• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
উদ্বেগজনক! যান-বাহনৰ প্ৰদূষণে ভাৰতত বছৰি প্ৰাণ কাঢ়িছে ৯০ হাজাৰ লোকৰ

উদ্বেগজনক! যান-বাহনৰ প্ৰদূষণে ভাৰতত বছৰি প্ৰাণ কাঢ়িছে ৯০ হাজাৰ লোকৰ

1 month ago
প্ৰেমেই হ’ল কাল! মহানগৰীৰ হোটেলত প্ৰেমিকে কৰিলে ভয়ংকৰ কাণ্ড

প্ৰেমেই হ’ল কাল! মহানগৰীৰ হোটেলত প্ৰেমিকে কৰিলে ভয়ংকৰ কাণ্ড

3 hours ago
আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ

কাইলৈ ৫ ৰাশিৰ বাবে আহিব শুভ সংবাদ, কোনে কোনে হ’ব সতৰ্ক?

4 hours ago
সঘনাই হিকটি অহাৰ সমস্যা, এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক

সঘনাই হিকটি অহাৰ সমস্যা, এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক

4 hours ago
অষ্টম দৰমহা আয়োগৰ আহিছে ডাঙৰ আপডেট, কিদৰে হ’ব লাভ?

অষ্টম দৰমহা আয়োগৰ আহিছে ডাঙৰ আপডেট, কিদৰে হ’ব লাভ?

4 hours ago
Post Office Schemes: কেৱল সুতৰ পৰাই পাওক ৫ লাখ টকা! ডাকঘৰৰ এই আঁচনিয়ে কৰিব মালামাল!

Post Office Schemes: কেৱল সুতৰ পৰাই পাওক ৫ লাখ টকা! ডাকঘৰৰ এই আঁচনিয়ে কৰিব মালামাল!

5 hours ago
সুৰক্ষিত কৰক আপোনাৰ কন্যাৰ ভৱিষ্যৎ, আজিয়েই কৰক বিনিয়োগ!

১০ লাখৰ FD নে ১০ হাজাৰৰ RD? ১০ বছৰৰ পিছত কোনে বেছি ৰিটাৰ্ণ পাব জানক

5 hours ago
জন্নত নচিব কৰক… জনসমুদ্ৰত পৰিণত ছিদ্দিক আহমেদৰ শেষ যাত্ৰা

জন্নত নচিব কৰক… জনসমুদ্ৰত পৰিণত ছিদ্দিক আহমেদৰ শেষ যাত্ৰা

7 hours ago
UPI Payment: ইণ্টাৰনেট অবিহনে কৰক UPI পেমেণ্ট! RBI আগবঢ়াইছে নতুন সেৱা

UPI Payment: ইণ্টাৰনেট অবিহনে কৰক UPI পেমেণ্ট! RBI আগবঢ়াইছে নতুন সেৱা

8 hours ago
Ghugni English Name: আপুনি জানেনে ইংৰাজীত ঘুগুনিক কি বুলি কয়? ৯৯% লোকে নোৱাৰে শুদ্ধ উত্তৰ

Ghugni English Name: আপুনি জানেনে ইংৰাজীত ঘুগুনিক কি বুলি কয়? ৯৯% লোকে নোৱাৰে শুদ্ধ উত্তৰ

8 hours ago
social media

Workplace Jealousy: অফিচৰ ঈৰ্ষা কৰা সহকৰ্মীৰ পৰা সাৱধান! লক্ষণসমূহ দেখিলেই আঁতৰি থাকক

9 hours ago
ৰাণু মণ্ডলক মনত আছেনে? এতিয়া হ’ল  নতুন ঘৰৰ মালিকনী!

ৰাণু মণ্ডলক মনত আছেনে? এতিয়া হ’ল নতুন ঘৰৰ মালিকনী!

10 hours ago
কম বয়সত হাৰ্ট এটেক, এই ৫ টা অভ্যাসে বিপদ মাতিব আপোনাৰ!

গৰমত বৃদ্ধি পায় নেকি হাৰ্ট এটেকৰ সমস্যা, অৱহেলা নকৰিব এইবোৰ লক্ষণ!

