• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
এমাহত ৪বাৰ স্থান সলনি কৰিব শুক্ৰই, ডিচেম্বৰতেই ভাগ্য খুলিব ৪ৰাশিৰ, দূৰ হ’ব সকলো অৰ্থকষ্ট

এমাহত ৪বাৰ স্থান সলনি কৰিব শুক্ৰই, ডিচেম্বৰতেই ভাগ্য খুলিব ৪ৰাশিৰ, দূৰ হ’ব সকলো অৰ্থকষ্ট

8 months ago
২৭ জুলাইৰ পূৰ্বে মালামাল হ’ব ২ ৰাশি, পাব সোণালী সুযোগ!

২৭ জুলাইৰ পূৰ্বে মালামাল হ’ব ২ ৰাশি, পাব সোণালী সুযোগ!

3 minutes ago
শিৱৰ প্ৰিয় ৰাশি কোনবোৰ? জানি লওক শাওনত কাৰ কাৰ উদয় হ’ব ভাগ্য

শিৱৰ প্ৰিয় ৰাশি কোনবোৰ? জানি লওক শাওনত কাৰ কাৰ উদয় হ’ব ভাগ্য

37 minutes ago
সোণৰ মূল্যত বৃহৎ পৰিৱৰ্তন! ১ গ্ৰামত কিমান টকা কমিল বা বাঢ়িল?

সপ্তাহত কিমান পৰিৱৰ্তন হৈছে সোণ-ৰূপৰ মূল্য? আজিয়েই আপোনাৰ চহৰৰ শেহতীয়া মূল্য জানক

1 hour ago
কম বয়সতে চুলি পকিছে নেকি? ইয়াৰ আঁৰৰ কাৰণ কি জানক

অত্যাধিক চুলি সৰাৰ সমস্যাক নকৰিব আওকাণ, হ’ব পাৰে দুৰাৰোগ্য ৰোগ!

2 hours ago
আজি কাৰ্গিল বিজয় দিৱস, ‘অসমৰ কাৰ্গিল নায়ক’ কেপ্তেইন জিন্টু গগৈক সোঁৱৰণ

আজি কাৰ্গিল বিজয় দিৱস, ‘অসমৰ কাৰ্গিল নায়ক’ কেপ্তেইন জিন্টু গগৈক সোঁৱৰণ

3 hours ago
হাতলৈ আহিব ধন আঁতৰিব দুখ, এই নিয়মেৰে পিন্ধক কাছ আঙঠি!

হাতলৈ আহিব ধন আঁতৰিব দুখ, এই নিয়মেৰে পিন্ধক কাছ আঙঠি!

16 hours ago
ওজন নিয়ন্ত্ৰণৰ পৰা ডায়েবেটিছলৈ… এইবিধ পাচলিয়ে সহায় কৰিব আপোনাক

ওজন নিয়ন্ত্ৰণৰ পৰা ডায়েবেটিছলৈ… এইবিধ পাচলিয়ে সহায় কৰিব আপোনাক

16 hours ago
Daily Horoscope: গ্ৰহই সলাব গতি, উদয় হ’ব ভাগ্য! আজি কেনেকুৱা যাব আপোনাৰ দিনটো?

সপোনে মেলিব পোখা! কাইলৈ কোন ৰাশিৰ জাতক-জাতিকাৰ উদয় হ’ব ভাগ্য জানক

17 hours ago
চৰকাৰী নে ব্যক্তিগত খণ্ডৰ বেংক? জ্যেষ্ঠ নাগৰিকে ক’ত FD খুলিলে সৰ্বাধিক সুত পাব?

চৰকাৰী নে ব্যক্তিগত খণ্ডৰ বেংক? জ্যেষ্ঠ নাগৰিকে ক’ত FD খুলিলে সৰ্বাধিক সুত পাব?

18 hours ago
‘মোদী মোৰ ভাল বন্ধু!’ মোদীৰ প্ৰশংসাত পঞ্চমুখ ড’নাল্ড ট্ৰাম্প, আঁৰৰ কাৰণ কি?

হাইঠা মাটিত পৰিল! হঠাৎ কিয় ভাৰতৰ প্ৰতি নৰম হ’ল ড’নাল্ড ট্ৰাম্প?

19 hours ago
আপুনি কেনেকৈ প্ৰস্ৰাৱ কৰে? বহি নে থিয় হৈ প্ৰস্ৰাৱ কৰা উচিত জানক

আপুনি কেনেকৈ প্ৰস্ৰাৱ কৰে? বহি নে থিয় হৈ প্ৰস্ৰাৱ কৰা উচিত জানক

19 hours ago
মুখৰ দুৰ্গন্ধ আৰু দাঁতৰ আলু ফুলা? পাকঘৰৰ এই সৰু সামগ্ৰীয়ে দূৰ কৰিব আপোনাৰ সমস্যা

মুখৰ দুৰ্গন্ধ আৰু দাঁতৰ আলু ফুলা? পাকঘৰৰ এই সৰু সামগ্ৰীয়ে দূৰ কৰিব আপোনাৰ সমস্যা

20 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, July 26, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

এমাহত ৪বাৰ স্থান সলনি কৰিব শুক্ৰই, ডিচেম্বৰতেই ভাগ্য খুলিব ৪ৰাশিৰ, দূৰ হ’ব সকলো অৰ্থকষ্ট

এমাহত ৪বাৰ স্থান সলনি কৰিব শুক্ৰই, ডিচেম্বৰতেই ভাগ্য খুলিব ৪ৰাশিৰ, দূৰ হ’ব সকলো অৰ্থকষ্ট

editor by editor
November 17, 2025
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
এমাহত ৪বাৰ স্থান সলনি কৰিব শুক্ৰই, ডিচেম্বৰতেই ভাগ্য খুলিব ৪ৰাশিৰ, দূৰ হ’ব সকলো অৰ্থকষ্ট
0
SHARES
5.3k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

সমগ্ৰ ডিচেম্বৰ মাহজুৰি বাৰে বাৰে নিজৰ স্থান পৰিবৰ্তন কৰিব শুক্ৰই৷ মুঠ ৪ বাৰ নিজৰ স্থান সলনি কৰিব এই গ্ৰহ৷ শুক্ৰই জ্যোতিষমতে ধন-সম্পদ, সমৃদ্ধি, প্ৰেম, ৰোমান্স, জাকজমক আৰু বিলাসিতাৰ প্ৰতীক৷ শুক্ৰৰ আশীৰ্বাদ বৰ্তি থাকিলে জীৱনত সকলো সুখ লাভ কৰিব৷ ডিচেম্বৰ মাহজুৰি শুক্ৰৰ গোচৰৰ প্ৰভাৱ পৰিব ৫ ৰাশিৰ জীৱনত৷

কেতিয়া ক’ত অৱস্থান কৰিব শুক্ৰ?

৯ ডিচেম্বৰ ২০২৫ত শুক্ৰই অনুৰাধা নক্ষত্ৰৰ পৰা জ্যেষ্ঠ নক্ষত্ৰলৈ গমন কৰিব৷ তাৰপিছতেই ১৯ ডিচেম্বৰ ২০২৫ত শুক্ৰই দক্ষিণ দিশলৈ গমন কৰিব৷ ২০ ডিচেম্বৰ ২০২৫ শুক্ৰ বৃশ্চিক ৰাশিৰ পৰা ধনু ৰাশিত প্ৰৱেশ কৰিব৷ ৩০ ডিচেম্বৰ ২০২৫ত শুক্ৰই মূল নক্ষত্ৰৰ পৰা পূৰ্বাষাধা নক্ষত্ৰত গমন কৰিব৷ শুক্ৰৰ স্থান পৰিবৰ্তনৰ প্ৰভাৱ ৫ৰাশিৰ জাতকৰ জীৱনত আৰ্থিক সংকট দূৰ হ’ব৷ বাঢ়িব অৰ্থৰ প্ৰবাহ৷

কোন কোন ৰাশিৰ জীৱনত প্ৰভাৱ পৰিব?

শুক্ৰৰ স্থান পৰিবৰ্তনৰ প্ৰভাৱ বৃষ ৰাশিৰ ওপৰত

ডিচেম্বৰ মাহ বৃষ ৰাশিৰ জাতকৰ বাবে খুবেই ভাল হ’ব৷ এই জাতকে সম্পদ আৰু সমৃদ্ধি অৰ্জন কৰিব৷ ব্যক্তিগত জীৱনো সমৃদ্ধ হ’ব৷ সন্মান আৰু প্ৰতিপত্তি বৃদ্ধি পাব৷ আৰ্থিক ক্ষেত্ৰত সম্পদ বৃদ্ধিৰ বাবে থকা পৰিকল্পনাসমূহ সফল হব৷ স্বাস্থ্যৰ ক্ষেত্ৰত উন্নতি হব৷ মানসিক শান্তি বাঢ়িব৷

শুক্ৰৰ স্থান পৰিবৰ্তনৰ প্ৰভাৱ মিথুন ৰাশিৰ ওপৰত

২০২৫ চনৰ ডিচেম্বৰ মাহ মিথুন ৰাশিৰ জাতকৰ বাবে খুবেই ভাল হ’ব৷ ভাগ্য আৰু সম্পদ বৃদ্ধি পাব৷ প্ৰেম আৰু ৰোমান্সৰ বাবেও আদৰ্শ সময়৷ শিল্প আৰু সংগীতৰ প্ৰতি আগ্ৰহ বৃদ্ধি পাব৷ সৰু বিনিয়োগ লাভজনক হব৷ শৰীৰ স্বাস্থ্য ভালে থাকিব৷

