• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বেংককৰ চিৰিয়াখানাৰ হাতীকে অসমৰ জয়মালা বুলি ৰাজ্যজুৰি শোকৰ বন্যা!এইখন অসমৰ জয়মালা নামৰ হাতীটোৰ ফটো নহয়!

বেংককৰ চিৰিয়াখানাৰ হাতীকে অসমৰ জয়মালা বুলি ৰাজ্যজুৰি শোকৰ বন্যা!এইখন অসমৰ জয়মালা নামৰ হাতীটোৰ ফটো নহয়!

4 years ago
ধনৰ হ’ব বৰষুণ, বুধ গ্ৰহৰ গোচৰে প্ৰভাৱ পেলাব ১২ ৰাশিৰ ভাগ্যত!

ধনৰ হ’ব বৰষুণ, বুধ গ্ৰহৰ গোচৰে প্ৰভাৱ পেলাব ১২ ৰাশিৰ ভাগ্যত!

43 minutes ago
আজি বৰ্ষাপাৰাত RR vs RCB ৰ মেচ, কোন হ’ব জয়ী?

আজি বৰ্ষাপাৰাত RR vs RCB ৰ মেচ, কোন হ’ব জয়ী?

1 hour ago
‘শেষত মানি ল’লে’, অৰ্জুন কাপুৰ মানসিকভাৱে অশান্তিত আছে নেকি?

‘শেষত মানি ল’লে’, অৰ্জুন কাপুৰ মানসিকভাৱে অশান্তিত আছে নেকি?

2 hours ago
হনুমানক সন্তুষ্ট কৰাৰ সহজ উপায়, পাব জীৱনত সফলতা!

হনুমানক সন্তুষ্ট কৰাৰ সহজ উপায়, পাব জীৱনত সফলতা!

3 hours ago
‘WhatsApp বিশ্বাসযোগ্য এপ নহয়’, ইলন মাস্কে কিয় ক’লে এইদৰে?

‘WhatsApp বিশ্বাসযোগ্য এপ নহয়’, ইলন মাস্কে কিয় ক’লে এইদৰে?

3 hours ago
নাৰীৰ ৫টা গুণে সুখী কৰে স্বামীক, বিবাহৰ পূৰ্বে জানি লওক!

নাৰীৰ ৫টা গুণে সুখী কৰে স্বামীক, বিবাহৰ পূৰ্বে জানি লওক!

4 hours ago
কুম্ভৰ ভাইৰেল গাৰ্ল মনালিছা নাবালিকা, জে’ললৈ যাব নেকি স্বামী ফৰমান খান? কি কি ধাৰাৰ অধীনত গোচৰ ৰুজু ফৰমানৰ বিৰুদ্ধে?

কুম্ভৰ ভাইৰেল গাৰ্ল মনালিছা নাবালিকা, জে’ললৈ যাব নেকি স্বামী ফৰমান খান? কি কি ধাৰাৰ অধীনত গোচৰ ৰুজু ফৰমানৰ বিৰুদ্ধে?

5 hours ago
ডায়বেটিছৰ কাৰণে ভয়ংকৰ ক্ষতি হ’ব শৰীৰৰ! বন্ধ্যাত্বৰ চিকাৰ হ’ব পাৰে পুৰুষৰ, জানক কি কয় বিশেষজ্ঞই?

ডায়বেটিছৰ কাৰণে ভয়ংকৰ ক্ষতি হ’ব শৰীৰৰ! বন্ধ্যাত্বৰ চিকাৰ হ’ব পাৰে পুৰুষৰ, জানক কি কয় বিশেষজ্ঞই?

5 hours ago
অষ্টম পে কমিছনত ১৮ হাজাৰ দৰমহা বাঢ়ি হ’ব ৬০হাজাৰ? জানি থওক হিচাপ

অষ্টম পে কমিছনত ১৮ হাজাৰ দৰমহা বাঢ়ি হ’ব ৬০হাজাৰ? জানি থওক হিচাপ

6 hours ago
নক্ষত্ৰ সলনি কৰিছে চন্দ্ৰই, ২৬ ঘণ্টা গল্ডেন টাইম, অৰ্থলাভ কৰিব ৪ৰাশিৰ জাতকে

নক্ষত্ৰ সলনি কৰিছে চন্দ্ৰই, ২৬ ঘণ্টা গল্ডেন টাইম, অৰ্থলাভ কৰিব ৪ৰাশিৰ জাতকে

6 hours ago
শীৰ্ষস্থান দখল কৰা জ্যোতিৰ্ময় দাসৰ পিতৃ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী, উৰুখা পজাৰ পৰা ওলোৱা জ্যোতিৰ্ময়ৰ ভৱিষ্যতৰ সপোন কি?

