• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কোভিডৰ তৃতীয় ঢৌ আৰম্ভ; বিশ্ব স্বাস্থ্য সংস্থাৰ সতৰ্কবাণী

কোভিডৰ তৃতীয় ঢৌ আৰম্ভ; বিশ্ব স্বাস্থ্য সংস্থাৰ সতৰ্কবাণী

5 years ago
বসন্ত পঞ্চমীতে শক্তিশালী গজকেশৰী যোগ, এই ৩ৰাশিয়ে পাব দেৱী সৰস্বতীৰ আশীৰ্বাদ

বসন্ত পঞ্চমীতে শক্তিশালী গজকেশৰী যোগ, এই ৩ৰাশিয়ে পাব দেৱী সৰস্বতীৰ আশীৰ্বাদ

39 minutes ago
সূৰ্যৰ তিনিবাৰ ৰাশি পৰিবৰ্তনে ৫ৰাশিলৈ আনিছে ভাল খবৰ, ফেব্ৰুৱাৰীত সৌভাগ্য উজলি উঠিব কাৰ কাৰ?

সূৰ্যৰ তিনিবাৰ ৰাশি পৰিবৰ্তনে ৫ৰাশিলৈ আনিছে ভাল খবৰ, ফেব্ৰুৱাৰীত সৌভাগ্য উজলি উঠিব কাৰ কাৰ?

3 hours ago
আজি নেতাজীৰ জন্মজয়ন্তী, আজিয়েই জানি থওক দেশবাসীৰ অনুপ্ৰেৰণা দিয়া কেইটামান শক্তিশালী বাণী

আজি নেতাজীৰ জন্মজয়ন্তী, আজিয়েই জানি থওক দেশবাসীৰ অনুপ্ৰেৰণা দিয়া কেইটামান শক্তিশালী বাণী

4 hours ago
শনিৰ সুনজৰ আপোনাৰ সৈতে আছে, এই ৩ৰাশিৰ উন্নতি হ’ব দ্বিগুণ

শনিৰ সুনজৰ আপোনাৰ সৈতে আছে, এই ৩ৰাশিৰ উন্নতি হ’ব দ্বিগুণ

23 hours ago
ভূ-স্বৰ্গৰ বীৰাঙ্গনা! নেতৃত্ব দিব এটা পুৰুষ বাহিনীক, গণতন্ত্ৰ দিৱসত বিশ্বই দেখিব তেওঁক, কোন এই সিমৰণ বালা?

ভূ-স্বৰ্গৰ বীৰাঙ্গনা! নেতৃত্ব দিব এটা পুৰুষ বাহিনীক, গণতন্ত্ৰ দিৱসত বিশ্বই দেখিব তেওঁক, কোন এই সিমৰণ বালা?

23 hours ago
নিজৰ ৬৫ বছৰ বয়সীয়া মাতৃকো দিলে নটিছ! SIRৰ শুনানিত হাজিৰ হোৱাৰ নিৰ্দেশ BLOকো

নিজৰ ৬৫ বছৰ বয়সীয়া মাতৃকো দিলে নটিছ! SIRৰ শুনানিত হাজিৰ হোৱাৰ নিৰ্দেশ BLOকো

23 hours ago
বন্ধ ভাগ্যৰ তলা খুলিছে! সূৰ্যৰ নক্ষত্ৰ পৰিবৰ্তনত ৫ৰাশিৰ জীৱনত অৰ্থৰ বৰষুণ

বন্ধ ভাগ্যৰ তলা খুলিছে! সূৰ্যৰ নক্ষত্ৰ পৰিবৰ্তনত ৫ৰাশিৰ জীৱনত অৰ্থৰ বৰষুণ

1 day ago
কোনো ৰোগ অবিহনেই শৰীৰ ক্লান্ত, অলস আৰু টোপনি টোপনি অনুভৱ, শৰীৰত কি কি অভাৱ ঘটিছে আপোনাৰ?

কোনো ৰোগ অবিহনেই শৰীৰ ক্লান্ত, অলস আৰু টোপনি টোপনি অনুভৱ, শৰীৰত কি কি অভাৱ ঘটিছে আপোনাৰ?

1 day ago
সৰস্বতী পূজাত ৫টাকৈ ৰাজযোগত বাম্পাৰ লাভ, খুলিব এই ৫ৰাশিৰ ভাগ্য

সৰস্বতী পূজাত ৫টাকৈ ৰাজযোগত বাম্পাৰ লাভ, খুলিব এই ৫ৰাশিৰ ভাগ্য

1 day ago
মাহিলী কিমান সঞ্চয় কৰিব? আপোনাৰ দৰমহা ৫০ হাজাৰ টকা নেকি? মাহিলী কিমান সঞ্চয় কৰিলে লাখপতি সহজেই হ’ব?

মাহিলী কিমান সঞ্চয় কৰিব? আপোনাৰ দৰমহা ৫০ হাজাৰ টকা নেকি? মাহিলী কিমান সঞ্চয় কৰিলে লাখপতি সহজেই হ’ব?

