• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
অক্টোবৰত মহালক্ষ্মীৰ আশীৰ্বাদত সুখ সমৃদ্ধি উপচি পৰিব ৫ৰাশিৰ জাতকৰ

অক্টোবৰত মহালক্ষ্মীৰ আশীৰ্বাদত সুখ সমৃদ্ধি উপচি পৰিব ৫ৰাশিৰ জাতকৰ

2 years ago
Post Office Schemes: কেৱল সুতৰ পৰাই পাওক ৫ লাখ টকা! ডাকঘৰৰ এই আঁচনিয়ে কৰিব মালামাল!

Post Office Schemes: কেৱল সুতৰ পৰাই পাওক ৫ লাখ টকা! ডাকঘৰৰ এই আঁচনিয়ে কৰিব মালামাল!

12 minutes ago
সুৰক্ষিত কৰক আপোনাৰ কন্যাৰ ভৱিষ্যৎ, আজিয়েই কৰক বিনিয়োগ!

১০ লাখৰ FD নে ১০ হাজাৰৰ RD? ১০ বছৰৰ পিছত কোনে বেছি ৰিটাৰ্ণ পাব জানক

42 minutes ago
জন্নত নচিব কৰক… জনসমুদ্ৰত পৰিণত ছিদ্দিক আহমেদৰ শেষ যাত্ৰা

জন্নত নচিব কৰক… জনসমুদ্ৰত পৰিণত ছিদ্দিক আহমেদৰ শেষ যাত্ৰা

2 hours ago
UPI Payment: ইণ্টাৰনেট অবিহনে কৰক UPI পেমেণ্ট! RBI আগবঢ়াইছে নতুন সেৱা

UPI Payment: ইণ্টাৰনেট অবিহনে কৰক UPI পেমেণ্ট! RBI আগবঢ়াইছে নতুন সেৱা

3 hours ago
Ghugni English Name: আপুনি জানেনে ইংৰাজীত ঘুগুনিক কি বুলি কয়? ৯৯% লোকে নোৱাৰে শুদ্ধ উত্তৰ

Ghugni English Name: আপুনি জানেনে ইংৰাজীত ঘুগুনিক কি বুলি কয়? ৯৯% লোকে নোৱাৰে শুদ্ধ উত্তৰ

4 hours ago
social media

Workplace Jealousy: অফিচৰ ঈৰ্ষা কৰা সহকৰ্মীৰ পৰা সাৱধান! লক্ষণসমূহ দেখিলেই আঁতৰি থাকক

4 hours ago
ৰাণু মণ্ডলক মনত আছেনে? এতিয়া হ’ল  নতুন ঘৰৰ মালিকনী!

ৰাণু মণ্ডলক মনত আছেনে? এতিয়া হ’ল নতুন ঘৰৰ মালিকনী!

5 hours ago
কম বয়সত হাৰ্ট এটেক, এই ৫ টা অভ্যাসে বিপদ মাতিব আপোনাৰ!

গৰমত বৃদ্ধি পায় নেকি হাৰ্ট এটেকৰ সমস্যা, অৱহেলা নকৰিব এইবোৰ লক্ষণ!

6 hours ago
Foul Breath: দাঁত ব্ৰাছ কৰাৰ পিছতো মুখৰ দুৰ্গন্ধ? আঁৰত আছে ডাঙৰ কাৰণ

Foul Breath: দাঁত ব্ৰাছ কৰাৰ পিছতো মুখৰ দুৰ্গন্ধ? আঁৰত আছে ডাঙৰ কাৰণ

19 hours ago
১৩ ছেপ্তেম্বৰ ভাগ্যৰ দুৱাৰ খুলিব ৫ ৰাশিৰ! লাভৰ লগতে পাব সুখবৰ

১৩ ছেপ্তেম্বৰ ভাগ্যৰ দুৱাৰ খুলিব ৫ ৰাশিৰ! লাভৰ লগতে পাব সুখবৰ

20 hours ago
Neena Gupta: ‘হয়, মই গৰ্ভৱতী!’ নীনা গুপ্তাই এয়া কি দিলে?

Neena Gupta: ‘হয়, মই গৰ্ভৱতী!’ নীনা গুপ্তাই এয়া কি দিলে?

