• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ধনু সংক্ৰান্তিলৈ মাত্ৰ কেইটামান দিন, সূৰ্যৰ গোচৰত ভাল দিন আহি আছে এই ৩ৰাশিৰ জীৱনলৈ

1 year ago
আমাৰ ধৰ্ম ভিন্ন, বয়সৰ ব্যৱধান আছে, নিকৰ সৈতে দূৰত্ব বাঢ়িছে? বিচ্ছেদৰ খবৰক লৈ কি কৈছে প্ৰিয়ংকাই?

13 minutes ago
বসন্ততেই পোৱা যায়! খাদ্য তালিকাত ৰাখক এইবিধ খাদ্য, বাঢ়িব যৌ* ক্ষমতা, আৰু কি কি গুণ আছে এই খাদ্যৰ?

44 minutes ago
প্ৰতিদিনৰ ৪ অভ্যাসে আপোনাৰ উন্নতিৰ পথৰ সকলোতকৈ ডাঙৰ বাধা, কি কৈছে গৰুড় পুৰাণে?

53 minutes ago
মীনৰ ঘৰত ৩ গ্ৰহৰ মেলা, লগতে আদিত্য মঙ্গল যোগ, নতুন সপ্তাহত সাফল্য লাভ কৰিব ৫ৰাশিয়ে

1 hour ago
২ বছৰত সুদ হিচাপেই পাব ৬০ হাজাৰ টকা, পোষ্ট অফিচৰ এই স্কিম সম্পৰ্কে জানেনে?

2 hours ago
ফেটি লিভাৰে ক্ষতি কৰে শৰীৰৰ এই ৪ অংগৰ, কি ৭ বিধ খাদ্য এই ৰোগৰ ৰক্ষাকবচ?

কি ভিটামিনৰ অভাৱত আঁঠুৰ বিষ হ’ব পাৰে? কম বয়সতে আঁঠু বিষৰ সমস্যা হ’লে খাদ্য তালিকাত কি কি অন্তৰ্ভুক্ত কৰাটো জৰুৰী?

২ এপ্ৰিলৰ পৰা এই ৪ৰাশিলৈ আহি আছে গুড নিউজ, বাঢ়িব ইনকাম, মঙ্গল-গুৰুৰ কেন্দ্ৰ যোগে আৰু কি কি লাভ দিব?

3 hours ago
এইকেইবিধ খাদ্য খালেই কমে পুৰুষৰ শুক্ৰাণুৰ ক্ষমতা, গৱেষণাত কি কি সতৰ্কবাৰ্তা?

4 hours ago
এই ভিটামিনৰ ঘাটি হ’লে মানুহে কথা পাহৰিবলৈ ধৰে, সাৱধান হওক, জানি থওক খাদ্য তালিকাত কি জৰুৰী?

ব্ৰেইনৰ পৰা হাৰ্ট, স্বাস্থ্যৰক্ষাত সহায়ক চকলেট, নিয়মিতভাৱে খালে কি কি সুবিধা?

পোষ্ট অফিচে দিছে ভাল সুযোগ, এই স্কিমত মাহিলী ৭হাজাৰকৈ জমা কৰিলেই ৰিটাৰ্ণ পাব ২২ লাখ টকা

  • About
  • Advertise
  • Careers
  • English Edition
Saturday, March 28, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

ধনু সংক্ৰান্তিলৈ মাত্ৰ কেইটামান দিন, সূৰ্যৰ গোচৰত ভাল দিন আহি আছে এই ৩ৰাশিৰ জীৱনলৈ

ধনু সংক্ৰান্তিলৈ মাত্ৰ কেইটামান দিন, সূৰ্যৰ গোচৰত ভাল দিন আহি আছে এই ৩ৰাশিৰ জীৱনলৈ

editor by editor
December 9, 2024
in জীৱনশৈলী, বিবিধ, বিশ্ব, ভাৰত
0
ধনু সংক্ৰান্তিলৈ মাত্ৰ কেইটামান দিন, সূৰ্যৰ গোচৰত ভাল দিন আহি আছে এই ৩ৰাশিৰ জীৱনলৈ
0
SHARES
516
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

সৌৰজগতৰ ৰজা সূৰ্য পজিটিভ এনাৰ্জিৰ প্ৰতীক৷ সমগ্ৰ সৃষ্টি সূৰ্যৰ শক্তিৰ কল্যানতেই বাচি আছে৷ সূৰ্য নাথাকিলে পৃথিৱীত প্ৰাণৰ সঞ্চাৰ হোৱাই সম্ভৱ নহয়৷ এই বিপুল শক্তিৰ উৎস সূৰ্যই যেতিয়া নিজৰ স্থান পৰিবৰ্তন কৰে তাৰ প্ৰভাৱ বিভিন্ন ৰাশিৰ জাতকৰ ওপৰত লক্ষ্য কৰা যায়৷ সূৰ্যই বৰ্তমান বৃশ্চিত ৰাশিত অৱস্থান কৰিছে৷ আগন্তুক ১৫ ডিচেম্বৰত সূৰ্যই নিশা ৯ বাজি ৫৬ মিনিটত ধনু ৰাশিত প্ৰৱেশ কৰিব৷ ২০২৫ৰ ১৪ জানুৱাৰী পৰ্যন্ত ধনু ৰাশিতেই সূৰ্যই অৱস্থান কৰিব৷ ধনু ৰাশিৰ অধিপতি গ্ৰহ হৈছে দেৱগুৰু বৃহস্পতি৷ কল্যানকাৰী এই গ্ৰহই শুভ প্ৰভাৱ বিস্তাৰ কৰে৷ বৃহস্পতিৰ ৰাশিত আহি সূৰ্যই কেইটামান ৰাশিৰ জাতকৰ সৌভাগ্য বৃদ্ধি কৰিব৷ জানি থওক ধনু সংক্ৰান্তিৰ পৰা ভাগ্য খুলিব কোন কোন ৰাশিৰ জাতকৰ?

