• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
টাটাৰ যাদু! টাটাই লোৱাৰ লগে লগে ভাগ্য সলনি এয়াৰ ইণ্ডিয়াৰ! ৩০ খন নতুন বিমান হ’ব অন্তৰ্ভুক্ত!

টাটাৰ যাদু! টাটাই লোৱাৰ লগে লগে ভাগ্য সলনি এয়াৰ ইণ্ডিয়াৰ! ৩০ খন নতুন বিমান হ’ব অন্তৰ্ভুক্ত!

3 years ago
পুৰুষৰ এণ্ড্ৰোপজৰ সমস্যা প্ৰকৃততে কি? এই সমস্যাৰ পৰা হাত সাৰিব পাৰিনে?

পুৰুষৰ এণ্ড্ৰোপজৰ সমস্যা প্ৰকৃততে কি? এই সমস্যাৰ পৰা হাত সাৰিব পাৰিনে?

6 hours ago
ফেব্ৰুৱাৰীত ৩বাৰ গোচৰ কৰিব সূৰ্যই, ৰজা হ’ব ৩ৰাশি, দুৰ্দান্ত অগ্ৰগতি

ফেব্ৰুৱাৰীত ৩বাৰ গোচৰ কৰিব সূৰ্যই, ৰজা হ’ব ৩ৰাশি, দুৰ্দান্ত অগ্ৰগতি

6 hours ago
সকলো কথা প্ৰচাৰ হৈ থাকিলে কেতিয়াবা কিন্তু বিপক্ষক সহায় কৰাহে হয়ঃগৰিমা শইকীয়া গাৰ্গ

সকলো কথা প্ৰচাৰ হৈ থাকিলে কেতিয়াবা কিন্তু বিপক্ষক সহায় কৰাহে হয়ঃগৰিমা শইকীয়া গাৰ্গ

8 hours ago
কাইলৈৰ ৰাশিফলঃ বছৰৰ প্ৰথম চতুৰ্গ্ৰহী যোগ, শনিৰ দয়া থাকিব এই ৫ৰাশিত

কাইলৈৰ ৰাশিফলঃ বছৰৰ প্ৰথম চতুৰ্গ্ৰহী যোগ, শনিৰ দয়া থাকিব এই ৫ৰাশিত

8 hours ago
ৰাহুৰ খেলা আৰম্ভ হ’ব, ১৫ এপ্ৰিল পৰ্যন্ত ৩ ৰাশিৰ গোল্ডেন টাইম চলিব

ৰাহুৰ খেলা আৰম্ভ হ’ব, ১৫ এপ্ৰিল পৰ্যন্ত ৩ ৰাশিৰ গোল্ডেন টাইম চলিব

9 hours ago
চিকিৎসকৰ পৰামৰ্শমতেহে শীতত বাহনত ছে*** ৰ উপদেশ দিছিলো! বিতৰ্কৰ পাছতেই ক্ষমা খুজি আকৌ কি কৈছে হানি সিঙে?

চিকিৎসকৰ পৰামৰ্শমতেহে শীতত বাহনত ছে*** ৰ উপদেশ দিছিলো! বিতৰ্কৰ পাছতেই ক্ষমা খুজি আকৌ কি কৈছে হানি সিঙে?

10 hours ago
বৃহস্পতিৰ গোচৰত তৈয়াৰ হ’ব হংস মহাপুৰুষ যোগ, সোণৰ কলমেৰে লিখা হ’ব এই ৩ৰাশিৰ ভাগ্য

বৃহস্পতিৰ গোচৰত তৈয়াৰ হ’ব হংস মহাপুৰুষ যোগ, সোণৰ কলমেৰে লিখা হ’ব এই ৩ৰাশিৰ ভাগ্য

11 hours ago
১০ লাখ টকাৰ তহবিল গঢ়াৰ পৰিকল্পনা আছে? কেনেকৈ কম টকা জমা কৰিয়েই মুঠ ১০ লাখ ধন হাতত পাব?

১০ লাখ টকাৰ তহবিল গঢ়াৰ পৰিকল্পনা আছে? কেনেকৈ কম টকা জমা কৰিয়েই মুঠ ১০ লাখ ধন হাতত পাব?

