• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
গুগলত ছার্চ কৰিছিল যন্ত্ৰণাহীন মৃত্যুৰ পথ

গুগলত ছার্চ কৰিছিল যন্ত্ৰণাহীন মৃত্যুৰ পথ

6 years ago
UNৰ ভয়ংকৰ প্ৰতিবেদন! আচিৰেই দৰিদ্ৰ সীমাৰেখাৰ তললৈ যাব ৪.৫ কোটি লোক !

UNৰ ভয়ংকৰ প্ৰতিবেদন! আচিৰেই দৰিদ্ৰ সীমাৰেখাৰ তললৈ যাব ৪.৫ কোটি লোক !

58 minutes ago
সামান্য সমস্যাতে ঔষধ খায় নেকি? এই অভ্যাসে আনিব পাৰে ভয়ংকৰ বিপদ

সামান্য সমস্যাতে ঔষধ খায় নেকি? এই অভ্যাসে আনিব পাৰে ভয়ংকৰ বিপদ

1 hour ago
ইংলেণ্ডৰ বিৰুদ্ধে আজি সুযোগ পাব নেকি বৈভৱ সূৰ্যবংশীয়ে? বৈভৱৰ বিশেষ ইংগিত

ইংলেণ্ডৰ বিৰুদ্ধে আজি সুযোগ পাব নেকি বৈভৱ সূৰ্যবংশীয়ে? বৈভৱৰ বিশেষ ইংগিত

2 hours ago
Callৰ বিপৰীতে মেছেজ কৰাটোহে বেছি পছন্দ কৰে নেকি? কিয় এনে হয় জানেনে?

Callৰ বিপৰীতে মেছেজ কৰাটোহে বেছি পছন্দ কৰে নেকি? কিয় এনে হয় জানেনে?

3 hours ago
ঘাম ওলালেই শৰীৰ পৰা দুৰ্গন্ধ আহে নেকি? হ’ব পাৰে এই ৰোগৰ লক্ষণ

ঘাম ওলালেই শৰীৰ পৰা দুৰ্গন্ধ আহে নেকি? হ’ব পাৰে এই ৰোগৰ লক্ষণ

4 hours ago
যধে-মধে ঘৰত Dream Catcher ওলোমাই থলে হ’ব পাৰে বিপদ!

যধে-মধে ঘৰত Dream Catcher ওলোমাই থলে হ’ব পাৰে বিপদ!

4 hours ago
Marriage Registration পৰ্যাপ্ত নহয়, মাংগলিক ৰীতিৰেও সম্পন্ন হ’ব লাগিব বিৱাহ

Marriage Registration পৰ্যাপ্ত নহয়, মাংগলিক ৰীতিৰেও সম্পন্ন হ’ব লাগিব বিৱাহ

5 hours ago
দীৰ্ঘদিনীয়া সম্পত্তিৰ সমস্যা আজি হ’ব পাৰে নিষ্পত্তি

দীৰ্ঘদিনীয়া সম্পত্তিৰ সমস্যা আজি হ’ব পাৰে নিষ্পত্তি

6 hours ago
জুলাই মাহটো আপোনাৰ কেনে যাব?

জুলাই মাহটো আপোনাৰ কেনে যাব?

18 hours ago
প্ৰতিমাহে মাত্ৰ ১২,৫০০ টকা সঞ্চয় কৰি কেনেকৈ লাভ কৰিব পাৰে ১ কোটি টকাৰ পুঁজি?

প্ৰতিমাহে মাত্ৰ ১২,৫০০ টকা সঞ্চয় কৰি কেনেকৈ লাভ কৰিব পাৰে ১ কোটি টকাৰ পুঁজি?

18 hours ago
প্ৰখৰ ৰ’দে ছাল ক’লা কৰিছে নেকি? Tanning আঁতৰাবলৈ নকৰিব এই কাম

প্ৰখৰ ৰ’দে ছাল ক’লা কৰিছে নেকি? Tanning আঁতৰাবলৈ নকৰিব এই কাম

19 hours ago
অকলে থাকি ভাল পায় নেকি? এয়া আত্মশান্তিৰ পথ নে মানসিক চাপৰ আৰম্ভণি?

অকলে থাকি ভাল পায় নেকি? এয়া আত্মশান্তিৰ পথ নে মানসিক চাপৰ আৰম্ভণি?

