• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
অচিনাকি যাত্ৰীৰ কান্ধত মূৰ থৈ শুই যাত্ৰা কৰিছিল এক যুৱতীয়ে! পাছত দুই সহযাত্ৰীৰ মাজত আৰম্ভ প্ৰেম

অচিনাকি যাত্ৰীৰ কান্ধত মূৰ থৈ শুই যাত্ৰা কৰিছিল এক যুৱতীয়ে! পাছত দুই সহযাত্ৰীৰ মাজত আৰম্ভ প্ৰেম

3 years ago
বিনামূলীয়া লেনদেনৰ দিন শেষ! ১৫ ফেব্ৰুৱাৰীৰ পৰা খৰচ বাঢ়িল SBI গ্ৰাহকৰ

বিনামূলীয়া লেনদেনৰ দিন শেষ! ১৫ ফেব্ৰুৱাৰীৰ পৰা খৰচ বাঢ়িল SBI গ্ৰাহকৰ

11 minutes ago
কাইলৈ মৌনী অমাবস্যাত পঞ্চগ্ৰহী যোগ, ৫ গ্ৰহৰ মিলনত ক্ষতিৰ আশংকা ৫ৰাশিৰ জীৱনত

কাইলৈ মৌনী অমাবস্যাত পঞ্চগ্ৰহী যোগ, ৫ গ্ৰহৰ মিলনত ক্ষতিৰ আশংকা ৫ৰাশিৰ জীৱনত

57 minutes ago
যৌ** আকাঙ্ক্ষা ভুল নহয়, যৌ** আকাঙ্ক্ষা আত্মপ্ৰেম আৰু মহাজাগতিক শক্তিৰ আন এক ৰূপ, ১৫ বছৰীয়া কিশোৰো প্ৰেমত পৰা কোন এইগৰাকী সীমা আনন্দ?

যৌ** আকাঙ্ক্ষা ভুল নহয়, যৌ** আকাঙ্ক্ষা আত্মপ্ৰেম আৰু মহাজাগতিক শক্তিৰ আন এক ৰূপ, ১৫ বছৰীয়া কিশোৰো প্ৰেমত পৰা কোন এইগৰাকী সীমা আনন্দ?

2 hours ago
COAS Honors ZRO Shillong for Outstanding Recruitment Efforts in North East

COAS Honors ZRO Shillong for Outstanding Recruitment Efforts in North East

3 hours ago
চাৰে সাতি দশাইয়ো কোনো ক্ষতি কৰিব নোৱাৰে, পঞ্চমহাপুৰুষ ৰাজযোগ অত্যন্ত শুভ এই ৩ৰাশিৰ বাবে

চাৰে সাতি দশাইয়ো কোনো ক্ষতি কৰিব নোৱাৰে, পঞ্চমহাপুৰুষ ৰাজযোগ অত্যন্ত শুভ এই ৩ৰাশিৰ বাবে

3 hours ago
অ-হিন্দুৰ প্ৰৱেশ নিষেধ, ছাইনবোৰ্ড হৰিদ্বাৰৰ এইকেইটা ঘাটত, কোন কোন এলেকাত এই নিয়ম লাঘু কৰা হৈছে?

অ-হিন্দুৰ প্ৰৱেশ নিষেধ, ছাইনবোৰ্ড হৰিদ্বাৰৰ এইকেইটা ঘাটত, কোন কোন এলেকাত এই নিয়ম লাঘু কৰা হৈছে?

3 hours ago
১১০ বছৰ বয়সত শেষ বিবাহ, ১১০ বছৰ বয়সত হৈছে সন্তানো! সন্তান আৰু নাতিসহিতে মুঠ ১৫০ সদস্য, ১৪২ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰিলে শ্বেখ নাছেৰে

১১০ বছৰ বয়সত শেষ বিবাহ, ১১০ বছৰ বয়সত হৈছে সন্তানো! সন্তান আৰু নাতিসহিতে মুঠ ১৫০ সদস্য, ১৪২ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰিলে শ্বেখ নাছেৰে

4 hours ago
পুৰুষৰ এণ্ড্ৰোপজৰ সমস্যা প্ৰকৃততে কি? এই সমস্যাৰ পৰা হাত সাৰিব পাৰিনে?

পুৰুষৰ এণ্ড্ৰোপজৰ সমস্যা প্ৰকৃততে কি? এই সমস্যাৰ পৰা হাত সাৰিব পাৰিনে?