12 hours ago
সূৰ্যৰ উত্তৰায়নত কেৰিয়াৰত প্ৰচুৰ উন্নতি ৪ৰাশিৰ, ৬মাহ ধৰি চলিব অৰ্থবৃষ্টি

সূৰ্যৰ উত্তৰায়নত কেৰিয়াৰত প্ৰচুৰ উন্নতি ৪ৰাশিৰ, ৬মাহ ধৰি চলিব অৰ্থবৃষ্টি

12 hours ago
প্ৰেমৰ বীমা কৰিছিল প্ৰেমিকে, প্ৰেম এতিয়া বিবাহলৈ ৰূপান্তৰিত হ’ল, এক দশকৰ পাছত বীমাৰ পৰা কিমান লাখ টকা উপাৰ্জন কৰিলে নববিবাহিতাই?

প্ৰেমৰ বীমা কৰিছিল প্ৰেমিকে, প্ৰেম এতিয়া বিবাহলৈ ৰূপান্তৰিত হ’ল, এক দশকৰ পাছত বীমাৰ পৰা কিমান লাখ টকা উপাৰ্জন কৰিলে নববিবাহিতাই?

12 hours ago
‘কোন দোষী, কি শাস্তি পাব দোষীয়ে? সেই বিষয়ত একো বিধান নিদিয়ে কৰনাৰছ আদালতে, কেৱল মৃ**ত্যু স্বাভাৱিক নে অস্বাভাৱিক সেইটোহে নিৰ্ধাৰণ কৰিবলৈ চেষ্টা কৰে!’ ছিংগাপুৰলৈ গৈ দি দেখিলে মনোজ বৰঠাকুৰে?

‘কোন দোষী, কি শাস্তি পাব দোষীয়ে? সেই বিষয়ত একো বিধান নিদিয়ে কৰনাৰছ আদালতে, কেৱল মৃ**ত্যু স্বাভাৱিক নে অস্বাভাৱিক সেইটোহে নিৰ্ধাৰণ কৰিবলৈ চেষ্টা কৰে!’ ছিংগাপুৰলৈ গৈ দি দেখিলে মনোজ বৰঠাকুৰে?

1 day ago
কাইলৈৰ ৰাশিফলঃ ৰুচক ৰাজযোগত ৰাজকীয় সুখ-সৌভাগ্য লাভ, কেনে হ’ব কৃষ্ণা ত্ৰয়োদশী?

কাইলৈৰ ৰাশিফলঃ ৰুচক ৰাজযোগত ৰাজকীয় সুখ-সৌভাগ্য লাভ, কেনে হ’ব কৃষ্ণা ত্ৰয়োদশী?

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, January 17, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

টাটাৰ যাদু! টাটাই লোৱাৰ লগে লগে ভাগ্য সলনি এয়াৰ ইণ্ডিয়াৰ! ৩০ খন নতুন বিমান হ’ব অন্তৰ্ভুক্ত!

সংস্থাটোৰ বিমান ২৫ শতাংশতকৈ অধিক বৃদ্ধি পাব; আৰম্ভ কৰিব প্ৰিমিয়াম ইকনমি বিমান সেৱা

editor by editor
September 12, 2022
in বাণিজ্য, ভাৰত
0
টাটাৰ যাদু! টাটাই লোৱাৰ লগে লগে ভাগ্য সলনি এয়াৰ ইণ্ডিয়াৰ! ৩০ খন নতুন বিমান হ’ব অন্তৰ্ভুক্ত!
0
SHARES
4k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

চৰকাৰৰ অধীনত ককবকাই থকা এয়াৰ ইণ্ডিয়াক টাটা গ্ৰুপে ক্ৰয় কৰাৰ পিছৰে পৰা বিমান সংস্থাটোৰ ভাগ্যৰ চকৰি ঘূৰিবলৈ আৰম্ভ কৰিছে৷ টাটাই এতিয়া এয়াৰ ইণ্ডিয়াৰ সামৰ্থ্য বৃদ্ধিৰ বাবে আৰু ৩০ খন নতুন যাত্ৰীবাহী বিমান সংযোগ কৰিব বিচাৰিছে৷