20 hours ago
এল পি জি সংযোগ কেনেকৈ স্থানান্তৰ কৰিব? ঘৰ সলনি কৰিলে নকৰিব ভুল!

এল পি জি সংযোগ কেনেকৈ স্থানান্তৰ কৰিব? ঘৰ সলনি কৰিলে নকৰিব ভুল!

21 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, September 13, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

অক্টোবৰত মহালক্ষ্মীৰ আশীৰ্বাদত সুখ সমৃদ্ধি উপচি পৰিব ৫ৰাশিৰ জাতকৰ

অক্টোবৰত মহালক্ষ্মীৰ আশীৰ্বাদত সুখ সমৃদ্ধি উপচি পৰিব ৫ৰাশিৰ জাতকৰ

editor by editor
October 4, 2024
in জীৱনশৈলী
0
অক্টোবৰত মহালক্ষ্মীৰ আশীৰ্বাদত সুখ সমৃদ্ধি উপচি পৰিব ৫ৰাশিৰ জাতকৰ
0
SHARES
11.1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

জ্যোতিষ গণনাৰ এক উল্লেখযোগ্য অংগ হৈছে টেৰো কাৰ্ড গণনা৷ টেৰো কাৰ্ড বিচাৰ কৰি কোন ৰাশিৰ জাতকৰ ভাগ্যত কি আছে সেয়া জনা যায়৷ অক্টোবৰ মাহ ইতিমধ্যেই আৰম্ভ হৈছে৷ জ্যোতিষ গণনা অনুসৰি অক্টোবৰ মাহৰ অধিপতি গ্ৰহ সূৰ্য৷ টেৰো কাৰ্ড গণনা কৰি দেখা গৈছে যে উৎসৱৰ মাহ অক্টোবৰত কেইটামান ৰাশিৰ জাতকৰ ভাগ্যোদয় হ’ব৷ এইকেইটা ৰাশিৰ জাতকে এই মাহত প্ৰচুৰ সুখ সমৃদ্ধি লাভ কৰিব৷ মহালক্ষ্মীৰ কৃপা এওঁলোকৰ ওপৰত বৰ্ষিত হ’ব৷ সুখ সৌভাগ্য লাভ কৰিব কেইটামান ৰাশিৰ জাতকে৷

বৃষ ৰাশি

অক্টোবৰত কৰ্মক্ষেত্ৰত উন্নতিৰ একাধিক সুযোগ পাব বৃষ ৰাশিৰ জাতকে৷ যি চাকৰিত আপুনি বহু দিন ধৰি অপেক্ষা কৰিছে তেওঁলোকে এই সময়ত চাকৰি লাভ কৰিব৷ অক্টোবৰত ব্যৱসায়ীসকলে বৃহৎ লাভ কৰিব পাৰে৷ সংসাৰলৈ সমৃদ্ধি আহিব৷

মিথুন ৰাশি

অক্টোবৰ মাহ শুভ হ’ব মিথুন ৰাশিৰ জাতকৰ৷ পেছাগত জীৱনত বৃহৎ সাফল্য পাব আপুনি৷ এই সময়ত উন্নতিৰ পথত আগুৱাই যাব মিথুন ৰাশিৰ জাতক৷ ইয়াৰোপৰি সমাজত আপোনাৰ সন্মান আৰু প্ৰতিপত্তি বৃদ্ধি পাব৷ অক্টোবৰত প্ৰেম জীৱন ভালেৰে যাব আপোনাৰ৷ সকলো কামতেই পৰিয়ালক কাষত পাব৷

কৰ্কট ৰাশি

অক্টোবৰ মাহত ব্যৱসায়ত কোনো ডাঙৰ চুক্তি স্বাক্ষৰ কৰিব পাৰে কৰ্কট ৰাশিৰ জাতকে৷  ইয়াৰ ফলত আপোনাৰ মোটা টকা লাভ হ’ব৷ অন্যহাতে আগন্তুক মাহত সাংসৰিক জীৱনত বেছ সুখেৰে পাৰ হ’ব আপোনাৰ৷ মানসিকভাৱে সকলো সময়তে আপোনাৰ কাষত পৰিয়ালক পাব৷ টেৰো গণনাই কৈছে, অক্টোবৰত কেৰিয়াৰত বৃহৎ উন্নতি কৰিব পাৰিব কৰ্কট ৰাশিৰ জাতকে৷