মিথুন ৰাশি

সূৰ্যৰ কৃপাত ১৫ ডিচেম্বৰৰ পৰা সৌভাগ্য উজলি উঠিব মিথুন ৰাশিৰ জাতকৰ ওপৰত৷ এই সময়ত আপুনি যি কাম আৰম্ভ কৰিব তাতেই সাফল্য পাব৷ আপোনাৰ পৰিশ্ৰম আৰু উদ্যোগ দেখি কাৰ্যালয়ৰ ঊৰ্ধতন কৰ্তৃপক্ষ সুখী হ’ব৷ চাকৰিত পদোন্নতি হ’ব পাৰে৷ নতুন কামৰ দায়িত্ব পাব আপুনি৷ স্বাস্থ্যও পূৰ্বতকৈ ভালে থাকিব৷ প্ৰেমিক প্ৰেমিকাসকলে একেলগে ভাল সময় কটাব৷

সিংহ ৰাশি

ধনু সংক্ৰান্তিৰ পৰা ভাগ্যোন্নতি হ’ব সিংহ ৰাশিৰ জাতকৰ৷ এই সময়ত আপুনি নিজৰ ৰৈ থকা কাম সম্পূৰ্ণ কৰিব পাৰিব৷ চাকৰিয়ালসকলে এই সময়ত নিজৰ কেৰিয়াৰত দুৰ্দান্ত গতিত উন্নতি কৰিব পাৰিব৷ হাৰ্ডৱৰ্কতকৈ স্মাৰ্টৱৰ্কত বেছি নজৰ দিব আপুনি৷ কাৰ্যালয়ৰ বছ আপোনাৰ কামত সুখী হ’ব৷ ইয়াৰোপৰি আপোনাৰ উপাৰ্জনো বহু পৰিমানে বৃদ্ধি পাব৷

কুম্ভ ৰাশি

আগন্তুক ১৫ ডিচেম্বৰত সূৰ্যই ধনু ৰাশিত অহাৰ ফলত নানান দিশৰ পৰা লাভৱান হ’ব কুম্ভ ৰাশিৰ জাতক৷ যিসকলে বিদেশলৈ যোৱাৰ কথা ভাৱিছে এই সময়ত তেওঁলোকৰ বিদেশ যাত্ৰাৰ পথত অহা সকলো বাধা দূৰ হ’ব৷ আৰ্থিক পৰিস্থিতিও উন্নত হ’ব কুম্ভ ৰাশিৰ জাতকৰ৷ নিজৰ পুৰণি ঋণৰ পৰা মুক্তি পাব আপুনি৷ সন্তানৰ শিক্ষা সংক্ৰান্তিয় কোনো সুখবৰ পাব পাৰে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আমাৰ ধৰ্ম ভিন্ন, বয়সৰ ব্যৱধান আছে, নিকৰ সৈতে দূৰত্ব বাঢ়িছে? বিচ্ছেদৰ খবৰক লৈ কি কৈছে প্ৰিয়ংকাই?
চিনেমা

March 28, 2026
বসন্ততেই পোৱা যায়! খাদ্য তালিকাত ৰাখক এইবিধ খাদ্য, বাঢ়িব যৌ* ক্ষমতা, আৰু কি কি গুণ আছে এই খাদ্যৰ?
খাদ্য

বসন্ততেই পোৱা যায়! খাদ্য তালিকাত ৰাখক এইবিধ খাদ্য, বাঢ়িব যৌ* ক্ষমতা, আৰু কি কি গুণ আছে এই খাদ্যৰ?

March 28, 2026
প্ৰতিদিনৰ ৪ অভ্যাসে আপোনাৰ উন্নতিৰ পথৰ সকলোতকৈ ডাঙৰ বাধা, কি কৈছে গৰুড় পুৰাণে?
জীৱনশৈলী

প্ৰতিদিনৰ ৪ অভ্যাসে আপোনাৰ উন্নতিৰ পথৰ সকলোতকৈ ডাঙৰ বাধা, কি কৈছে গৰুড় পুৰাণে?

March 28, 2026
মীনৰ ঘৰত ৩ গ্ৰহৰ মেলা, লগতে আদিত্য মঙ্গল যোগ, নতুন সপ্তাহত সাফল্য লাভ কৰিব ৫ৰাশিয়ে
জীৱনশৈলী

মীনৰ ঘৰত ৩ গ্ৰহৰ মেলা, লগতে আদিত্য মঙ্গল যোগ, নতুন সপ্তাহত সাফল্য লাভ কৰিব ৫ৰাশিয়ে

March 28, 2026
Next Post
বয়সতকৈ আয় বেছিঃ মাত্ৰ ১১ বছৰতেই শ্বাহৰুখৰ সৰু পুত্ৰ আব্ৰাহমৰ ইনকাম জানিলে আচৰিত হ’ব আপুনি

পাছৱৰ্ড পাহৰিছে? ৰেজিষ্টাৰ্ড মোবাইল বা ইমেইল অবিহনে কেনেকৈ ঘূৰাই পাব ফেছবুক একাউণ্ট?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন