Tag: axom live 24 digital

জোতা-ছেণ্ডেল আগবঢ়ালেহে দেৱী হয় সন্তুষ্ট! কোন মন্দিৰত ভক্তই আগবঢ়াই জোতা-ছেণ্ডল?

জোতা-ছেণ্ডেল আগবঢ়ালেহে দেৱী হয় সন্তুষ্ট! কোন মন্দিৰত ভক্তই আগবঢ়াই জোতা-ছেণ্ডল?

ভাৰতীয় হিন্দু সংস্কৃতিৰ পৃথিৱীত এক সুকীয়া পৰিচয় আছে। ভাৰতৰ হিন্দু ধৰ্মীয় স্থান বিশেষকৈ মন্দিৰসমূহক অলৌকিক বুলি গণ্য কৰা হয়। হিন্দুসকলে ...

ফেচবুকত ভাইৰেল দৃষ্টিহীন পিতৃ-মাতৃ: পাঁচবছৰীয়া সন্তান ৰাহুলেই হ’ল জীৱনৰ লাখুটি!

ফেচবুকত ভাইৰেল দৃষ্টিহীন পিতৃ-মাতৃ: পাঁচবছৰীয়া সন্তান ৰাহুলেই হ’ল জীৱনৰ লাখুটি!

কিছুদিনৰ পৰা সামাজিক মাধ্যমৰ জনপ্ৰিয় চাইট ফেচবুকত এখন ফ’টো ভাইৰেল হৈ আছে৷ ফ’টোখনত দেখা যায় এজন কণমানি শিশুৱে খোজকাঢ়ি গৈ ...

‘বৃদ্ধি পাইছে ইছলামীকৰণ!’ ১৮০০ খন বিদ্যালয়ত দিয়া হৈছে শুকুৰবৰীয়া বন্ধ

‘বৃদ্ধি পাইছে ইছলামীকৰণ!’ ১৮০০ খন বিদ্যালয়ত দিয়া হৈছে শুকুৰবৰীয়া বন্ধ

শুকুৰবাৰে লোকসভাত ভাৰতীয় জনতা পাৰ্টীৰ সাংসদ নিশিকান্ত ডুবেই দাবী কৰে যে ঝাৰখণ্ডৰ ১৮০০ খন বিদ্যালয়ে দেওবাৰৰ পৰিৱৰ্তে শুকুৰবাৰে বন্ধ দিয়া ...

মাদ্ৰাছা শিক্ষকৰ কামনাৰ বলি ১০ নাবালক শিক্ষাৰ্থী, অপকৰ্মৰ পিছত হত্যাৰ ভাবুকি

মাদ্ৰাছা শিক্ষকৰ কামনাৰ বলি ১০ নাবালক শিক্ষাৰ্থী, অপকৰ্মৰ পিছত হত্যাৰ ভাবুকি

পাকিস্তানৰ পঞ্জাৱ প্ৰদেশত কমেও ১০ গৰাকী নাবালক শিক্ষাৰ্থীক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগত বুধবাৰে মাদ্ৰাছাৰ এগৰাকী শিক্ষকক গ্ৰেপ্তাৰ কৰা হয়। আৰক্ষীয়ে ...

‘আজাদি কা অমৃত মহোৎসৱ’ উপলক্ষ্যে চৰকাৰৰ জনতালৈ উপহাৰ! কি কি আছে এই উপহাৰত?

‘আজাদি কা অমৃত মহোৎসৱ’ উপলক্ষ্যে চৰকাৰৰ জনতালৈ উপহাৰ! কি কি আছে এই উপহাৰত?

‘আজাদি কা অমৃত মহোৎসৱ’ উপলক্ষ্যে চৰকাৰে দেশৰ জনতালৈ আগবঢ়াইছে বিশেষ সুবিধা তথা উপহাৰ৷ চৰকাৰে ঘোষণা কৰা অনুসৰি আজাদি কা অমৃত ...

হিন্দু যুৱকৰ সৈতে মুছলমান যুৱতীৰ বিবাহ! প্ৰাণৰ শংকাত ভুগিছে দম্পতীয়ে!

হিন্দু যুৱকৰ সৈতে মুছলমান যুৱতীৰ বিবাহ! প্ৰাণৰ শংকাত ভুগিছে দম্পতীয়ে!

এগৰাকী হিন্দু যুৱকে এগৰাকী মুছলমান যুৱতীৰে প্ৰেমৰ অন্তত বিবাহপাশত আৱদ্ধ হোৱাৰ পিছতে এতিয়া মৃত্যুৰ আশংকাত ভুগিছে৷ উল্লেখ্য যে প্ৰেমৰ অন্তত ...

‘মোৰ স্বামীক তিনিজনী যুৱতী লাগে’, স্বামীলৈ যুৱতী বিচাৰি পত্নীয়ে কিয় দিলে বিজ্ঞাপন?

‘মোৰ স্বামীক তিনিজনী যুৱতী লাগে’, স্বামীলৈ যুৱতী বিচাৰি পত্নীয়ে কিয় দিলে বিজ্ঞাপন?

বৈবাহিক আৰু প্ৰেমৰ সম্পৰ্কৰ মাজত তৃতীয় ব্যক্তিৰ উপস্থিতিয়ে প্ৰায়ে সংসাৰ আৰু সম্পৰ্কত আউল লগায়৷ আনকি তৃতীয় ব্যক্তিৰ আবিৰ্ভাৱৰ বাবেই বহু ...

অসমবাসীৰ বাবে সুখবৰ: কমনৱেলথ গেমছৰ ছেমিত প্ৰৱেশ ধিং এক্সপ্ৰেছ হিমা দাসৰ

অসমবাসীৰ বাবে সুখবৰ: কমনৱেলথ গেমছৰ ছেমিত প্ৰৱেশ ধিং এক্সপ্ৰেছ হিমা দাসৰ

স্বৰ্ণকন্যা তথা ধিং এক্সপ্ৰেছ হিমা দাসে বাৰ্মিংহাম কমনৱেলথ গেমছৰ ২০০ মিটাৰ দৌৰৰ ছেমিত প্ৰৱেশ কৰিছে৷ ছেমিত প্ৰৱেশ কৰি ধিং এক্সপ্ৰেছ ...

Page 291 of 418 1 290 291 292 418

ফেচবুকত অসম লাইভ ২৪

সাম্প্ৰতিক

[covid19 title=”ভাৰত” country=”India” dark_mode=”yes”]