৪২নং পাটাছাৰকুছি বিধান সভা সমষ্টি। পাটাছাৰকুছিতো বলিছে নিৰ্বাচনী বা। কোন হ’ব বিজেপিৰ প্ৰাৰ্থী? কোন হ’ব কংগ্ৰেছৰ প্ৰাৰ্থী? কোন হ’ব AGP, AJPৰ প্ৰাৰ্থী? কাৰ নিৰ্বাচনী প্ৰচাৰ কিধৰণে চলিছে?
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