• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
চিম্পাঞ্জীৰ সৈতে থকা প্ৰেমৰ সম্পৰ্কৰ বাবেই চিৰিয়াখানাত প্ৰৱেশ নিষিদ্ধ এগৰাকী মহিলাৰ…

5 years ago
বসন্ততেই পোৱা যায়! খাদ্য তালিকাত ৰাখক এইবিধ খাদ্য, বাঢ়িব যৌ* ক্ষমতা, আৰু কি কি গুণ আছে এই খাদ্যৰ?

24 minutes ago
প্ৰতিদিনৰ ৪ অভ্যাসে আপোনাৰ উন্নতিৰ পথৰ সকলোতকৈ ডাঙৰ বাধা, কি কৈছে গৰুড় পুৰাণে?

34 minutes ago
মীনৰ ঘৰত ৩ গ্ৰহৰ মেলা, লগতে আদিত্য মঙ্গল যোগ, নতুন সপ্তাহত সাফল্য লাভ কৰিব ৫ৰাশিয়ে

1 hour ago
২ বছৰত সুদ হিচাপেই পাব ৬০ হাজাৰ টকা, পোষ্ট অফিচৰ এই স্কিম সম্পৰ্কে জানেনে?

ফেটি লিভাৰে ক্ষতি কৰে শৰীৰৰ এই ৪ অংগৰ, কি ৭ বিধ খাদ্য এই ৰোগৰ ৰক্ষাকবচ?

2 hours ago
কি ভিটামিনৰ অভাৱত আঁঠুৰ বিষ হ’ব পাৰে? কম বয়সতে আঁঠু বিষৰ সমস্যা হ’লে খাদ্য তালিকাত কি কি অন্তৰ্ভুক্ত কৰাটো জৰুৰী?

২ এপ্ৰিলৰ পৰা এই ৪ৰাশিলৈ আহি আছে গুড নিউজ, বাঢ়িব ইনকাম, মঙ্গল-গুৰুৰ কেন্দ্ৰ যোগে আৰু কি কি লাভ দিব?

এইকেইবিধ খাদ্য খালেই কমে পুৰুষৰ শুক্ৰাণুৰ ক্ষমতা, গৱেষণাত কি কি সতৰ্কবাৰ্তা?

3 hours ago
এই ভিটামিনৰ ঘাটি হ’লে মানুহে কথা পাহৰিবলৈ ধৰে, সাৱধান হওক, জানি থওক খাদ্য তালিকাত কি জৰুৰী?

ব্ৰেইনৰ পৰা হাৰ্ট, স্বাস্থ্যৰক্ষাত সহায়ক চকলেট, নিয়মিতভাৱে খালে কি কি সুবিধা?

4 hours ago
পোষ্ট অফিচে দিছে ভাল সুযোগ, এই স্কিমত মাহিলী ৭হাজাৰকৈ জমা কৰিলেই ৰিটাৰ্ণ পাব ২২ লাখ টকা

১ লিটাৰ পেট্ৰল বিক্ৰি কৰিলে চৰকাৰৰ ঘৰলৈ কিমান টকা আহে? টেক্স নাথাকিলে আপুনি কিমান টকাত পালেহেতেন পেট্ৰল?

  • About
  • Advertise
  • Careers
  • English Edition
Saturday, March 28, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

চিম্পাঞ্জীৰ সৈতে থকা প্ৰেমৰ সম্পৰ্কৰ বাবেই চিৰিয়াখানাত প্ৰৱেশ নিষিদ্ধ এগৰাকী মহিলাৰ…