19 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, July 1, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন

গুগলত ছার্চ কৰিছিল যন্ত্ৰণাহীন মৃত্যুৰ পথ

মৃত্যুৰ পূর্বে গুগলত নিজৰ সম্বন্ধে আর্টিকল কিয় পঢ়িছিল সুশান্তে?

editor by editor
August 4, 2020
in বিনোদন
0
গুগলত ছার্চ কৰিছিল যন্ত্ৰণাহীন মৃত্যুৰ পথ
0
SHARES
80
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ ৩৪ বছৰীয়া প্ৰতিভাৱান অভিনেতা সুশান্ত সিং ৰাজপুতৰ মৃত্যুক লৈ প্ৰতিদিনে ন ন তথ্য পোহৰলৈ আহিছে। কি চাপত পৰি সুশান্তে আত্মহত্যা কৰিছিল, তাৰ উত্তৰ বিচাৰিছে অভিনেতাজনৰ অনুৰাগীয়ে। সোমবাৰে মুম্বাই আৰক্ষী আয়ুক্ত পৰমবীৰ সিঙে সুশান্তৰ মৃত্যুৰ বিষয়ে এক চাঞ্চল্যকৰ তথ্য প্ৰকাশ কৰিছে। পৰমবীৰ সিঙে কৈছে যে ‘মৃত্যুৰ পূর্বে বাৰে বাৰে নিজৰ নাম গুগলত চার্ছ কৰিছিল সুশান্তে। যন্ত্ৰাহীনভাৱে কেনকৈ নিজক শেষ কৰিব পাৰি গুগলত চার্ছ কৰিছিল সুশান্তে। অভিনেতাজনৰ মৃত্যুক লৈ বিগত ডেৰমাহ ধৰি তদন্ত চলাই সোমবাৰে মুম্বাই আৰক্ষীয়ে এই চাঞ্চল্যকৰ তথ্য প্ৰকাশ কৰিছে। সুশান্ত বায়’পলাৰ ডিছঅ’র্ডাৰত ভুগিছিল বুলি দাবী কৰিছে মুম্বাই আৰক্ষীয়ে। তাৰ বাবে সুশান্তে ঔষধো গ্ৰহণ কৰি আহিছিল।’ ইয়াৰ লগতে মুম্বাই আৰক্ষীয়ে জনালে যে সুশান্তৰ মৃত্যুৰ আগদিনা ৰাতি অর্থাৎ ১৩ জুনত কোনো পার্টি নাছিল সুশান্তৰ বাসগৃহত। আৰক্ষীয়ে ইতিমধ্যে এজনৰ পাছত এজন পৰিচালক-প্ৰযোজকৰ ভাষ্য ৰেকর্ড কৰিছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: mumbai policesusant sing rajput
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ইংলেণ্ডৰ বিৰুদ্ধে আজি সুযোগ পাব নেকি বৈভৱ সূৰ্যবংশীয়ে? বৈভৱৰ বিশেষ ইংগিত
বিনোদন

ইংলেণ্ডৰ বিৰুদ্ধে আজি সুযোগ পাব নেকি বৈভৱ সূৰ্যবংশীয়ে? বৈভৱৰ বিশেষ ইংগিত

July 1, 2026
দুই বন্ধুৰ মাজত সংঘাত! নাৰীয়েই আছিল নেকি অন্যতম কাৰণ?
বিনোদন

দুই বন্ধুৰ মাজত সংঘাত! নাৰীয়েই আছিল নেকি অন্যতম কাৰণ?

June 30, 2026
৯ বছৰ বয়সত পেলেই কৰা কি প্ৰতিজ্ঞাই বিশ্ব ফুটবলৰ সিংহাসনত বহুৱাইছিল ব্ৰাজিলক?
বিনোদন

৯ বছৰ বয়সত পেলেই কৰা কি প্ৰতিজ্ঞাই বিশ্ব ফুটবলৰ সিংহাসনত বহুৱাইছিল ব্ৰাজিলক?

June 29, 2026
ইংলেণ্ডৰ বিৰুদ্ধেও মূল একাদশত দেখা নাযাব নেকি বৈভৱক?
বিনোদন

ইংলেণ্ডৰ বিৰুদ্ধেও মূল একাদশত দেখা নাযাব নেকি বৈভৱক?

June 29, 2026
Next Post
‘শাসনাধিষ্ঠ ৰাজ্য চৰকাৰে ৰাইজক ৰামঠগন দিছে’

'শাসনাধিষ্ঠ ৰাজ্য চৰকাৰে ৰাইজক ৰামঠগন দিছে'

মহামাৰীৰ উপকাৰিতা

মহামাৰীৰ উপকাৰিতা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.