• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কেনেকৈ মৃত্য হ’ল জনপ্ৰিয় কণ্ঠশিল্পী কে কেৰ? মৃত্যুৰ পূৰ্বে কি কৈছিল কে কে-এ?

কেনেকৈ মৃত্য হ’ল জনপ্ৰিয় কণ্ঠশিল্পী কে কেৰ? মৃত্যুৰ পূৰ্বে কি কৈছিল কে কে-এ?

4 years ago
আজি ছৌদি আৰৱত দেখা নগ’ল ঈদৰ জোন, ভাৰতত কেতিয়া পালন কৰিব ঈদ?

আজি ছৌদি আৰৱত দেখা নগ’ল ঈদৰ জোন, ভাৰতত কেতিয়া পালন কৰিব ঈদ?

41 minutes ago
কাইলৈ কপাল ফুলিব ৩ ৰাশিৰ জাতক-জাতিকাৰ! সকলো দিশৰ পৰা আহিব সফলতা!

কাইলৈ কপাল ফুলিব ৩ ৰাশিৰ জাতক-জাতিকাৰ! সকলো দিশৰ পৰা আহিব সফলতা!

2 hours ago
Knowledge News: মহে প্ৰস্ৰাৱ কৰেনে? জনাওক আপুনি কি ভাবে…

Knowledge News: মহে প্ৰস্ৰাৱ কৰেনে? জনাওক আপুনি কি ভাবে…

3 hours ago
বাৰে বাৰে নখ ভাঙিছে নেকি? জানক এয়া কি ৰোগৰ লক্ষণ

বাৰে বাৰে নখ ভাঙিছে নেকি? জানক এয়া কি ৰোগৰ লক্ষণ

4 hours ago
অনবৰতে মনটো অশান্তি লাগি থাকে নেকি? জানক কাৰণ

অনবৰতে মনটো অশান্তি লাগি থাকে নেকি? জানক কাৰণ

4 hours ago
ঘৰত মকৰাজালে অশান্তি কৰিছে নেকি? মুক্তি পোৱাৰ সহজ উপায়

ঘৰত মকৰাজালে অশান্তি কৰিছে নেকি? মুক্তি পোৱাৰ সহজ উপায়

5 hours ago
স্বামী-স্ত্ৰীয়ে পুৱা কৰক এই কাম, সুখী হ’ব দাম্পত্য জীৱন!

স্বামী-স্ত্ৰীয়ে পুৱা কৰক এই কাম, সুখী হ’ব দাম্পত্য জীৱন!

6 hours ago
মূল্যবৃদ্ধি হ’ব নেকি পেট্ৰ’ল-ডিজেলৰ? কেন্দ্ৰই দিলে ইংগিত

মূল্যবৃদ্ধি হ’ব নেকি পেট্ৰ’ল-ডিজেলৰ? কেন্দ্ৰই দিলে ইংগিত

6 hours ago
মোদীৰ পৰিয়ালত বিয়া হ’ব শ্ৰদ্ধা কাপুৰ! ঘনিষ্ঠ লোকে প্ৰকাশ কৰিছে তথ্য

মোদীৰ পৰিয়ালত বিয়া হ’ব শ্ৰদ্ধা কাপুৰ! ঘনিষ্ঠ লোকে প্ৰকাশ কৰিছে তথ্য

7 hours ago
PCOD ৰ সমস্যাই মাতৃ হোৱাৰ সপোন নিঃশেষ কৰে নেকি? জানক বিশেষজ্ঞৰ পৰা

PCOD ৰ সমস্যাই মাতৃ হোৱাৰ সপোন নিঃশেষ কৰে নেকি? জানক বিশেষজ্ঞৰ পৰা

7 hours ago
চেফটি পিনত কিয় সৰু বৃত্তটো থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

চেফটি পিনত কিয় সৰু বৃত্তটো থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

8 hours ago
পুৱাই এইসমূহ কাম কৰাৰ অভ্যাস আছে? এইকেইটা অভ্যাসৰ কাৰণেই বাঢ়ে বেয়া কলষ্টেৰল, হৃদৰোগৰ আশংকা কমাবলৈ এৰক এইসমূহ অভ্যাস

পুৱাই এইসমূহ কাম কৰাৰ অভ্যাস আছে? এইকেইটা অভ্যাসৰ কাৰণেই বাঢ়ে বেয়া কলষ্টেৰল, হৃদৰোগৰ আশংকা কমাবলৈ এৰক এইসমূহ অভ্যাস

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, March 19, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

কেনেকৈ মৃত্য হ’ল জনপ্ৰিয় কণ্ঠশিল্পী কে কেৰ? মৃত্যুৰ পূৰ্বে কি কৈছিল কে কে-এ?

editor by editor
June 1, 2022
in চিনেমা, ভাৰত, সংগীত
0
কেনেকৈ মৃত্য হ’ল জনপ্ৰিয় কণ্ঠশিল্পী কে কেৰ? মৃত্যুৰ পূৰ্বে কি কৈছিল কে কে-এ?
0
SHARES
368
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

