• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
তাহাউৰ ৰানাৰ আবেদন নাকচ, এতিয়া ভাৰতলৈ আহিবই লাগিব ২৬/১১ আক্ৰমণৰ মূল অভিযুক্ত

তাহাউৰ ৰানাৰ আবেদন নাকচ, এতিয়া ভাৰতলৈ আহিবই লাগিব ২৬/১১ আক্ৰমণৰ মূল অভিযুক্ত

10 months ago
কাইলৈৰ ৰাশিফলঃ ত্ৰি-একাদশী যোগৰ প্ৰভাৱ, বুদ্ধিৰে সকলোকে পিছ-পেলাব এই ৫ৰাশিৰ জাতকে

কাইলৈৰ ৰাশিফলঃ ত্ৰি-একাদশী যোগৰ প্ৰভাৱ, বুদ্ধিৰে সকলোকে পিছ-পেলাব এই ৫ৰাশিৰ জাতকে

5 days ago
চেক বাউন্স কৰি তিহাৰ জে’লৰ সন্মুখত কান্দি কান্দি ৰাজপাল যাদৱৰ আত্মসমৰ্পণ, ৰাজপালৰ কাষত থিয় দি কি কৈছে চনু চুডে?

চেক বাউন্স কৰি তিহাৰ জে’লৰ সন্মুখত কান্দি কান্দি ৰাজপাল যাদৱৰ আত্মসমৰ্পণ, ৰাজপালৰ কাষত থিয় দি কি কৈছে চনু চুডে?

5 days ago
ফেব্ৰুৱাৰীৰ শেষদিনত বুধ আৰু শুক্ৰৰ মহাসংযোগ, মাৰ্চত ভাগ্য চমকিব ৪ৰাশিৰ জাতকৰ

ফেব্ৰুৱাৰীৰ শেষদিনত বুধ আৰু শুক্ৰৰ মহাসংযোগ, মাৰ্চত ভাগ্য চমকিব ৪ৰাশিৰ জাতকৰ

5 days ago
ব্ৰেইন নে হাৰ্ট? মৃত্যুৰ পাছত কি কি অংগই আগতীয়াকৈ কাম কৰা বন্ধ কৰে?

ব্ৰেইন নে হাৰ্ট? মৃত্যুৰ পাছত কি কি অংগই আগতীয়াকৈ কাম কৰা বন্ধ কৰে?

5 days ago
সন্মুখত মহাশিৱৰাত্ৰি, এই পবিত্ৰ ক্ষণতেই বিবাহ হৈছিল শিৱ-পাৰ্বতীৰ, পাৰ্বতীক মহাদেৱে বিবাহ কৰোৱাৰ প্ৰকৃত ৰহস্য

সন্মুখত মহাশিৱৰাত্ৰি, এই পবিত্ৰ ক্ষণতেই বিবাহ হৈছিল শিৱ-পাৰ্বতীৰ, পাৰ্বতীক মহাদেৱে বিবাহ কৰোৱাৰ প্ৰকৃত ৰহস্য

5 days ago
মাজত মাত্ৰ দুদিন, কুম্ভ ৰাশিলৈ সূৰ্য আহিলেই বুধাদিত্য ৰাজযোগ, সাফল্য আহিব এই ৪ৰাশিৰ হাতলৈ

মাজত মাত্ৰ দুদিন, কুম্ভ ৰাশিলৈ সূৰ্য আহিলেই বুধাদিত্য ৰাজযোগ, সাফল্য আহিব এই ৪ৰাশিৰ হাতলৈ

5 days ago
শনিৰ ৰাশিত সূৰ্যগ্ৰহণ, একেলগে পঞ্চগ্ৰহী যোগ, মালামাল হ’ব ৩ৰাশিৰ জাতক

শনিৰ ৰাশিত সূৰ্যগ্ৰহণ, একেলগে পঞ্চগ্ৰহী যোগ, মালামাল হ’ব ৩ৰাশিৰ জাতক

6 days ago
ওলোটা পথেৰে যাত্ৰা কৰিব বুধে, লাভেই লাভ এই ৪ৰাশিৰ জাতকৰ

ওলোটা পথেৰে যাত্ৰা কৰিব বুধে, লাভেই লাভ এই ৪ৰাশিৰ জাতকৰ

6 days ago
বজৰংবলীৰ প্ৰিয় এই ৫ৰাশিৰ জাতক-জাতিকা, সকলো সময়তে বজৰংবলী কাষত থাকে তেওঁলোকৰ

বজৰংবলীৰ প্ৰিয় এই ৫ৰাশিৰ জাতক-জাতিকা, সকলো সময়তে বজৰংবলী কাষত থাকে তেওঁলোকৰ

6 days ago
UCO বেংকৰ FD ত ১০০,০০০ টকা জমা কৰি লাভ কৰক ৩৮,৭২৩ টকা স্থিৰ সুদ, ৰিটাৰ্ণৰ সকলো তথ্য জানি থওক

