পিতৃয়ে ইন্দিৰা গান্ধীক শেষ কৰিছিল, তেওঁৰেই পুত্ৰ এইবাৰ সাংসদ লৈ সংসদলৈ! পঞ্জাৱৰ ৰাজনীতিত নতুন কাহিনীৰ আৰম্ভনি নেকি?
১৯৮৪ চনৰ ৩১ অক্টোবৰ৷ দেহৰক্ষীৰ গুলীত থকাসৰকা হৈ পৰিছিল দেশৰ প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ দেহ৷ ইন্দিৰা গান্ধীক হত্যা কৰিছিল তেওঁৰেই দেহৰক্ষীয়ে৷ ...
















