৱবিৱাহিত মহিলাক স্বামীৰ আপত্তিজন চৰ্ত

9 hours ago
সংস্কৃত গুৰুকুলামত শোকাৱহ ঘটনা, পানীৰ টেংকিত ৪ ছাত্ৰৰ মৃ*তদেহ উদ্ধাৰ

সংস্কৃত গুৰুকুলামত শোকাৱহ ঘটনা, পানীৰ টেংকিত ৪ ছাত্ৰৰ মৃ*তদেহ উদ্ধাৰ

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, October 7, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

গুৰু ৰন্ধাৱা চিকিৎসালয়ত ভৰ্তি, বেয়াকৈ আঘাতপ্ৰাপ্ত

editor by editor
February 23, 2025
in জীৱনশৈলী, বিনোদন, বিবিধ, ভাৰত
0
গুৰু ৰন্ধাৱা চিকিৎসালয়ত ভৰ্তি, বেয়াকৈ আঘাতপ্ৰাপ্ত
0
SHARES
705
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

গুৰু ৰন্ধাৱা চিকিৎসালয়ত ভৰ্তি, বেয়াকৈ আঘাতপ্ৰাপ্ত

জনপ্ৰিয় গায়ক গুৰু ৰন্ধাৱা চিকিৎসালয়ত ভৰ্তি। হাস্পতালৰ পৰা ভাইৰেল হৈ পৰিছে ফটো। গায়কগৰাকীয়ে নিজেই খবৰটো শ্বেয়াৰ কৰি চিকিৎসালয়ৰ বিচনাৰ পৰা নিজৰ ফটো এখনো ছ’চিয়েল মিডিয়াত পোষ্ট কৰিছে।

যি ফটো দেখাৰ পিছতে চিন্তাত পৰিছে গায়কগৰাকীৰ অনুৰাগী সকল। আজি ২৩ ফেব্ৰুৱাৰী দেওবাৰে গায়িকাগৰাকীয়ে চিকিৎসালয়ৰ পৰা তেওঁৰ শেহতীয়া চাঞ্চল্যকৰ ফটো শ্বেয়াৰ কৰি স্বাস্থ্যৰ আপডেট শ্বেয়াৰ কৰে।

ফটো খন শ্বেয়াৰ কৰাৰ লগতে কেনেকৈ এই জখম পাই এই বিষয়েও সদৰি কৰে গায়কগৰাকীয়ে। ফটো শ্বেয়াৰ কৰি লিখে যে, ‘শৌংকী চৰ্দাৰ’ নামৰ ছবিখনৰ একচন দৃশ্যৰ শ্বুটিঙৰ সময়ত আঘাতপ্ৰাপ্ত হৈ চিকিৎসালয়ত ভৰ্তি হ’বলগীয়া হৈছিল।

শেহতীয়াকৈ গুৰু ৰান্ধৱাই তেওঁৰ পাঞ্জাবী ছবি ‘শৌংকী চৰ্দাৰ’ৰ শ্বুটিং কৰি আছিল, য’ত বাবু মান, নিমৃত কৌৰ আহলুৱালিয়া আৰু গুগু গিলেও অভিনয় কৰিছে। সেই ছবিখনৰেই একচন ছিকুৱেন্স পৰিৱেশন কৰি থাকোঁতে আঘাতপ্ৰাপ্ত হয় গায়ক ৰান্ধৱা।

গুৰুৱে লিখিছে, ‘মোৰ প্ৰথম ষ্টাণ্ট, মোৰ প্ৰথম আঘাত, কিন্তু মোৰ সাহস অক্ষত আছে। শৌংকি চৰ্দাৰ চিনেমাখনৰ চেটৰ পৰা এটা স্মৃতি থাকিব। বৰ কঠিন কাম… কিন্তু মই মোৰ দৰ্শকৰ বাবে কঠোৰ পৰিশ্ৰম কৰিম।

গুৰুৰ ফটো সামাজিক মাধ্যমত ভাইৰেল হৈ পৰাৰ পাছতে বহু অনুৰাগীৰ লগতে শুভাকাংশী আৰু অন্য তাৰকা সকলেও গায়কগৰাকীৰ আশু আৰোগ্য কামনা কৰিছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Guru RandhawasingerSinger GuruSinger Guru Randhawa
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কেনেকুৱা পুৰুষে আকৰ্ষণ কৰে মডাৰ্ণ নাৰীক? জানি হ’ব আচৰিত!
জীৱনশৈলী

নাৰীয়ে পুৰুষৰ ক’ত প্ৰথম চকু দিয়ে, জানি হ’ব আচৰিত!

October 7, 2026
শিক্ষকতাৰ নামত কলংক! শিক্ষকৰ ঘৰত চুৰি বাইকৰ পাহাৰ
অপৰাধ

শিক্ষকতাৰ নামত কলংক! শিক্ষকৰ ঘৰত চুৰি বাইকৰ পাহাৰ

October 7, 2026
পুনৰ বিপদত ৰেপাৰ-কণ্ঠশিল্পী হানী সিং
বিনোদন

পুনৰ বিপদত ৰেপাৰ-কণ্ঠশিল্পী হানী সিং

October 7, 2026
বাবা ভাংগাৰ ভৱিষ্যদ্বাণীঃ এই ৫ ৰাশিৰ জীৱনলৈ আহিব পাৰে বৃহৎ পৰিৱৰ্তন
জীৱনশৈলী

বাবা ভাংগাৰ ভৱিষ্যদ্বাণীঃ এই ৫ ৰাশিৰ জীৱনলৈ আহিব পাৰে বৃহৎ পৰিৱৰ্তন

October 7, 2026
Next Post
ভাৰত-পাক খেলঃ শচীনৰ বিশ্ব ৰেকৰ্ড ভংগ কৰাৰ সুবৰ্ণ সুযোগ বিৰাটৰ হাতত, সুযোগৰ সদ ব্যৱহাৰ কৰিবনে বিৰাটে !

ভাৰত-পাক খেলঃ শচীনৰ বিশ্ব ৰেকৰ্ড ভংগ কৰাৰ সুবৰ্ণ সুযোগ বিৰাটৰ হাতত, সুযোগৰ সদ ব্যৱহাৰ কৰিবনে বিৰাটে !

কেজৰিৱাল নহয়, আতিশী দিল্লীৰ বিৰোধী দলপতি, কাইলৈৰ পৰা বিধানসভাৰ অধিৱেশন

কেজৰিৱাল নহয়, আতিশী দিল্লীৰ বিৰোধী দলপতি, কাইলৈৰ পৰা বিধানসভাৰ অধিৱেশন

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.