শুক্ৰৰ স্থান পৰিবৰ্তনৰ প্ৰভাৱ কন্যা ৰাশিৰ ওপৰত

কন্যা ৰাশিৰ জাতকৰ বাবে এই পৰিবৰ্তন সুখ, সমৃদ্ধি আৰু ভালপোৱা কঢ়িয়াই আনিব৷ পাৰিবাৰিক সম্পৰ্কৰ উন্নতি হব৷ চাকৰি আৰু ব্যৱসায়ত অগ্ৰগতি হব৷ বিনিয়োগত লাভৰ মুখ দেখিব৷ মানসিক ভাৰসাম্য বৰ্তি থাকিব৷

শুক্ৰৰ স্থান পৰিবৰ্তনৰ প্ৰভাৱ তুলা ৰাশিৰ ওপৰত

তুলা ৰাশিৰ জাতকৰ বাবে এই সময় অত্যন্ত শুভ হব৷ তুলা ৰাশিৰ অধিপতি গ্ৰহ শুক্ৰ৷ এই ৰাশিৰ অধীনত জন্মগ্ৰহণকাৰীসকলৰ বাবে সুবিধা কঢ়িয়াই আনিব পাৰে৷ ভাগ্য সৰ্বদা আপোনাৰ পক্ষত থাকিব৷ সম্পদ বৃদ্ধি পাব৷ নতুন আৰু উপকাৰী সংযোগ তৈয়াৰ হব৷

শুক্ৰৰ স্থান পৰিবৰ্তনৰ প্ৰভাৱ মীন ৰাশিৰ ওপৰত

২০২৫ চনৰ ডিচেম্বৰ মীন ৰাশিৰ বাবে শুক্ৰৰ প্রভাৱ শুভ হব৷ আৰ্থিক বৃদ্ধি হ’ব৷ বন্ধুবান্ধৱ আৰু পৰিয়াল আপোনাৰ পক্ষত থাকিব৷ বিনিয়োগ লাভজনক হব৷ সামাজিক সন্মান আৰু প্ৰতিপত্তি বৃদ্ধি পাব৷ শৰীৰত স্বাভাৱিক ছন্দ থাকিব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

২৭ জুলাইৰ পূৰ্বে মালামাল হ’ব ২ ৰাশি, পাব সোণালী সুযোগ!
জীৱনশৈলী

২৭ জুলাইৰ পূৰ্বে মালামাল হ’ব ২ ৰাশি, পাব সোণালী সুযোগ!

July 26, 2026
শিৱৰ প্ৰিয় ৰাশি কোনবোৰ? জানি লওক শাওনত কাৰ কাৰ উদয় হ’ব ভাগ্য
জীৱনশৈলী

শিৱৰ প্ৰিয় ৰাশি কোনবোৰ? জানি লওক শাওনত কাৰ কাৰ উদয় হ’ব ভাগ্য

July 26, 2026
সোণৰ মূল্যত বৃহৎ পৰিৱৰ্তন! ১ গ্ৰামত কিমান টকা কমিল বা বাঢ়িল?
বাণিজ্য

সপ্তাহত কিমান পৰিৱৰ্তন হৈছে সোণ-ৰূপৰ মূল্য? আজিয়েই আপোনাৰ চহৰৰ শেহতীয়া মূল্য জানক

July 26, 2026
কম বয়সতে চুলি পকিছে নেকি? ইয়াৰ আঁৰৰ কাৰণ কি জানক
জীৱনশৈলী

অত্যাধিক চুলি সৰাৰ সমস্যাক নকৰিব আওকাণ, হ’ব পাৰে দুৰাৰোগ্য ৰোগ!

July 26, 2026
Next Post
জুবিনবিহীন প্ৰথমটো ওপজা দিন, জীৱিতকালতেই জুবিন গাৰ্গক কোনে কৈছিল, এই ল’ৰাজনে গানেৰে এদিন বিশ্বজয় কৰিব?

জুবিনবিহীন প্ৰথমটো ওপজা দিন, জীৱিতকালতেই জুবিন গাৰ্গক কোনে কৈছিল, এই ল’ৰাজনে গানেৰে এদিন বিশ্বজয় কৰিব?

বুধ-শুক্ৰই গঠন কৰিব লক্ষ্মী নাৰায়ণ যোগ, নৱেম্বৰৰ শেষ সপ্তাহত প্ৰচুৰ অৰ্থলাভ ৫ৰাশিৰ

বুধ-শুক্ৰই গঠন কৰিব লক্ষ্মী নাৰায়ণ যোগ, নৱেম্বৰৰ শেষ সপ্তাহত প্ৰচুৰ অৰ্থলাভ ৫ৰাশিৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.