শীৰ্ষস্থান দখল কৰা জ্যোতিৰ্ময় দাসৰ পিতৃ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী, উৰুখা পজাৰ পৰা ওলোৱা জ্যোতিৰ্ময়ৰ ভৱিষ্যতৰ সপোন কি?

7 hours ago
কংগ্ৰেছ নেতা পৱন খেড়াৰ অগ্ৰিম জামিন মঞ্জুৰ, তেলেংগানা উচ্চ ন্যায়ালয়ে মঞ্জুৰ কৰে জামিন আবেদন

কংগ্ৰেছ নেতা পৱন খেড়াৰ অগ্ৰিম জামিন মঞ্জুৰ, তেলেংগানা উচ্চ ন্যায়ালয়ে মঞ্জুৰ কৰে জামিন আবেদন

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, April 10, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিশ্ব

বেংককৰ চিৰিয়াখানাৰ হাতীকে অসমৰ জয়মালা বুলি ৰাজ্যজুৰি শোকৰ বন্যা!এইখন অসমৰ জয়মালা নামৰ হাতীটোৰ ফটো নহয়!

editor by editor
September 2, 2022 - Updated on September 14, 2022
in অসম, বিশ্ব
0
বেংককৰ চিৰিয়াখানাৰ হাতীকে অসমৰ জয়মালা বুলি ৰাজ্যজুৰি শোকৰ বন্যা!এইখন অসমৰ জয়মালা নামৰ হাতীটোৰ ফটো নহয়!
0
SHARES
18.5k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

এই হাতীটোৰ ফটোখন নিশ্চয় সকলোৱে চিনি পাইছে! কাৰণ যোৱা ৩/৪ দিন অসমৰ সংবাদ মাধ্যম আৰু সামাজিক মাধম্যত বহুলভাৱে চৰ্চিত হৈছে এই ফ’টোখন৷

চৰ্চা লাভ কৰা মতে ভাইৰেল হোৱা এই ফ’টোখন হৈছে ‘জয়মালা’ৰ৷ অৰ্থাৎ তামিলনাডুত অত্যাচাৰ চলোৱা অসমৰ হাতী জয়মালাৰ৷ ফ’টোখন এই বাতৰি প্ৰচাৰ হোৱা লগে লগে অসমৰ সংবাদ মাধ্যম আৰু সামাজিক মাধ্যমত ব্যাপক চৰ্চা লাভ কৰিছে৷

অসমৰ পৰা তামিলনাডুলৈ নিয়া জয়মালা নামৰ হাতীটোৰ এই দুৰৱস্থা কৰিছে তামিলনাডুৰ শ্ৰীভিল্লিপুত্তুৰ নাছিয়াৰ থিৰুকুভিল মন্দিৰৰ পুজাৰীয়ে। সেয়েহে ৰাজ্যৰ সামাজিক মাধ্যমতো শোকৰ বন্যা বৈছে।

লগতে পঢ়ক দুখৰ মাজতো সুখবৰ! অসমলৈ ওভতাই অনা হ’ব জয়মালাক, তামিলনাডুলৈ ৰাওনা হ’ব বন বিভাগৰ দল

এই শোক সহ্য কৰিব নোৱাৰি অসমৰ মুখ্যমন্ত্ৰীয়েও ইতিমধ্য হাতীটো অসমলৈ ওভতাই আনিবলৈ চাৰিজনীয়া বন বিষয়াৰ দল তামিলনাডুলৈ প্ৰেৰণ কৰাৰ সিদ্ধান্ত লৈছে। কিন্তু ইয়াৰ মাজতে ভাইৰেল হোৱা ফ’টোখন জয়মালাৰ নহয় বুলি কোৱা হৈছে৷

