• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
এইবাৰ ড্ৰাগছ সন্দর্ভত দীপিকা পাডুকনৰ নাম

এইবাৰ ড্ৰাগছ সন্দর্ভত দীপিকা পাডুকনৰ নাম

6 years ago
ৰসগোল্লাক ইংৰাজীত কি কয়? জ্ঞানীসকলে জানিব শুদ্ধ উত্তৰ!

ৰসগোল্লাক ইংৰাজীত কি কয়? জ্ঞানীসকলে জানিব শুদ্ধ উত্তৰ!

4 hours ago
নিশা দৈ খোৱাটো উচিত নে অনুচিত? বিশেষজ্ঞসকলে কয় জানক

নিশা দৈ খোৱাটো উচিত নে অনুচিত? বিশেষজ্ঞসকলে কয় জানক

4 hours ago
হোৰাহোৰে কমিল সোণ-ৰূপৰ মূল্য! আজি কিমান হ্ৰাস পালে জানো আহক

সোণে দেখুৱাইছে যাদু, এমাহত ইমান পৰিৱৰ্তন হোৱাৰ কাৰণ কি?

5 hours ago
SBI ৰ নিয়ম সলনি, ১ অক্টোবৰৰ পৰা বৃদ্ধি পাব এই চাৰ্জ!

SBI ৰ নিয়ম সলনি, ১ অক্টোবৰৰ পৰা বৃদ্ধি পাব এই চাৰ্জ!

5 hours ago
PNB: ১৩ ছেপ্টেম্বৰ পৰা বন্ধ হ’ব সকলো একাউন্ট, কিন্তু কিয়?

PNB: ১৩ ছেপ্টেম্বৰ পৰা বন্ধ হ’ব সকলো একাউন্ট, কিন্তু কিয়?

6 hours ago
কম বয়সতে গাঁঠিৰ বিষ? ইয়াৰ আঁৰৰ কাৰণ জানক

কম বয়সতে গাঁঠিৰ বিষ? ইয়াৰ আঁৰৰ কাৰণ জানক

7 hours ago
আপোনাৰ নামত একাধিক চিম কাৰ্ড আছে নেকি? তেন্তে আজিয়েই সাৱধান!

আপোনাৰ নামত একাধিক চিম কাৰ্ড আছে নেকি? তেন্তে আজিয়েই সাৱধান!

7 hours ago
আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ

২২ আগষ্ট ২০২৬ৰ দিনটো কেনে যাব আপোনাৰ? জানক শুভ ৰং, শুভ সংখ্যা

9 hours ago
খোৱাৰ সময়ত এই ভুলবোৰ কেতিয়াও নকৰিব

ভুলতো মাহেকীয়াত নাখাব এইবোৰ বস্তু, বাঢ়িব পেটৰ বিষ!

9 hours ago
Trigrahi Yog 2026: ২২ জুনৰ পৰা ত্ৰিগ্ৰহী যোগ, সমস্যা বাঢ়িব ৪ ৰাশিৰ!

কাইলৈৰ পৰা বুধে সলাব গতি, সলনি হ’ব ৬ ৰাশিৰ ভাগ্য!

9 hours ago
মাহেকীয়াৰ সময়ত পেড ব্যৱহাৰ কৰিলে নকৰিব ভুল, হ’ব স্বাস্থ্যৰ ক্ষতি !

মাহেকীয়া পলম হোৱাৰ সমস্যা, সহজে নল’ব এইবোৰ লক্ষণ!

10 hours ago
ফেঁচা আকৃতিৰ আঙুঠিয়ে কৰিব ভাগ্য সলনি, উপকাৰ আৰু নিয়মৰ বিষয়ে জানি লওক

ফেঁচা আকৃতিৰ আঙুঠিয়ে কৰিব ভাগ্য সলনি, উপকাৰ আৰু নিয়মৰ বিষয়ে জানি লওক

11 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, August 22, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অপৰাধ

