গৰমৰ দিনত আপোনালোকে কেনেদৰে ছালখনৰ লগতে শৰীৰটো Fresh ৰাখিব? আহক সৰু সৰু কেইটামান Tips দিওঁ আপোনালোকক-
১) গ্লিছাৰিন, নেমু আৰু গোলাপ জল- আটাইখিনি একেলগে মিশ্ৰণ কৰি ডিঙিত ১০ মিনিট লগাওক। আপোনাৰ ডিঙিত যদি ক’লা দাগ পৰিছে তেতিয়াহ’লে আঁতৰিব। আৰু আপুনি নিজকে সতেজ অনুভৱ কৰিব।
২) যদি আপোনাৰ Skinখন বহুত বেছি Dry। তেন্তে দুটা কল লৈ তাৰ সৈতে অকণমান গাখীৰ মিহলাই লগাওক। তেতিয়া আপোনাৰ Skin খন কোমল হোৱাৰ লগতে Sunburn নাইকিয়া হ’ব।
৩) গৰমৰ দিনত কিছুমানে বহুত ঘমা দেখা যায়। তেওঁলোকে গা ধুৱাৰ সময়ত নেমু টেঙাৰ ৰস পানীত মিহলাই গা ধুলে ঘামৰ গোন্ধ আঁতৰিব। লগতে নিজকে Freshness Feel কৰিব। বৰফৰ টুকুৰা পৰিষ্কাৰ পানীত দি Skinত লগালেও ভাল ফল পাব।
৪) চন্দন পাউদাৰ বা চন্দন তেলো আপুনি লগাব পাৰে। গৰমৰ দিনত Sunburnৰ পৰা হাত সাৰিব পাৰিব লগতে Skinখনো ঠাণ্ডা পৰি থাকিব।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