নগাঁও জিলাৰ ৮ সমষ্টিত অগপ-বিজেপিৰ বিপদ ঘণীভূত
অগপ-বিজেপি মিত্ৰজোঁটৰ হাতত থকা নগাঁও জিলাৰ ৫ খন আসনৰ ৪ খনতে এইবাৰ সলনি হ’ব পাৰে সমীকৰণ। নগাঁৱৰ কোন সমষ্টি কাৰ ...
অগপ-বিজেপি মিত্ৰজোঁটৰ হাতত থকা নগাঁও জিলাৰ ৫ খন আসনৰ ৪ খনতে এইবাৰ সলনি হ’ব পাৰে সমীকৰণ। নগাঁৱৰ কোন সমষ্টি কাৰ ...
অসম লাইভ ২৪ঃ ’২১ৰ নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান মাহ। ইতিমধ্যে ৰাজীৱ ভৱন ভিৰ কৰিছে কংগ্ৰেছৰ প্ৰাৰ্থিত্বপ্ৰত্যাশীয়ে। তাৰ মাজতে অব্যাহত আছে ...
কংগ্ৰেছৰ টিকট প্ৰত্যাশীৰ ভিৰ বাঢ়িছে ৰাজীৱ ভৱনত। আবেদন পত্ৰ সৈতে কংগ্ৰেছৰ প্ৰাৰ্থিত্ব প্ৰত্যাশীয়ে দিব লাগিব ৪০ হাজাৰ টকাৰ মাচুল।
বিজেপিৰ মিছন 100+ আৰু তিনিটা SPEED BREAKER। দিছপুৰ আৰু বিজেপিৰ মাজত ক’ত আছে গতিৰোধক? ধৰ্মীয় মেৰুকৰণৰ ৰাজনীতি বুমেৰাং হ’ব নেকি ...
নতুন বছৰত কংগ্ৰেছৰ নতুন সভাপতি! ৰাহুল নে আন কোনোবা?
পঞ্চভূতত বিলীন গগৈৰ পাৰ্থিৱ শৰীৰ। অশ্ৰুসিক্ত নয়নৰে শেষ বিদায় হৃদয়ৰ নেতাক।
প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ মৃত্যু। সতীর্থ, ৰাজনীতিক, নেতা, জনতাৰ দৃষ্টিত গগৈ। ষ্টুডিঅ’ত টাই আহোম যুৱ পৰিষদৰ মুখপাত্ৰ গুণকান্ত গগৈ আৰু ...
''মই এজন বিফল ৰাজনৈতিক নেতা।'' প্ৰাক্তন কংগ্ৰেছী নেতা বিশ্বজিৎ ৰায়ৰ এই স্বাকীৰোক্তি। দীপক শৰ্মাৰ সন্মুখত আৰু কি কি ক'লে ৰায়ে?
প্ৰাক্তন মন্ত্ৰী, কংগ্ৰেছ নেত্ৰী অজন্তা নেওগৰ বিজেপি গমন! কিয় বিজেপিলৈ ভৰি দাঙিছে অজন্তা নেওগে? নেওগৰ বিজেপি গমনত প্ৰভাৱিত হ’ব মিত্ৰজোঁট। ...
দল এৰিলেও যেন মোহ এৰা নাই জ্যোতিৰাদিত্যৰ। বিজেপিৰ নিৰ্বাচনী প্ৰচাৰত কংগ্ৰেছক ভোট দিবলৈ আহ্বান জ্যোতিৰাদিত্য সিন্ধিয়াৰ।
[covid19 title=”ভাৰত” country=”India” dark_mode=”yes”]
You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.
Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com
© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.