এইবাৰ ড্ৰাগছ সন্দর্ভত দীপিকা পাডুকনৰ নাম

শীঘ্ৰে NCBয়ে তলব কৰিব অভিনেত্ৰীগৰাকীক

editor by editor
September 22, 2020
in অপৰাধ, চিনেমা
0
এইবাৰ ড্ৰাগছ সন্দর্ভত দীপিকা পাডুকনৰ নাম
0
SHARES
399
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ চাৰা আলী খান আৰু শ্ৰদ্ধা কাপুৰৰ পাছত এইবাৰ দীপিকা পাডুকন। সুশান্ত সিং ৰাজপুত মৃত্যু তদন্তত নামি বলীউডত ড্ৰাগছৰ সৰবৰাহ সন্দর্ভত NCBৰ তদন্ত তীব্ৰ গতিত চলিছে। ড্ৰাগছ সেৱন আৰু সৰবৰাহৰ মূল অভিযুক্ত ৰিয়া চক্ৰৱর্তীক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে NCBয়ে। ড্ৰাগছৰ চক্ৰত এইবাৰ নাম সাঙোৰ খাইছে জনপ্ৰিয় অভিনেত্ৰী দীপিকা পাডুকনৰ। ইতিমধ্যে সোধা-পোচাৰ বাবে দীপিকাৰ মেনেজাৰ কৰিশ্মা প্ৰকাশক তলব কৰিছে নার্কোটিক ক’ণ্ট্ৰল ব্যুৰ’ই। ৰিয়া চক্ৰৱর্তীৰ মেনেজাৰ জয়া সাহাৰ সৈতে ৰিয়াৰ হোৱাটছএপ চাটৰ পাছতে এই কথা পোহৰলৈ আহিছে। জয়া সাহাৰ সৈতে D আৰু Kৰ বহুতো চাট পোহৰলৈ অহাৰ পাছতে NCBয়ে নিশ্চিত কৰিছে যে সেই D হ’ল দীপিকা পাডুকন। ড্ৰাগছক লৈ ৰিয়া আৰু জয়াৰ মাজত বহুতো চাট আদান-প্ৰদান হৈছে য’ত কাৰোবাৰ পানীত কিবা মিহলোৱাৰ কথা উল্লেখ আছিল। ২০১৯ৰ শেষৰ ফালে এই চাটৰ আদান-প্ৰদান হৈছিল। তাত লিখা আছিল চাৰে চাৰি ফোট মিহলাই খাবলৈ দিয়া। ৩০ৰ পৰা ৪০ মিনিটৰ পাছত বহুতো নিচা হ’ব। উল্লেখযোগ্য যে ২০১৯ চনৰ এটা ভিডিঅ’ NCBৰ হাতলৈ আহিছে। যিটো ভিডিঅ’ত বলীউডৰ অনেক তাৰকাক দেখা গৈছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24deepika padukon
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

‘তোমাক মই ইউৰোপিয়ন সংগী বিচাৰি দিম’
বিনোদন

‘তোমাক মই ইউৰোপিয়ন সংগী বিচাৰি দিম’

August 21, 2026
অবিশ্বাস্য!গণি গণি বিকল হ’ল টকা গণনা মেচিন…
অপৰাধ

অবিশ্বাস্য!গণি গণি বিকল হ’ল টকা গণনা মেচিন…

August 21, 2026
জানক সহজ পদ্ধতিৰে কেনেকৈ ঘৰৰ পৰা দূৰত ৰাখিব বিষাক্ত সাপ
বিনোদন

জানক সহজ পদ্ধতিৰে কেনেকৈ ঘৰৰ পৰা দূৰত ৰাখিব বিষাক্ত সাপ

August 21, 2026
এইবাৰ BIG BOSS 20ত গোবিন্দৰ ENTRY!
বিনোদন

এইবাৰ BIG BOSS 20ত গোবিন্দৰ ENTRY!

August 20, 2026
Next Post
গাধৰ গাখীৰ খাওক শক্তি পাওক, প্ৰতিলিটাৰ ৭ হাজাৰ টকা!

গাধৰ গাখীৰ খাওক শক্তি পাওক, প্ৰতিলিটাৰ ৭ হাজাৰ টকা!

অগপৰ ৩, বিজেপিৰ ১ বিধায়ক আহিব AJPলৈ!

অগপৰ ৩, বিজেপিৰ ১ বিধায়ক আহিব AJPলৈ!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.