• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
নতুন সপ্তাহত ৰাজযোগৰ কামাল, ভাগ্য সলনি হ’ব ৫ৰাশিৰ জাতকৰ

নতুন সপ্তাহত ৰাজযোগৰ কামাল, ভাগ্য সলনি হ’ব ৫ৰাশিৰ জাতকৰ

11 months ago
ডিঙিৰ বিষ, ঘনাই জ্বৰ উঠে, জিভা লৰোৱাত অসুবিধা, অৱহেলা নকৰিব এইসমূহ লক্ষণ মুখৰ কৰ্কটৰ লক্ষণ, কি কি লক্ষণ দেখিলে সতৰ্ক হ’ব?

ডিঙিৰ বিষ, ঘনাই জ্বৰ উঠে, জিভা লৰোৱাত অসুবিধা, অৱহেলা নকৰিব এইসমূহ লক্ষণ মুখৰ কৰ্কটৰ লক্ষণ, কি কি লক্ষণ দেখিলে সতৰ্ক হ’ব?

56 minutes ago
শৰীৰত প্ৰটিনৰ ঘাটি দুৰ কৰিবলৈ কি কি খাব? এই ৫খাদ্য খালেই আপুনি নিৰোগী হৈ থাকিব

শৰীৰত প্ৰটিনৰ ঘাটি দুৰ কৰিবলৈ কি কি খাব? এই ৫খাদ্য খালেই আপুনি নিৰোগী হৈ থাকিব

1 hour ago
মীন ৰাশিত মঙ্গল-বুধৰ বিশেষ শুভ যোগ, ১৫ দিন অৰ্থলাভৰ যোগ আছে এই ৪ৰাশিৰ ভাগ্যত

মীন ৰাশিত মঙ্গল-বুধৰ বিশেষ শুভ যোগ, ১৫ দিন অৰ্থলাভৰ যোগ আছে এই ৪ৰাশিৰ ভাগ্যত

2 hours ago
এইডছ নিৰ্মূল হৈ নৱজীৱন পালে নৰৱেৰ ব্যক্তিয়ে, কি চিকিৎসাৰে অসম্ভৱক সম্ভৱ কৰিলে চিকিৎসকে?

এইডছ নিৰ্মূল হৈ নৱজীৱন পালে নৰৱেৰ ব্যক্তিয়ে, কি চিকিৎসাৰে অসম্ভৱক সম্ভৱ কৰিলে চিকিৎসকে?

2 hours ago
১৬ এপ্ৰিলৰ পৰা ৩ৰাশিৰ ভাগ্য চমকিব! মহালক্ষ্মী ৰাজযোগত হাতলৈ আহিব ধন

১৬ এপ্ৰিলৰ পৰা ৩ৰাশিৰ ভাগ্য চমকিব! মহালক্ষ্মী ৰাজযোগত হাতলৈ আহিব ধন

2 hours ago
হাওঁফাওঁৰ কৰ্কটৰ প্ৰাথমিক উপসৰ্গ ফুটি ওঠে নখত, কোন ৩ লক্ষণ মাৰণ ৰোগৰ ইংগিত?

হাওঁফাওঁৰ কৰ্কটৰ প্ৰাথমিক উপসৰ্গ ফুটি ওঠে নখত, কোন ৩ লক্ষণ মাৰণ ৰোগৰ ইংগিত?

3 hours ago
আজিৰ পৰা আৰম্ভ নতুন বছৰ, নৱবৰ্ষত উজ্জ্বল হ’ব কোন কোন ৰাশিৰ ভাগ্য? অন্ধকাৰ নামিব কাৰ কাৰ জীৱনত?

আজিৰ পৰা আৰম্ভ নতুন বছৰ, নৱবৰ্ষত উজ্জ্বল হ’ব কোন কোন ৰাশিৰ ভাগ্য? অন্ধকাৰ নামিব কাৰ কাৰ জীৱনত?

