• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
যুদ্ধ বিধ্বস্ত ইউক্ৰেইনৰ জনতাৰ হাহাকাৰ! পত্নীৰে উষ্ণ অলিংগনৰ ফ’টোশ্বুট ৰাষ্ট্ৰপতি জেলেনস্কিৰ

যুদ্ধ বিধ্বস্ত ইউক্ৰেইনৰ জনতাৰ হাহাকাৰ! পত্নীৰে উষ্ণ অলিংগনৰ ফ’টোশ্বুট ৰাষ্ট্ৰপতি জেলেনস্কিৰ

4 years ago
8th Pay Commission ত ওলাইছে চাকৰি, মাহত ১২ দিন কাম কৰি উপাৰ্জন কৰক ৯০ হাজাৰ টকা

8th Pay Commission ত ওলাইছে চাকৰি, মাহত ১২ দিন কাম কৰি উপাৰ্জন কৰক ৯০ হাজাৰ টকা

34 minutes ago
ভুলতো ভৰি নলগাব এইবোৰ বস্তুত, বিপদ অনিবাৰ্য!

হাঁহিমুখীয়া সকলো আপোনাৰ বন্ধু নহয়, আচাৰ্য চাণক্যই দিলে ৰক্ষা পৰাৰ উপায়!

1 hour ago
কেৱল ৰঙেই নহয়, জেতুকাৰ আছে বহু উপকাৰী গুণ, জানি হ’ব আচৰিত!

কেৱল ৰঙেই নহয়, জেতুকাৰ আছে বহু উপকাৰী গুণ, জানি হ’ব আচৰিত!

2 hours ago
নিশা এইদৰে খাওক মাখানা, দেখিব আচৰিত প্ৰভাৱ!

নিশা এইদৰে খাওক মাখানা, দেখিব আচৰিত প্ৰভাৱ!

2 hours ago
পুৰুষসকল সাৱধান! ৩০ বছৰৰ পিছত বাঢ়ে এই ৰোগসমূহৰ সম্ভাৱনা

পুৰুষসকল সাৱধান! ৩০ বছৰৰ পিছত বাঢ়ে এই ৰোগসমূহৰ সম্ভাৱনা

3 hours ago
প্ৰস্ৰাৱৰ অস্বাভাৱিক গোন্ধ? এয়া কি ৰোগৰ লক্ষণ জানক

প্ৰস্ৰাৱৰ অস্বাভাৱিক গোন্ধ? এয়া কি ৰোগৰ লক্ষণ জানক

3 hours ago
হাওঁফাওঁত পানী জমা, কিমান বিপদজনক এই সমস্যা?

হাওঁফাওঁত পানী জমা, কিমান বিপদজনক এই সমস্যা?

3 hours ago
আইৰণৰ সমস্যাত ভুগিছে নেকি? তেন্তে খাওক এইবোৰ বস্তু

আইৰণৰ সমস্যাত ভুগিছে নেকি? তেন্তে খাওক এইবোৰ বস্তু

4 hours ago
বাৰে বাৰে হিকটি আহিছে নেকি? এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক

বাৰে বাৰে হিকটি আহিছে নেকি? এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক

5 hours ago
চাহৰ সৈতে চিগাৰেট সেৱন কৰে নেকি? আপুনি গম নোপোৱাকৈ হ’ব পাৰে মাৰাত্মক ৰোগ

চাহৰ সৈতে চিগাৰেট সেৱন কৰে নেকি? আপুনি গম নোপোৱাকৈ হ’ব পাৰে মাৰাত্মক ৰোগ

6 hours ago
চকুৰ তলত ক’লা দাগ? ঘৰুৱা সহজ পদ্ধতিৰে কৰক দূৰ

চকুৰ তলত ক’লা দাগ? ঘৰুৱা সহজ পদ্ধতিৰে কৰক দূৰ

7 hours ago
জীৱনলৈ আহিব দুৰ্যোগ, যদি কুণ্ডলীৰ এই ৩ টা স্থানত থাকে শনিৰ উপস্থিতি!

জীৱনলৈ আহিব দুৰ্যোগ, যদি কুণ্ডলীৰ এই ৩ টা স্থানত থাকে শনিৰ উপস্থিতি!