কলকাতাত অনুষ্ঠিত এক কনচাৰ্টত অংশগ্ৰহণ কৰি কণ্ঠশিল্পী কে কে-এ মৃত্যুক আকোৱালি লোৱাৰ ঘটনাই সমগ্ৰ দেশজুৰি চঞ্চল্যৰ সৃষ্টি কৰাৰ লগতে অনুৰাগীক শোকস্তব্ধ কৰি তুলিছে৷

জনপ্ৰিয় কণ্ঠশিল্পীগৰাকীৰ চাঞ্চল্যকৰ মৃত্যুৰ কেইঘণ্টামান পিছতে এটা ভিডিঅ’ত তেওঁৰ শেষ অৱস্থা প্ৰত্যক্ষ কৰিছে অনুৰাগীসকলে৷ ভিডিঅ’টোত দেখা গৈছে যে ততাতৈয়াকৈ সভাস্থলীৰ পৰা বাহিৰলৈ লৈ যোৱাৰ সময়ত কণ্ঠশিল্পীগৰাকী অসুস্থ হৈ পৰিছে।

অনুষ্ঠানৰ পৰা তেওঁক পুনৰ নিজৰ হোটেললৈ লৈ যোৱা হয় আৰু তেতিয়া  তেওঁৰ স্বাস্থ্যৰ অৱস্থা অৱনতি ঘটা বুলিও জানিব পৰা গৈছে। খবৰ অনুসৰি কণ্ঠশিল্পীগৰাকীৰ বুকুৰ বিষত আক্ৰান্ত হৈ চিকিৎসালয়লৈ নিয়াৰ পথতে মৃত্যু হয়।

লগতে পঢ়ক চিগাৰেট সেৱনকাৰী বলীউডৰ তাৰকা, কিয় ধঁপাত ত্যাগ কৰিলে এই তাৰকাসকলে?

আন এটা ভিডিঅ’ত দেখা গৈছে যে  গীত পৰিৱেশন কৰি থকাৰ মাজতে গায়কজনে মুখ মচিবলৈ লোৱা বিৰতিত প্ৰচুৰভাৱে ঘামি উঠিছে। ভিডিঅ’টোত কাৰোবাৰ কণ্ঠত কোৱা শুনা গৈছিল, ‘‘ব্যহুট জ্যাদা গৰম হায় (বহুত গৰম হয়)৷’’ এটা সময়ত কে কেক মঞ্চত এজন মানুহক ইংগিতেৰে এয়াৰ কণ্ডিচনাৰৰ কথা কোৱা যেন দেখা গৈছে।

ইফালে এডিটিটিভিৰ এটা ভিডিঅ’ত কণ্ঠশিল্পীগৰাকীক কেইজমান লোকে ধৰি উলিয়াই অনা দেখা গৈছে৷ অৱশ্যে ভিডিঅ’টোত কে কে নিজেই খোজকাঢ়িব পৰা অৱস্থাতে আছিল৷

Singer KK filmed rushing from concert, died on way to hospital https://t.co/NDAmyOQHdS pic.twitter.com/M81yBiLqpN

— NDTV (@ndtv) June 1, 2022

কণ্ঠশিল্পীগৰাকীৰ প্ৰকৃত মৃত্যুৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই আৰু শীঘ্ৰেই মৰণোত্তৰ পৰীক্ষাৰ ৰিপৰ্ট দিয়াৰ সম্ভাৱনা আছে। এক সূত্ৰই প্ৰকাশ কৰিছে যে আৰক্ষীয়ে কে কেৰ অস্বাভাৱিক মৃত্যুৰ সন্দৰ্ভত ইতিমধ্যে গোচৰ ৰুজু কৰিছে।

ছ’চিয়েল মিডিয়াত বহুতে দাবী কৰিছে যে দক্ষিণ কলকাতাৰ নজৰুল মঞ্চৰ প্ৰেক্ষাগৃহটোত অত্যধিক লোকৰ সমাগম হৈছিল যাৰ ফলত ভিতৰৰ পৰিৱেশ মাত্ৰাধিক উষ্ণ হৈ পৰিছিল। নজৰুল মঞ্চত প্ৰায় ২৪০০ লোকৰ ক্ষমতা আছে যদিও ছ’চিয়েল মিডিয়াৰ পোষ্টত দাবী কৰা হৈছে যে কে কেৰ কলেজ ফেষ্টৰ বাবে পৰিৱেশন কৰা অনুষ্ঠান ইয়াতকৈ অধিকসংখ্যক লোকে প্ৰৱেশ কৰিছিল।

লগতে পঢ়ক আলফা(স্বা)ৰ ওচৰত ক্ষমা ভিক্ষা মন্ত্ৰীৰ, মুখ্যমন্ত্ৰীয়ে মন্ত্ৰীক কি সকীয়নি দিলে?