4 hours ago
কাইলৈৰ পৰা নক্ষত্ৰ সলনি কৰিব শুক্ৰই, এই ৩ৰাশিৰ চাকৰি পাক্কা, প্ৰেম জীৱনতো সুখৰ খবৰ আহিব

কাইলৈৰ পৰা নক্ষত্ৰ সলনি কৰিব শুক্ৰই, এই ৩ৰাশিৰ চাকৰি পাক্কা, প্ৰেম জীৱনতো সুখৰ খবৰ আহিব

5 hours ago
২০২৭ চনত সলনি হ’ব দেশৰ প্ৰধানমন্ত্ৰী! প্ৰধানমন্ত্ৰীক লৈ বৰপেটা সত্ৰৰ বৰ্ষফল গণনাত ডাঙৰ ভৱিষ্যদ্বাণী

২০২৭ চনত সলনি হ’ব দেশৰ প্ৰধানমন্ত্ৰী! প্ৰধানমন্ত্ৰীক লৈ বৰপেটা সত্ৰৰ বৰ্ষফল গণনাত ডাঙৰ ভৱিষ্যদ্বাণী

6 hours ago
দিনত ৩বাৰ ৰং সলনি হয় এই জ্যোতিৰ্লিংগৰ, জানক ৰহস্য ঘেৰা এই মন্দিৰৰ কথা

দিনত ৩বাৰ ৰং সলনি হয় এই জ্যোতিৰ্লিংগৰ, জানক ৰহস্য ঘেৰা এই মন্দিৰৰ কথা

6 hours ago
৫মাহ ধৰি ৰাজ কৰিব এই ৪ৰাশিয়ে, বৃহস্পতিৰ গোচৰত সোণৰ মুকুট পিন্ধিব কোন কোন ৰাশিৰ জাতকে?

৫মাহ ধৰি ৰাজ কৰিব এই ৪ৰাশিয়ে, বৃহস্পতিৰ গোচৰত সোণৰ মুকুট পিন্ধিব কোন কোন ৰাশিৰ জাতকে?

7 hours ago
বিহাৰৰ মছনদত সম্ৰাট চৌধুৰী, জানেনে এই বিজেপি নেতাৰ শিক্ষাগত যোগ্যতা আৰু মুঠ সম্পদৰ পৰিমাণ কিমান?

বিহাৰৰ মছনদত সম্ৰাট চৌধুৰী, জানেনে এই বিজেপি নেতাৰ শিক্ষাগত যোগ্যতা আৰু মুঠ সম্পদৰ পৰিমাণ কিমান?

23 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, April 15, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

নতুন সপ্তাহত ৰাজযোগৰ কামাল, ভাগ্য সলনি হ’ব ৫ৰাশিৰ জাতকৰ

নতুন সপ্তাহত ৰাজযোগৰ কামাল, ভাগ্য সলনি হ’ব ৫ৰাশিৰ জাতকৰ

editor by editor
May 10, 2025
in জীৱনশৈলী
0
নতুন সপ্তাহত ৰাজযোগৰ কামাল, ভাগ্য সলনি হ’ব ৫ৰাশিৰ জাতকৰ
0
SHARES
2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আগন্তুক সোমবাৰ ১২ মে’ৰ পৰা যি নতুন সপ্তাহ আৰম্ভ হৈছে সেই সপ্তাহৰ আৰম্ভণিতেই গঠিত হ’ব শুভ যোগ৷ এই ৰাজযোগত বিভিন্ন ৰাশিৰ জাতকৰ জীৱনত উল্লেখনীয় উন্নতি হব৷ ইয়াৰোপৰি নতুন সপ্তাহত চন্দ্ৰ আৰু মঙ্গলৰ যুঁটিৰ ফলত গঠিত হব সমসপ্তক যোগ৷ এই দুই শুভ যোগৰ ফলত মে মাহৰ দ্বিতীয় সপ্তাহত চাৰিওফালৰ পৰা উন্নতি হব পাঁচ ৰাশিৰ জাতকৰ৷ নতুন সপ্তাহত চাকৰিত উন্নতি কৰিব পাৰিব৷ ব্যৱসায়ত লাভ কৰিব পাৰে৷ সাংসৰিক জীৱনত সুখ শান্তি থাকিব৷ জানি থওক ১২ মেৰ পৰা ১৮ মেৰ মাজত এই সপ্তাহত সম্পদ আৰু প্ৰতিপত্তি লাভ কৰিব কোন কোন ৰাশিৰ জাতকে?