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, April 13, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিশ্ব

যুদ্ধ বিধ্বস্ত ইউক্ৰেইনৰ জনতাৰ হাহাকাৰ! পত্নীৰে উষ্ণ অলিংগনৰ ফ’টোশ্বুট ৰাষ্ট্ৰপতি জেলেনস্কিৰ

editor by editor
July 27, 2022 - Updated on July 28, 2022
in বিবিধ, বিশ্ব
0
যুদ্ধ বিধ্বস্ত ইউক্ৰেইনৰ জনতাৰ হাহাকাৰ! পত্নীৰে উষ্ণ অলিংগনৰ ফ’টোশ্বুট ৰাষ্ট্ৰপতি জেলেনস্কিৰ
0
SHARES
1.4k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ৰাছিয়াই ইউক্ৰেইন আক্ৰমণ আৰম্ভ কৰাৰ সময়ত ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভল’ডিমিৰ জেলেনস্কিয়ে সমুখ সমৰত নিজ দেশৰ সেনা বাহিনীক নেতৃত্ব দিয়া বুলি সমগ্ৰ বিশ্বজুৰি চৰ্চা লাভ কৰিছিল৷

দেশৰ জনতাকো সন্মুখৰ পৰা শত্ৰুৰ বিৰুদ্ধে নেতৃত্ব দিয়াৰ বাবে ৰাষ্ট্ৰপতি জেলেনস্কিয়ে বিশ্বজুৰি প্ৰশংসা লাভো কৰিছিল৷ আনকি সংবাদ মাধ্যম আৰু সামাজিক মাধ্যমত ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিগৰাকীয়ে সেনা শিবিৰ আৰু যুদ্ধ ক্ষেত্ৰ পৰিদৰ্শন কৰি দেশৰ সেনা বাহিনীক উদ্বুদ্ধ কৰাৰ ফ’টো আৰু ভিডিঅ’ ভাইৰেল হৈছিল৷

কিন্তু তেওঁৰ এই বীৰত্বপূৰ্ণ কিৰিটি কাহিনীয়ে বৰ বেছি দিনলৈ যেন টিকি নাথাকিল! এতিয়া যুদ্ধ বিধ্বস্ত দেশখনৰ ৰাষ্ট্ৰপতি জেলেনস্কিক সামাজিক মাধ্যমৰ লগতে সংবাদ মাধ্যমত কঠোৰ ভাষাৰে সমালোচনা কৰা দেখা গৈছে৷

View this post on Instagram

A post shared by Olena Zelenska (@olenazelenska_official)

লগতে পঢ়ক মানৱতাৰ উকৃষ্ট নিৰ্দশন! পাকিস্তানী কিশোৰীক সুস্থ কৰি তুলিলে ভাৰতীয় চিকিৎসকে

অৱশ্যে ইয়াৰ বাবে ৰাষ্ট্ৰপতি জেলেনস্কি আৰু তেওঁ পত্নী অলেনা জেলেনস্কা দুয়োকে সমানেই দায়ী বুলি সংবাদ মাধ্যমে চিহ্ণিত কৰিছে৷

উল্লেখ্য যে যুদ্ধ বিধ্বস্ত দেশখনৰ জনতাই এতিয়া স্বাভাৱিক জীৱন যাত্ৰা উভতাই নৌপাওঁতেই ৰাষ্ট্ৰপতি ভল’ডিমিৰ জেলেনস্কি আৰু ফাৰ্ষ্ট লেডী তথা তেওঁৰ পত্নী অলেনা জেলেনস্কা চৌখিন তথা ৰোমাঞ্চকৰ ফ’টো ভাইৰেল হৈ পৰিছে৷

প্ৰকাশিত খবৰ মতে ৰাষ্ট্ৰপতি জেলেনস্কি আৰু ফাৰ্ষ্ট লেডী জেলেনস্কাই Vogue নামৰ আলোচনীখনৰ বাবে এক বিশেষ ফ’টোশ্বুটৰ আয়োজন কৰা হৈছিল৷ উক্ত ফ’টোসমূহ এতিয়া সামাজিক মাধম্যত ভাইৰেল হৈ পৰিছে৷

Country is going through a war.
Zelenskyy- Maybe a Vogue photoshoot with wife could help. pic.twitter.com/pkhHl0CJzf

— Mahima Pandey (@LegalPandey) July 27, 2022

লগতে পঢ়ক ৰক্ষকেই ভক্ষক! ভুৱা গোচৰ ৰুজু কৰি ধন লৈ গ্ৰেপ্তাৰ হ’ল আৰক্ষী বিষয়া!