UCO বেংকৰ FD ত ১০০,০০০ টকা জমা কৰি লাভ কৰক ৩৮,৭২৩ টকা স্থিৰ সুদ, ৰিটাৰ্ণৰ সকলো তথ্য জানি থওক

6 days ago
ফেব্ৰুৱাৰীৰ দ্বিতীয় সপ্তাহত শুক্ৰাদিত্য ৰাজযোগ, সাফল্য নিশ্চিত ৫ৰাশিৰ ভাগ্যত

ফেব্ৰুৱাৰীৰ দ্বিতীয় সপ্তাহত শুক্ৰাদিত্য ৰাজযোগ, সাফল্য নিশ্চিত ৫ৰাশিৰ ভাগ্যত

6 days ago
কথাৰ সুৰ সলনি পাকিস্তান ক্ৰিকেট বৰ্ডৰ, এইবাৰ টি-২০ বিশ্বকাপত ভাৰতৰ সৈতে খেলিবলৈ ৰাজী পাকিস্তান, কিন্তু আছে ৩টা চৰ্ত

কথাৰ সুৰ সলনি পাকিস্তান ক্ৰিকেট বৰ্ডৰ, এইবাৰ টি-২০ বিশ্বকাপত ভাৰতৰ সৈতে খেলিবলৈ ৰাজী পাকিস্তান, কিন্তু আছে ৩টা চৰ্ত

6 days ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, February 15, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

তাহাউৰ ৰানাৰ আবেদন নাকচ, এতিয়া ভাৰতলৈ আহিবই লাগিব ২৬/১১ আক্ৰমণৰ মূল অভিযুক্ত

editor by editor
April 8, 2025
in জীৱনশৈলী, বিবিধ, বিশ্ব, ভাৰত, ৰাজনীতি
0
তাহাউৰ ৰানাৰ আবেদন নাকচ, এতিয়া ভাৰতলৈ আহিবই লাগিব ২৬/১১ আক্ৰমণৰ মূল অভিযুক্ত
0
SHARES
557
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

তাহাউৰ ৰানাৰ আবেদন নাকচ, এতিয়া ভাৰতলৈ আহিবই লাগিব ২৬/১১ আক্ৰমণৰ মূল অভিযুক্ত

মুম্বাইৰ সন্ত্ৰাসবাদী আক্ৰমণৰ মূল অভিযুক্ত তাহাউৰ ৰাণা ভাৰতলৈ অহিবই লাগিব। ভাৰতলৈ প্ৰত্যাৰ্পণ কৰিব নিবিচৰাৰ ক্ষেত্ৰত তাহাউৰে দাখিল কৰা আবেদনখন সোমবাৰে ৭ এপ্ৰিল তাৰিখে আমেৰিকাৰ উচ্চতম ন্যায়ালয়ে নাকচ কৰে।

আমেৰিকাৰ আদালতৰ এই সিদ্ধান্তৰ লগে লগে তহাউৰ ৰানাক ভাৰতলৈ অনাৰ সকলো বাট মুকলি হৈছে। এতিয়া ২৬/১১ ৰ মূল অভিযুক্ত ভাৰতলৈ আহিব। বৰ্তমানে ডিটেনচন চেণ্টাৰত আবদ্ধ হৈ আছে তাহাউৰ ৰানা।

পাকিস্তানী মূলৰ ৬৪ বছৰীয়া কানাডাৰ নাগৰিক তাহাউৰ ৰানাক বৰ্তমান লছ এঞ্জেলছৰ মেট্ৰ’পলিটান ডিটেনচন চেণ্টাৰত ৰখা হৈছে। ২৭ ফেব্ৰুৱাৰীত আমেৰিকাৰ উচ্চতম ন্যায়ালয়ৰ সহযোগী ন্যায়াধীশ আৰু নৱম চাৰ্কিটৰ চাৰ্কিট ন্যায়াধীশ এলেনা কাগানৰ সন্মুখত জৰুৰীকালীন আবেদন দাখিল কৰি ৰিট অৱ হেবিয়াছ কৰ্পাছৰ বিচাৰ নোহোৱালৈকে বিচাৰ স্থগিত ৰাখে।

যোৱা মাহৰ আৰম্ভণিতে কাগানে এই আবেদন নাকচ কৰিছিল। ইয়াৰ পিছত ৰাণাই নিজৰ আবেদন নবীকৰণ কৰি নবীকৰণ কৰা আবেদনখন মুখ্য ন্যায়াধীশ ৰবাৰ্টছলৈ প্ৰেৰণ কৰিবলৈ অনুৰোধ জনাইছিল।

উচ্চতম ন্যায়ালয়ৰ ৱেবছাইটত প্ৰকাশ পোৱা এক আদেশত কোৱা হৈছিল যে ৰানাৰ নবীকৃত আবেদন ২০২৫ চনৰ ৪ এপ্ৰিলত এখন বৈঠকৰ বাবে তালিকাভুক্ত কৰা হৈছে। নবীকৰণ আবেদনত ভাৰতৰ বিৰুদ্ধে বহু অভিযোগ উত্থাপন কৰিছিল তাহাউৰে।

