• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
অমিতাভ বচ্চনৰ ঘৰত ৪ কোটি টকীয়া পেইণ্টিং : এই টকাৰে আপুনি কি কি ক্ৰয় কৰিব পাৰিব?

অমিতাভ বচ্চনৰ ঘৰত ৪ কোটি টকীয়া পেইণ্টিং : এই টকাৰে আপুনি কি কি ক্ৰয় কৰিব পাৰিব?

4 years ago
নিশাৰ ভাগত শিৱলিঙ্গৰ সন্মুখত প্ৰদীপ জ্বলোৱাৰ ওপৰিও কৰক এই কাম, দূৰ হ’ব মনৰ অন্ধকাৰ, সমৃদ্ধিয়ে ভৰাই তুলিব আপোনাৰ জীৱন

নিশাৰ ভাগত শিৱলিঙ্গৰ সন্মুখত প্ৰদীপ জ্বলোৱাৰ ওপৰিও কৰক এই কাম, দূৰ হ’ব মনৰ অন্ধকাৰ, সমৃদ্ধিয়ে ভৰাই তুলিব আপোনাৰ জীৱন

17 hours ago
সূৰ্য, মঙ্গলৰ কৃপাত গঠিত হ’ব মঙ্গল আদিত্য ৰাজযোগ! ৪ৰাশিৰ সুখ, স্বাচ্ছন্দ্য উপচি পৰিব

সূৰ্য, মঙ্গলৰ কৃপাত গঠিত হ’ব মঙ্গল আদিত্য ৰাজযোগ! ৪ৰাশিৰ সুখ, স্বাচ্ছন্দ্য উপচি পৰিব

18 hours ago
৮০শতাংশ ভাৰতীয়ৰে কলষ্টেৰল অস্বাভাৱিক, ইয়াৰ ফলতেই বাঢ়িছে হাৰ্ট এটেকত মৃত্যুৰ হাৰ?

৮০শতাংশ ভাৰতীয়ৰে কলষ্টেৰল অস্বাভাৱিক, ইয়াৰ ফলতেই বাঢ়িছে হাৰ্ট এটেকত মৃত্যুৰ হাৰ?

19 hours ago
SBIৰ পৰা ৩লাখ টকাৰ পাৰ্ছনেল ঋণ লৈছে? প্ৰতিমাহে কিমান EMI দিব লাগিব?

SBIৰ পৰা ৩লাখ টকাৰ পাৰ্ছনেল ঋণ লৈছে? প্ৰতিমাহে কিমান EMI দিব লাগিব?

21 hours ago
সোণৰ দাম ৭০ হাজাৰলৈ নামিব নেকি? বজাৰ বিশেষজ্ঞই কি কৈছে? জানি থওক সবিশেষ

সোণৰ দাম ৭০ হাজাৰলৈ নামিব নেকি? বজাৰ বিশেষজ্ঞই কি কৈছে? জানি থওক সবিশেষ

21 hours ago
৬ ফেব্ৰুৱাৰীৰ পৰা উপাৰ্জন বাঢ়িব ৩ৰাশিৰ, শুক্ৰৰ গোচৰত মালামাল হ’ব কোন কোন?

৬ ফেব্ৰুৱাৰীৰ পৰা উপাৰ্জন বাঢ়িব ৩ৰাশিৰ, শুক্ৰৰ গোচৰত মালামাল হ’ব কোন কোন?

22 hours ago
লিফ্টত হাইড্ৰজেন বেলুন ফাটি বিস্ফোৰণ, কথমপি প্ৰাণৰক্ষা ৩জনৰ, চাওক ঘটনাৰ ভিডিঅ’

লিফ্টত হাইড্ৰজেন বেলুন ফাটি বিস্ফোৰণ, কথমপি প্ৰাণৰক্ষা ৩জনৰ, চাওক ঘটনাৰ ভিডিঅ’

23 hours ago
সপোনত ধন দেখাটো শুভ নে অশুভ? জানক সপোনত ধন দেখাৰ অৰ্থ কি?

সপোনত ধন দেখাটো শুভ নে অশুভ? জানক সপোনত ধন দেখাৰ অৰ্থ কি?

