• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
 কোনে কয়, একেলগে থকাৰ নামেই হল প্ৰেম। প্ৰেম হবলৈ কাষত নাথাকিলেও হ’ব। প্ৰেম হ’বলৈ মনৰ মাজত থকাৰহে প্ৰয়োজন। এনে প্ৰেমেই আছিল পম্পী আৰু নিহাৰৰ মাজত। প্ৰেমৰ অনুভৱ ব্যক্ত কৰি পম্পীয়ে লিখিছিল…

 কোনে কয়, একেলগে থকাৰ নামেই হল প্ৰেম। প্ৰেম হবলৈ কাষত নাথাকিলেও হ’ব। প্ৰেম হ’বলৈ মনৰ মাজত থকাৰহে প্ৰয়োজন। এনে প্ৰেমেই আছিল পম্পী আৰু নিহাৰৰ মাজত। প্ৰেমৰ অনুভৱ ব্যক্ত কৰি পম্পীয়ে লিখিছিল…

3 years ago
মুখ্যমন্ত্ৰীৰ দূৰ্গত কোন এই সাহসী নাৰী, উৰুৱাব পাৰিবনে বিজয় ধ্বজা?

মুখ্যমন্ত্ৰীৰ দূৰ্গত কোন এই সাহসী নাৰী, উৰুৱাব পাৰিবনে বিজয় ধ্বজা?

41 minutes ago
আকাশ মাৰ্গত থকা বিমানত বজ্ৰপাত পৰিলে কি হ’ব?

আকাশ মাৰ্গত থকা বিমানত বজ্ৰপাত পৰিলে কি হ’ব?

2 hours ago
মেষৰ লগতে এই ৩ ৰাশি সাৱধান, সন্মুখত আহিব ডাঙৰ বিপদ!

মেষৰ লগতে এই ৩ ৰাশি সাৱধান, সন্মুখত আহিব ডাঙৰ বিপদ!

2 hours ago
দুৰ্ভাগ্য নে অভিশাপ? অন্ধকাৰৰ সৈতে সহবাস একেটা পৰিয়ালৰ ৬ জনকৈ সদস্যৰ

দুৰ্ভাগ্য নে অভিশাপ? অন্ধকাৰৰ সৈতে সহবাস একেটা পৰিয়ালৰ ৬ জনকৈ সদস্যৰ

3 hours ago
শীঘ্ৰে ভাগ্য উদয় হ’ব ৫ ৰাশিৰ লোকৰ, বাবা ভাংগাৰ ভৱিষ্যতবাণী

শীঘ্ৰে ভাগ্য উদয় হ’ব ৫ ৰাশিৰ লোকৰ, বাবা ভাংগাৰ ভৱিষ্যতবাণী

3 hours ago
ঈদ মোবাৰক: আপোনজনলৈ প্ৰেৰণ কৰক ঈদ-উল-ফিটৰৰ শুভেচ্ছা…

ঈদ মোবাৰক: আপোনজনলৈ প্ৰেৰণ কৰক ঈদ-উল-ফিটৰৰ শুভেচ্ছা…

4 hours ago
কাইলৈ ঈদ-উল-ফিটৰ, খাদ্য সম্ভাৰেৰে উভৈনদী বজাৰ

কাইলৈ ঈদ-উল-ফিটৰ, খাদ্য সম্ভাৰেৰে উভৈনদী বজাৰ

4 hours ago
গেছৰ নাটনি হ’লেও নাই চিন্তা, খৰিত খাদ্য ৰান্ধি খালে পাব বেছি উপকাৰিতা

গেছৰ নাটনি হ’লেও নাই চিন্তা, খৰিত খাদ্য ৰান্ধি খালে পাব বেছি উপকাৰিতা

5 hours ago
স্বামীৰ ওচৰত যাবলৈ অনিহা পত্নীৰ, তেন্তে নিশা কৰক এই কাম!

স্বামীৰ ওচৰত যাবলৈ অনিহা পত্নীৰ, তেন্তে নিশা কৰক এই কাম!