22 hours ago
ফেব্ৰুৱাৰীত ৩বাৰ গোচৰ কৰিব সূৰ্যই, ৰজা হ’ব ৩ৰাশি, দুৰ্দান্ত অগ্ৰগতি

ফেব্ৰুৱাৰীত ৩বাৰ গোচৰ কৰিব সূৰ্যই, ৰজা হ’ব ৩ৰাশি, দুৰ্দান্ত অগ্ৰগতি

22 hours ago
সকলো কথা প্ৰচাৰ হৈ থাকিলে কেতিয়াবা কিন্তু বিপক্ষক সহায় কৰাহে হয়ঃগৰিমা শইকীয়া গাৰ্গ

সকলো কথা প্ৰচাৰ হৈ থাকিলে কেতিয়াবা কিন্তু বিপক্ষক সহায় কৰাহে হয়ঃগৰিমা শইকীয়া গাৰ্গ

23 hours ago
কাইলৈৰ ৰাশিফলঃ বছৰৰ প্ৰথম চতুৰ্গ্ৰহী যোগ, শনিৰ দয়া থাকিব এই ৫ৰাশিত

কাইলৈৰ ৰাশিফলঃ বছৰৰ প্ৰথম চতুৰ্গ্ৰহী যোগ, শনিৰ দয়া থাকিব এই ৫ৰাশিত

24 hours ago
ৰাহুৰ খেলা আৰম্ভ হ’ব, ১৫ এপ্ৰিল পৰ্যন্ত ৩ ৰাশিৰ গোল্ডেন টাইম চলিব

ৰাহুৰ খেলা আৰম্ভ হ’ব, ১৫ এপ্ৰিল পৰ্যন্ত ৩ ৰাশিৰ গোল্ডেন টাইম চলিব

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, January 17, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

অচিনাকি যাত্ৰীৰ কান্ধত মূৰ থৈ শুই যাত্ৰা কৰিছিল এক যুৱতীয়ে! পাছত দুই সহযাত্ৰীৰ মাজত আৰম্ভ প্ৰেম

বাস্তৱ জীৱনতো চিনেমাৰ দৰে এই প্ৰেম কাহিনী!

editor by editor
August 24, 2022
in জীৱনশৈলী, বিবিধ
0
অচিনাকি যাত্ৰীৰ কান্ধত মূৰ থৈ শুই যাত্ৰা কৰিছিল এক যুৱতীয়ে! পাছত দুই সহযাত্ৰীৰ মাজত আৰম্ভ প্ৰেম
0
SHARES
33.4k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অচিনাকি এডি অ’ছ’কো হুয়াৰকায়া আৰু কেটালিনা একেখন বাছতে ঘৰলৈ উভতনি যাত্ৰা কৰিছিল। প্ৰথমে এগৰাকী মহিলা যাত্ৰীৰ কাষত বহিবলৈ দিয়া হৈছিল কেটালিনাক। কিছু দূৰত্ব যোৱাৰ পাছত মহিলাগৰাকী বাছৰ পৰা নামি যায়।

ইয়াৰ পিছতে এডি সেইখন আসনত বহে। অলপ পাছতে এডিৰ কান্ধত মূৰ থৈ কেটালিনা শুই পৰিল। সহযাত্ৰীগৰাকীৰ টোপনিত ব্যাঘাত জন্মাব নিবিচাৰি এডিয়ে গোটেই যাত্ৰাটোত এচুলিও লৰচৰ কৰা নাছিল। এডিৰ এই ব্যৱহাৰে কেটালিনাক আমোদ দিয়া লগতে আকৃষ্টও কৰে। এইদৰেই দুয়ো দুয়োৰে প্ৰেমত পৰিল।

অৱশ্যে প্ৰথম দিনাই কোনেও নিজৰ মনৰ কথা প্ৰকাশ কৰিব নোৱাৰিলে। টিকটকৰ তাৰকা এডিয়ে সামাজিক মাধ্যমত কয় যে কান্ধত মূৰ থৈ শুই যোৱাৰ পিছতো সেইদিনা কেটালিনাক একো কোৱা নাছিল।

 

লগতে পঢ়ক ৰবিশ কুমাৰক সাক্ষাৎ দিব প্ৰধানমন্ত্ৰী মোদীয়ে! ঘৰৰ বাহিৰত ৰৈ আছে অক্ষয় কুমাৰ!