সিংহ ৰাশি

পুজাৰ মাহ অক্টোবৰত সৌভাগ্য তংগত থাকিব সিংহ ৰাশিৰ জাতকৰ৷ নিজৰ সকলো অসম্পূৰ্ণ কাম এই সময়ত সম্পন্ন কৰিব পাৰিব৷ ব্যৱসায়ত যি প্ৰকল্পৰ কাম ৰৈ আছিল এই সময়ত সম্পূৰ্ণ হ’ব৷ ইয়াৰ ফলত আত্মবিশ্বাস তুংগত থাকিব সিংহ ৰাশিৰ জাতকৰ৷ কেৰিয়াৰত বৃহৎ সাফল্যই আপোনাৰ বাবে অপেক্ষা কৰিছে৷ পৰিয়ালৰ সদস্যসকলৰ সৈতে যি ভুল বুজাবুজি আছিল সেয়া এইবাৰ দূৰ হ’ব৷

কন্যা ৰাশি

টেৰো গণনা অনুসৰি অক্টোবৰ মাহ শুভ হ’ব কন্যা ৰাশিৰ জাতকৰ৷ আগন্তুক মাহত মা লক্ষ্মীৰ আশীৰ্বাদত সুখ আৰু সৌভাগ্য লাভ হ’ব আপোনাৰ৷ আৰ্থিক পৰিস্থিতি এই সময়ত বহু পৰিমানে উন্নত হ’ব৷ সংগীৰ সৈতে ভাল সময় কটাব সিংহ ৰাশিৰ জাতকে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

social media
জীৱনশৈলী

Workplace Jealousy: অফিচৰ ঈৰ্ষা কৰা সহকৰ্মীৰ পৰা সাৱধান! লক্ষণসমূহ দেখিলেই আঁতৰি থাকক

September 13, 2026
কম বয়সত হাৰ্ট এটেক, এই ৫ টা অভ্যাসে বিপদ মাতিব আপোনাৰ!
জীৱনশৈলী

গৰমত বৃদ্ধি পায় নেকি হাৰ্ট এটেকৰ সমস্যা, অৱহেলা নকৰিব এইবোৰ লক্ষণ!

September 13, 2026
Foul Breath: দাঁত ব্ৰাছ কৰাৰ পিছতো মুখৰ দুৰ্গন্ধ? আঁৰত আছে ডাঙৰ কাৰণ
জীৱনশৈলী

Foul Breath: দাঁত ব্ৰাছ কৰাৰ পিছতো মুখৰ দুৰ্গন্ধ? আঁৰত আছে ডাঙৰ কাৰণ

September 12, 2026
১৩ ছেপ্তেম্বৰ ভাগ্যৰ দুৱাৰ খুলিব ৫ ৰাশিৰ! লাভৰ লগতে পাব সুখবৰ
জীৱনশৈলী

১৩ ছেপ্তেম্বৰ ভাগ্যৰ দুৱাৰ খুলিব ৫ ৰাশিৰ! লাভৰ লগতে পাব সুখবৰ

September 12, 2026 - Updated on September 13, 2026
Next Post
আগন্তুক সপ্তাহত লক্ষ্মী নাৰায়ণ ৰাজযোগ, পূজাৰ মাজভাগতেই সোনৰ দৰে চমকিব ৫ৰাশিৰ জীৱন

আগন্তুক সপ্তাহত লক্ষ্মী নাৰায়ণ ৰাজযোগ, পূজাৰ মাজভাগতেই সোনৰ দৰে চমকিব ৫ৰাশিৰ জীৱন

দহহাতে দহ অস্ত্ৰ, ত্ৰিনয়নত অভয়জ্যোতি, শাস্ত্ৰমতে কি অৰ্থ বহন কৰে মা দুৰ্গাৰ এই ৰূপে?

দহহাতে দহ অস্ত্ৰ, ত্ৰিনয়নত অভয়জ্যোতি, শাস্ত্ৰমতে কি অৰ্থ বহন কৰে মা দুৰ্গাৰ এই ৰূপে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.