প্ৰকাশিত বাতৰি অনুসৰি এয়াৰ ইণ্ডিয়াই বৰ্তমানৰ ২৫ খন নেৰ’-ব’ডিৰ এয়াৰবাছ আৰু ৫ খন ৱাইড-ব’ডীৰ বয়িং এয়াৰবাছ সংযোজন কৰাৰ পৰিকল্পনা কৰিছে। ২০২২ চনৰ শেষৰ পৰা সেৱা আৰম্ভ হ’বলগীয়া ২৫ খন এয়াৰবাছ নেৰ’-বডি আৰু ৫ খন বয়িং ৱাইড-বডি এয়াৰবাছৰ বাবে এয়াৰ ইণ্ডিয়াই লেটাৰ অৱ ইনটেণ্টত স্বাক্ষৰ কৰিছে।

ইয়াৰ ফলত বিমান সংস্থাটোৰ বিমানৰ আৰু ২৫ শতাংশতকৈ অধিক বৃদ্ধি পাব। চলিত বৰ্ষৰ আৰম্ভণিতে টাটা গ্ৰুপে এয়াৰ ইণ্ডিয়াক অধিগ্ৰহণ কৰাৰ পিছত এই সংখ্যা বৃদ্ধি কৰিব। বৃদ্ধি পাবলগীয়া এয়াৰবাছসমূহৰ ভিতৰত আছে ২১ খন এয়াৰবাছ এ৩২০ নিয়ন, চাৰিখন এ৩২১ নিয়ন আৰু পাঁচখন বয়িং বি৭৭৭-২০০ এলআৰ।

 

লগতে পঢ়ক টি-২০ বিশ্বকাপৰ আৰম্ভণিৰ পূৰ্বেই বিতৰ্ক! ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক সলনিৰ সিদ্ধান্ত…

ইফালে বিমান সংস্থাটোৰ মতে, ২০২২ চনৰ ডিচেম্বৰৰ পৰা ২০২৩ চনৰ মাৰ্চৰ ভিতৰত বি৭৭৭-২০০ এলআৰ বিমান সংস্থাটোত সংযোজন কৰা হ’ব যিবোৰ বিমান ভাৰতৰ চহৰসমূহৰ পৰা আমেৰিকালৈকে সেৱাৰ আগবঢ়াব।

মুম্বাইৰ পৰা ছান ফ্ৰান্সিস্কোৰ লগতে নিউয়ৰ্ক অঞ্চলৰ দুয়োটা আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ ক্ৰমে নেৱাৰ্ক লিবাৰ্টি আৰু জন এফ কেনেডীলৈ উৰণ আৰম্ভ কৰা হ’ব৷ আনহাতে বেংগালুৰুৰ পৰা ছান ফ্ৰান্সিস্কোলৈ সপ্তাহত তিনিদিন এই বিমান সেৱা আগবঢ়োৱা হ’ব। এই বিমানসমূহৰ জৰিয়তে এয়াৰ ইণ্ডিয়াই প্ৰথমবাৰৰ বাবে প্ৰিমিয়াম ইকনমি বিমান সেৱা আগবঢ়াব।

 

লগতে পঢ়ক এটা কুকুৰৰ বাবেই দুই দেশৰ মাজত তয়াময়া যুদ্ধ! যুদ্ধৰ পৰিণাম কি হৈছিল?

নতুন বিমান সম্প্ৰসাৰণৰ সন্দৰ্ভত মন্তব্য কৰি এয়াৰ ইণ্ডিয়াৰ মুখ্য কাৰ্যবাহী বিষয়া তথা পৰিচালন সঞ্চালক কেম্পবেল উইলছনে কয় যে বহুদিনৰ পাছত এয়াৰ ইণ্ডিয়াই বিমান সম্প্ৰসাৰণ পুনৰ আৰম্ভ কৰি অতি সুখী। বৰ্তমানৰ বিমানৰ সৈতে সেৱালৈ ঘূৰাই অনা এই নতুন বিমানসমূহে অধিক ক্ষমতা আৰু সংযোগেৰে অধিক কাৰ্যকৰী, আৰু এক শক্তিশালী পদক্ষেপেৰে আগুৱাই নিব।