পাছত এদিন বাছেৰে উভতি অহাৰ সময়ত তেওঁ পুনৰ কেটালিনাক লগ পাইছিল। এডিয়ে এইবাৰ পলম নকৰিলে। কেটালিনাৰ লগত পোনপটীয়াকৈ কথা পাতিবলৈ আৰম্ভ কৰিলে। ফোন নম্বৰো বিচাৰিলে। কেটালিনাইও নম্বৰ বিনিময় কৰিলে। এইদৰে কথা-বতৰাবোৰ পাছলৈ ৰোমাঞ্চলৈ পৰিণত হ’বলৈ বেছি সময় নালাগিল৷

এডিয়ে নিজেই টিকটকত তেওঁলোকৰ প্ৰেমৰ কাহিনী বিৱৰি এইদৰে কয়। এডিয়ে এই কাহিনীটো প্ৰকাশ কৰাৰ পাছতে সামাজিক মাধ্যমত এই চিনেমেটিক এই প্ৰেম কাহিনীয়ে ধুমুহাৰ সৃষ্টি কৰিছে।

প্ৰায় ২ কোটি লোকে AD-Catalina ৰ ভিডিঅ’টো চাইছে। আনন্দত আপ্লুত হৈ এডিয়ে ক’লে যে গোটেই কথাটো তেওঁৰ বাবে সপোনৰ দৰে। ইমান ধুনীয়া এগৰাকী প্ৰেমিকাক জীৱনৰ সংগী হিচাপে বিচাৰি পোৱাৰ বাবে নিজকে সৌভাগ্যৱান বুলিয়ে ভাবে এডিয়ে। এডিয়ে দাবী কৰে যে কেটালিনা হৈছে পৃথিৱীৰ আটাইতকৈ ধুনীয়া মহিলা।

 

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বিনামূলীয়া লেনদেনৰ দিন শেষ! ১৫ ফেব্ৰুৱাৰীৰ পৰা খৰচ বাঢ়িল SBI গ্ৰাহকৰ
জীৱনশৈলী

বিনামূলীয়া লেনদেনৰ দিন শেষ! ১৫ ফেব্ৰুৱাৰীৰ পৰা খৰচ বাঢ়িল SBI গ্ৰাহকৰ

January 17, 2026
কাইলৈ মৌনী অমাবস্যাত পঞ্চগ্ৰহী যোগ, ৫ গ্ৰহৰ মিলনত ক্ষতিৰ আশংকা ৫ৰাশিৰ জীৱনত
জীৱনশৈলী

কাইলৈ মৌনী অমাবস্যাত পঞ্চগ্ৰহী যোগ, ৫ গ্ৰহৰ মিলনত ক্ষতিৰ আশংকা ৫ৰাশিৰ জীৱনত

January 17, 2026
যৌ** আকাঙ্ক্ষা ভুল নহয়, যৌ** আকাঙ্ক্ষা আত্মপ্ৰেম আৰু মহাজাগতিক শক্তিৰ আন এক ৰূপ, ১৫ বছৰীয়া কিশোৰো প্ৰেমত পৰা কোন এইগৰাকী সীমা আনন্দ?
জীৱনশৈলী

যৌ** আকাঙ্ক্ষা ভুল নহয়, যৌ** আকাঙ্ক্ষা আত্মপ্ৰেম আৰু মহাজাগতিক শক্তিৰ আন এক ৰূপ, ১৫ বছৰীয়া কিশোৰো প্ৰেমত পৰা কোন এইগৰাকী সীমা আনন্দ?

January 17, 2026
COAS Honors ZRO Shillong for Outstanding Recruitment Efforts in North East
জীৱনশৈলী

COAS Honors ZRO Shillong for Outstanding Recruitment Efforts in North East

January 17, 2026
Next Post
ইয়াকে কয় প্ৰেম! প্ৰেমিকা পৰীক্ষাত অনুত্তীৰ্ণ, বিদ্যালয়ত জুই লগাই দিলে প্ৰেমিকে

ইয়াকে কয় প্ৰেম! প্ৰেমিকা পৰীক্ষাত অনুত্তীৰ্ণ, বিদ্যালয়ত জুই লগাই দিলে প্ৰেমিকে

ৰক্ষাবন্ধনৰ দিনাই নাবালিকা ভগ্নীক ধৰ্ষণ, হত্যা দুই সম্পৰ্কীয় ভাতৃৰ; আইতাককো ধৰ্ষণ

ৰক্ষাবন্ধনৰ দিনাই নাবালিকা ভগ্নীক ধৰ্ষণ, হত্যা দুই সম্পৰ্কীয় ভাতৃৰ; আইতাককো ধৰ্ষণ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.