2 days ago
গুৰুবাৰে গজকেশৰী যোগ, লক্ষ্মী-নাৰায়ণৰ সহায় থাকিব এই ৫ৰাশিত

গুৰুবাৰে গজকেশৰী যোগ, লক্ষ্মী-নাৰায়ণৰ সহায় থাকিব এই ৫ৰাশিত

2 days ago
মহাশিৱৰাত্ৰিৰ পাছতেই সূৰ্যগ্ৰহণ, আৰ্থিক লাভৰ যোগ আছে এই ৫ৰাশিৰ ভাগ্যত

মহাশিৱৰাত্ৰিৰ পাছতেই সূৰ্যগ্ৰহণ, আৰ্থিক লাভৰ যোগ আছে এই ৫ৰাশিৰ ভাগ্যত

2 days ago
মাজ আকাশত বিমানত জুই! কলকাতাত ২৩৬ যাত্ৰী কঢ়িওৱা বিমানৰ জৰুৰী অৱতৰণ

মাজ আকাশত বিমানত জুই! কলকাতাত ২৩৬ যাত্ৰী কঢ়িওৱা বিমানৰ জৰুৰী অৱতৰণ

2 days ago
কোৰিয়ান ‘লাভ গেম’ৰ বলি গাজিয়াবাদৰ তিনি ভগ্নী! জানক কি আছে এই খেলত?

কোৰিয়ান ‘লাভ গেম’ৰ বলি গাজিয়াবাদৰ তিনি ভগ্নী! জানক কি আছে এই খেলত?

2 days ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, February 6, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

অমিতাভ বচ্চনৰ ঘৰত ৪ কোটি টকীয়া পেইণ্টিং : এই টকাৰে আপুনি কি কি ক্ৰয় কৰিব পাৰিব?

editor by editor
March 9, 2022
in জীৱনশৈলী, বিবিধ
0
অমিতাভ বচ্চনৰ ঘৰত ৪ কোটি টকীয়া পেইণ্টিং : এই টকাৰে আপুনি কি কি ক্ৰয় কৰিব পাৰিব?
0
SHARES
379
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বলিউদৰ মেগাষ্টাৰ অমিতাভ বচ্চনৰ বাসগৃহ জালসাৰ শুৱনি কোঠাত আছে এনে এখন পেইণ্টিং, যিখন পেইণ্টিঙৰ দাম শুনিলে আপোনাৰ চকু কপালত উঠিব!

এটা প্ৰায় শুভ্ৰ ষাঁড় অংকিত এই পেইণ্টিঙখনৰ মূল্য হৈছে ৪ কোটি টকা৷ মনজিৎ বাৱা(১৯৪১-২০০৮) নামৰ চিত্ৰশিল্পীগৰাকীয়ে এই মূল্যৱান পেইণ্টিঙখন অংকন কৰিছিল৷

এই পেইণ্টিঙৰ মূল্যৰে আপুনি এনে বহুমূলীয়া সম্পদ ক্ৰয় কৰিব পাৰিব৷ যি সম্পদ আপোনাৰ সপোন পূৰ কৰিব পাৰিব!

লগতে পঢ়ক পাক ৰাষ্ট্ৰপতিৰ অনুষ্ঠানৰ পূৰ্বে আত্মঘাতী আক্ৰমণ : ৭ নিৰাপত্তাৰক্ষীৰ মৃত্যু

আপুনি কি কি ক্ৰয় কৰিব পাৰিব এই মূল্যৰে?

১. পাঁচখন অ’ডি Q7 বাহন

উক্ত পেইণ্টিঙখনৰ মূল্যৰে আপুনি বিশ্বৰ বিলাসী পাঁচখন অ’ডি Q7 বাহন ক্ৰয় কৰিব পাৰিব৷ ভাৰতীয় বজাৰত এই চিৰিজৰ একোখন বিলাসী বাহনৰ মূল্য হৈছে ৭০ৰ পৰা ৮০ লাখ টকা৷ আপুনি অমিতাভ বচ্চনৰ এই পেইণ্টিঙখনৰ মূল্যৰে এনে পাঁচখন বিলাসী বাহন ক্ৰয় কৰিব পাৰিব৷

২.বৃহৎ পৰিমাণৰ ৰ’লেক্স ঘড়ী

পেইণ্টিঙখনৰ মূল্যৰে আপুনি বৃহৎ পৰিমাণৰ ৰ’লেক্স হাত ঘড়ী ক্ৰয় কৰিব পাৰিব৷ যি ঘড়ী ভাৰতীয় তাৰকাসকলে পৰিধান কৰে৷ মহেন্দ্ৰ সিং ধোনী, বিৰাট কোহলী, ৰণবীৰ কাপুৰহঁতে পৰিধান কৰা এই ঘড়ীৰ এটাৰ মূল্য হৈছে ৮.৬ লাখ টকা৷ পেইণ্টিঙখনৰ মূল্যৰে আপুনি এনে বিলাসী ঘড়ীৰ বিশাল সংগ্ৰহ কৰিব পাৰিব৷

