• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ঘূৰণী ‘তৌক্তে’ৰ প্ৰকোপত প্ৰাণ গ’ল ৪ জনৰ

ঘূৰণী ‘তৌক্তে’ৰ প্ৰকোপত প্ৰাণ গ’ল ৪ জনৰ

5 years ago
Amazon, Swiggy Instamart আৰু BigBasketৰ লাইচেন্স বাতিল, কিন্তু কিয়?

Amazon, Swiggy Instamart আৰু BigBasketৰ লাইচেন্স বাতিল, কিন্তু কিয়?

57 minutes ago
বেটেৰে নহয়, এইবাৰ বলেৰেও বৈভৱ সূৰ্যবংশীৰ চমক!

বেটেৰে নহয়, এইবাৰ বলেৰেও বৈভৱ সূৰ্যবংশীৰ চমক!

1 hour ago
ভিক্ষা কৰা বৃদ্ধাৰ ঘৰত বস্তাই বস্তাই ওলাল ধনৰ পাহাৰ

ভিক্ষা কৰা বৃদ্ধাৰ ঘৰত বস্তাই বস্তাই ওলাল ধনৰ পাহাৰ

2 hours ago
আগন্তুক মাহত ভাৰতলৈ আহিব চীনৰ ৰাষ্ট্ৰপতি জিনপিং!

আগন্তুক মাহত ভাৰতলৈ আহিব চীনৰ ৰাষ্ট্ৰপতি জিনপিং!

2 hours ago
জালনোট সৰবৰাহ চক্ৰত কংগ্ৰেছ নেতাৰ পুত্ৰ জড়িতৰ অভিযোগ

জালনোট সৰবৰাহ চক্ৰত কংগ্ৰেছ নেতাৰ পুত্ৰ জড়িতৰ অভিযোগ

2 hours ago
এই ৩ ৰাশিৰ লোকৰ ওপৰত থাকিব ধনলক্ষ্মীৰ কৃপা, মাথোঁ কৰক এই কাম

এই ৩ ৰাশিৰ লোকৰ ওপৰত থাকিব ধনলক্ষ্মীৰ কৃপা, মাথোঁ কৰক এই কাম

3 hours ago
বগীনদীৰ ৰাকেশৰ মৃত্যুৰ প্ৰকৃত কাৰণ কি আছিল?

বগীনদীৰ ৰাকেশৰ মৃত্যুৰ প্ৰকৃত কাৰণ কি আছিল?

4 hours ago
৭৫খনকৈ বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত ওলাল পোক, নিমখৰ সলনি দিলে ডিটাৰ্জেণ্ট পাউডাৰ

৭৫খনকৈ বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত ওলাল পোক, নিমখৰ সলনি দিলে ডিটাৰ্জেণ্ট পাউডাৰ

5 hours ago
ICCৰ ব্যাপক শাস্তিৰ সন্মুখীন যশস্বী জয়ছোৱাল

ICCৰ ব্যাপক শাস্তিৰ সন্মুখীন যশস্বী জয়ছোৱাল

5 hours ago
মুক্তিৰ ৭০ দিনৰ পিছতো মহানগৰীৰ Matrix cinemasত এতিয়াও হাউছফুল ‘চুপা চুপি’

মুক্তিৰ ৭০ দিনৰ পিছতো মহানগৰীৰ Matrix cinemasত এতিয়াও হাউছফুল ‘চুপা চুপি’

6 hours ago
অসম প্ৰীমিয়াৰ লীগৰ ফচল ৰোহিত সেন

অসম প্ৰীমিয়াৰ লীগৰ ফচল ৰোহিত সেন

18 hours ago
কেনে যাব কাইলৈ আপোনাৰ দিনটো?

কেনে যাব কাইলৈ আপোনাৰ দিনটো?

