• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কইনা সাজি বৰ্ডাৰৰ সিপাৰে আমিনা! দৰা আৰবাজে পাকিস্তানৰ যুৱতীক কৰালে ভাৰ্ছুৱেলী বিবাহ, সোঁশৰীৰে ভাৰতলৈ কেতিয়া আহিব আমিনা?

কইনা সাজি বৰ্ডাৰৰ সিপাৰে আমিনা! দৰা আৰবাজে পাকিস্তানৰ যুৱতীক কৰালে ভাৰ্ছুৱেলী বিবাহ, সোঁশৰীৰে ভাৰতলৈ কেতিয়া আহিব আমিনা?

3 years ago
১১ ডিচেম্বৰ পৰ্যন্ত সিংহসহ এই ৪ ৰাশিৰ উজলি উঠিব ভাগ্য

১১ ডিচেম্বৰ পৰ্যন্ত সিংহসহ এই ৪ ৰাশিৰ উজলি উঠিব ভাগ্য

33 minutes ago
৫ হাজাৰ কোটি টকাৰ ৮ হাজাৰ ৬০০ কিলো সোণ জব্দ!

৫ হাজাৰ কোটি টকাৰ ৮ হাজাৰ ৬০০ কিলো সোণ জব্দ!

57 minutes ago
No Cost EMI নে পকেট খালী কৰাৰ নতুন কৌশল?

No Cost EMI নে পকেট খালী কৰাৰ নতুন কৌশল?

2 hours ago
সূৰ্যাস্তৰ পিছত এই ৬ বিধ বস্তু কেতিয়াও নিকিনিব

সূৰ্যাস্তৰ পিছত এই ৬ বিধ বস্তু কেতিয়াও নিকিনিব

2 hours ago
ইংলেণ্ডত ৰোহিত শৰ্মাৰ চকুত চকুপানী কিয়?

ইংলেণ্ডত ৰোহিত শৰ্মাৰ চকুত চকুপানী কিয়?

3 hours ago
কেনে যাব আপোনাৰ আগন্তুক ২৪ ঘণ্টা?

কেনে যাব আপোনাৰ আগন্তুক ২৪ ঘণ্টা?

4 hours ago
ঐশ্বৰ্য ৰায় নে মাধুৰী? ‘দেৱদাস’ত কোনে লাভ কৰিছিল বেছি পাৰিশ্ৰমিক?

ঐশ্বৰ্য ৰায় নে মাধুৰী? ‘দেৱদাস’ত কোনে লাভ কৰিছিল বেছি পাৰিশ্ৰমিক?

15 hours ago
আগন্তুক এসপ্তাহ এই ৫ ৰাশিৰ বাঢ়িব পাৰে সমস্যা

আগন্তুক এসপ্তাহ এই ৫ ৰাশিৰ বাঢ়িব পাৰে সমস্যা

16 hours ago
‘মই অষ্টম শ্ৰেণীতে নিৰ্যাতনৰ বলি হৈছিলো’

‘মই অষ্টম শ্ৰেণীতে নিৰ্যাতনৰ বলি হৈছিলো’

16 hours ago
পিত-মাতৃ নহয়, বন্ধুৰ নামত লিখিলে ২৮ কোটি টকাৰ সম্পত্তি

পিত-মাতৃ নহয়, বন্ধুৰ নামত লিখিলে ২৮ কোটি টকাৰ সম্পত্তি

17 hours ago
সুখবৰ! এতিয়াৰে পৰা মহিলাসকলে প্ৰতিমাহে পাব ২৫০০টকা

সুখবৰ! এতিয়াৰে পৰা মহিলাসকলে প্ৰতিমাহে পাব ২৫০০টকা

18 hours ago
এইসকল লোকে বতৰৰ ফল আম খোৱাৰ আগতে সাৱধান হওক

এইসকল লোকে বতৰৰ ফল আম খোৱাৰ আগতে সাৱধান হওক

19 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, July 14, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

কইনা সাজি বৰ্ডাৰৰ সিপাৰে আমিনা! দৰা আৰবাজে পাকিস্তানৰ যুৱতীক কৰালে ভাৰ্ছুৱেলী বিবাহ, সোঁশৰীৰে ভাৰতলৈ কেতিয়া আহিব আমিনা?

editor by editor
August 8, 2023
in জীৱনশৈলী, বিশ্ব, ভাৰত
0
কইনা সাজি বৰ্ডাৰৰ সিপাৰে আমিনা! দৰা আৰবাজে পাকিস্তানৰ যুৱতীক কৰালে ভাৰ্ছুৱেলী বিবাহ, সোঁশৰীৰে ভাৰতলৈ কেতিয়া আহিব আমিনা?
0
SHARES
241
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ সীমান্ত পাৰ হৈ বিবাহ। এয়া যেন নতুন ট্ৰেণ্ড। সম্প্ৰতি সেই ট্ৰেণ্ডত দুই দেশৰ শিৰোনামা দখল কৰিছে সীমা হায়দৰ আৰু অঞ্জুৰ প্ৰেমৰ কাহিনীয়ে। এইবাৰ দুই দেশৰ আৰু এহাল যুৱক-যুৱতীৰ সম্পৰ্কই দৃষ্টি কাঢ়িছে নেটিজেনৰ। বিবাহৰ দিনবাৰ সকলো ঠিক হৈ অৱশেষত ভিছা লাভ নকৰিলে পাকিস্তানী যুৱতীয়ে। এই পৰিস্থিতিত কি কৰিব নকৰিব সিদ্ধান্ত ল’ব নোৱাৰাত পৰি অৱশেষত ভাৰ্ছুৱেলী বিবাহ কৰায় ভাৰতীয় পাত্ৰ আৰু পাকিস্তানী পাত্ৰীয়ে।

পাকিস্তানী যুৱতী সীমা হাইদৰে প্ৰেমৰ টানতেই চাৰি সন্তানক লৈ ভাৰতৰ মাটিত ভৰি দিছিল। উত্তৰপ্ৰদেশৰ প্ৰেমিক শচীনক বিয়া কৰাই নতুন সংসাৰো আৰম্ভ কৰিছে। আনহাতে ৰাজস্থানৰ বিবাহিতা নাৰী অঞ্জুৱেও প্ৰেমৰ টানত পাকিস্তানত ভৰি দিছিল। প্ৰেমিক নাছৰুল্লাহৰ সৈতে কাটা তাঁৰ পাৰ হৈ গৈ নিকাহ কৰাইছে অঞ্জুৱে। এই দুই দম্পত্তিয়ে সকলোৰে দৃষ্টি কঢ়াৰ সময়তে ভাইৰেল হৈছে আন এক খবৰ।

এই বিবাহৰ সৈতে প্ৰেমৰ কথাবোৰ যুক্ত হৈ থকা নাই। পাকিস্তানৰ কন্যাক পছন্দ কৰিছে ভাৰতীয় যুৱকৰ পৰিয়ালে। পৰিয়ালৰ ইচ্ছাতেই বিবাহ কৰাবলৈ সকলো আইনী প্ৰক্ৰিয়াও সম্পন্ন কৰি পেলাইছিল ভাৰতৰ যুৱক আৰবাজে। পাকিস্তানৰ আমিনাৰ পাছপৰ্ট ভিছা সকলোবোৰৰ বাবেই এপ্লাইয়ো কৰিছিল। কিন্তু পাছপৰ্ট লাভ কৰিলেও বিবাহৰ দিনটোলৈকে ভিছা লাভ নকৰিলে আমিনাই। ভিছা নোপোৱাৰ বাবেই শেষ পৰ্যন্ত ভাৰ্ছুৱেলীয়েই দুয়োৰে মাজত বিবাহ হয়। দুই পৰিয়ালে মিলি ভাৰ্ছুৱেলীয়েই বিবাহৰ অনুষ্ঠান চলে। ৰাজস্থানৰ যোধপুৰৰ বাসিন্দা আৰবাজ আৰু পাকিস্তানৰ আমিনাৰ বিয়া ভাৰ্ছুৱেলীয়েই ধুমধামেৰে সম্পন্ন হয়।

