পত্নীক সুধিছিল, ‘সি মোক দেউতা মাতিব পৰা হৈছেনে?’ সন্তানক আৰু একোলা লোৱা নহ’ল ছাদ্দামৰ, ৰে’ল দুৰ্ঘটনাত থানবান হৈ গ’ল এখন ঘৰ
অসম লাইভ২৪ঃ কোনোৱে যাত্ৰা কৰিছিল পেটৰ টানত, কোনোবা গৈছিল চিকিৎসাৰ বাবে, কোনোবা যাত্ৰা কৰিছিল ক্ষন্তেক বিনোদনৰ বাবে। কোনেনো জানিছিল এইদৰে ...