ইফালে ৫৩ বছৰীয়া কণ্ঠশিল্পী গৰাকী অসুস্থ হৈ পৰাত ততাতৈয়াকৈ চি এম আৰ আই হাস্পতাললৈ প্ৰেৰণ কৰা হয়। পাছত চিকিৎসালয়খনত চিকিৎসকে কে কেক মৃত বুলি ঘোষণা কৰে।

কে কে-এ অনুষ্ঠানৰ পূৰ্বে তেওঁৰ অফিচিয়েল ৱেবছাইট The Mesmerizerত কৈছিল, ‘‘এজন শিল্পীয়ে মঞ্চত থাকিলে এটা নিৰ্দিষ্ট শক্তি লাভ কৰে। এজনৰ অৱস্থা যিয়েই নহওক কিয়, মই এবাৰ মঞ্চত উঠিলে, মই সকলো পাহৰি যাওঁ আৰু সৰলভাৱে পৰিবেশন কৰো।’’

৯০ দশকতে বলিউদত আত্মপ্ৰকাশ কৰা ৫৩ বছৰীয়া কে কেই হিন্দী, তামিল, তেলেগু, কানাড়া, মালয়ালম, মাৰাঠী আৰু বাংলা আদি ভাষাত অসংখ্য গীত ৰেকৰ্ডিং কৰিছে।

লগতে পঢ়ক জুন মাহত কোন কোন ৰাশিৰ ওপৰত পৰিব মা লক্ষ্মীৰ কৃপাৰ বৰষুণ?

তেওঁৰ মৃত্যুত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শোক প্ৰকাশ কৰি শ্ৰদ্ধাঞ্জলি জনাইছে৷ প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে কে কেৰ “গীতসমূহে সকলো বয়সৰ লোকৰ মাজত এক যোগসূত্ৰৰ দৰে, এক বিস্তৃত পৰিসৰৰ আৱেগ প্ৰতিফলিত কৰে৷”

দেশৰ জনপ্ৰিয় কণ্ঠশিল্পীগৰাকীৰ আকস্মিক মৃত্যুত সমগ্ৰ দেশৰ লগতে বিশ্বৰ বিভিন্ন প্ৰান্ত সিঁচৰিত হৈ থকা তেওঁৰ অনুৰাগীসকল শোকস্তব্ধ হৈ পৰিছে৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in Assambollywood singerK K
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আজি ছৌদি আৰৱত দেখা নগ’ল ঈদৰ জোন, ভাৰতত কেতিয়া পালন কৰিব ঈদ?
বিশ্ব

আজি ছৌদি আৰৱত দেখা নগ’ল ঈদৰ জোন, ভাৰতত কেতিয়া পালন কৰিব ঈদ?

March 18, 2026
মোদীৰ পৰিয়ালত বিয়া হ’ব শ্ৰদ্ধা কাপুৰ! ঘনিষ্ঠ লোকে প্ৰকাশ কৰিছে তথ্য
বিনোদন

মোদীৰ পৰিয়ালত বিয়া হ’ব শ্ৰদ্ধা কাপুৰ! ঘনিষ্ঠ লোকে প্ৰকাশ কৰিছে তথ্য

March 18, 2026
মীন ৰাশিলৈ আহি খেল দেখুৱাব মঙ্গলে, ভাগ্য চমকি উঠিব এই ৪ৰাশিৰ
জীৱনশৈলী

মীন ৰাশিলৈ আহি খেল দেখুৱাব মঙ্গলে, ভাগ্য চমকি উঠিব এই ৪ৰাশিৰ

March 18, 2026
ল’ৰাৰজাৰ দৰে ব্যৱহাৰ গৌৰৱৰ, বাৰে বাৰে অপমান সহ্য কৰিব নোৱাৰি দুখেৰে কংগ্ৰেছ এৰিছোঃ প্ৰদ্যুৎ বৰদলৈ
অসম

ল’ৰাৰজাৰ দৰে ব্যৱহাৰ গৌৰৱৰ, বাৰে বাৰে অপমান সহ্য কৰিব নোৱাৰি দুখেৰে কংগ্ৰেছ এৰিছোঃ প্ৰদ্যুৎ বৰদলৈ

March 18, 2026
Next Post
জীৱনৰ অন্তিম দিনা কি গানেৰে শ্ৰোতাক মন্ত্ৰমুগ্ধ কৰি থৈ গ’ল কে কে-এ?

জীৱনৰ অন্তিম দিনা কি গানেৰে শ্ৰোতাক মন্ত্ৰমুগ্ধ কৰি থৈ গ’ল কে কে-এ?

অন্য এক মাইলষ্টোন স্পৰ্শ! ‘লোকেল উৎপাত’ৰ ১ কোটি সংগ্ৰহ!

অন্য এক মাইলষ্টোন স্পৰ্শ! ‘লোকেল উৎপাত’ৰ ১ কোটি সংগ্ৰহ!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.