• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
হ’বলগীয়া শহুৰেই প্ৰাক্তন প্ৰেমিক! যুৱতীৰ ঘৰত বিবাহৰ কথা পাতিবলৈ যোৱা শহুৰেকক দেখি যুৱতী হতবাক, তাৰপিছত…

হ’বলগীয়া শহুৰেই প্ৰাক্তন প্ৰেমিক! যুৱতীৰ ঘৰত বিবাহৰ কথা পাতিবলৈ যোৱা শহুৰেকক দেখি যুৱতী হতবাক, তাৰপিছত…

1 year ago
Google Chrome Alert: হেকাৰে কিদৰে গুগলৰ লাভ উঠায়? জানি হ’ব আচৰিত

Google Chrome Alert: হেকাৰে কিদৰে গুগলৰ লাভ উঠায়? জানি হ’ব আচৰিত

17 minutes ago
জোহেৰীৰ শিৰত Miss World 2026 ৰ বিজয় মুকুট

জোহেৰীৰ শিৰত Miss World 2026 ৰ বিজয় মুকুট

1 hour ago
হাতত নাই ধন, নাই কোনো মেছিন… কিদৰে বিট্টুৱে তবাহীয়ে অকলে চাফা কৰিলে লেতেৰা নদী?

হাতত নাই ধন, নাই কোনো মেছিন… কিদৰে বিট্টুৱে তবাহীয়ে অকলে চাফা কৰিলে লেতেৰা নদী?

2 hours ago
৮ম দৰমহা আয়োগত সলনি হ’ব পেঞ্চনৰ নিয়ম, ১০০% পৰ্যন্ত পেঞ্চনৰ পৰিকল্পনা

8th Pay Commission: কোনবোৰ কৰ্মচাৰীৰ নতুন দৰমহা কাৰ্যকৰী হোৱাৰ লগে লগে গৃহ ভাট্টা দুগুণ হ’ব!

3 hours ago
ভাৰতত ভুৱা জলাতংক ভেকচিন, অষ্ট্ৰেলিয়াৰ সতৰ্কবাণীৰ পিছত বিতৰ্ক

ভাৰতত ভুৱা জলাতংক ভেকচিন, অষ্ট্ৰেলিয়াৰ সতৰ্কবাণীৰ পিছত বিতৰ্ক

4 hours ago
Post Office SCSS: প্ৰতিমাহে  পাব ২০,৫০০ টকা, মাত্ৰ এবাৰ বিনিয়োগ কৰক এই আঁচনিখনত

