• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কোন হয় আয়াতুল্লা আলী খামেনেই? ইৰাণৰ এই নেতাৰ বাবেই বাৰে বাৰে ইজৰাইলৰ আক্ৰমণ

কোন হয় আয়াতুল্লা আলী খামেনেই? ইৰাণৰ এই নেতাৰ বাবেই বাৰে বাৰে ইজৰাইলৰ আক্ৰমণ

1 year ago
২০,০০০ গৰাকী যাত্ৰীলৈ এয়াৰলাইনছৰ বিনামূলীয়া বিমানৰ টিকট

২০,০০০ গৰাকী যাত্ৰীলৈ এয়াৰলাইনছৰ বিনামূলীয়া বিমানৰ টিকট

37 minutes ago
এবছৰতে ৫৬জন bodybuilderৰ মৃ*ত্যু!

এবছৰতে ৫৬জন bodybuilderৰ মৃ*ত্যু!

1 hour ago
শুকাই গ’ল ভাইজানৰ চেহেৰা, কোনো মাৰাত্মক ৰোগত আক্ৰান্ত নেকি চলমান খান?

শুকাই গ’ল ভাইজানৰ চেহেৰা, কোনো মাৰাত্মক ৰোগত আক্ৰান্ত নেকি চলমান খান?

4 hours ago
তৃষাক কৰা অপমান সহ্য নকৰিলে বিজয় থালাপতি! অৱশেষত গ্ৰেপ্তাৰ তামিলনাডুৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ পুত্ৰ DMKৰ নেতা উদয়ানিধি ষ্টেলিন

তৃষাক কৰা অপমান সহ্য নকৰিলে বিজয় থালাপতি! অৱশেষত গ্ৰেপ্তাৰ তামিলনাডুৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ পুত্ৰ DMKৰ নেতা উদয়ানিধি ষ্টেলিন

4 hours ago
নাকৰ ভিতৰৰ নোম কটা উচিত নে অনুচিত? বিশেষজ্ঞই ক’লে এইদৰে…

নাকৰ ভিতৰৰ নোম কটা উচিত নে অনুচিত? বিশেষজ্ঞই ক’লে এইদৰে…

5 hours ago
আজি কোন ৰাশিৰ জীৱনলৈ আহিব বৃহৎ পৰিৱৰ্তন?

জীৱনসংগীৰ বাবে উত্তম ৩ ৰাশিৰ কন্যা, কোমল স্বভাৱেৰে জিনিব সকলোৰে হৃদয়!

6 hours ago
পুৰুষে বেছিকৈ নাখাব চয়াবিন, আজিয়েই সাৱধান হওক!

পুৰুষে বেছিকৈ নাখাব চয়াবিন, আজিয়েই সাৱধান হওক!

6 hours ago
সুৰা বিক্ৰীৰ ক্ষেত্ৰত আহিছে বাধা! FSSAI এ কৰিব এইবোৰ কাৰণত তদন্ত

সুৰা বিক্ৰীৰ ক্ষেত্ৰত আহিছে বাধা! FSSAI এ কৰিব এইবোৰ কাৰণত তদন্ত

7 hours ago
স্বাস্থ্যৰ বাবে আশীৰ্বাদ স্বৰূপ এইবিধ ফল, বাঢ়িব ৰোগ প্ৰতিৰোধৰ ক্ষমতা!

স্বাস্থ্যৰ বাবে আশীৰ্বাদ স্বৰূপ এইবিধ ফল, বাঢ়িব ৰোগ প্ৰতিৰোধৰ ক্ষমতা!

8 hours ago
আৰক্ষীৰ বৃহৎ সফলতা, ছমাহত নিৰুদ্দেশ হোৱা ১৭,৫৯০ গৰাকী মহিলা আৰু শিশুৰ পালে সন্ধান!

আৰক্ষীৰ বৃহৎ সফলতা, ছমাহত নিৰুদ্দেশ হোৱা ১৭,৫৯০ গৰাকী মহিলা আৰু শিশুৰ পালে সন্ধান!

8 hours ago
ভাগ্যৱানসকলৰ থাকে শৰীৰৰ এই অংশত তিল, জানি হ’ব আচৰিত!

ভাগ্যৱানসকলৰ থাকে শৰীৰৰ এই অংশত তিল, জানি হ’ব আচৰিত!

9 hours ago
হনুমান জয়ন্তীত মঙ্গলৰ গোচৰ, ৫ৰাশিৰ উপচি পৰিব ধনসম্পদ

জীৱনৰ সকলো সমস্যা হ’ব দূৰ, মাত্ৰ মঙলবাৰে কৰক এই কাম!

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, August 4, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

কোন হয় আয়াতুল্লা আলী খামেনেই? ইৰাণৰ এই নেতাৰ বাবেই বাৰে বাৰে ইজৰাইলৰ আক্ৰমণ

editor by editor
June 17, 2025
in বিবিধ, বিশ্ব, ৰাজনীতি
0
কোন হয় আয়াতুল্লা আলী খামেনেই? ইৰাণৰ এই নেতাৰ বাবেই বাৰে বাৰে ইজৰাইলৰ আক্ৰমণ
0
SHARES
338
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

কোন হয় আয়াতুল্লা আলী খামেনেই? ইৰাণৰ এই নেতাৰ বাবেই বাৰে বাৰে ইজৰাইলৰ আক্ৰমণ

ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেত্যানাহুৱে এক সাক্ষাৎকাৰত কয় যে ইৰাণৰ সৰ্বোচ্চ নেতা আয়াতুল্লাহ খামেনেইক শেষ কৰাৰ পিছত দুয়োখন দেশৰ মাজৰ সংঘাতৰ অন্ত পৰিব। এই নেতাগৰাকীৰ বাবেই বাৰে বাৰে আক্ৰমণ কৰি আছে ইজৰাইলে।

