• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
চিনেমা মুক্তিৰ বাবে বলীউডত শুকুৰবাৰ, দক্ষিণত বৃহস্পতিবাৰ কিয়! কেতিয়াৰ পৰা আৰম্ভ হ’ল এই নিয়ম?

চিনেমা মুক্তিৰ বাবে বলীউডত শুকুৰবাৰ, দক্ষিণত বৃহস্পতিবাৰ কিয়! কেতিয়াৰ পৰা আৰম্ভ হ’ল এই নিয়ম?

1 year ago
নিশাৰ ভাগত শিৱলিঙ্গৰ সন্মুখত প্ৰদীপ জ্বলোৱাৰ ওপৰিও কৰক এই কাম, দূৰ হ’ব মনৰ অন্ধকাৰ, সমৃদ্ধিয়ে ভৰাই তুলিব আপোনাৰ জীৱন

নিশাৰ ভাগত শিৱলিঙ্গৰ সন্মুখত প্ৰদীপ জ্বলোৱাৰ ওপৰিও কৰক এই কাম, দূৰ হ’ব মনৰ অন্ধকাৰ, সমৃদ্ধিয়ে ভৰাই তুলিব আপোনাৰ জীৱন

9 hours ago
সূৰ্য, মঙ্গলৰ কৃপাত গঠিত হ’ব মঙ্গল আদিত্য ৰাজযোগ! ৪ৰাশিৰ সুখ, স্বাচ্ছন্দ্য উপচি পৰিব

সূৰ্য, মঙ্গলৰ কৃপাত গঠিত হ’ব মঙ্গল আদিত্য ৰাজযোগ! ৪ৰাশিৰ সুখ, স্বাচ্ছন্দ্য উপচি পৰিব

10 hours ago
৮০শতাংশ ভাৰতীয়ৰে কলষ্টেৰল অস্বাভাৱিক, ইয়াৰ ফলতেই বাঢ়িছে হাৰ্ট এটেকত মৃত্যুৰ হাৰ?

৮০শতাংশ ভাৰতীয়ৰে কলষ্টেৰল অস্বাভাৱিক, ইয়াৰ ফলতেই বাঢ়িছে হাৰ্ট এটেকত মৃত্যুৰ হাৰ?

12 hours ago
SBIৰ পৰা ৩লাখ টকাৰ পাৰ্ছনেল ঋণ লৈছে? প্ৰতিমাহে কিমান EMI দিব লাগিব?

SBIৰ পৰা ৩লাখ টকাৰ পাৰ্ছনেল ঋণ লৈছে? প্ৰতিমাহে কিমান EMI দিব লাগিব?

13 hours ago
সোণৰ দাম ৭০ হাজাৰলৈ নামিব নেকি? বজাৰ বিশেষজ্ঞই কি কৈছে? জানি থওক সবিশেষ

সোণৰ দাম ৭০ হাজাৰলৈ নামিব নেকি? বজাৰ বিশেষজ্ঞই কি কৈছে? জানি থওক সবিশেষ

14 hours ago
৬ ফেব্ৰুৱাৰীৰ পৰা উপাৰ্জন বাঢ়িব ৩ৰাশিৰ, শুক্ৰৰ গোচৰত মালামাল হ’ব কোন কোন?

৬ ফেব্ৰুৱাৰীৰ পৰা উপাৰ্জন বাঢ়িব ৩ৰাশিৰ, শুক্ৰৰ গোচৰত মালামাল হ’ব কোন কোন?

14 hours ago
লিফ্টত হাইড্ৰজেন বেলুন ফাটি বিস্ফোৰণ, কথমপি প্ৰাণৰক্ষা ৩জনৰ, চাওক ঘটনাৰ ভিডিঅ’

লিফ্টত হাইড্ৰজেন বেলুন ফাটি বিস্ফোৰণ, কথমপি প্ৰাণৰক্ষা ৩জনৰ, চাওক ঘটনাৰ ভিডিঅ’

15 hours ago
সপোনত ধন দেখাটো শুভ নে অশুভ? জানক সপোনত ধন দেখাৰ অৰ্থ কি?

সপোনত ধন দেখাটো শুভ নে অশুভ? জানক সপোনত ধন দেখাৰ অৰ্থ কি?