Post Office SCSS: প্ৰতিমাহে পাব ২০,৫০০ টকা, মাত্ৰ এবাৰ বিনিয়োগ কৰক এই আঁচনিখনত

4 hours ago
অৰ্শ ৰোগৰ সমস্যাত ভুগিছে নেকি? এইবিধ ফুলে দূৰ কৰিব আপোনাৰ সমস্যা

অৰ্শ ৰোগৰ সমস্যাত ভুগিছে নেকি? এইবিধ ফুলে দূৰ কৰিব আপোনাৰ সমস্যা

17 hours ago
আজিৰ দিনটোৰ ১০ টা গুৰুত্বপূৰ্ণ খবৰ থোৰতে পঢ়ক

আজিৰ দিনটোৰ ১০ টা গুৰুত্বপূৰ্ণ খবৰ থোৰতে পঢ়ক

18 hours ago
আপোনাৰো সহজতে নজৰ লাগে নেকি? প্ৰেমানন্দ মহাৰাজে দিলে উত্তৰ

আপোনাৰো সোনকালে নজৰ লাগে নেকি? জানক প্ৰেমানন্দ মহাৰাজে কি ক’লে

18 hours ago
শৰীৰৰ Private parts-ক নকৰিব আওকাণ, ৯৯% লোকে নাজানে সঠিক যতন

শৰীৰৰ Private parts-ক নকৰিব আওকাণ, ৯৯% লোকে নাজানে সঠিক যতন

19 hours ago
হঠাৎ দাঁতত ব্ৰাছৰ আঘাত, সংক্ৰমণৰ পূৰ্বে অনুসৰণ কৰক এই ঘৰুৱা টিপছ

হঠাৎ দাঁতত ব্ৰাছৰ আঘাত, সংক্ৰমণৰ পূৰ্বে অনুসৰণ কৰক এই ঘৰুৱা টিপছ

19 hours ago
ৰাখী বন্ধনৰ পৰা ঘূৰিব ভাগ্যৰ চকা! ৩ ৰাশিয়ে পাব সুখবৰ

ভাগ্যই দেখুৱাব নতুন ৰূপ, কাইলৈ কাৰ কেনেকুৱা যাব দিনটো?

19 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, September 6, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

হ’বলগীয়া শহুৰেই প্ৰাক্তন প্ৰেমিক! যুৱতীৰ ঘৰত বিবাহৰ কথা পাতিবলৈ যোৱা শহুৰেকক দেখি যুৱতী হতবাক, তাৰপিছত…

হ’বলগীয়া শহুৰেই প্ৰাক্তন প্ৰেমিক! যুৱতীৰ ঘৰত বিবাহৰ কথা পাতিবলৈ যোৱা শহুৰেকক দেখি যুৱতী হতবাক, তাৰপিছত...

editor by editor
April 8, 2025
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
হ’বলগীয়া শহুৰেই প্ৰাক্তন প্ৰেমিক! যুৱতীৰ ঘৰত বিবাহৰ কথা পাতিবলৈ যোৱা শহুৰেকক দেখি যুৱতী হতবাক, তাৰপিছত…
0
SHARES
2.1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

নতুন অধ্যায় আৰম্ভণিৰ পূৰ্বেই মূৰত হাত দিছে এগৰাকী যুৱতীয়ে৷ বিবাহৰ বাবে যেতিয়া প্ৰস্তুতি চলিছে তেতিয়াহে জানিব পাৰে যে হ’বলগীয়া শহুৰেই তেওঁৰ প্ৰাক্তন প্ৰেমিক৷ হ’বলগীয়া স্বামীৰ পিতৃক দেখিয়েই মূৰে কঁপালে হাত দিছে কইনাই৷ বিবাহৰ দৰে ডাঙৰ সিদ্ধান্ত লোৱাৰ সময়তে প্ৰাক্তন প্ৰেমিক শহুৰ হ’ব সেই কথা জানি কি কৈছে যুৱতীগৰাকীয়ে?

আন্তৰ্জাতিক সংবাদমাধ্যম সূত্ৰৰ পৰা জনা গৈছে যে ঘটনাটো স্কটলেণ্ডৰ৷ যুৱতীয়ে জনাইছে কেইবামাহ পূৰ্বে এটা ডেটিং এপৰ মাধ্যমেৰে এগৰাকী তৰুণৰ সৈতে তেওঁৰ আলাপ হয়৷ কিছুদিন দেখা সাক্ষাৎৰ পাছত এজনে আনজনৰ প্ৰেমতো পৰে৷ দুজনেই সিদ্ধান্ত লয় যে তেওঁলোক অচিৰেই বিবাহবন্ধনত আৱদ্ধ হব৷ বিবাহৰ পূৰ্বে পৰিয়ালৰ সৈতে দেখা কৰিবলৈ গৈছিল প্ৰেমিক৷ এখন কেফেত পৰিয়ালে চিনাকি হোৱাৰ বিশেষ পাৰ্টিৰ আয়োজন চলিছিল৷ তাতেই হবলগীয়া স্বামীৰ পিতৃৰ সৈতে দেখা হয় যুৱতীগৰাকীৰ৷

প্ৰেমিকৰ পিতৃক দেখি চমকি উঠে যুৱতীগৰাকী৷ যুৱতীয়ে জনাই যে কেইবছৰ পূৰ্বে ক্ৰিষ্টমাছৰ সময়ত এই ব্যক্তিৰ সৈতে চিনাকি হৈছিল৷ ব্যক্তিগৰাকীয়ে প্ৰেমৰ প্ৰস্তাৱ দিছিল৷ যুৱতীগৰাকীৰো সেই ব্যক্তিক ভাললগাৰ বাবে প্ৰেমৰ প্ৰস্তাৱ গ্ৰহণো কৰে৷ কিন্তু সেই সম্পৰ্ক বেছিদিন নিটিকিল৷ প্ৰেম ভঙাৰ কাৰণ আছিল যুৱতীগৰাকীয়ে গম পাইছিল যে তেওঁ পত্নী আৰু সন্তানো আছে৷ কিন্তু ইমান ডাঙৰ সন্তান আছে সেই কথা তেতিয়া জানিব পৰা নাছিল যুৱতীগৰাকীয়ে৷

এই সমগ্ৰ ঘটনা এক পডকাষ্ট চেনেলযোগে প্ৰকাশ কৰিছে যুৱতীগৰাকীয়ে৷ শহুৰক দেখিয়েই বিবাহক লৈ দুশ্চিন্তাতো ভূগিছে৷ তেওঁ জনাইছে যে বৰ্তমানৰ প্ৰেমিকক তেওঁ ভালপায়৷ তেওঁৰ সৈতেই জীৱনটো কটাব খোজে৷ কিন্তু প্ৰাক্তন প্ৰেমিকৰ মুখামুখি হৈ তেওঁ জীৱনটো চলাবও নোখোজে৷ বিবাহ কৰাবনে সেই বিষয়ে সেয়ে চূড়ান্ত সিদ্ধান্ত ল’ব পৰা নাই যুৱতীগৰাকীয়ে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

Google Chrome Alert: হেকাৰে কিদৰে গুগলৰ লাভ উঠায়? জানি হ’ব আচৰিত
প্ৰযুক্তি

Google Chrome Alert: হেকাৰে কিদৰে গুগলৰ লাভ উঠায়? জানি হ’ব আচৰিত

September 6, 2026
জোহেৰীৰ শিৰত Miss World 2026 ৰ বিজয় মুকুট
বিনোদন

জোহেৰীৰ শিৰত Miss World 2026 ৰ বিজয় মুকুট

September 6, 2026
হাতত নাই ধন, নাই কোনো মেছিন… কিদৰে বিট্টুৱে তবাহীয়ে অকলে চাফা কৰিলে লেতেৰা নদী?
ভাৰত

হাতত নাই ধন, নাই কোনো মেছিন… কিদৰে বিট্টুৱে তবাহীয়ে অকলে চাফা কৰিলে লেতেৰা নদী?

September 6, 2026
৮ম দৰমহা আয়োগত সলনি হ’ব পেঞ্চনৰ নিয়ম, ১০০% পৰ্যন্ত পেঞ্চনৰ পৰিকল্পনা
বাণিজ্য

8th Pay Commission: কোনবোৰ কৰ্মচাৰীৰ নতুন দৰমহা কাৰ্যকৰী হোৱাৰ লগে লগে গৃহ ভাট্টা দুগুণ হ’ব!

September 6, 2026
Next Post
গ্ৰেপ্তাৰী পাৰোৱানা জাৰি মালাইকাৰ বিৰুদ্ধে! সোঁশৰীৰে আদালতত হাজিৰৰ চমন পঠিয়ালে বোম্বে আদালতে, অভিযোগ কি?

গ্ৰেপ্তাৰী পাৰোৱানা জাৰি মালাইকাৰ বিৰুদ্ধে! সোঁশৰীৰে আদালতত হাজিৰৰ চমন পঠিয়ালে বোম্বে আদালতে, অভিযোগ কি?

সৰ্বাৰ্থ সিদ্ধি যোগৰ সৈতে ৰবি যোগ, মঙলবাৰে এই ৫ৰাশিক সহায় কৰিব বজৰংবলীয়ে

সৰ্বাৰ্থ সিদ্ধি যোগৰ সৈতে ৰবি যোগ, মঙলবাৰে এই ৫ৰাশিক সহায় কৰিব বজৰংবলীয়ে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.