ইৰাণৰ বিৰুদ্ধে চলি থকা সামৰিক কাৰ্যকলাপৰ সন্দৰ্ভত নেত্যানাহুৱে কয় যে তেওঁলোকৰ লক্ষ্য সংঘাত বৃদ্ধি কৰা নহয় বৰঞ্চ ইয়াৰ অন্ত পেলোৱা।

পাছে কোন এই আয়াতুল্লাহ , যাৰ পাছত হাত ধুই পৰিছে ইজৰাইল! আয়াতুল্লাহ আলী খামেনেই ইৰাণৰ সৰ্বোচ্চ নেতা। সামৰিক ব্যৱস্থাৰ পৰা আৰম্ভ কৰি অৰ্থনীতিলৈকে তেওঁৰ অনুমোদন অবিহনে সমগ্ৰ দেশতে একো নহয়।

ইৰাণৰ আটাইতকৈ শক্তিশালী ব্যক্তি তেওঁ। খামেনেই হৈছে ইৰাণৰ সৰ্বোচ্চ নেতা। ইৰাণৰ প্ৰতিষ্ঠাপক ৰুহোল্লাহ খোমেইনীৰ মৃত্যুৰ পিছত ১৯৮৯ চনত সৰ্বোচ্চ নেতা নিৰ্বাচিত হৈছিল ৮৫ বছৰীয়া খামেনেই। ১৯৩৯ চনত উত্তৰ-পূবৰ মছহাদ চহৰত জন্মগ্ৰহণ কৰিছিল খামেনেই। তেওঁৰ পিতৃ আছিল ধৰ্মীয় গুৰু।

অপৰিসীম ধন-সম্পত্তিৰ মালিক খামেনেই। ইৰাণৰ সৰ্বোচ্চ নেতা সশস্ত্ৰ বাহিনীৰ মুখ্য সেনাধ্যক্ষ। ইয়াৰ উপৰিও তেওঁ চোৰাংচোৱা আৰু নিৰাপত্তা অভিযান নিয়ন্ত্ৰণ কৰে। তেওঁৰ ন্যায়পালিকাৰ উচ্চতম অধিনায়ক, চৰকাৰী ৰেডিঅ’ টেলিভিছন নেটৱৰ্ক, আই আৰ জি চিক নিযুক্তি আৰু বৰ্খাস্ত কৰাৰ ক্ষমতা আছে।

ইয়াৰ বাহিৰেও খামেনেই ইৰাণৰ গাৰ্ডিয়ান কাউন্সিলৰ বাৰজন সদস্যৰ ভিতৰত ৬জনক নিযুক্তি দিয়ে। আমেৰিকাৰ বাতৰি অনুসৰি খামেনেইৰ হাতত ২০০ বিলিয়ন ডলাৰৰ সম্পত্তি আছে। খামেনেইৰ আয়ৰ অধিকাংশই পেট্ৰলিয়াম আৰু গেছ কোম্পানীৰ পৰা আহে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: ayatollah ali khamenei< Supreme Leader Of IranIran LeaderIran Vs Isreal
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

২০,০০০ গৰাকী যাত্ৰীলৈ এয়াৰলাইনছৰ বিনামূলীয়া বিমানৰ টিকট
জীৱনশৈলী

২০,০০০ গৰাকী যাত্ৰীলৈ এয়াৰলাইনছৰ বিনামূলীয়া বিমানৰ টিকট

August 4, 2026
এবছৰতে ৫৬জন bodybuilderৰ মৃ*ত্যু!
জীৱনশৈলী

এবছৰতে ৫৬জন bodybuilderৰ মৃ*ত্যু!

August 4, 2026
শুকাই গ’ল ভাইজানৰ চেহেৰা, কোনো মাৰাত্মক ৰোগত আক্ৰান্ত নেকি চলমান খান?
বিনোদন

শুকাই গ’ল ভাইজানৰ চেহেৰা, কোনো মাৰাত্মক ৰোগত আক্ৰান্ত নেকি চলমান খান?

August 4, 2026
তৃষাক কৰা অপমান সহ্য নকৰিলে বিজয় থালাপতি! অৱশেষত গ্ৰেপ্তাৰ তামিলনাডুৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ পুত্ৰ DMKৰ নেতা উদয়ানিধি ষ্টেলিন
ভাৰত

তৃষাক কৰা অপমান সহ্য নকৰিলে বিজয় থালাপতি! অৱশেষত গ্ৰেপ্তাৰ তামিলনাডুৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ পুত্ৰ DMKৰ নেতা উদয়ানিধি ষ্টেলিন

August 4, 2026
Next Post
কোন দেশৰ হাতত কিমান পাৰমাণৱিক অস্ত্ৰ, ভাৰত এই ক্ষেত্ৰত কিমান শক্তিশালী, প্ৰতিবেদন প্ৰকাশ

কোন দেশৰ হাতত কিমান পাৰমাণৱিক অস্ত্ৰ, ভাৰত এই ক্ষেত্ৰত কিমান শক্তিশালী, প্ৰতিবেদন প্ৰকাশ

শনিৰ ৰাশি কুম্ভত প্ৰৱেশ চন্দ্ৰৰ, ৩ ৰাশিৰ আৰ্থিক দিশত উন্নতি

শনিৰ ৰাশি কুম্ভত প্ৰৱেশ চন্দ্ৰৰ, ৩ ৰাশিৰ আৰ্থিক দিশত উন্নতি

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.