মেষ ৰাশি

বিশেষ ৰাজযোগৰ প্ৰভাৱত নানান দিশৰ পৰা লাভৱান হব মেষ ৰাশিৰ জাতক৷ এই সময়ত পেছাগত জীৱনত সকলো বাধা দূৰ হব৷ নিজৰ বাকী থকা সকলো কাম সম্পূৰ্ণ কৰিব পাৰিব৷ এই সপ্তাহত জীৱনলৈ সুখ আৰু সমৃদ্ধিৰ জোৱাৰ আহিব৷ মনৰ দীৰ্ঘদিনীয়া ইচ্ছা পূৰণ হব পাৰে৷ নতুন সপ্তাহত তীৰ্থযাত্ৰাৰ যোগ আছে৷ আৰ্থিক ভাৱেও লাভৱান হব৷

বৃষ ৰাশি

মে মাহৰ দ্বিতীয় সপ্তাহ বিভিন্ন ধৰণে লাভজনক হব বৃষ ৰাশিৰ জাতকৰ৷ যি কামতেই হাত দিব তাতেই সাফল্য পাব৷ মনৰ পৰা টেনছন কমিব৷ জীৱনত কোনো ডাঙৰ সমস্যাৰ সমাধান বিচাৰি পাব বৃষ ৰাশিৰ জাতকে৷ ব্যৱসায়ীসকলে এই সময়ত বিশেষ সাফল্য পাব পাৰে৷ কোনো প্ৰভাৱশালী ব্যক্তিৰ সৈতে আপোনাৰ আলাপ হব৷ প্ৰেম জীৱন ভালে থাকিব৷

মিথুন ৰাশি

১২ মে’ৰ পৰা আৰম্ভ হোৱা এই সপ্তাহত পৰিয়ালৰ সৈতে খুব ভাল সময় কটাব মিথুন ৰাশিৰ জাতকে৷ ঘনিষ্ঠ বন্ধুৰ সৈতেও দেখা হব৷ বন্ধুৰ সৈতে খুব আনন্দৰ সময় কটাব৷ চাকৰিয়ালে কাৰ্যালয়ত উন্নতি কৰাৰ সুযোগ পাব৷ ভাল কোনো চাকৰিৰ প্ৰস্তাৱ পাব পাৰে৷ ৰৈ থকা কোনো কাম সম্পূৰ্ণ কৰিব পাৰিব৷ দাম্পত্য জীৱন সুখৰ হব৷

সিংহ ৰাশি

সমসপ্তক যোগৰ প্ৰভাৱত আগন্তুক সপ্তাহত উন্নতি কৰিব পাৰিব সিংহ ৰাশিৰ জাতকে৷ এই সুযোগ হাতৰ পৰা যাবলৈ নিদিব৷ সপ্তাহৰ আৰম্ভণিতেই আপুনি ডাঙৰ কোনো সাফল্য বা সন্মান লাভ কৰিব৷ সপ্তাহৰ দ্বিতীয়াৰ্ধত ৰিলেক্স সময় কটাব৷ অফিচত সকলোৱে আপোনাৰ কামৰ প্ৰশংসা কৰিব৷ প্ৰেম জীৱনত কিছু পজিটিভ পৰিবৰ্তন লক্ষ্য কৰিব সিংহ ৰাশিৰ জাতকে৷

বৃশ্চিক ৰাশি

সূৰ্যৰ গোচৰত এই সপ্তাহৰ ভাগ্যৰ চকা ঘূৰিব বৃশ্চিক ৰাশিৰ জাতকৰ৷ নিজৰ কঠিন পৰিশ্ৰমৰ সম্পূৰ্ণ ফল পাব আপুনি৷ ব্যৱাসায়ত কাঙ্খিত সাফল্য লাভ কৰিব৷ সপ্তাহৰ মাজত কিছু অপ্ৰয়োজনীয় কামত সোমাই পৰিব পাৰে৷ এই সময়ত আপুনি বিনিয়োগ কৰিলে ভাল ফল পাব৷ কোনো প্ৰভাৱশালী ব্যক্তিৰ সৈতে আলাপ হব সেই আলাপ আপোনাৰ ভৱিষ্যতৰ বাবে লাভজনক হব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ডিঙিৰ বিষ, ঘনাই জ্বৰ উঠে, জিভা লৰোৱাত অসুবিধা, অৱহেলা নকৰিব এইসমূহ লক্ষণ মুখৰ কৰ্কটৰ লক্ষণ, কি কি লক্ষণ দেখিলে সতৰ্ক হ’ব?
জীৱনশৈলী

ডিঙিৰ বিষ, ঘনাই জ্বৰ উঠে, জিভা লৰোৱাত অসুবিধা, অৱহেলা নকৰিব এইসমূহ লক্ষণ মুখৰ কৰ্কটৰ লক্ষণ, কি কি লক্ষণ দেখিলে সতৰ্ক হ’ব?

April 15, 2026
শৰীৰত প্ৰটিনৰ ঘাটি দুৰ কৰিবলৈ কি কি খাব? এই ৫খাদ্য খালেই আপুনি নিৰোগী হৈ থাকিব
খাদ্য

শৰীৰত প্ৰটিনৰ ঘাটি দুৰ কৰিবলৈ কি কি খাব? এই ৫খাদ্য খালেই আপুনি নিৰোগী হৈ থাকিব

April 15, 2026
মীন ৰাশিত মঙ্গল-বুধৰ বিশেষ শুভ যোগ, ১৫ দিন অৰ্থলাভৰ যোগ আছে এই ৪ৰাশিৰ ভাগ্যত
জীৱনশৈলী

মীন ৰাশিত মঙ্গল-বুধৰ বিশেষ শুভ যোগ, ১৫ দিন অৰ্থলাভৰ যোগ আছে এই ৪ৰাশিৰ ভাগ্যত

April 15, 2026
এইডছ নিৰ্মূল হৈ নৱজীৱন পালে নৰৱেৰ ব্যক্তিয়ে, কি চিকিৎসাৰে অসম্ভৱক সম্ভৱ কৰিলে চিকিৎসকে?
জীৱনশৈলী

এইডছ নিৰ্মূল হৈ নৱজীৱন পালে নৰৱেৰ ব্যক্তিয়ে, কি চিকিৎসাৰে অসম্ভৱক সম্ভৱ কৰিলে চিকিৎসকে?

April 15, 2026
Next Post
ডাল লেকত উৰি আহিছে ক্ষেপণাস্ত্ৰৰ দৰে সামগ্ৰী! বিস্ফোৰণৰ শব্দত কঁপি উঠিছে শ্ৰীনগৰ

ডাল লেকত উৰি আহিছে ক্ষেপণাস্ত্ৰৰ দৰে সামগ্ৰী! বিস্ফোৰণৰ শব্দত কঁপি উঠিছে শ্ৰীনগৰ

শত্ৰুক নিঃশেষ কৰাত পাৰ্গত ভাৰতৰ অস্ত্ৰভাণ্ডাৰ পঞ্চৰত্ন! পাক প্ৰত্যাক্ৰমণৰ বাবে ভাৰতে সাজু ৰাখিছে এই ৫ যুদ্ধাস্ত্ৰ

শত্ৰুক নিঃশেষ কৰাত পাৰ্গত ভাৰতৰ অস্ত্ৰভাণ্ডাৰ পঞ্চৰত্ন! পাক প্ৰত্যাক্ৰমণৰ বাবে ভাৰতে সাজু ৰাখিছে এই ৫ যুদ্ধাস্ত্ৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.