৩. মুম্বাই সম্ভ্ৰান্ত এলেকাত ফ্লেট ক্ৰয়

উক্ত পেইণ্টিঙখনৰ মূল্যৰে আপুনি মুম্বাইৰ অতি সম্ভ্ৰান্ত এলেকা জুহুত অতি বিলাসী দুটা শোৱনি কোঠাৰ ফ্লেট ক্ৰয় কৰিব পাৰিব৷ হয় আপোনাৰ বেংকত যদি ৪ কোটি টকা থাকে তেনে আপুনি জলসাৰ ওচৰতে এটা অতি বিলাসী 2BHK ফ্লেট ক্ৰয় কৰিব পাৰিব৷

৪. ৮ কিলোগ্ৰাম সোণ ক্ৰয়

অমিতাভ বচ্চনৰ শোৱনি কোঠাত আঁৰি থোৱা পেইণ্টিঙখনৰ মূল্যৰে আপুনি ৮ কিলোগ্ৰাম সোণৰ গৰাকী হ’ব পাৰিব৷

লগতে পঢ়ক পৌৰসভা নিৰ্বাচনত কংগ্ৰেছৰ বিপৰ্যয় : পৰাজয়ৰ দায়িত্ব স্বীকাৰ সভাপতি ভূপেন বৰাৰ

৫. ২০০ৰো অধিক আইফোন

এই পেইণ্টিঙখনৰ মূল্যৰে আপুনি ২০০ৰো অধিক আইফোন কৰিব পাৰিব৷ iPhone 13 Max মডেলৰ ২২৩ টা মোবাইল তাকো ১ টেৰাবাইট ষ্টৰেজৰ সৈতে আপুনি এই টকাৰে ক্ৰয় কৰিব পাৰিব৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Amitabh Bachhanasom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalBest Assamese News ChannelBest news channel of assamBest News Portal in AssamJalsa
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

নিশাৰ ভাগত শিৱলিঙ্গৰ সন্মুখত প্ৰদীপ জ্বলোৱাৰ ওপৰিও কৰক এই কাম, দূৰ হ’ব মনৰ অন্ধকাৰ, সমৃদ্ধিয়ে ভৰাই তুলিব আপোনাৰ জীৱন
জীৱনশৈলী

নিশাৰ ভাগত শিৱলিঙ্গৰ সন্মুখত প্ৰদীপ জ্বলোৱাৰ ওপৰিও কৰক এই কাম, দূৰ হ’ব মনৰ অন্ধকাৰ, সমৃদ্ধিয়ে ভৰাই তুলিব আপোনাৰ জীৱন

February 5, 2026
সূৰ্য, মঙ্গলৰ কৃপাত গঠিত হ’ব মঙ্গল আদিত্য ৰাজযোগ! ৪ৰাশিৰ সুখ, স্বাচ্ছন্দ্য উপচি পৰিব
জীৱনশৈলী

সূৰ্য, মঙ্গলৰ কৃপাত গঠিত হ’ব মঙ্গল আদিত্য ৰাজযোগ! ৪ৰাশিৰ সুখ, স্বাচ্ছন্দ্য উপচি পৰিব

February 5, 2026
৮০শতাংশ ভাৰতীয়ৰে কলষ্টেৰল অস্বাভাৱিক, ইয়াৰ ফলতেই বাঢ়িছে হাৰ্ট এটেকত মৃত্যুৰ হাৰ?
জীৱনশৈলী

৮০শতাংশ ভাৰতীয়ৰে কলষ্টেৰল অস্বাভাৱিক, ইয়াৰ ফলতেই বাঢ়িছে হাৰ্ট এটেকত মৃত্যুৰ হাৰ?

February 5, 2026
SBIৰ পৰা ৩লাখ টকাৰ পাৰ্ছনেল ঋণ লৈছে? প্ৰতিমাহে কিমান EMI দিব লাগিব?
জীৱনশৈলী

SBIৰ পৰা ৩লাখ টকাৰ পাৰ্ছনেল ঋণ লৈছে? প্ৰতিমাহে কিমান EMI দিব লাগিব?

February 5, 2026
Next Post
কাইলৈ নিৰ্বাচনৰ ফলাফল : জ্যোতিষীৰ ভৱিষ্যদ্বাণী, উত্তৰ প্ৰদেশত আকৌ যোগীৰাজ নিশ্চিত!

কাইলৈ নিৰ্বাচনৰ ফলাফল : জ্যোতিষীৰ ভৱিষ্যদ্বাণী, উত্তৰ প্ৰদেশত আকৌ যোগীৰাজ নিশ্চিত!

ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিৰ পত্নী জেলেনস্কাৰ বিশ্ববাসীলৈ পত্ৰ; কি ক’লে পত্ৰত?

ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিৰ পত্নী জেলেনস্কাৰ বিশ্ববাসীলৈ পত্ৰ; কি ক’লে পত্ৰত?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.