• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
‘সন্ত্ৰাসবাদৰ বিৰুদ্ধে মই চিৰকাল থিয় হম’ বাইডেনৰ পাছতেই ইজৰাইলত উপস্থিত ঋষি ছুনাক

2 years ago
ৰুদ্ৰাক্ষই মানুহৰ জীৱনক কেনেকৈ প্ৰভাৱিত কৰে? কি কয় জ্যোতিষবিদে?

14 minutes ago
ডিঙিৰ বিষ, ঘনাই জ্বৰ উঠে, জিভা লৰোৱাত অসুবিধা, অৱহেলা নকৰিব এইসমূহ লক্ষণ মুখৰ কৰ্কটৰ লক্ষণ, কি কি লক্ষণ দেখিলে সতৰ্ক হ’ব?

1 hour ago
শৰীৰত প্ৰটিনৰ ঘাটি দুৰ কৰিবলৈ কি কি খাব? এই ৫খাদ্য খালেই আপুনি নিৰোগী হৈ থাকিব

2 hours ago
মীন ৰাশিত মঙ্গল-বুধৰ বিশেষ শুভ যোগ, ১৫ দিন অৰ্থলাভৰ যোগ আছে এই ৪ৰাশিৰ ভাগ্যত

এইডছ নিৰ্মূল হৈ নৱজীৱন পালে নৰৱেৰ ব্যক্তিয়ে, কি চিকিৎসাৰে অসম্ভৱক সম্ভৱ কৰিলে চিকিৎসকে?

১৬ এপ্ৰিলৰ পৰা ৩ৰাশিৰ ভাগ্য চমকিব! মহালক্ষ্মী ৰাজযোগত হাতলৈ আহিব ধন

3 hours ago
হাওঁফাওঁৰ কৰ্কটৰ প্ৰাথমিক উপসৰ্গ ফুটি ওঠে নখত, কোন ৩ লক্ষণ মাৰণ ৰোগৰ ইংগিত?

আজিৰ পৰা আৰম্ভ নতুন বছৰ, নৱবৰ্ষত উজ্জ্বল হ’ব কোন কোন ৰাশিৰ ভাগ্য? অন্ধকাৰ নামিব কাৰ কাৰ জীৱনত?

4 hours ago
কাইলৈৰ পৰা নক্ষত্ৰ সলনি কৰিব শুক্ৰই, এই ৩ৰাশিৰ চাকৰি পাক্কা, প্ৰেম জীৱনতো সুখৰ খবৰ আহিব

5 hours ago
২০২৭ চনত সলনি হ’ব দেশৰ প্ৰধানমন্ত্ৰী! প্ৰধানমন্ত্ৰীক লৈ বৰপেটা সত্ৰৰ বৰ্ষফল গণনাত ডাঙৰ ভৱিষ্যদ্বাণী

6 hours ago
দিনত ৩বাৰ ৰং সলনি হয় এই জ্যোতিৰ্লিংগৰ, জানক ৰহস্য ঘেৰা এই মন্দিৰৰ কথা

7 hours ago
৫মাহ ধৰি ৰাজ কৰিব এই ৪ৰাশিয়ে, বৃহস্পতিৰ গোচৰত সোণৰ মুকুট পিন্ধিব কোন কোন ৰাশিৰ জাতকে?

  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, April 15, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

‘সন্ত্ৰাসবাদৰ বিৰুদ্ধে মই চিৰকাল থিয় হম’ বাইডেনৰ পাছতেই ইজৰাইলত উপস্থিত ঋষি ছুনাক

editor by editor
October 19, 2023
in বিবিধ, বিশ্ব
0
‘সন্ত্ৰাসবাদৰ বিৰুদ্ধে মই চিৰকাল থিয় হম’ বাইডেনৰ পাছতেই ইজৰাইলত উপস্থিত ঋষি ছুনাক
0
SHARES
200
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ মাৰ্কিন প্ৰেছিডেণ্ট জ’ বাইডেনৰ পাছতেই ইজৰাইলত উপস্থিত হ’ল ব্ৰিটিছ প্ৰধানমন্ত্ৰী ঋষি ছুনাক। নিজেই এক্স হেণ্ডেলত এই খবৰ জনালে ব্ৰিটিছ প্ৰধানমন্ত্ৰী ঋষি ছুনাকে। তেওঁ এক্স হেণ্ডেলত লিখিছে, ‘সন্ত্ৰাসবাদৰ বিৰুদ্ধে মই সকলো সময়তেই থিয় হম। মই ইজৰাইলত আছো। এখন যুদ্ধবিধ্বস্ত দেশ। মই তেওঁলোকৰ বাবে শোকপ্ৰকাশ কৰিছো। সন্ত্ৰাসবাদৰ বিৰুদ্ধে মই চিৰকাল থিয় হম।’

