• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
গোপন চুক্তিৰ বিনিময়ত অনশন ভংগৰ অভিযোগ! ছোনম ৱাংচুকৰ কি নতুন বাৰ্তা?

গোপন চুক্তিৰ বিনিময়ত অনশন ভংগৰ অভিযোগ! ছোনম ৱাংচুকৰ কি নতুন বাৰ্তা?

3 months ago
ভাগ্যৰ দুৱাৰ হ’ব মুকলি, ৫ ৰাশিৰ ধন-সম্পত্তি, কৰ্মজীৱন আৰু প্ৰেমত আহিব পাৰে সুখবৰ

ভাগ্যৰ দুৱাৰ হ’ব মুকলি, ৫ ৰাশিৰ ধন-সম্পত্তি, কৰ্মজীৱন আৰু প্ৰেমত আহিব পাৰে সুখবৰ

1 hour ago
দৈনিক ৰাশিফল- কেনে যাব আজি ৯ ছেপ্টেম্বৰৰ দিনটো, সাৱধান হ’ব পৰিয়ালত মতানৈক্যৰ সম্ভাৱনা

হাতলৈ আহিব ধন, আজি ভাগ্য সলনি হ’ব পাৰে এইকেইটা ৰাশিৰ

2 hours ago
মেদবহুলতা-ডায়েবেটিছ ৰোগীসকল হওক সাৱধান!

মেদবহুলতা-ডায়েবেটিছ ৰোগীসকল হওক সাৱধান!

10 hours ago
ভয়ংকৰ নাও দুৰ্ঘটনা! ১১ জনৰ মৃত্যু

ভয়ংকৰ নাও দুৰ্ঘটনা! ১১ জনৰ মৃত্যু

10 hours ago
কোন পৰিচালকে শাৰীৰিক সম্পৰ্কৰ প্ৰস্তাৱ দিছিল অভিনেত্ৰী নীতি টেইলৰক?

কোন পৰিচালকে শাৰীৰিক সম্পৰ্কৰ প্ৰস্তাৱ দিছিল অভিনেত্ৰী নীতি টেইলৰক?

11 hours ago
নিজ বাসগৃহৰ সন্মুখতে মমতা বেনাৰ্জীক ছুৰীৰে আক্ৰমণ!

নিজ বাসগৃহৰ সন্মুখতে মমতা বেনাৰ্জীক ছুৰীৰে আক্ৰমণ!

12 hours ago
ইৰানক বিভাজিত কৰাৰ ষড়যন্ত্ৰ কৰিছিল ইলন মাস্কৰ STARLINK-এ?

ইৰানক বিভাজিত কৰাৰ ষড়যন্ত্ৰ কৰিছিল ইলন মাস্কৰ STARLINK-এ?

12 hours ago
এয়াৰ হোষ্টেছৰ চাকৰি এৰি যুৱতীৰ কেঁকোৰাৰ ব্যৱসায়

এয়াৰ হোষ্টেছৰ চাকৰি এৰি যুৱতীৰ কেঁকোৰাৰ ব্যৱসায়

13 hours ago
এবছৰৰ বাবে নিষিদ্ধ হ’ল গুটখা, চিগাৰেটৰ বিক্ৰী-উৎপাদন

এবছৰৰ বাবে নিষিদ্ধ হ’ল গুটখা, চিগাৰেটৰ বিক্ৰী-উৎপাদন

14 hours ago
সঁচাকৈয়ে গৰ্ভৱতী সাংবাদিকক ঠেলিছিল নেকি ৰাহুল গান্ধীয়ে?

সঁচাকৈয়ে গৰ্ভৱতী সাংবাদিকক ঠেলিছিল নেকি ৰাহুল গান্ধীয়ে?

14 hours ago
বিজেপি নেতাৰ গৃহত ডকাইতি

বিজেপি নেতাৰ গৃহত ডকাইতি

15 hours ago
পুনৰ লাডাখৰ ২৮টাকৈ স্থান চীনৰ বুলি দাবী

পুনৰ লাডাখৰ ২৮টাকৈ স্থান চীনৰ বুলি দাবী

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, October 14, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

গোপন চুক্তিৰ বিনিময়ত অনশন ভংগৰ অভিযোগ! ছোনম ৱাংচুকৰ কি নতুন বাৰ্তা?

২৬ দিনৰ অনশনৰ পিছতো সততাৰ প্ৰমাণ দিব লাগিব নেকি?-প্ৰশ্ন ৱাংচুকৰ

editor by editor
July 25, 2026
in বিবিধ, ভাৰত, লেখা
0
গোপন চুক্তিৰ বিনিময়ত অনশন ভংগৰ অভিযোগ! ছোনম ৱাংচুকৰ কি নতুন বাৰ্তা?
0
SHARES
880
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

২৬ দিন ধৰি অনশন কৰা ছোনম ৱাংচুকে অনশন ভংগ কৰাৰ পাছত একাংশ বিৰোধী সাংসদ আৰু নেতাই বিভিন্ন প্ৰশ্ন উত্থাপন কৰা দেখা গৈছে। কোনোৱে তেওঁক গোপন বুজাবুজি কৰাৰ অভিযোগ উত্থাপন কৰাৰ বিপৰীতে কোনোৱে তেওঁক আন্না-২ বুলি অভিযোগ কৰিছে। অৱশ্যে এক ভিডিঅ বাৰ্তাযোগে এই অভিযোগসমূহৰ উচিত উত্তৰ দিছে ছোনম ৱাংচুকে।

২৬ দিনৰ অনশনৰ পিছতো সততাৰ প্ৰমাণ দিব লাগিব নেকি?

ক্ষোভেৰে ছোনম ৱাংচুকে সেই সংশ্লিষ্ট বিৰোধী সাংসদকলক প্ৰশ্ন কৰে “২৬ দিনৰ অনশনৰ পিছতো মোৰ সততাৰ প্ৰমাণ কৰিব লাগিব নেকি? চৰিত্ৰৰ প্ৰমাণ পত্ৰ দেখুৱাব লাগিব নেকি?”কিছু দুখ আৰু আচৰিত হৈ ভিডিঅ’যোগে এই বাৰ্তা প্ৰেৰণ কৰিবলৈ বাধ্য হোৱা বুলিও তেওঁ কয়। উল্লেখ্য যে ২৬ দিনৰ অনশনৰ ফলত ১১ কিলোগ্ৰাম শৰীৰৰ ওজন কমিছে ছোনম ৱাংচুকৰ। অৱশ্যে ভিডিঅ বাৰ্তাটোত এতিয়াও তেওঁ নিজকে যুঁজিবলৈ সাজু কৰি ৰাখিছে বুলি মন্তব্য কৰে।

ৱাংচুকৰ বিৰুদ্ধে গোপন চুক্তিৰ অভিযোগ!

ছোনম ৱাংচুকে লগতে ক্ষোভেৰে কয় “লাডাখৰ দৰে ঠাণ্ডা পৰিৱেশৰ পৰা আহি দিল্লীৰ দৰে অত্যন্ত গৰম ঠাইত অনশন কৰাৰ পিছতো মোৰ অনশন কিমান বিশুদ্ধ আৰু সৎ আছিল সেইটো প্ৰমাণ কৰিবলৈ মই চৰিত্ৰৰ প্ৰমাণ পত্ৰ দিব লাগিব নেকি? কোনো কোনোৱে প্ৰশ্ন কৰিছে যে মই কিয় ব্ৰত ভংগ কৰিলোঁ। আন কোনোৱে মোৰ বিৰুদ্ধে চুক্তিৰ বিনিময়ত অনশন ভংগৰ অভিযোগ উত্থাপন কৰিছে। মোৰ অনশন ১০০% পৱিত্ৰ। ভিডিঅ’টোত ৱাংচুকে কয় যে, “মই যদি চুক্তি কৰিলোহেঁতেন তেন্তে ২৬ দিনৰ বাবে অনশন কৰাৰ কিয় প্ৰয়োজন হৈছিল? যদি মই চুক্তি কৰিলোহেঁতেন তেন্তে এয়াৰ কণ্ডিচনাৰ কোঠাত বহি কৰিব নোৱাৰিলোহেঁতেননে? মোৰ বিৰুদ্ধে অনা এই অভিযোগ সঁচাকৈয়ে লজ্জাজনক।” অৱশ্যে কোন বিৰোধী নেতাই ৱাংচুকৰ বিৰুদ্ধে এই অভিযোগ আনিছে তাৰ সবিশেষ সদৰী কৰা নাই সমাজকৰ্মীজনে।

এই প্ৰতিবেদন যুগুতাইছে মানসজ্যোতিয়ে

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24cjp protestsonam wangchuk
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ভাগ্যৰ দুৱাৰ হ’ব মুকলি, ৫ ৰাশিৰ ধন-সম্পত্তি, কৰ্মজীৱন আৰু প্ৰেমত আহিব পাৰে সুখবৰ
জীৱনশৈলী

ভাগ্যৰ দুৱাৰ হ’ব মুকলি, ৫ ৰাশিৰ ধন-সম্পত্তি, কৰ্মজীৱন আৰু প্ৰেমত আহিব পাৰে সুখবৰ

October 14, 2026
দৈনিক ৰাশিফল- কেনে যাব আজি ৯ ছেপ্টেম্বৰৰ দিনটো, সাৱধান হ’ব পৰিয়ালত মতানৈক্যৰ সম্ভাৱনা
জীৱনশৈলী

হাতলৈ আহিব ধন, আজি ভাগ্য সলনি হ’ব পাৰে এইকেইটা ৰাশিৰ

October 14, 2026
মেদবহুলতা-ডায়েবেটিছ ৰোগীসকল হওক সাৱধান!
জীৱনশৈলী

মেদবহুলতা-ডায়েবেটিছ ৰোগীসকল হওক সাৱধান!

October 13, 2026
ভয়ংকৰ নাও দুৰ্ঘটনা! ১১ জনৰ মৃত্যু
ভাৰত

ভয়ংকৰ নাও দুৰ্ঘটনা! ১১ জনৰ মৃত্যু

October 13, 2026
Next Post
শেষকৃত্যৰ খৰচ গোটাব নোৱাৰি ৩ দিন ধৰি স্বামীৰ মৃ*তদেহৰ কাষতে বহি থাকিল পত্নী

শেষকৃত্যৰ খৰচ গোটাব নোৱাৰি ৩ দিন ধৰি স্বামীৰ মৃ*তদেহৰ কাষতে বহি থাকিল পত্নী

ৱাংচুকৰ অনশন ভংগৰ পিছত CJPৰ পৰৱৰ্তী পদক্ষেপ কি হ’ব?

ৱাংচুকৰ অনশন ভংগৰ পিছত CJPৰ পৰৱৰ্তী পদক্ষেপ কি হ'ব?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.