ৰাষ্ট্ৰপতি ভল’ডিমিৰ জেলেনস্কিয়ে Vogue ৰ বাবে লোৱা ফটোশ্বুটৰ বাবে পত্নী অলেনা জেলেনস্কাৰ সৈতে পোজ দিছে। টেবুল এখনত হাত ধৰি পোজ দিয়া দম্পতীহালে উষ্ম আলিংগন কৰাও দেখা গৈছে। ইউক্ৰেইনৰ বিধ্বস্ত অৱস্থাৰ ওপৰত আলোকপাত কৰিবলৈ অলেনাই টেংকাৰ আৰু সৈন্যৰ ওচৰতো ফ’টো ক্লিক কৰিছিল।

জানিব পৰা মতে চেলিব্ৰিটি ফটোগ্ৰাফাৰ এনি লেইব’ভিটজে এই ফ’টোসমূহ তুলিছে। ইয়াৰ পাছতে উক্ত ফ’টোসমূহ অলেনা জেলেনস্কাই তেওঁৰ অফিচিয়েল ছ’চিয়েল মিডিয়া হেণ্ডেলৰ পৰা শ্বেয়াৰ কৰিছিল।

ইয়াৰ পাছতে সামাজিক মাধ্যমত এই চৌখিন ফ’টোসমূহ ভাইৰেল হৈ পৰে আৰু লগে লগে ৰাষ্ট্ৰপতি জেলেনস্কি আৰু ফাৰ্ষ্ট লেডী জেলেনস্কা দুয়ো তীব্ৰ ট্ৰল আৰু সমালোচনাৰ সন্মুখীন হৈছে৷

see more

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalBest Channel in Assambest news channel in assamBest news channel of assamBest News Portal in Assamolena zelenskaUkraine First LadyUkraine Presidentvolodymyr zelensky
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

8th Pay Commission ত ওলাইছে চাকৰি, মাহত ১২ দিন কাম কৰি উপাৰ্জন কৰক ৯০ হাজাৰ টকা
নিয়োগ

8th Pay Commission ত ওলাইছে চাকৰি, মাহত ১২ দিন কাম কৰি উপাৰ্জন কৰক ৯০ হাজাৰ টকা

April 13, 2026
ভুলতো ভৰি নলগাব এইবোৰ বস্তুত, বিপদ অনিবাৰ্য!
জীৱনশৈলী

হাঁহিমুখীয়া সকলো আপোনাৰ বন্ধু নহয়, আচাৰ্য চাণক্যই দিলে ৰক্ষা পৰাৰ উপায়!

April 13, 2026
কেৱল ৰঙেই নহয়, জেতুকাৰ আছে বহু উপকাৰী গুণ, জানি হ’ব আচৰিত!
জীৱনশৈলী

কেৱল ৰঙেই নহয়, জেতুকাৰ আছে বহু উপকাৰী গুণ, জানি হ’ব আচৰিত!

April 13, 2026
নিশা এইদৰে খাওক মাখানা, দেখিব আচৰিত প্ৰভাৱ!
খাদ্য

নিশা এইদৰে খাওক মাখানা, দেখিব আচৰিত প্ৰভাৱ!

April 13, 2026
Next Post
এবাৰ নহয়, দুবাৰকৈ ছাত্ৰীক ধৰ্ষণ মাতৃৰ পৰিচিত লোকৰ, মৃত্যুৰ ভাবুকি প্ৰদান

এবাৰ নহয়, দুবাৰকৈ ছাত্ৰীক ধৰ্ষণ মাতৃৰ পৰিচিত লোকৰ, মৃত্যুৰ ভাবুকি প্ৰদান

শিক্ষয়িত্ৰীয়ে ছাত্ৰক কৰিবলৈ দিলে দেহ মালিচ৷ তাৰ পাছত…, চাওক VIDEO

শিক্ষয়িত্ৰীয়ে ছাত্ৰক কৰিবলৈ দিলে দেহ মালিচ৷ তাৰ পাছত…, চাওক VIDEO

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.