editor by editor
August 24, 2021
in অসম, গুৱাহাটী, বিবিধ
0
চিম্পাঞ্জীৰ সৈতে থকা প্ৰেমৰ সম্পৰ্কৰ বাবেই চিৰিয়াখানাত প্ৰৱেশ নিষিদ্ধ এগৰাকী মহিলাৰ…
0
SHARES
455
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ বেলজিয়ামৰ এখন চিৰিয়াখানাত প্ৰৱেশ নিষিদ্ধ এগৰাকী মহিলাৰ৷ মহিলাগৰাকীৰ বিৰুদ্ধে আছে এক আশ্বৰ্য্যজনক অভি়যোগ৷ বেলজিয়ান চিৰিয়াখানাৰ চিম্পাঞ্জী ‘চিতা’ৰ সৈতে ৪ বছৰীয়া এক প্ৰেমৰ সম্পৰ্ক আছে এদি টিম্মাৰমেনচ নামৰ মহিলাগৰাকীৰ৷ এই কথা দাবী কৰে এদি টিম্মাৰমেনচে৷ লগতে এদি আৰু চিতা দুয়োৱে গ্লাচ পাৰ্টিচনৰ জৰিয়তে ভাৱৰ আদান-প্ৰদান কৰাৰ উপৰি ইজনে-সিজনক চুম্বনো কৰে৷ ৷ চিৰিয়াখানা কৰ্তৃপক্ষই এই ঘটনা প্ৰত্যক্ষ কৰাৰ পাছত মহিলাগৰাকীৰ প্ৰৱেশ নিষিদ্ধ কৰে চিৰিয়াখানাত৷ কাৰণ এদিৰ সৈতে চিতাৰ ঘনিষ্ঠতা বাঢ়ি যোৱাৰ বাবেই অন্য চিম্পাজীৰে সম্পৰ্ক কমি গৈছে চিতাৰ৷ চিম্পাঞ্জীবোৰে চিতাক নিজৰ গ্ৰুপৰ পৰা পৃথক কৰাৰ বাবে সমস্যাত পৰিছে চিৰিয়াখানা কৰ্তৃপক্ষ৷ মানুহৰ জীৱ-জন্তুৰ প্ৰতি থকা ভালপোৱা এক স্বভাৱজাত প্ৰবৃতি কিন্তু সেই ভালপোৱা যদি অস্বাভাৱিক হয়, তেন্তে সেইয়া সকলোৰে বাবে ক্ষতিকাৰক৷ কিন্তু চিৰিয়াখানা কৰ্তৃপক্ষৰ এই সিদ্ধান্তৰ বাবে মুঠেও সুখী নহয় এদি টিম্মাৰমেনচ৷ তেওঁ কয়, ‘মই সেই জন্তুটোক ভালপাও আৰু সিও মোক ভালপায়৷ তাৰ বাদে আমাৰ মাজত একো নাই৷ কিয় তেওঁলোকে আমাক আঁতৰ কৰিব বিচাৰিছে? আমাৰ মাজত এটা ভালপোৱাৰ সম্পৰ্ক আছে৷ মই কেৱল সেয়াই ক’ম’৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: affair with chimpanzeeasom live 24assam live 24axom live 24belgium zoo
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বসন্ততেই পোৱা যায়! খাদ্য তালিকাত ৰাখক এইবিধ খাদ্য, বাঢ়িব যৌ* ক্ষমতা, আৰু কি কি গুণ আছে এই খাদ্যৰ?
খাদ্য

March 28, 2026
প্ৰতিদিনৰ ৪ অভ্যাসে আপোনাৰ উন্নতিৰ পথৰ সকলোতকৈ ডাঙৰ বাধা, কি কৈছে গৰুড় পুৰাণে?
জীৱনশৈলী

প্ৰতিদিনৰ ৪ অভ্যাসে আপোনাৰ উন্নতিৰ পথৰ সকলোতকৈ ডাঙৰ বাধা, কি কৈছে গৰুড় পুৰাণে?

March 28, 2026
২ বছৰত সুদ হিচাপেই পাব ৬০ হাজাৰ টকা, পোষ্ট অফিচৰ এই স্কিম সম্পৰ্কে জানেনে?
জীৱনশৈলী

২ বছৰত সুদ হিচাপেই পাব ৬০ হাজাৰ টকা, পোষ্ট অফিচৰ এই স্কিম সম্পৰ্কে জানেনে?

March 28, 2026
কি ভিটামিনৰ অভাৱত আঁঠুৰ বিষ হ’ব পাৰে? কম বয়সতে আঁঠু বিষৰ সমস্যা হ’লে খাদ্য তালিকাত কি কি অন্তৰ্ভুক্ত কৰাটো জৰুৰী?
জীৱনশৈলী

কি ভিটামিনৰ অভাৱত আঁঠুৰ বিষ হ’ব পাৰে? কম বয়সতে আঁঠু বিষৰ সমস্যা হ’লে খাদ্য তালিকাত কি কি অন্তৰ্ভুক্ত কৰাটো জৰুৰী?

March 28, 2026
Next Post
‘তালিবান’ৰ বাবে ৰাজস্থানত চাঞ্চল্য!

‘তালিবান’ৰ বাবে ৰাজস্থানত চাঞ্চল্য!

‘ইনশ্বাহআল্লাহ, তালিবানে পাকিস্তানক কাশ্মীৰ জয় কৰি দিব’

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন