• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আপোনাৰ জন্মৰ দিন অনুযায়ী আপুনি এই কামতেই সফল হ’ব! সংখ্যা তত্ত্বৰ সহায়ত কেৰিয়াৰ সম্পৰ্কে কেনেকৈ জানিব?

আপোনাৰ জন্মৰ দিন অনুযায়ী আপুনি এই কামতেই সফল হ’ব! সংখ্যা তত্ত্বৰ সহায়ত কেৰিয়াৰ সম্পৰ্কে কেনেকৈ জানিব?

3 years ago
বাৰে বাৰে মুখত ঘাঁ হৈ থাকে নেকি? হ’ব পাৰে এইসমূহ ৰোগৰ সংকেত…

বাৰে বাৰে মুখত ঘাঁ হৈ থাকে নেকি? হ’ব পাৰে এইসমূহ ৰোগৰ সংকেত…

4 minutes ago
অন্তৰংগ দৃশ্যৰ সময়ত নিজকে ৰখাব নোৱাৰিলে অভিনেতাই! তাৰ পিছত…

অন্তৰংগ দৃশ্যৰ সময়ত নিজকে ৰখাব নোৱাৰিলে অভিনেতাই! তাৰ পিছত…

24 minutes ago
‘হত শৈশৱ’

‘হত শৈশৱ’

2 hours ago
দ্য  ইনভিজিবল  মেন

দ্য ইনভিজিবল মেন

3 hours ago
আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ

ভাগ্যই দেখুৱাব যাদু! কাইলৈ ৩ ৰাশিয়ে পাব ভাল খবৰ

4 hours ago
সিদ্ধান্ত লোৱাৰ পূৰ্বে নকৰিব দৌৰাদৌৰি, কাইলৈ বিপদত পৰিব পাৰে ৩ ৰাশি!

২৮ ছেপ্তেম্বৰত বহুতৰে সলনি হ’ব জীৱন, কেৰিয়াৰ, ধন-সম্পত্তি আৰু প্ৰেমৰ সকলো কথা জানক

4 hours ago
বিশ্বৰ ক’ত ক’ত সাধাৰণ লোকৰ বাবে বিৱাহ বিচ্ছেদ প্ৰায় অসম্ভৱ?

বিশ্বৰ ক’ত ক’ত সাধাৰণ লোকৰ বাবে বিৱাহ বিচ্ছেদ প্ৰায় অসম্ভৱ?

6 hours ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী

6 hours ago
বিকাশৰ অসমতা আৰু ২০৪৭ৰ ভাৰত

বিকাশৰ অসমতা আৰু ২০৪৭ৰ ভাৰত

7 hours ago
আছিকৰ ঘৰলৈ কিয় গৈছিল নিমিষা?

আছিকৰ ঘৰলৈ কিয় গৈছিল নিমিষা?

7 hours ago
আধাফলা পানীলাউ লৈ থানাত হাজিৰ এজন লোক

আধাফলা পানীলাউ লৈ থানাত হাজিৰ এজন লোক

8 hours ago
দুটাকৈ পৃথক গু*লীচালনাৰ ঘটনা

দুটাকৈ পৃথক গু*লীচালনাৰ ঘটনা

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, September 27, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

আপোনাৰ জন্মৰ দিন অনুযায়ী আপুনি এই কামতেই সফল হ’ব! সংখ্যা তত্ত্বৰ সহায়ত কেৰিয়াৰ সম্পৰ্কে কেনেকৈ জানিব?

editor by editor
July 25, 2023
in জীৱনশৈলী, ভাৰত
0
আপোনাৰ জন্মৰ দিন অনুযায়ী আপুনি এই কামতেই সফল হ’ব! সংখ্যা তত্ত্বৰ সহায়ত কেৰিয়াৰ সম্পৰ্কে কেনেকৈ জানিব?
0
SHARES
430
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ জ্যোতিষশাস্ত্ৰমতে আপুনি সংখ্যাতত্বৰ সহায়ত আপোনাৰ কেৰিয়াৰ বা বৃত্তি সম্পৰ্কে জানিব পাৰে। এই তথ্য লাভ কৰিবৰ বাবে আপুনি আপোনাৰ জন্ম তাৰিখ জনা উচিত। জন্ম তাৰিখৰ ওপৰতেই আপুনি কোনটো ক্ষেত্ৰত ভাগ্যৱান সেই কথা জানিব পাৰিব। কোন ৰাশিৰ লোকসকল কি কামৰ বাবে বিখ্যাত সেই সম্পৰ্কেও আপুনি জানিব পাৰিব।

সংখ্যাতত্ত্ব কি,সংখ্যা অনুযায়ী আপুনি কি পেছাত সফল হ’ব?