6 hours ago
ৰাজনীতি আৰু মৰমৰ যুগলবন্দী, স্বামীৰ সৈতে অনুৰাগীক অভিবাদন জনাই চৰ্চাত আইমী

ৰাজনীতি আৰু মৰমৰ যুগলবন্দী, স্বামীৰ সৈতে অনুৰাগীক অভিবাদন জনাই চৰ্চাত আইমী

7 hours ago
কোটিপতি হোৱাৰ সহজ উপায়! মাত্ৰ এইদৰে কৰক ধন জমা

কোটিপতি হোৱাৰ সহজ উপায়! মাত্ৰ এইদৰে কৰক ধন জমা

7 hours ago
পত্নী বেমাৰী কিন্তু সহ অভিনেত্ৰীৰ সৈতে প্ৰেমত মচগুল নায়ক, তাৰ পিছত…

পত্নী বেমাৰী কিন্তু সহ অভিনেত্ৰীৰ সৈতে প্ৰেমত মচগুল নায়ক, তাৰ পিছত…

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, March 21, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

 কোনে কয়, একেলগে থকাৰ নামেই হল প্ৰেম। প্ৰেম হবলৈ কাষত নাথাকিলেও হ’ব। প্ৰেম হ’বলৈ মনৰ মাজত থকাৰহে প্ৰয়োজন। এনে প্ৰেমেই আছিল পম্পী আৰু নিহাৰৰ মাজত। প্ৰেমৰ অনুভৱ ব্যক্ত কৰি পম্পীয়ে লিখিছিল…

editor by editor
May 15, 2023
in অসম, জীৱনশৈলী
0
 কোনে কয়, একেলগে থকাৰ নামেই হল প্ৰেম। প্ৰেম হবলৈ কাষত নাথাকিলেও হ’ব। প্ৰেম হ’বলৈ মনৰ মাজত থকাৰহে প্ৰয়োজন। এনে প্ৰেমেই আছিল পম্পী আৰু নিহাৰৰ মাজত। প্ৰেমৰ অনুভৱ ব্যক্ত কৰি পম্পীয়ে লিখিছিল…
0
SHARES
1.4k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ এটি মাথো Hi..Hello ৰে আৰম্ভ হৈছিল আমাৰ বন্ধুত্ব..আৰু লাহে লাহে আমাৰ বন্ধুত্ব এটি প্রেমৰ কাহিনীলৈ ৰূপান্তৰ হল। দিনবোৰ পাৰ হৈ যোৱাৰ লগে লগে তুমি মোৰ জীৱনৰ বাবে এক উৎসাহ হৈ পৰিলা। আত্মবিশ্বাস শেষ হৈ যোৱা ছোৱালীজনীক আকৌ এবাৰ বিশ্বাস কৰিব শিকালা..নিজকে ভাল পাবলৈ শিকালা.. জীৱনৰ যুদ্ধবোৰৰ সৈতে যুজিবলৈ সাহস দিলা.. মোৰ সপোনবোৰক কেৱল মোৰ কৰি নাৰাখি তুমি নিজৰ কৰি সকলো সময়তে সহায় কৰি আহিছা.. আচলতে সচাঁ অন্তৰে কাৰোবাক ভাল পালে সকলো সময়তে ভাল পাওঁ বুলি কৈ থকাটো জৰুৰী নহয়। ইজনে সিজনক বুজি পোৱাটোহে আচল কথা।