1 day ago
গুৰুবাৰে গজকেশৰী যোগ, লক্ষ্মী-নাৰায়ণৰ সহায় থাকিব এই ৫ৰাশিত

গুৰুবাৰে গজকেশৰী যোগ, লক্ষ্মী-নাৰায়ণৰ সহায় থাকিব এই ৫ৰাশিত

1 day ago
মহাশিৱৰাত্ৰিৰ পাছতেই সূৰ্যগ্ৰহণ, আৰ্থিক লাভৰ যোগ আছে এই ৫ৰাশিৰ ভাগ্যত

মহাশিৱৰাত্ৰিৰ পাছতেই সূৰ্যগ্ৰহণ, আৰ্থিক লাভৰ যোগ আছে এই ৫ৰাশিৰ ভাগ্যত

1 day ago
মাজ আকাশত বিমানত জুই! কলকাতাত ২৩৬ যাত্ৰী কঢ়িওৱা বিমানৰ জৰুৰী অৱতৰণ

মাজ আকাশত বিমানত জুই! কলকাতাত ২৩৬ যাত্ৰী কঢ়িওৱা বিমানৰ জৰুৰী অৱতৰণ

1 day ago
কোৰিয়ান ‘লাভ গেম’ৰ বলি গাজিয়াবাদৰ তিনি ভগ্নী! জানক কি আছে এই খেলত?

কোৰিয়ান ‘লাভ গেম’ৰ বলি গাজিয়াবাদৰ তিনি ভগ্নী! জানক কি আছে এই খেলত?

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, February 6, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন চিনেমা

চিনেমা মুক্তিৰ বাবে বলীউডত শুকুৰবাৰ, দক্ষিণত বৃহস্পতিবাৰ কিয়! কেতিয়াৰ পৰা আৰম্ভ হ’ল এই নিয়ম?

editor by editor
December 15, 2024
in চিনেমা, জীৱনশৈলী, বিনোদন, বিবিধ, বিশ্ব, ভাৰত
0
চিনেমা মুক্তিৰ বাবে বলীউডত শুকুৰবাৰ, দক্ষিণত বৃহস্পতিবাৰ কিয়! কেতিয়াৰ পৰা আৰম্ভ হ’ল এই নিয়ম?
0
SHARES
468
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

চিনেমা মুক্তিৰ বাবে বলীউডত শুকুৰবাৰ, দক্ষিণত বৃহস্পতিবাৰ কিয়! কেতিয়াৰ পৰা আৰম্ভ হ’ল এই নিয়ম?

বলীউডৰ চিনেমা বেছিভাগেই শুকুৰবাৰে মুক্তি পায় আৰু বৃহস্পতিবাৰক দক্ষিণৰ চিনেমাৰ বাবে নিৰ্বাচিত কৰা হয়। পাছে কিয় গোটেই সপ্তাহটোত ছবিখনৰ মুক্তিৰ বাবে কেৱল এই দুটা দিন কিয় বাছি লোৱা হ’ল?

শুকুৰবাৰে ছবিএখন মুক্তি পোৱা নিয়মটো প্ৰথমে হলিউডত ১৯৪০ চনৰ পৰা আৰম্ভ হৈছিল। ভাৰততো বলীউডৰ ছবি মুক্তিৰ বাবে এই দিনটো নিৰ্বাচন কৰা হয়।

লগতে চলচ্চিত্ৰ নিৰ্মাতাসকলে শুকুৰবাৰ বাছি লোৱাৰ এটা ডাঙৰ কাৰণ হ’ল এই দিনটোক দেৱী লক্ষ্মীৰ দিন বুলি গণ্য কৰা হয়। শুকুৰবাৰৰ পৰা আৰম্ভ কৰা কামে ধন-সম্পত্তি আৰু সফলতা কঢ়িয়াই আনে বুলি বিশ্বাস কৰা হয়, সেইবাবেই ছবি নিৰ্মাতাসকলে শুকুৰবাৰৰ পৰাই নিজৰ ছবি আৰম্ভ কৰাটো শুভ বুলি গণ্য কৰে।

শুকুৰবাৰে এখন ছবি মুক্তিৰ আটাইতকৈ ব্যৱহাৰিক কাৰণটো হ’ল এইটো সপ্তাহৰ শেষ কৰ্মদিন। ইয়াৰ পিছত শনিবাৰ আৰু দেওবাৰৰ বন্ধ থাকে, যাৰ বাবে মানুহে পৰিয়াল আৰু বন্ধু-বান্ধৱীৰ সৈতে চিনেমা উপভোগ কৰিবলৈ যায়। যাৰ ফলত ছবি খনৰ মুক্তিৰ প্ৰথমটো সপ্তাহতে টকাৰ সংগ্ৰহ বহুত হৈ পৰে, যিটো ছবিখনৰ প্ৰাৰম্ভিক সফলতাৰ পৰিমাপ হৈ পৰে।

শুকুৰবাৰে হলিউডত ছবি মুক্তিৰ ধাৰাটো ক্ৰমান্বয়ে ভাৰততো জনপ্ৰিয় হৈ উঠিল। ১৯৬০ চনত ভাৰতত মুক্তি পোৱা মোগল-ই-আজমে শুকুৰবাৰে মুক্তি পোৱাৰ পাছতে বিপুল সফলতা লাভ কৰিছিল। তেতিয়াৰ পৰাই এই দিনটো ছবি মুক্তিৰ বাবে স্বীকৃতি লাভ কৰে।