সংখ্যাতত্ত্ব অনুসৰি, জন্মৰ তাৰিখ পৰা আপোনাৰ সমস্ত জীৱনৰ কথা জানিব পাৰি। আপোনাৰ জন্মৰ দিনটোৱেই হৈছে আপোনাৰ জন্ম সংখ্যা। উদাহৰণস্বৰূপে, যদি আপোনাৰ জন্ম যিকোনো মাহৰ ১তাৰিখে হয়, তেন্তে আপোনাৰ জন্ম সংখ্যা হৈছে ১। যদি আপোনাৰ জন্ম ১১ তাৰিখে হয়, তেন্তে সংখ্যাটো হ’ব 2। এনেদৰে আপুনি আপোনাৰ বিশেষ সংখ্যাটো জানিব পাৰিব।
সংখ্যা ১ঃ যিসকলৰ বিশেষ সংখ্যা ১, তেওঁলোক ব্যৱস্থাপনা দক্ষতাৰ গৰাকী, তেওঁলোকে ডিজাইনিং, চলচ্চিত্ৰ নিৰ্মাণ বা বিজ্ঞানৰ ক্ষেত্ৰলৈ যাব পাৰে।
সংখ্যা ২ঃ এই বিশেষ নম্বৰৰ গৰাকীসকল সৃষ্টিশীল কামত জড়িত হ’ব পাৰে। তেওঁলোকে নৃত্য, লিখনি, কবিতা আদি অন্যান্য ক্ষেত্ৰত তেওঁলোকে ভাগ্য গঢ়িবলৈ চেষ্টা কৰিব লাগে।
সংখ্যা ৩ঃ যিসকল লোকৰ বিশেষ সংখ্যা ৩ তেওঁলোকে শিক্ষাক্ষেত্ৰ, কাউন্সিলিং আদিত সফলতা লাভ কৰিব পাৰে। তেওঁলোকে চলচ্চিত্ৰ পৰিচালনা, অভিনয়, সাংবাদিকতা আদিলৈও যাব পাৰে।
সংখ্যা ৪ঃ যিসকল লোকৰ বিশেষ সংখ্যা ৪, তেওঁলোকে অভিযান্ত্ৰিক বা কম্পিউটাৰ বিজ্ঞানসম্পৰ্কীয় কাম কৰিব পাৰে। এইবোৰৰ উপৰিও, তেওঁলোকে যন্ত্ৰপাতি সম্পৰ্কীয় কামত সফলতা দেখুৱাব।
সংখ্যা ৫ঃ এই সংখ্যাৰ লোকসকলৰ লিখা-পঢ়াত আগ্ৰহ বেছি। তেওঁলোক এই ক্ষেত্ৰতেই সফল হ’ব।
সংখ্যা ৬ঃ যিসকলৰ বিশেষ সংখ্যা ৬ তেওঁলোকে সামাজিক কাম, চিকিৎসা, আয়ুৰ্বেদ, যোগ, ৰন্ধন আদি বিশয়ত সফল হয়। তেওঁলোকে সমাজ সেৱাতো মনোনিৱেশ কৰিলে সফল হ’ব।
সংখ্যা ৭ঃ এই সংখ্যাৰ লোকসকল কৌতুহলী হয়। তেঁওলোকে চোৰাংচোৱা, বৈজ্ঞানিক গৱেষণা, পুৰাতাত্ত্বিক আদি বিষয়ত সফল হ’ব।
সংখ্যা ৮ঃ এই সংখ্যাৰ লোকসকল বিত্ত সম্পৰ্কীয় কামত উপযুক্ত। তেওঁলোকে বেংকিং লাইনত যাব পাৰে।
সংখ্যা ৯ঃ যিসকলৰ বিশেষ সংখ্যা ৯, তেওঁলোক ফিটনেছ সচেতন, যদি তেওঁলোকে চেষ্টা কৰে, তেওঁলোকে খেলুৱৈ, চিকিৎসক, উকীল আদি হ’ব পাৰে। তেওঁলোকে সেনা বা আৰক্ষীতো যোগদান কৰিব পাৰে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বাৰে বাৰে মুখত ঘাঁ হৈ থাকে নেকি? হ’ব পাৰে এইসমূহ ৰোগৰ সংকেত…
জীৱনশৈলী

বাৰে বাৰে মুখত ঘাঁ হৈ থাকে নেকি? হ’ব পাৰে এইসমূহ ৰোগৰ সংকেত…

September 27, 2026
‘হত শৈশৱ’
সমীক্ষণ (আলোচনী)

‘হত শৈশৱ’

September 27, 2026
আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ
জীৱনশৈলী

ভাগ্যই দেখুৱাব যাদু! কাইলৈ ৩ ৰাশিয়ে পাব ভাল খবৰ

September 27, 2026
সিদ্ধান্ত লোৱাৰ পূৰ্বে নকৰিব দৌৰাদৌৰি, কাইলৈ বিপদত পৰিব পাৰে ৩ ৰাশি!
জীৱনশৈলী

২৮ ছেপ্তেম্বৰত বহুতৰে সলনি হ’ব জীৱন, কেৰিয়াৰ, ধন-সম্পত্তি আৰু প্ৰেমৰ সকলো কথা জানক

September 27, 2026
Next Post
হৰিদ্বাৰত বিপদসীমাৰ ওপৰেৰে বৈছে গংগা, কেইবাটাও এলেকাত হাই এলাৰ্ট

হৰিদ্বাৰত বিপদসীমাৰ ওপৰেৰে বৈছে গংগা, কেইবাটাও এলেকাত হাই এলাৰ্ট

বিজ্ঞানীৰ মনোবল বাঢ়িছে! সফলভাৱে পৃথিৱীৰ পঞ্চমটো কক্ষপথত ভৰি দিলে চন্দ্ৰযান৩য়ে

বিজ্ঞানীৰ মনোবল বাঢ়িছে! সফলভাৱে পৃথিৱীৰ পঞ্চমটো কক্ষপথত ভৰি দিলে চন্দ্ৰযান৩য়ে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.