জীৱনৰ বাটত একেলগে থকাৰ প্ৰতিশ্ৰুতি দিছিল দুয়ো দুয়োকে। কিন্তু নিষ্ঠুৰ নিয়তিয়ে ঠানবান কৰিছিল দুয়োৰে সেই সপোন। কাঢ়ি নিছিল নিহাৰৰ জীৱন। কিন্তু মৃত্যুতে জানো সকলো শেষ. পাৰ্থিব শৰীৰ নোহোৱা হলেও জানো মনৰ ভালপোৱা শেষ হৈ যোৱাটো সম্ভৱ। নিশ্চয়কৈ নহয় চাগে। সেয়ে নিহাৰৰ এখন ফটো বুকুত সাৱটি লৈ নিজৰ ভালপোৱাক জীয়াই ৰখাৰ প্ৰয়াস কৰিছে পম্পীয়ে। দৃশ্যটো বৰ অসহনীয়। হয়তো এনেদৰে এবুকু স্মৃতি লৈ জীয়াই থকাটোও নিশ্চয়কৈ কঠিন। কিন্তু এটা কথা। এই সকলো প্ৰেমত সম্ভৱ। প্ৰেম এনে এক শক্তি, যি সকলো সম্ভৱ কৰি তোলে। দুখৰ মাজতো হাঁহিবলৈ শিকায় প্ৰেমে। বিফলতাৰ পাছতো সফল হবলৈ অনুপ্ৰেৰণা যোগায় প্ৰেমে। কাষত নাথাকিও হয়তো জীয়াই থকাৰ সাহস দিয়ে এই প্ৰেমেই। সেই প্ৰেমেৰেই হয়তো আজি সাহসী পম্পী। কিয়নো সাহস অবিহনে এই প্ৰেম অসম্ভৱ।

সামাজিক মাধ্যমত বিগত ২৪ ঘণ্টাত খুবেই চৰ্চিত হৈ পৰিছে এই বিশেষ প’ষ্টটো।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24Best Assamese News ChannelBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মেষৰ লগতে এই ৩ ৰাশি সাৱধান, সন্মুখত আহিব ডাঙৰ বিপদ!
জীৱনশৈলী

মেষৰ লগতে এই ৩ ৰাশি সাৱধান, সন্মুখত আহিব ডাঙৰ বিপদ!

March 20, 2026
দুৰ্ভাগ্য নে অভিশাপ? অন্ধকাৰৰ সৈতে সহবাস একেটা পৰিয়ালৰ ৬ জনকৈ সদস্যৰ
অসম

দুৰ্ভাগ্য নে অভিশাপ? অন্ধকাৰৰ সৈতে সহবাস একেটা পৰিয়ালৰ ৬ জনকৈ সদস্যৰ

March 20, 2026
শীঘ্ৰে ভাগ্য উদয় হ’ব ৫ ৰাশিৰ লোকৰ, বাবা ভাংগাৰ ভৱিষ্যতবাণী
জীৱনশৈলী

শীঘ্ৰে ভাগ্য উদয় হ’ব ৫ ৰাশিৰ লোকৰ, বাবা ভাংগাৰ ভৱিষ্যতবাণী

March 20, 2026
ঈদ মোবাৰক: আপোনজনলৈ প্ৰেৰণ কৰক ঈদ-উল-ফিটৰৰ শুভেচ্ছা…
জীৱনশৈলী

ঈদ মোবাৰক: আপোনজনলৈ প্ৰেৰণ কৰক ঈদ-উল-ফিটৰৰ শুভেচ্ছা…

March 20, 2026
Next Post
‘মোক তোমালোকে আৰু দেখা নাপাবা। সিঁহতে মোক এতিয়া মাৰি পেলাব।’ পত্নীলৈ শেষৰটো ফোনকল বাবুল বৰাৰ, তাৰপিছত?

'মোক তোমালোকে আৰু দেখা নাপাবা। সিঁহতে মোক এতিয়া মাৰি পেলাব।’ পত্নীলৈ শেষৰটো ফোনকল বাবুল বৰাৰ, তাৰপিছত?

দেশজুৰি ৩৯৬ খন জনসভা! কৰ্ণাটকত পৰাজয়ৰ পাছতেই মোদী চৰকাৰৰ ৯ বছৰীয়া বৰ্ষপূৰ্তীৰ বাবে সাজু বিজেপি দল

দেশজুৰি ৩৯৬ খন জনসভা! কৰ্ণাটকত পৰাজয়ৰ পাছতেই মোদী চৰকাৰৰ ৯ বছৰীয়া বৰ্ষপূৰ্তীৰ বাবে সাজু বিজেপি দল

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.