আনহাতে দক্ষিণ ভাৰতীয় চলচ্চিত্ৰ জগতত বৃহস্পতিবাৰক ছবি মুক্তিৰ দিন বুলি গণ্য কৰা হয়। ইয়াৰ কাৰণ হৈছে ধৰ্মীয় আৰু জ্যোতিষীয় বিশ্বাস। বৃহস্পতিবাৰক ভগৱান বিষ্ণু আৰু গুৰু গ্ৰহ বৃহস্পতিৰ দিন বুলি গণ্য কৰা হয়, যিটো দিনক শুভ আৰু ভাগ্যৱান দিন হিচাপে দেখা যায়। এই কাৰণেই দক্ষিণত বৃহস্পতিবাৰে ছবি মুক্তিৰ পৰম্পৰা আছে।

প্ৰথম অৱস্থাত ভাৰতত চিনেমাৰ বাবে কোনো নিৰ্দিষ্ট দিন নাছিল। কিন্তু আজিৰ সময়ত যিকোনো ছবিৰ সফলতাৰ প্ৰথম মাপকাঠি হ’ল প্ৰথম সপ্তাহৰ সংগ্ৰহ।

অৱশ্যে উৎসৱ বা ৰাষ্ট্ৰীয় বন্ধৰ দিনক কেন্দ্ৰ কৰি ছবি মুক্তিৰ ধাৰাও সলনি হোৱা দেখা যায়। উদাহৰণস্বৰূপে দীপাৱলী, ঈদ বা খ্ৰীষ্টমাছত মুক্তি পোৱা ছবিয়ে বক্স অফিচত আলোড়নৰ সৃষ্টি কৰে, কিন্তু সাধাৰণ মুক্তিৰ কথা ক’লে বলীউডত শুকুৰবাৰ আৰু দক্ষিণত বৃহস্পতিবাৰক অগ্ৰাধিকাৰ দিয়া হয়।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Bollywood MovieReleasing dateSouth Movie
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

নিশাৰ ভাগত শিৱলিঙ্গৰ সন্মুখত প্ৰদীপ জ্বলোৱাৰ ওপৰিও কৰক এই কাম, দূৰ হ’ব মনৰ অন্ধকাৰ, সমৃদ্ধিয়ে ভৰাই তুলিব আপোনাৰ জীৱন
জীৱনশৈলী

নিশাৰ ভাগত শিৱলিঙ্গৰ সন্মুখত প্ৰদীপ জ্বলোৱাৰ ওপৰিও কৰক এই কাম, দূৰ হ’ব মনৰ অন্ধকাৰ, সমৃদ্ধিয়ে ভৰাই তুলিব আপোনাৰ জীৱন

February 5, 2026
সূৰ্য, মঙ্গলৰ কৃপাত গঠিত হ’ব মঙ্গল আদিত্য ৰাজযোগ! ৪ৰাশিৰ সুখ, স্বাচ্ছন্দ্য উপচি পৰিব
জীৱনশৈলী

সূৰ্য, মঙ্গলৰ কৃপাত গঠিত হ’ব মঙ্গল আদিত্য ৰাজযোগ! ৪ৰাশিৰ সুখ, স্বাচ্ছন্দ্য উপচি পৰিব

February 5, 2026
৮০শতাংশ ভাৰতীয়ৰে কলষ্টেৰল অস্বাভাৱিক, ইয়াৰ ফলতেই বাঢ়িছে হাৰ্ট এটেকত মৃত্যুৰ হাৰ?
জীৱনশৈলী

৮০শতাংশ ভাৰতীয়ৰে কলষ্টেৰল অস্বাভাৱিক, ইয়াৰ ফলতেই বাঢ়িছে হাৰ্ট এটেকত মৃত্যুৰ হাৰ?

February 5, 2026
SBIৰ পৰা ৩লাখ টকাৰ পাৰ্ছনেল ঋণ লৈছে? প্ৰতিমাহে কিমান EMI দিব লাগিব?
জীৱনশৈলী

SBIৰ পৰা ৩লাখ টকাৰ পাৰ্ছনেল ঋণ লৈছে? প্ৰতিমাহে কিমান EMI দিব লাগিব?

February 5, 2026
Next Post
তবলাত জাদুৰ স্পর্শ স্তব্ধ! আমেৰিকাতেই শেষ উশাহ ল’লে বিখ্যাত তবলাবাদক জাকিৰ হুছেইনে

তবলাত জাদুৰ স্পর্শ স্তব্ধ! আমেৰিকাতেই শেষ উশাহ ল’লে বিখ্যাত তবলাবাদক জাকিৰ হুছেইনে

নতুন সপ্তাহত বুধ-বৃহস্পতিৰ প্ৰতিদ্যুতি যোগ, টকাৰ গাদীত শুব এই ৫ৰাশি

নতুন সপ্তাহত বুধ-বৃহস্পতিৰ প্ৰতিদ্যুতি যোগ, টকাৰ গাদীত শুব এই ৫ৰাশি

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.