11 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, September 13, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

উদ্বেগজনক! যান-বাহনৰ প্ৰদূষণে ভাৰতত বছৰি প্ৰাণ কাঢ়িছে ৯০ হাজাৰ লোকৰ

বিশ্বৰ ভিতৰতে সৰ্বাধিক বোজা দিছে ভাৰতে

editor by editor
August 1, 2026
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা, স্বাস্থ্য
0
উদ্বেগজনক! যান-বাহনৰ প্ৰদূষণে ভাৰতত বছৰি প্ৰাণ কাঢ়িছে ৯০ হাজাৰ লোকৰ
0
SHARES
32
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ভাৰতৰ আকাশত যান-বাহনৰ পৰা নিৰ্গত হোৱা ধোঁৱাই হাজাৰ হাজাৰ লোকৰ প্ৰাণ কাঢ়ি লৈছে। international council on clean transportationৰ এক প্ৰতিবেদনত প্ৰকাশ পাইছে যে ভাৰতত প্ৰতি বছৰে বাহন প্ৰদূষণৰ ফলত প্ৰায় ৯০ হাজাৰ লোকৰ অকাল মৃ*ত্যু হয়। ইয়াৰ উপৰিও ১৫,৩০০ নতুনকৈ হাঁপানী ৰোগত আক্ৰান্ত হয়। অৰ্থাৎ প্ৰতি ছয় মিনিটৰ মূৰে মূৰে এজন ব্যক্তিৰ মৃ*ত্যু হয় আৰু প্ৰতি ৩৪ মিনিটৰ মূৰে মূৰে এটি শিশুৰ হাঁপানী ৰোগ হয়। কিন্তু এই ভয়াৱহ ছবিখনৰ মাজতে প্ৰতিবেদনখনে আশাৰ সঞ্চাৰো কৰিছে। যদিহে ভাৰতে দ্ৰুতগতিত শূন্য নিৰ্গমন বাহনলৈ পৰিৱৰ্তিত হয়, তেন্তে ২০৫০ চনৰ ভিতৰত প্ৰায় ১৭ লাখ লোক অকাল মৃ*ত্যুৰ পৰা হাত সাৰিব পৰা যাব। এই ক্ষেত্ৰত ইলেক্ট্ৰনিক বাহনেই উত্তম উপায়।

বিশ্বৰ ভিতৰতে সৰ্বাধিক বোজা দিছে ভাৰতে

“২০৫০ চনৰ ভিতৰত শূন্য নিৰ্গমন পৰিবহণৰ স্বাস্থ্য সুবিধা” শীৰ্ষক প্ৰতিবেদনখনত উল্লেখ কৰা হৈছে যে ভাৰতে যদি ২০৪৫ চনলৈ সকলো নতুন বাহন শূন্য নিৰ্গমন বাধ্যতামূল কৰে তেতিয়া এই দুপ্ৰভাৱ বহুলাংশে কমিব। মডেলটোৱে বায়ুৰ গুণাগুণ, অকাল মৃ*ত্যু আৰু শৈশৱৰ হাঁপানীৰ ওপৰত প্ৰভাৱৰ মূল্যায়ন কৰিছিল। ফলাফল আচৰিত ধৰণৰ। সমগ্ৰ বিশ্বতে যান-বাহনৰ নিৰ্গমনৰ সৈতে জড়িত অকাল মৃ*ত্যুৰ ১৩ শতাংশই অকল ভাৰতত সংঘটিত হয়। এই তথ্যই ইংগিত দিয়ে যে ভাৰতৰ যান-বাহন প্ৰদূষণৰ সমস্যা কেৱল ভয়াৱহেই নহয়, বিশ্বৰ বাকী দেশৰ তুলনাত অসমতাপূৰ্ণভাৱেও অধিক। বৃদ্ধি পোৱা জনসংখ্যা, নগৰীকৰণ আৰু দ্ৰুতগতিত বৃদ্ধি পোৱা বাহনৰ সংখ্যাই সমস্যাটোক আৰু অধিক জটিল কৰি তুলিছে, বিশেষকৈ যিবোৰ চহৰত ইতিমধ্যে যান-জঁটৰ ঘনত্ব শীৰ্ষত আছে।