ফ’টোখন শ্বেয়াৰ কৰি কোৱা হৈছে ভাইৰেল হোৱা ফ’টোখন হৈছে বেংককৰ এখন চিৰিয়াখানা এটা হাতীৰ৷ এই ৪ বছৰীয়া হাতীটো হৈছে বেংককৰ সমীপৰ চামুট প্ৰাকন ক্ৰ’ক’ডাইল ফ্ৰাম এণ্ড জু’ৰ৷ এই ফ’টোখনসহ বাতৰিটো ২০১৯ চনৰ ২০ জুনত National Geographic নামৰ Digtal পৰ্টেলত Natasha Dilyত প্ৰকাশ পাইছিল৷

অনশ্যে তামিলনাডুৰ শ্ৰীভিল্লিপুত্তুৰ নাছিয়াৰ থিৰুকুভিল মন্দিৰৰ পুজাৰীয়ে অসমৰ জয়মাৱাক অত্যাচাৰ কৰাৰ এটা সৰু ভিডিঅ’ ক্লীপ ভাইৰেল হৈছিল৷ হয়তো ভাইৰেল হোৱা ভিডিঅ’টোৰ হাতীটোহে অসমৰ জয়মালা৷ ভাইৰেল হোৱা এই ফ’টোখন যে অসমৰ জয়মালা নহয় সেয়া নিশ্চিত৷

এইখন অসমৰ জয়মালা নামৰ হাতীটোৰ ফটো নহয়!

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of AssamJaimala
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কংগ্ৰেছ নেতা পৱন খেড়াৰ অগ্ৰিম জামিন মঞ্জুৰ, তেলেংগানা উচ্চ ন্যায়ালয়ে মঞ্জুৰ কৰে জামিন আবেদন
অপৰাধ

কংগ্ৰেছ নেতা পৱন খেড়াৰ অগ্ৰিম জামিন মঞ্জুৰ, তেলেংগানা উচ্চ ন্যায়ালয়ে মঞ্জুৰ কৰে জামিন আবেদন

April 10, 2026
প্ৰকাশ পালে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল, প্ৰথম ৪ স্থানত কোন কোন পৰীক্ষাৰ্থী
অসম

প্ৰকাশ পালে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল, প্ৰথম ৪ স্থানত কোন কোন পৰীক্ষাৰ্থী

April 10, 2026
জন্মনিয়ন্ত্ৰক ঔষধ বা অস্ত্ৰোপচাৰৰ প্ৰয়োজন নাই, পুৰুষৰ বাবে গৰ্ভনিৰোধক তৈয়াৰ কৰিলে বিজ্ঞানীয়ে
জীৱনশৈলী

জন্মনিয়ন্ত্ৰক ঔষধ বা অস্ত্ৰোপচাৰৰ প্ৰয়োজন নাই, পুৰুষৰ বাবে গৰ্ভনিৰোধক তৈয়াৰ কৰিলে বিজ্ঞানীয়ে

April 10, 2026
ভোটদানে ভংগ কৰিলে পূৰ্বৰ অভিলেখ, অসমৰ ৰাজসিংহাসনত কোন, হিমন্ত নে গৌৰৱ?
অসম

ভোটদানে ভংগ কৰিলে পূৰ্বৰ অভিলেখ, অসমৰ ৰাজসিংহাসনত কোন, হিমন্ত নে গৌৰৱ?

April 9, 2026
Next Post
হোষ্টেলৰ কোঠাত চিকিৎসা বিজ্ঞানৰ চূড়ান্ত বৰ্ষৰ ছাত্ৰীয়ে শেষ কৰিলে নিজৰ জীৱন

হোষ্টেলৰ কোঠাত চিকিৎসা বিজ্ঞানৰ চূড়ান্ত বৰ্ষৰ ছাত্ৰীয়ে শেষ কৰিলে নিজৰ জীৱন

অভিনেত্ৰী মহালক্ষ্মীৰ দ্বিতীয় বিবাহসম্পন্ন, বিয়াৰ ফ’টোৱে জয় কৰিছে অনুৰাগীৰ হৃদয়

অভিনেত্ৰী মহালক্ষ্মীৰ দ্বিতীয় বিবাহসম্পন্ন, বিয়াৰ ফ’টোৱে জয় কৰিছে অনুৰাগীৰ হৃদয়

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.