লেপটপৰ দুই প্ৰান্তত দৰা-কইনাৰ ওপৰিও আছিল ভাৰত-পাকিস্তানৰ কাজীসহ দুই তৰফৰ আত্মীয়-স্বজন আছিল। যোধপুৰৰ আৰবাজৰ পৰিয়ালৰ সদস্যসকলে যাতে অনুষ্ঠানটো উপভোগ কৰিব পাৰে তাৰবাবে এলইডি স্ক্ৰিনত গোটেই বিয়াৰ অনুষ্ঠান দেখুওৱা হৈছিল। কিন্তু বিবাহৰ দিন কিয় পিছুৱাই নিদিলে আৰবাজ-আমিনাই সেই বিষয়েও একাংশই প্ৰশ্ন কৰিছে। এই প্ৰশ্নক উত্তৰত আৰবাজে কয়, ‘আমিনাৰ ভিছাৰ বাবে আমি আবেদন কৰিছিলো। বিবাহৰ সময় আমি ভিছা আহি পোৱাৰ সময়ৰ ওপৰত ভিত্তি কৰিয়েই লৈছিলো। কিন্তু হঠাতেই গম পালো ভিছা লাভ কৰাত দেৰি হ’ব। সেয়ে উপায়হীন হৈ আমি এনেকৈয়ে ভাৰ্ছুৱেলী বিবাহ সমাপন কৰিলো।

উল্লেখ্য যে আৰবাজৰ বেছ কেইবাজনো আত্মীয় পাকিস্তানৰ বাসিন্দা। মূলত তেওঁলোকৰ উদ্যোগতেই এই বিবাহ ঠিক হৈছে। এই প্ৰসংগত যুৱকৰ পৰিয়ালে কয়, ‘পাকিস্তানৰ মাটিত বিবাহ কৰালে সেই বিবাহ ভাৰতত বৈধ নহয়। সেয়ে আমি ভাৰ্ছুৱেল বিবাহ কৰাইছো। যাতে বিবাহৰ নিকাহনামা দেখুৱাই আবেদন কৰিলে অলপ সোনকালে আমিনাই ভিছা লাভ কৰে।’ আমিনাৰ সৈতে আৰবাজে সুখৰ সংখাৰ আৰম্ভ কৰিলেও সোঁশৰীৰে আমিনা কেতিয়া ভাৰতৰ মাটিত ভৰি দিব কোনেও নাজানে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

১১ ডিচেম্বৰ পৰ্যন্ত সিংহসহ এই ৪ ৰাশিৰ উজলি উঠিব ভাগ্য
জীৱনশৈলী

১১ ডিচেম্বৰ পৰ্যন্ত সিংহসহ এই ৪ ৰাশিৰ উজলি উঠিব ভাগ্য

July 14, 2026
৫ হাজাৰ কোটি টকাৰ ৮ হাজাৰ ৬০০ কিলো সোণ জব্দ!
ভাৰত

৫ হাজাৰ কোটি টকাৰ ৮ হাজাৰ ৬০০ কিলো সোণ জব্দ!

July 14, 2026
No Cost EMI নে পকেট খালী কৰাৰ নতুন কৌশল?
জীৱনশৈলী

No Cost EMI নে পকেট খালী কৰাৰ নতুন কৌশল?

July 14, 2026
সূৰ্যাস্তৰ পিছত এই ৬ বিধ বস্তু কেতিয়াও নিকিনিব
জীৱনশৈলী

সূৰ্যাস্তৰ পিছত এই ৬ বিধ বস্তু কেতিয়াও নিকিনিব

July 14, 2026
Next Post
ভাৰতখনেই মোৰ ঘৰ! ৩ মাহৰ পাছত বাংলো উভতাই পোৱাৰ পাছতেই ৰাহুলৰ প্ৰথম প্ৰতিক্ৰিয়া, অনাস্থা প্ৰস্তাৱক লৈ ৰাহুল গান্ধীয়ে কিয় বক্তব্য নাৰাখিলে? সবিশেষ

ভাৰতখনেই মোৰ ঘৰ! ৩ মাহৰ পাছত বাংলো উভতাই পোৱাৰ পাছতেই ৰাহুলৰ প্ৰথম প্ৰতিক্ৰিয়া, অনাস্থা প্ৰস্তাৱক লৈ ৰাহুল গান্ধীয়ে কিয় বক্তব্য নাৰাখিলে? সবিশেষ

‘কৰাচি টু নয়ডা’, সীমা আৰু শচীনৰ প্ৰেমকাহিনীক লৈ নিৰ্মাণ হ’ব ছবি, আগন্তুক সপ্তাহতেই মুকলি হ’ব ‘থিম ছং’

'কৰাচি টু নয়ডা’, সীমা আৰু শচীনৰ প্ৰেমকাহিনীক লৈ নিৰ্মাণ হ’ব ছবি, আগন্তুক সপ্তাহতেই মুকলি হ’ব 'থিম ছং’

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.