শিশুৰ ওপৰত আটাইতকৈ বেছি প্ৰভাৱ

প্ৰতিবেদনত দিল্লী-NCRক এই সংকটৰ কেন্দ্ৰবিন্দু হিচাপে চিনাক্ত কৰা হৈছে। ২০২৪ চনত কেৱল NCRতে যান-বাহন প্ৰদূষণৰ সৈতে জড়িত ৮,১০০ জন লোকৰ অকাল মৃ*ত্যুৰ তথ্য লাভ কৰিছে, যিয়ে দেশৰ মুঠ প্ৰদূষণৰ ৯ শতাংশ। কেৱল দিল্লীতে ২০২৪ চনত যান-বাহন প্ৰদূষণৰ ফলত ২,৮০০ লোকৰ অকাল মৃ*ত্যু আৰু ১,৫০০ লোকৰ হাঁপানী ৰোগত আক্ৰান্ত হোৱাৰ আশংকা আছিল।

প্ৰতিবেদন অনুসৰি অতি প্ৰদূষিত চহৰ অঞ্চলত বাস কৰা শিশুসকলে দৈনিক স্কুললৈ অহা-যোৱা আৰু অন্যান্য স্বাভাৱিক কাম-কাজৰ সময়ত বাৰে বাৰে যান-বাহন সম্পৰ্কীয় প্ৰদূষণৰ সন্মুখীন হয়, যাৰ ফলত তেওঁলোকৰ হাওঁফাওঁত প্ৰভাৱ পৰে। NCRৰ কিছুমান অতি প্ৰদূষিত অঞ্চলত কেৱল বাহনৰ পৰা নাইট্ৰজেন ডাই অক্সাইডৰ নিৰ্গমনে বিশ্ব স্বাস্থ্য সংস্থাৰ বাৰ্ষিক মান প্ৰতি ঘনমিটাৰত ১০ মাইক্ৰ’গ্ৰাম অতিক্ৰম কৰিছিল, যিটো সকলো উৎসৰ পৰা হোৱা মুঠ প্ৰদূষণৰ বাবে নিৰ্ধাৰণ কৰা হৈছে। দিল্লীত ২০২৪ চনত বাহনৰ PM ২.৫ৰ সংস্পৰ্শৰ গড় মাত্ৰা প্ৰতি ঘনমিটাৰত ১৩ মাইক্ৰ’গ্ৰাম হৈছিল, যিটো বিশ্ব স্বাস্থ্য সংস্থাৰ মুঠ PM ২.৫ মানৰ দুগুণতকৈও অধিক।

এই প্ৰতিবেদন যুগুতাইছে মানসজ্যোতিয়ে

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24Pollution
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

প্ৰেমেই হ’ল কাল! মহানগৰীৰ হোটেলত প্ৰেমিকে কৰিলে ভয়ংকৰ কাণ্ড
অসম

প্ৰেমেই হ’ল কাল! মহানগৰীৰ হোটেলত প্ৰেমিকে কৰিলে ভয়ংকৰ কাণ্ড

September 13, 2026
আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ
জীৱনশৈলী

কাইলৈ ৫ ৰাশিৰ বাবে আহিব শুভ সংবাদ, কোনে কোনে হ’ব সতৰ্ক?

September 13, 2026
সঘনাই হিকটি অহাৰ সমস্যা, এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক
জীৱনশৈলী

সঘনাই হিকটি অহাৰ সমস্যা, এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক

September 13, 2026
অষ্টম দৰমহা আয়োগৰ আহিছে ডাঙৰ আপডেট, কিদৰে হ’ব লাভ?
বাণিজ্য

অষ্টম দৰমহা আয়োগৰ আহিছে ডাঙৰ আপডেট, কিদৰে হ’ব লাভ?

September 13, 2026
Next Post
শ্ৰীদেৱীৰ প্ৰেমত মতলীয়া আছিল এইজন ছুপাৰষ্টাৰ

শ্ৰীদেৱীৰ প্ৰেমত মতলীয়া আছিল এইজন ছুপাৰষ্টাৰ

কিমান আগবাঢ়িছে দীপলিনা ডেকাৰ মিছন ‘১০০টা পৰিয়ালক ১০০টা ঘৰ’?

কিমান আগবাঢ়িছে দীপলিনা ডেকাৰ মিছন '১০০টা পৰিয়ালক ১০০টা ঘৰ'?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.