Tag: asom live24

মুখ্যমন্ত্ৰীৰ নিৰ্দেশনাক ভেঙুচালি কৰা মকবুলৰ মৰসাহ

মুখ্যমন্ত্ৰীৰ নিৰ্দেশনাক ভেঙুচালি কৰা মকবুলৰ মৰসাহ

বৰপেটাৰ সৰ্থেবাৰী আৰক্ষী থানাৰ অন্তৰ্গত চতলা গাঁৱত এখন বিবাহক কেন্দ্ৰ কৰি সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতি। অভিযোগ অনুসৰি, বিয়াৰ বাবে অহা ...

গণেশ চতুৰ্থীৰ দিনাই কিয় জোনটোক এনেকুৱা দেখা গৈছে?

গণেশ চতুৰ্থীৰ দিনাই কিয় জোনটোক এনেকুৱা দেখা গৈছে?

আজি গণেশ চতুৰ্থীৰ দিনটোতে জোনবাইটোক অমাৱস্যাৰ পিছৰ অতি পাতলীয়া বাঢ়ি অহা চন্দ্ৰটোৰ দৰে দেখা গৈছে। সূৰ্যাস্তৰ পিছত আকাশত জোনটো তুলনামূলকভাৱে ...

বিগত ৬ বছৰত অসম আৰক্ষীৰ জিম্মাত কিমান অভিযুক্তৰ মৃ*ত্যু হৈছে?

বিগত ৬ বছৰত অসম আৰক্ষীৰ জিম্মাত কিমান অভিযুক্তৰ মৃ*ত্যু হৈছে?

পত্নীক নিৰ্ম*মভাৱে হ*ত্যা কৰা বেলতলাৰ বশিষ্ঠপুৰ কাণ্ডৰ অভিযুক্ত ৰামানুজৰ আৰক্ষীৰ জিম্মাত মৃ*ত্যু ঘটে। মানৱতাৰ ক্ষুদ্ৰতম বৈশিষ্ট্যকণো হেৰুৱাই পেলোৱা ৰামানুজৰ দৰে ...

‘গৰিমা বৌৱে ছিংগাপুৰলৈ গৈ জুবিন দাৰ আত্মা ঘূৰাই আনক’

‘গৰিমা বৌৱে ছিংগাপুৰলৈ গৈ জুবিন দাৰ আত্মা ঘূৰাই আনক’

কায়িকভাৱে জুবিন দা নোহোৱা এবছৰ সম্পূৰ্ণ হোৱাৰ সময়তে পুনৰ চৰ্চালৈ আহিছে ঈশ্বৰপুত্ৰৰ মহাপ্ৰয়াণ আৰু তেওঁৰ সৈতে জড়িত বিভিন্ন আধ্যাত্মিক দাবী। ...

কেৱল হেয়াৰ ষ্টাইলতেই ভাৰতীয় মুদ্ৰাত ব্যায় কোটি কোটি টকা

কেৱল হেয়াৰ ষ্টাইলতেই ভাৰতীয় মুদ্ৰাত ব্যায় কোটি কোটি টকা

ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানয়্যাহু আৰু তেওঁৰ পত্নী ছাৰা নেতানয়্যাহুক কেন্দ্ৰ কৰি নতুন এক বিতৰ্কৰ সৃষ্টি হৈছে। পিছে বিতৰ্ক এইবাৰ কোনো ...

‘দেৱাশীষ শৰ্মা উগ্ৰ সাম্প্ৰদায়িক, মুছলমান বিৰোধী, বিষাক্ত প্ৰাণী’

‘দেৱাশীষ শৰ্মা উগ্ৰ সাম্প্ৰদায়িক, মুছলমান বিৰোধী, বিষাক্ত প্ৰাণী’

ধিঙৰ প্ৰাক্তন বিধায়ক তথা AIUDF নেতা আমিনুল ইছলামৰ এক বিতৰ্কিত মন্তব্যক লৈ ৰাজ্যৰ ৰাজনীতিত পুনৰ চৰ্চা আৰম্ভ হৈছে। মৈৰাবাৰীত AIUDFৰ ...

অনলাইন গেমৰ প্ৰৰোচনাত ৩৫গৰাকীকৈ ছাত্ৰ-ছাত্ৰীয়ে কৰিলে ভয়ংকৰ কাণ্ড!

অনলাইন গেমৰ প্ৰৰোচনাত ৩৫গৰাকীকৈ ছাত্ৰ-ছাত্ৰীয়ে কৰিলে ভয়ংকৰ কাণ্ড!

ডিব্ৰুগড়ৰ আগশাৰীৰ শিক্ষানুষ্ঠান ডনবস্কো হাইস্কুলত সপ্তম শ্ৰেণীৰ শিক্ষাৰ্থীৰ মাজত এক বিপজ্জনক আচৰণৰ ঘটনা পোহৰলৈ অহাক লৈ চাঞ্চল্যৰ সৃষ্টি হৈছে। অভিযোগ ...

Page 25 of 115 1 … 24 25 26 … 115

ফেচবুকত অসম লাইভ ২৪

সাম্প্ৰতিক

[covid19 title=”ভাৰত” country=”India” dark_mode=”yes”]