19 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, August 25, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

ঘূৰণী ‘তৌক্তে’ৰ প্ৰকোপত প্ৰাণ গ’ল ৪ জনৰ

editor by editor
May 16, 2021
in ভাৰত
0
ঘূৰণী ‘তৌক্তে’ৰ প্ৰকোপত প্ৰাণ গ’ল ৪ জনৰ
0
SHARES
6k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাভই ২৪ঃ আৰৱ সাগৰত উৎপন্ন হোৱা ঘূৰণী বতাহ ‘তৌক্তে’ক লৈ দেশৰ বহুকেইখন ৰাজ্যত ইতিমধ্যে এলার্ট জাৰি কৰা হৈছে। বতৰ বিজ্ঞান বিভাগৰ মতে ঘূৰণী বতাহ ‘তৌক্তে’ গোৱাত খুন্দা মাৰি এতিয়া গুজৰাটৰ দিশেৰে অতি তীব্ৰ গতিত আগবঢ়িছে। আনফালে কর্ণাটকত বতাহৰ মাজতে প্ৰচণ্ড বৰষুণৰ ফলত চাৰিগৰাকীকৈ লোকৰ মৃত্যুৰ বাতৰি আহিছে। ৰাজ্যখনৰ প্ৰায় ৭৩ খনকৈ গাঁও ঘূৰণী বতাহ ‘তৌক্তে’ৰ দ্বাৰা প্ৰভাৱিত হৈছে। বতৰ বিজ্ঞান বিভাগৰ মতে দেওবাৰৰ দিনটোৰ পুৱাই ঘূৰণী বতাহ ‘তৌক্তে’ই ৰূপ সলাইছে। অহা ১৮ মে’ৰ পুৱা পৌৰবন্দৰ আৰু ভাৱ নগৰৰ মাজেৰে গুজৰাট পাৰ কৰাৰ সম্ভাৱনা  আছে। ঘূৰণী বতাহ ‘তৌক্তে’ সেই অঞ্চলসমূহত ১৫০ৰ পৰা ১৬০ কিলোমিটাৰ প্ৰতি ঘণ্টাত পাৰ হৈ যোৱাৰ সম্ভাৱনা আছে। লগতে প্ৰচণ্ড বৰষুণ হোৱাৰো সম্ভাৱনা আছে। কেৱল ইমানে নহয়, মহাৰাষ্ট্ৰ, কেৰালা আৰু গুজৰাটৰ সমুদ্ৰ কাষৰীয়া অঞ্চলসমূহ ৩ দিনলৈ বতাহ আৰু বৰষুণৰ আশংকা কৰা হৈছে। ‘তৌক্তে’ৰ প্ৰভাৱ তামিলনাডু, কর্ণাটক, লক্ষদ্বীপ, পশ্চিম ৰাজস্থান আদিত অত্যধিক হোৱাৰ সম্ভাৱনা আছে। ‘তৌক্তে’ক লৈ ইতিমধ্যে গৃহমন্ত্ৰী অমিত শ্বাহে কেইবাখনো ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু ৰাজ্যসমূহৰ সচিবসকলৰ সৈতে ভিডিঅ’ কনফাৰেন্স যোগে বৈঠকত ভাগ লৈছে। সকলো পৰিস্থিতিৰে মোকাবিলা কৰিবলৈ সাজু হৈ থকাৰ নির্দেশ দিছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24touktee
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

Amazon, Swiggy Instamart আৰু BigBasketৰ লাইচেন্স বাতিল, কিন্তু কিয়?
বাণিজ্য

Amazon, Swiggy Instamart আৰু BigBasketৰ লাইচেন্স বাতিল, কিন্তু কিয়?

August 25, 2026
বেটেৰে নহয়, এইবাৰ বলেৰেও বৈভৱ সূৰ্যবংশীৰ চমক!
বিনোদন

বেটেৰে নহয়, এইবাৰ বলেৰেও বৈভৱ সূৰ্যবংশীৰ চমক!

August 25, 2026
ভিক্ষা কৰা বৃদ্ধাৰ ঘৰত বস্তাই বস্তাই ওলাল ধনৰ পাহাৰ
ভাৰত

ভিক্ষা কৰা বৃদ্ধাৰ ঘৰত বস্তাই বস্তাই ওলাল ধনৰ পাহাৰ

August 25, 2026
আগন্তুক মাহত ভাৰতলৈ আহিব চীনৰ ৰাষ্ট্ৰপতি জিনপিং!
ভাৰত

আগন্তুক মাহত ভাৰতলৈ আহিব চীনৰ ৰাষ্ট্ৰপতি জিনপিং!

August 25, 2026
Next Post
বৰষুণ দিলে কমিব নেকি ক’ৰোনাৰ প্ৰকোপ?

বৰষুণ দিলে কমিব নেকি ক’ৰোনাৰ প্ৰকোপ?

মেট্ৰিক, হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা কেতিয়া?

মেট্ৰিক, হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা কেতিয়া?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.