সোমবাৰে উচ্চতম ন্যায়ালয়ৰ ৱেবছাইটত প্ৰকাশিত এক জাননীত কোৱা হৈছে যে, ‘আবেদন নাকচ কৰিছে আদালতে। মুম্বাই আক্ৰমণৰ অভিযুক্তই তেওঁৰ আবেদনত ভাৰতৰ বিৰুদ্ধেও কেইবাটাও অভিযোগ উত্থাপন কৰিছিল। হিউমেন ৰাইটছ ৱাচ ২০২৩ৰ প্ৰতিবেদনৰ উদ্ধৃতি দি তেওঁ কৈছিল যে ভাৰতৰ বিজেপি চৰকাৰে ধৰ্মীয় সংখ্যালঘু, বিশেষকৈ মুছলমানৰ বিৰুদ্ধে বৈষম্যমূলক আচৰণ কৰে আৰু অহৰহ একনায়কত্ববাদী হৈ পৰিছে।

তাহাউৰ ৰানাই তেওঁৰ আবেদনত কয়, “যদি মোক ভাৰতৰ হাতত গতাই দিয়া হয়, তেন্তে তাত মোক অত্যাচাৰ কৰা হ’ব কাৰণ মই পাকিস্তানী মূলৰ মুছলমান। ”

কিন্তু সেই সকলো আবেদন নাকচ কৰি দিয়ে আমেৰিকাৰ উচ্চতম ন্যায়ালয়ে। এতিয়া অতি সোনকালেই ভাৰতলৈ আহিব লাগিব তাহাউৰ।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: 26/11 mumbai attack26/11 mumbai caseMumbai Attack CaseTahawwur Rana
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কাইলৈৰ ৰাশিফলঃ ত্ৰি-একাদশী যোগৰ প্ৰভাৱ, বুদ্ধিৰে সকলোকে পিছ-পেলাব এই ৫ৰাশিৰ জাতকে
জীৱনশৈলী

কাইলৈৰ ৰাশিফলঃ ত্ৰি-একাদশী যোগৰ প্ৰভাৱ, বুদ্ধিৰে সকলোকে পিছ-পেলাব এই ৫ৰাশিৰ জাতকে

February 10, 2026
চেক বাউন্স কৰি তিহাৰ জে’লৰ সন্মুখত কান্দি কান্দি ৰাজপাল যাদৱৰ আত্মসমৰ্পণ, ৰাজপালৰ কাষত থিয় দি কি কৈছে চনু চুডে?
চিনেমা

চেক বাউন্স কৰি তিহাৰ জে’লৰ সন্মুখত কান্দি কান্দি ৰাজপাল যাদৱৰ আত্মসমৰ্পণ, ৰাজপালৰ কাষত থিয় দি কি কৈছে চনু চুডে?

February 10, 2026
ব্ৰেইন নে হাৰ্ট? মৃত্যুৰ পাছত কি কি অংগই আগতীয়াকৈ কাম কৰা বন্ধ কৰে?
জীৱনশৈলী

ব্ৰেইন নে হাৰ্ট? মৃত্যুৰ পাছত কি কি অংগই আগতীয়াকৈ কাম কৰা বন্ধ কৰে?

February 10, 2026
সন্মুখত মহাশিৱৰাত্ৰি, এই পবিত্ৰ ক্ষণতেই বিবাহ হৈছিল শিৱ-পাৰ্বতীৰ, পাৰ্বতীক মহাদেৱে বিবাহ কৰোৱাৰ প্ৰকৃত ৰহস্য
জীৱনশৈলী

সন্মুখত মহাশিৱৰাত্ৰি, এই পবিত্ৰ ক্ষণতেই বিবাহ হৈছিল শিৱ-পাৰ্বতীৰ, পাৰ্বতীক মহাদেৱে বিবাহ কৰোৱাৰ প্ৰকৃত ৰহস্য

February 10, 2026
Next Post
চাঞ্চল্যকৰ! বিজেপি নেতা তথা প্ৰাক্তন মন্ত্ৰী মনোৰঞ্জন কলিয়াৰ বাসগৃহত বিস্ফোৰণ

চাঞ্চল্যকৰ! বিজেপি নেতা তথা প্ৰাক্তন মন্ত্ৰী মনোৰঞ্জন কলিয়াৰ বাসগৃহত বিস্ফোৰণ

বোমৰ ভাবুকি, ২২৫ যাত্ৰী ভৰ্তি বিমানৰ জৰুৰীকালীন অৱতৰণ মুম্বাইত

বোমৰ ভাবুকি, ২২৫ যাত্ৰী ভৰ্তি বিমানৰ জৰুৰীকালীন অৱতৰণ মুম্বাইত

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.