1 day ago
পোষ্ট অফিচৰ এই স্কিম SIPৰ গুৰু! ১০ বছৰত আয় কৰিব ৪০লাখতকৈ বেছি ধন

পোষ্ট অফিচৰ এই স্কিম SIPৰ গুৰু! ১০ বছৰত আয় কৰিব ৪০লাখতকৈ বেছি ধন

1 day ago
২০২৬ৰ দ্বিতীয় মাহত সূৰ্যৰ-চন্দ্ৰৰ বিশেষ যোগ, ধনসুখ আহিব এই ৫ৰাশিৰ জীৱনত

২০২৬ৰ দ্বিতীয় মাহত সূৰ্যৰ-চন্দ্ৰৰ বিশেষ যোগ, ধনসুখ আহিব এই ৫ৰাশিৰ জীৱনত

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, January 23, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ক'ভিড-১৯

কোভিডৰ তৃতীয় ঢৌ আৰম্ভ; বিশ্ব স্বাস্থ্য সংস্থাৰ সতৰ্কবাণী

editor by editor
July 16, 2021
in অসম, উত্তৰ-পূব, ক'ভিড-১৯, গুৱাহাটী, বিশ্ব, ভাৰত, স্বাস্থ্য
0
কোভিডৰ তৃতীয় ঢৌ আৰম্ভ; বিশ্ব স্বাস্থ্য সংস্থাৰ সতৰ্কবাণী
0
SHARES
237
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম  লাইভ ২৪ঃ আৰম্ভ হ’ল কোভিডৰ তৃতীয় ঢৌ। তৃতীয় ঢৌক লৈ বিশ্ববাসীক সতৰ্কবাণী বিশ্ব স্বাস্থ্য সংস্থাৰ। বিশ্বৰ ১১১ দেশত সম্প্ৰতি কোভিডৰ ডেল্টা ভেৰিয়েণ্টৰ অৱস্থিতি পোৱা গৈছে আৰু শীঘ্ৰেই বিশ্বব্যাপী আৰম্ভ হ’ব তৃতীয় ঢৌৰ সংক্ৰমণ। বৰ্তমান কোভিড সংক্ৰমণ তৃতীয় ঢৌৰ প্ৰথম পৰ্যায়ত আছে। বৃহস্পতিবাৰে এই কথা সদৰী কৰে বিশ্ব স্বাস্থ্য সংস্থাৰ মুৰব্বী টেড্ৰচ আধানম ঘেব্ৰেয়াচাচে। লগতে তেওঁ কয়, ক্ৰমাগতভাৱে কোভিড-১৯ ভাইৰাছৰ বিকাশ হৈ আছে, যাৰ ফলত অধিক সংক্ৰামক ৰূপত ভাইৰাছবিধৰ নতুন নতুন প্ৰজাতিৰ সৃষ্টি হৈছে। সমগ্ৰ দেশত ভেকচিনেচন অভিযান অধিক তীব্ৰতৰ কৰি তোলা হৈছে যদিও কোভিডৰ তৃতীয় ঢৌ ৰোধ কৰিব পৰাকৈ অধিক শক্তিশালী ৰূপত অৱতীৰ্ণ হ’ব পৰা নাই ভেকচিনেচন কাৰ্যসূচী। গতিকে পূৰ্বতকৈ অধিক সতৰ্কতা অৱলম্বন কৰিবলৈ আহ্বান জনাইছে বিশ্ব স্বাস্থ্য সংস্থাই।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24covid third waveWHO
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বন্ধ ভাগ্যৰ তলা খুলিছে! সূৰ্যৰ নক্ষত্ৰ পৰিবৰ্তনত ৫ৰাশিৰ জীৱনত অৰ্থৰ বৰষুণ
জীৱনশৈলী

বন্ধ ভাগ্যৰ তলা খুলিছে! সূৰ্যৰ নক্ষত্ৰ পৰিবৰ্তনত ৫ৰাশিৰ জীৱনত অৰ্থৰ বৰষুণ

January 22, 2026
মাহিলী কিমান সঞ্চয় কৰিব? আপোনাৰ দৰমহা ৫০ হাজাৰ টকা নেকি? মাহিলী কিমান সঞ্চয় কৰিলে লাখপতি সহজেই হ’ব?
জীৱনশৈলী

মাহিলী কিমান সঞ্চয় কৰিব? আপোনাৰ দৰমহা ৫০ হাজাৰ টকা নেকি? মাহিলী কিমান সঞ্চয় কৰিলে লাখপতি সহজেই হ’ব?

January 22, 2026
এমাহ পাছত উদয় হ’ব শুক্ৰ, ৰোমান্স বাঢ়িব, অৰ্থবৃষ্টি হ’ব এই ৪ৰাশিৰ জাতকৰ ওপৰত
জীৱনশৈলী

এমাহ পাছত উদয় হ’ব শুক্ৰ, ৰোমান্স বাঢ়িব, অৰ্থবৃষ্টি হ’ব এই ৪ৰাশিৰ জাতকৰ ওপৰত

January 21, 2026
বয়স বা ওজন নহয়, বন্ধ্যাত্বৰ সকলোতকৈ ডাঙৰ কাৰণ আমাৰ দৈনন্দিন এইকেইটা অভ্যাস, কি কয় চিকিৎসকে?
জীৱনশৈলী

বয়স বা ওজন নহয়, বন্ধ্যাত্বৰ সকলোতকৈ ডাঙৰ কাৰণ আমাৰ দৈনন্দিন এইকেইটা অভ্যাস, কি কয় চিকিৎসকে?

January 20, 2026
Next Post
মৰিয়নিৰ ভাৰত্তোলক মৃদুস্মিতাৰ জীৱন সংগ্ৰাম, প্ৰত্যাহ্বান নেওচি সাজু ৰাষ্ট্ৰীয় প্ৰতিযোগিতালৈ

মৰিয়নিৰ ভাৰত্তোলক মৃদুস্মিতাৰ জীৱন সংগ্ৰাম, প্ৰত্যাহ্বান নেওচি সাজু ৰাষ্ট্ৰীয় প্ৰতিযোগিতালৈ

বালিকা বধুৰ ‘দাদি ছা’ সুৰেখা ছিক্ৰিৰ দেহাৱসান

বালিকা বধুৰ ‘দাদি ছা’ সুৰেখা ছিক্ৰিৰ দেহাৱসান

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.