এয়াৰ ইণ্ডিয়াৰ সম্প্ৰসাৰণ আৰু নবীকৰণৰ ৰোমাঞ্চকৰ পৰিকল্পনা আছে বুলি কৈ তেওঁ লগতে কয় যে এই নতুন বিমানসমূহ মাত্ৰ আৰম্ভণিহে। এয়াৰ ইণ্ডিয়াত বৰ্তমান নেৰ’-বডিৰ ৭০ খন বিমান আছে৷ ইয়াৰে ৫৪ খন সেৱাত থকাৰ বাকী ১৬ খন বিমান ২০২৩ চনৰ পাছত পুনৰ সেৱা আৰম্ভ কৰিব। একেদৰে এয়াৰ ইণ্ডিয়াৰ ৱাইড-বডি বৰ্তমান ৪৩ খন বিমান আছে আৰু ইয়াৰে ৩৩ খন কাৰ্যক্ষম হৈ আছে। বাকী বিমানকেইখন ২০২৩ চনৰ আৰম্ভণিতে সেৱালৈ আহিব।

 

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: air indiaasom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assamratan tataTata Gruop
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

সকলো কথা প্ৰচাৰ হৈ থাকিলে কেতিয়াবা কিন্তু বিপক্ষক সহায় কৰাহে হয়ঃগৰিমা শইকীয়া গাৰ্গ
জীৱনশৈলী

সকলো কথা প্ৰচাৰ হৈ থাকিলে কেতিয়াবা কিন্তু বিপক্ষক সহায় কৰাহে হয়ঃগৰিমা শইকীয়া গাৰ্গ

January 16, 2026
ৰাহুৰ খেলা আৰম্ভ হ’ব, ১৫ এপ্ৰিল পৰ্যন্ত ৩ ৰাশিৰ গোল্ডেন টাইম চলিব
জীৱনশৈলী

ৰাহুৰ খেলা আৰম্ভ হ’ব, ১৫ এপ্ৰিল পৰ্যন্ত ৩ ৰাশিৰ গোল্ডেন টাইম চলিব

January 16, 2026
কাইলৈৰ ৰাশিফলঃ ৰুচক ৰাজযোগত ৰাজকীয় সুখ-সৌভাগ্য লাভ, কেনে হ’ব কৃষ্ণা ত্ৰয়োদশী?
জীৱনশৈলী

কাইলৈৰ ৰাশিফলঃ ৰুচক ৰাজযোগত ৰাজকীয় সুখ-সৌভাগ্য লাভ, কেনে হ’ব কৃষ্ণা ত্ৰয়োদশী?

January 15, 2026
উপাৰ্জনৰ বাবে প্ৰেমিকক অন্য পুৰুষৰ শয্যাসংগী হ’বলৈ বাধ্য কৰিছে প্ৰেমিকাই! আয় শুনিলে চকু কঁপালত উঠিব আপোনাৰ
বিবিধ

উপাৰ্জনৰ বাবে প্ৰেমিকক অন্য পুৰুষৰ শয্যাসংগী হ’বলৈ বাধ্য কৰিছে প্ৰেমিকাই! আয় শুনিলে চকু কঁপালত উঠিব আপোনাৰ

January 15, 2026
Next Post
ৰোগীৰ প্ৰতি দায়ৱদ্ধ চিকিৎসক! ট্ৰেফিক জামত আৱদ্ধ, ৰাজপথতে বাহন এৰি ৪৫ মিনিট দৌৰি গৈ অস্ত্ৰোপচাৰ সম্পন্ন

ৰোগীৰ প্ৰতি দায়ৱদ্ধ চিকিৎসক! ট্ৰেফিক জামত আৱদ্ধ, ৰাজপথতে বাহন এৰি ৪৫ মিনিট দৌৰি গৈ অস্ত্ৰোপচাৰ সম্পন্ন

ৰাণী এলিজাবেথৰ এখন গোপন চিঠি… কি আছে এই গোপন চিঠিত? ক’ত সংৰক্ষিত হৈ আছে চিঠিখন?

ৰাণী এলিজাবেথৰ এখন গোপন চিঠি... কি আছে এই গোপন চিঠিত? ক’ত সংৰক্ষিত হৈ আছে চিঠিখন?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.