• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
এটা জীৱনৰ মূল্য মাত্ৰ ৫০০ টকা! ৫০০ টকাৰ বাবেই ব্যক্তিয়ে কৰিলে এই ঘটনা…

এটা জীৱনৰ মূল্য মাত্ৰ ৫০০ টকা! ৫০০ টকাৰ বাবেই ব্যক্তিয়ে কৰিলে এই ঘটনা…

3 years ago
শিশুৰো হ’ব পাৰে থাইৰয়ড, অভিভাৱকে কি কি কথাত গুৰুত্ব দিব?

শিশুৰো হ’ব পাৰে থাইৰয়ড, অভিভাৱকে কি কি কথাত গুৰুত্ব দিব?

3 minutes ago
‘Asom Live24ত দিয়া মোৰ সাক্ষাৎকাৰৰ একাংশই অপবাখ্যা কৰিছে’

‘Asom Live24ত দিয়া মোৰ সাক্ষাৎকাৰৰ একাংশই অপবাখ্যা কৰিছে’

38 minutes ago
অসমৰ বন্যাৰ্তলৈ CarryMinatiৰ ১৩ লাখ টকা

অসমৰ বন্যাৰ্তলৈ CarryMinatiৰ ১৩ লাখ টকা

2 hours ago
মুখৰ দুৰ্গন্ধ আৰু দাঁতৰ আলু ফুলা? পাকঘৰৰ এই সৰু সামগ্ৰীয়ে দূৰ কৰিব আপোনাৰ সমস্যা

অসহ্যকৰ দাঁতৰ বিষ? সহজ ঘৰুৱা পদ্ধতিৰে কিদৰে পাব উপশম জানক

2 hours ago
জ্বৰৰ লগতে হজম শক্তি উন্নত কৰালৈ… নেমুৰ উপকাৰী গুণৰ বিষয়ে জানো আহক

জ্বৰৰ লগতে হজম শক্তি উন্নত কৰালৈ… নেমুৰ উপকাৰী গুণৰ বিষয়ে জানো আহক

3 hours ago
Mangal Gochar 2026: কন্যা ৰাশিসহ ৬ ৰাশিৰ লোক হওক সতৰ্ক, এটা ভুলে বৃদ্ধি কৰিব উদ্বিগ্নতা!

Mangal Gochar 2026: কন্যা ৰাশিসহ ৬ ৰাশিৰ লোক হওক সতৰ্ক, এটা ভুলে বৃদ্ধি কৰিব উদ্বিগ্নতা!

3 hours ago
Wi-Fi ব্যৱহাৰ কৰে নেকি? বিপদত পৰাৰ পূৰ্বে আজিয়েই হওক সাৱধান

Wi-Fi ব্যৱহাৰ কৰে নেকি? বিপদত পৰাৰ পূৰ্বে আজিয়েই হওক সাৱধান

4 hours ago
মহিলাৰ পেণ্টত চেইন কিয় থাকে? ৯৯% লোকে নাজানে শুদ্ধ উত্তৰ

মহিলাৰ পেণ্টত চেইন কিয় থাকে? ৯৯% লোকে নাজানে শুদ্ধ উত্তৰ

4 hours ago
হ্ৰাস পাব টকাৰ গুৰুত্ব! এলন মাস্কৰ ভৱিষ্যদ্বাণীৰ পিছতে চিন্তিত সকলো

হ্ৰাস পাব টকাৰ গুৰুত্ব! এলন মাস্কৰ ভৱিষ্যদ্বাণীৰ পিছতে চিন্তিত সকলো

5 hours ago
কোটিপতি হোৱাৰ সহজ উপায়, দৰমহা ৫০ হাজাৰ টকা হ’লেও SIPৰে হওক ধনী!

কোটিপতি হোৱাৰ সহজ উপায়, দৰমহা ৫০ হাজাৰ টকা হ’লেও SIPৰে হওক ধনী!

6 hours ago
চৰকাৰী কৰ্মচাৰীৰ ভাগ্য উদয়! দুৰ্গা পূজাৰ পূৰ্বে পাব ২০% DA ৰ উপহাৰ

চৰকাৰী কৰ্মচাৰীৰ ভাগ্য উদয়! দুৰ্গা পূজাৰ পূৰ্বে পাব ২০% DA ৰ উপহাৰ

8 hours ago
হ্ৰাস পাইছে সোণ-ৰূপৰ মূল্য! এয়া সোণ কিনাৰ সঠিক সময় নেকি?

সোণ-ৰূপে দেখুৱাইছে যাদু! এইটোৱেই গহনা ক্ৰয়ৰ সঠিক সময় নেকি?

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, July 29, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অপৰাধ

এটা জীৱনৰ মূল্য মাত্ৰ ৫০০ টকা! ৫০০ টকাৰ বাবেই ব্যক্তিয়ে কৰিলে এই ঘটনা…

editor by editor
March 20, 2023
in অপৰাধ, জীৱনশৈলী, ভাৰত
0
এটা জীৱনৰ মূল্য মাত্ৰ ৫০০ টকা! ৫০০ টকাৰ বাবেই ব্যক্তিয়ে কৰিলে এই ঘটনা…
0
SHARES
669
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ এটা জীৱনৰ মূল্য মাত্ৰ ৫০০ টকা। পশ্চিম বংগৰ মালদা জিলাত এজন ব্যক্তিয়ে ধাৰ লৈ ৫০০ টকা উভতাই নিদিয়াৰ বাবেই ব্যক্তিগৰাকীক হত্যা কৰে এজন লোকে। চুবুৰীয়া লোকজনে ধাৰ লৈ ধন ঘূৰাই নিদিয়াৰ বাবেই লাঠিৰে আক্ৰমণ কৰাত গুৰুতৰভাৱে আহত হয় ব্যক্তিগৰাকী। পৰিয়ালৰ লোকে ব্যক্তিগৰাকীক তাৎক্ষণিকভাৱে চিকিৎসালয়ক ভৰ্তি কৰায় যদিও মৃত্যুক সাবটি লোৱা বুলি জানিব পৰা গৈছে।

উল্লেখ্য যে ৪০ বছৰীয়া বনমালী প্ৰমানিকে তেওঁৰ চুবুৰীয়া প্ৰফুল্ল ৰায়ৰ পৰা ৫০০ টকা ধাৰত লৈছিল। বিশেষ কাৰণবশত ব্যক্তিজনে ধন ঘূৰাই দিবলৈ সক্ষম হোৱা নাছিল। এই বিষয়ক কেন্দ্ৰ কৰি বনমালী আৰু প্ৰফুল্ল ৰায়ৰ মাজত তৰ্কাতৰ্কি লাগে। পাছলৈ প্ৰফুল্লই বনমালীক বহি থকা অৱস্থাত পিছফালৰ পৰা আক্ৰমণ কৰে। লাঠিৰে মূৰত আক্ৰমণ কৰাৰ বাবে থিতাতেই ঢলি পৰে বনমালী। পৰিয়ালৰ লোকে চিকিৎসালয়লৈ লৈ যায় যদিও চিকিৎসালয়তে মৃত্যুক সাবটি লয় বনমালীয়ে।

বনমালীৰ মৃত্যুৰ পাছতেই তেওঁৰ পৰিয়ালৰ লোকে আৰক্ষীৰ কাষ চাপিছে। আৰক্ষীয়ে বনমালীৰ পৰিয়ালৰ এজাহাৰৰ ভিত্তিতেই আৰম্ভ কৰিছে তদন্ত। প্রফুল্লকো গ্ৰেপ্তাৰ কৰিছে মালদা আৰক্ষীয়ে। অৱশ্যে এই ঘটনাৰ বাবে প্ৰফুল্লৰ বিৰুদ্ধে আদালতে কি ৰায় দিয়ে সেয়া সময়তহে পৰিলক্ষিত হ’ব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

শিশুৰো হ’ব পাৰে থাইৰয়ড, অভিভাৱকে কি কি কথাত গুৰুত্ব দিব?
জীৱনশৈলী

শিশুৰো হ’ব পাৰে থাইৰয়ড, অভিভাৱকে কি কি কথাত গুৰুত্ব দিব?

July 29, 2026
‘Asom Live24ত দিয়া মোৰ সাক্ষাৎকাৰৰ একাংশই অপবাখ্যা কৰিছে’
জীৱনশৈলী

‘Asom Live24ত দিয়া মোৰ সাক্ষাৎকাৰৰ একাংশই অপবাখ্যা কৰিছে’

July 29, 2026
মুখৰ দুৰ্গন্ধ আৰু দাঁতৰ আলু ফুলা? পাকঘৰৰ এই সৰু সামগ্ৰীয়ে দূৰ কৰিব আপোনাৰ সমস্যা
জীৱনশৈলী

অসহ্যকৰ দাঁতৰ বিষ? সহজ ঘৰুৱা পদ্ধতিৰে কিদৰে পাব উপশম জানক

July 29, 2026
জ্বৰৰ লগতে হজম শক্তি উন্নত কৰালৈ… নেমুৰ উপকাৰী গুণৰ বিষয়ে জানো আহক
জীৱনশৈলী

জ্বৰৰ লগতে হজম শক্তি উন্নত কৰালৈ… নেমুৰ উপকাৰী গুণৰ বিষয়ে জানো আহক

July 29, 2026
Next Post
কাৰাগাৰত বন্দী কয়দীলৈ যৌন উত্তেজক ছবি, অন্তৰ্বাস পঠিয়াইছিল কাৰাৰক্ষীয়ে! বিনিময়ত কিমান ধন লাভ কৰিছিল কাৰাৰক্ষীয়ে? সবিশেষ…

কাৰাগাৰত বন্দী কয়দীলৈ যৌন উত্তেজক ছবি, অন্তৰ্বাস পঠিয়াইছিল কাৰাৰক্ষীয়ে! বিনিময়ত কিমান ধন লাভ কৰিছিল কাৰাৰক্ষীয়ে? সবিশেষ...

সভ্যসকলে নাক কোঁচাইছে! একাংশই হেঁপাহ পলুৱাই উপভোগ কৰিছে, ৰে’লৱে ষ্টেচনত ৩ মিনিট ধৰি ‘নীলা ছবি’ চলিল কেনেদৰে?

সভ্যসকলে নাক কোঁচাইছে! একাংশই হেঁপাহ পলুৱাই উপভোগ কৰিছে, ৰে’লৱে ষ্টেচনত ৩ মিনিট ধৰি ‘নীলা ছবি’ চলিল কেনেদৰে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.