উল্লেখ্য যে বুধবাৰে ইজৰাইলত উপস্থিত হৈছিল আমেৰিকাৰ ৰাষ্ট্ৰপতি জ’ বাইডেন তাৰপিছতেই বৃহস্পতিবাৰে ব্ৰিটেইনৰ প্রধানমন্ত্ৰীৰ ভ্ৰমণক লৈ আৰম্ভ হৈছে চৰ্চা। বিগত ৭ অক্টোবৰৰ পৰা ইজৰাইল আৰু হামাছৰ মাজত অব্যাহত আছে যুদ্ধ। পোনতে হামাছেই মিনিটত ৫হাজাৰ ৰকেটেৰে আক্ৰমণ কৰিছিল ইজৰাইলক। তাৰপিছতেই গাজাত এয়াৰষ্ট্ৰাইক চলাইছে ইজৰাইলী সেনাই। চকুৰ পচাৰতে এই যুদ্ধই দুই সপ্তাহ অতিক্ৰম কৰিছে। প্ৰত্যেক দিনেই বৃদ্ধি হৈছে নিহতৰ সংখ্যা। বৰ্তমানলৈকে মৃতকৰ সংখ্যা ৪হাজাৰলৈ বৃদ্ধি হৈছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ৰুদ্ৰাক্ষই মানুহৰ জীৱনক কেনেকৈ প্ৰভাৱিত কৰে? কি কয় জ্যোতিষবিদে?
জীৱনশৈলী

April 15, 2026
ডিঙিৰ বিষ, ঘনাই জ্বৰ উঠে, জিভা লৰোৱাত অসুবিধা, অৱহেলা নকৰিব এইসমূহ লক্ষণ মুখৰ কৰ্কটৰ লক্ষণ, কি কি লক্ষণ দেখিলে সতৰ্ক হ’ব?
জীৱনশৈলী

ডিঙিৰ বিষ, ঘনাই জ্বৰ উঠে, জিভা লৰোৱাত অসুবিধা, অৱহেলা নকৰিব এইসমূহ লক্ষণ মুখৰ কৰ্কটৰ লক্ষণ, কি কি লক্ষণ দেখিলে সতৰ্ক হ’ব?

April 15, 2026
শৰীৰত প্ৰটিনৰ ঘাটি দুৰ কৰিবলৈ কি কি খাব? এই ৫খাদ্য খালেই আপুনি নিৰোগী হৈ থাকিব
খাদ্য

শৰীৰত প্ৰটিনৰ ঘাটি দুৰ কৰিবলৈ কি কি খাব? এই ৫খাদ্য খালেই আপুনি নিৰোগী হৈ থাকিব

April 15, 2026
মীন ৰাশিত মঙ্গল-বুধৰ বিশেষ শুভ যোগ, ১৫ দিন অৰ্থলাভৰ যোগ আছে এই ৪ৰাশিৰ ভাগ্যত
জীৱনশৈলী

মীন ৰাশিত মঙ্গল-বুধৰ বিশেষ শুভ যোগ, ১৫ দিন অৰ্থলাভৰ যোগ আছে এই ৪ৰাশিৰ ভাগ্যত

April 15, 2026
Next Post
কেইটামান ক্ষণ, নিশাটো পাৰ হ’লেই আৰম্ভ হ’ব দেৱী দুৰ্গাৰ আৰাধনা, এইবাৰ কোনদিনা কি ৰঙৰ পোছাক পিন্ধিলে মা দুৰ্গাৰ আশীৰ্বাদ পাব?

কাঠমিস্ত্ৰিৰ সৈতে দিন কটাইহে ৰাহুলে বুজিলে ‘চকীৰ মাহাত্ম্য’! এই মন্তব্যৰে কাক টাৰ্গেট কৰি লৈছে ৰাহুল গান্ধীয়ে?

কাঠমিস্ত্ৰিৰ সৈতে দিন কটাইহে ৰাহুলে বুজিলে 'চকীৰ মাহাত্ম্য’! এই মন্তব্যৰে কাক টাৰ্গেট কৰি লৈছে ৰাহুল গান্ধীয়ে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন