• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
‘চুপ থাকক,’ পুত্ৰ হেৰুওৱা মাতৃক আঙুলি দেখুওৱাই দুৰ্ব্যৱহাৰ জিলা দণ্ডাধীশৰ

‘চুপ থাকক,’ পুত্ৰ হেৰুওৱা মাতৃক আঙুলি দেখুওৱাই দুৰ্ব্যৱহাৰ জিলা দণ্ডাধীশৰ

4 years ago
কান্দিলে চকুলো কিয় নিগৰে? কাৰণ জানি হ’ব আচৰিত

কান্দিলে চকুলো কিয় নিগৰে? কাৰণ জানি হ’ব আচৰিত

59 minutes ago
Dhurandhar 2 চাবলৈ সাজু নে? অগ্ৰিম বুকিঙে গঢ়িছে ৰেকৰ্ড

Dhurandhar 2 চাবলৈ সাজু নে? অগ্ৰিম বুকিঙে গঢ়িছে ৰেকৰ্ড

2 hours ago
ৰমজানৰ মাজতে পাকিস্তানৰ এয়াৰ ষ্ট্ৰাইকত কঁপিল আফগানিস্তান

ৰমজানৰ মাজতে পাকিস্তানৰ এয়াৰ ষ্ট্ৰাইকত কঁপিল আফগানিস্তান

2 hours ago
হনুমান চালিছা পাঠ কৰোতে নকৰিব ভুল, সৰ্বনাশ হ’ব আপোনাৰ!

হনুমান চালিছা পাঠ কৰোতে নকৰিব ভুল, সৰ্বনাশ হ’ব আপোনাৰ!

3 hours ago
8th Pay Commissionৰ ডাঙৰ আপডেট, পূৰণ হ’ব দাবী!

8th Pay Commissionৰ ডাঙৰ আপডেট, পূৰণ হ’ব দাবী!

3 hours ago
পুৰুষৰ কোনটো বস্তুই সুখী কৰে নাৰীক? ৯৯% লোকে নাজানে শুদ্ধ উত্তৰ

পুৰুষৰ কোনটো বস্তুই সুখী কৰে নাৰীক? ৯৯% লোকে নাজানে শুদ্ধ উত্তৰ

4 hours ago
জীৱনৰ পৰা আঁতৰিব বিপদ, মাত্ৰ মঙলবাৰে এইদৰে কৰক হনুমানৰ পূজা

জীৱনৰ পৰা আঁতৰিব বিপদ, মাত্ৰ মঙলবাৰে এইদৰে কৰক হনুমানৰ পূজা

5 hours ago
ভাৰতত কেতিয়া দেখা যাব ঈদৰ জোন? কোন তাৰিখে পালন হ’ব ঈদ-উল-ফিতৰ?

ভাৰতত কেতিয়া দেখা যাব ঈদৰ জোন? কোন তাৰিখে পালন হ’ব ঈদ-উল-ফিতৰ?

15 hours ago
ৰাজপথত নাথাকিব দুচকীয়া বাহন!  ২০২৮ৰ পাছত কিনিব নোৱাৰিব পেট্ৰল বাইক, নতুন নিয়মত বিপাকত পৰিব লাখ লাখ জনতা, ক’ত এই নিয়ম?

ৰাজপথত নাথাকিব দুচকীয়া বাহন! ২০২৮ৰ পাছত কিনিব নোৱাৰিব পেট্ৰল বাইক, নতুন নিয়মত বিপাকত পৰিব লাখ লাখ জনতা, ক’ত এই নিয়ম?

15 hours ago
মঙ্গলবাৰে ধন যোগৰ শুভ সংযোগ, কাইলৈ বজৰংবলীৰ কৃপাত ভাগ্য উজলিব এই ৫ৰাশিৰ

মঙ্গলবাৰে ধন যোগৰ শুভ সংযোগ, কাইলৈ বজৰংবলীৰ কৃপাত ভাগ্য উজলিব এই ৫ৰাশিৰ

16 hours ago
প্ৰেম, টকা, সুখেৰে ভৰিব জীৱন, শুক্ৰৰ গোচৰত স্বৰ্গসুখ অনুভৱ কৰিব এই ৫ৰাশিৰ জাতকে

প্ৰেম, টকা, সুখেৰে ভৰিব জীৱন, শুক্ৰৰ গোচৰত স্বৰ্গসুখ অনুভৱ কৰিব এই ৫ৰাশিৰ জাতকে

17 hours ago
প্ৰস্ৰাৱত ফেন দেখিছে? গুৰুত্বসহকাৰে লওক, অন্যথা এই মহাবিপদ আহিব পাৰে আপোনাৰো

প্ৰস্ৰাৱত ফেন দেখিছে? গুৰুত্বসহকাৰে লওক, অন্যথা এই মহাবিপদ আহিব পাৰে আপোনাৰো

18 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, March 17, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

‘চুপ থাকক,’ পুত্ৰ হেৰুওৱা মাতৃক আঙুলি দেখুওৱাই দুৰ্ব্যৱহাৰ জিলা দণ্ডাধীশৰ

editor by editor
April 22, 2022
in ভাৰত
0
‘চুপ থাকক,’ পুত্ৰ হেৰুওৱা মাতৃক আঙুলি দেখুওৱাই দুৰ্ব্যৱহাৰ জিলা দণ্ডাধীশৰ
0
SHARES
534
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

এগৰাকী জিলা দণ্ডাধীশে পুত্ৰ হেৰুওৱাৰ এগৰাকী মাতৃক দুৰ্ব্যৱহাৰ কৰা ভিডিঅ’ৱে সমগ্ৰ দেশজুৰি তুমুল চৰ্চা লাভ কৰিছে৷

উত্তৰ প্ৰদেশ মোদীনগৰ মহকুমা দণ্ডাধীশ শোভাঙ্গী শুক্লাই পুত্ৰ হেৰুওৱা দুখত ম্ৰিয়মান হৈ থকা এগৰাকী মাতৃক চূড়ান্তভাৱে দুৰ্বৱ্যহাৰ কৰা দেখা গৈছে৷

সংবাদ মাধ্যমত প্ৰকাশিত বাতৰি অনুসৰি বৃহস্পতিবাৰে এক দুৰ্ঘটনাত অনুৰাগ ভৰদ্বাজ নামৰ এজন ১০ বছৰীয়া ছাত্ৰৰ কৰুণভাৱে মৃত্যু হয়৷

লগতে পঢ়ক উৰন্ত বিমানতে সহযাত্ৰীক প্ৰহাৰ কৰিলে কিংবদন্তী বক্সাৰ মাইক টাইচনে, চাওক ভিডিঅ’

বিদ্যালয়খন কৰ্তৃপক্ষৰ অৱহেলাৰ বাবেই তেওঁলোকৰ পুত্ৰৰ মৃত্যু হোৱাৰ অভিযোগ তুলি ছাত্ৰগৰাকীৰ মাতৃ, পিতৃ আৰু পৰিয়ালৰ অন্যান্য সদস্যসকলে প্ৰতিবাদ সাব্যস্ত কৰিছিল৷

তেতিয়াই দণ্ডাধীশ শোভাঙ্গী শুক্লাই ছাত্ৰগৰাকীৰ মাতৃ নেহা ভৰদ্বাজক চূড়ান্তভাৱে দুৰ্ব্যৱহাৰ কৰে৷ এই সমগ্ৰ ঘটনাৱলী এটা ভিডিঅ’ত আৱদ্ধ হৈ আছে, যিটো এতিয়া ভাইৰেল হৈছে৷

ভিডিঅ’টোত দণ্ডাধীশ গৰাকীয়ে আঙুলি দেখুওৱাই কোৱা দেখা গৈছে—

লগতে পঢ়ক এতিয়াৰে পৰা কল ৰেকৰ্ডিং এপসমূহ বন্ধ কৰিব গুগলে!

‘‘চুপ থাকক৷ কিয় বুজি নাপায়? মই ইয়াৰ পৰা তোমাক উঠি যাবলৈ কৈছো নে নাই?’’ দণ্ডাধীশ শুক্লাই মাতৃগৰাকীক কয়৷

‘‘সি মোৰ সন্তান আছিল৷’’ মাতৃ নেহা ভৰদ্বাজে কয়৷

‘‘আৰু কিমান বাৰ মই তোমাক বুজাব লাগিব৷’’ দণ্ডাধীশয়ে পুনৰ গালি বৰষি কয়৷

‘‘মই বুজি পাইছো৷ সি এতিয়াও শুই আছে৷’’ মৃত সন্তানৰ প্ৰসংগৰে মাতৃগৰাকীয়ে কয়৷

লগতে পঢ়ক

উল্লেখ্য যে বুধবাৰে উত্তৰ প্ৰদেশৰ এখন ব্যক্তিগত বিদ্যালয়ৰ খিৰিকীত পাইপ নথকা এখন স্কুল বাছত ১০ বছৰীয়া তিনিগৰাকী ছাত্ৰৰ মৃত্যু ঘটে৷ আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি খিৰিকীত পাইপ নথকাত ছাত্ৰকেইজনে মূৰ উলিয়াই দিছিল আৰু তেতিয়াই এটা বিদ্যুতৰ খুঁটাত খুন্দা মৰাৰ ফলত তিনিওজন ছাত্ৰৰে মৃত্যু ঘটে৷

বিদ্যালয়খনৰ অৱহেলাৰ বাবে উক্ত দুৰ্ঘটনাটো সংঘটিত হোৱাৰ অভিযোগ তুলি নিহত ছাত্ৰ অনুৰাগ ভৰদ্বাজৰ পৰিয়ালে বিদ্যালয়খনৰ বিৰুদ্ধ শাস্তিমূলক ব্যৱস্থা ল’বলৈ শুকুৰবাৰে প্ৰতিবাদ কৰিছিল আৰু তেতিয়াই দণ্ডাধীশগৰাকীয়ে এই চূড়ান্ত দুৰ্ব্যৱহাৰ কৰে৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamUP accident
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বিয়াত বহিবলৈ অমান্তি প্ৰেমিকা, প্ৰেমিকে সংঘটিত কৰিলে আচৰিত কাণ্ড!
ভাৰত

বিয়াত বহিবলৈ অমান্তি প্ৰেমিকা, প্ৰেমিকে সংঘটিত কৰিলে আচৰিত কাণ্ড!

March 15, 2026
পোষ্ট অফিচৰ এই স্কিমত ১৫০০০ টকাকৈ জমা কৰিলে পাব ২৫ লাখ টকা, জানি থওক হিচাপ
জীৱনশৈলী

পোষ্ট অফিচৰ এই স্কিমত ১৫০০০ টকাকৈ জমা কৰিলে পাব ২৫ লাখ টকা, জানি থওক হিচাপ

March 14, 2026
পোষ্ট অফিচৰ এই স্কিমত ২লাখ বিনিয়োগ কৰিলে ৯০০০০ লাভ, জানি থওক হিচাপ
জীৱনশৈলী

পোষ্ট অফিচৰ এই স্কিমত ২লাখ বিনিয়োগ কৰিলে ৯০০০০ লাভ, জানি থওক হিচাপ

March 14, 2026
২৫ মাৰ্চৰ পৰা বুধ দক্ষিণমাৰ্গী হ’ব, কেৰিয়াৰত বৃহৎ সাফল্য পাব এই ৫ৰাশিৰ জাতকে
জীৱনশৈলী

২৫ মাৰ্চৰ পৰা বুধ দক্ষিণমাৰ্গী হ’ব, কেৰিয়াৰত বৃহৎ সাফল্য পাব এই ৫ৰাশিৰ জাতকে

March 14, 2026
Next Post
আকাশলংঘী ইন্ধন! কেনেকৈ বৈদ্যুতিক সংস্কৰণ কৰিব আপোনাৰ দুচকীয়া বাহন?

আকাশলংঘী ইন্ধন! কেনেকৈ বৈদ্যুতিক সংস্কৰণ কৰিব আপোনাৰ দুচকীয়া বাহন?

১৭ বছৰ বয়সতে মাতৃ হ’ল কিশোৰী : পিতৃ ১২ বছৰীয়া শিশু! শিশু পিতৃক গ্ৰেপ্তাৰ আৰক্ষীৰ

১৭ বছৰ বয়সতে মাতৃ হ’ল কিশোৰী : পিতৃ ১২ বছৰীয়া শিশু! শিশু পিতৃক গ্ৰেপ্তাৰ আৰক্ষীৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.