• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
‘মন কী বাত’ৰ ১০০ খণ্ড! ৰংঘৰত ন’ আলোকসজ্জা, আপুনি ন’ ৰূপ কেনে দেখিছে?

‘মন কী বাত’ৰ ১০০ খণ্ড! ৰংঘৰত ন’ আলোকসজ্জা, আপুনি ন’ ৰূপ কেনে দেখিছে?

3 years ago
সোণৰ মূল্য হ্ৰাস নে বৃদ্ধি? কেন্দ্ৰলৈ বিশ্ব গোল্ড কাউন্সিলৰ বিশেষ অনুৰোধ!

লক্ষ্মী পূজাৰ পূৰ্বে সোণে দেখুৱাইছে যাদু, এয়া গহনা ক্ৰয়ৰ উচিত সময় নেকি?

16 minutes ago
মা লক্ষ্মীৰ আশীৰ্বাদ পাবলৈ কৰক এই ৮টা কাম

মা লক্ষ্মীৰ আশীৰ্বাদ পাবলৈ কৰক এই ৮টা কাম

2 hours ago
দেশৰ কোটি কোটি বেংক একাউণ্টত সোমাব ধন

দেশৰ কোটি কোটি বেংক একাউণ্টত সোমাব ধন

2 hours ago
৫ ডিচেম্বৰলৈ এই ৭ ৰাশিৰ জীৱন-উপাৰ্জনত পৰিব প্ৰভাৱ

৫ ডিচেম্বৰলৈ এই ৭ ৰাশিৰ জীৱন-উপাৰ্জনত পৰিব প্ৰভাৱ

3 hours ago
প্ৰেমিকক কেন্দ্ৰ কৰি দুই যুৱতীৰ মহাৰণ

প্ৰেমিকক কেন্দ্ৰ কৰি দুই যুৱতীৰ মহাৰণ

3 hours ago
অবিশ্বাস্য, অস্বাভাৱিক ঘটনা! কিশোৰৰ চকুৰ ওপৰত গজিল দাঁত

অবিশ্বাস্য, অস্বাভাৱিক ঘটনা! কিশোৰৰ চকুৰ ওপৰত গজিল দাঁত

4 hours ago
মানসিক হাৰাশাস্তিৰ সন্মুখীন যুৱকৰ শেষ সিদ্ধান্ত!

মানসিক হাৰাশাস্তিৰ সন্মুখীন যুৱকৰ শেষ সিদ্ধান্ত!

4 hours ago
ৰোগীৰ সুৰক্ষাক লৈ উদ্বেগ, কেন্দ্ৰীয় চৰকাৰৰ বৃহৎ পদক্ষেপ

ৰোগীৰ সুৰক্ষাক লৈ উদ্বেগ, কেন্দ্ৰীয় চৰকাৰৰ বৃহৎ পদক্ষেপ

5 hours ago
বিপদত অঞ্জলি অৰোৰা! ১৫ দিনৰ DEADLINE

বিপদত অঞ্জলি অৰোৰা! ১৫ দিনৰ DEADLINE

6 hours ago
ৰজনীকান্তৰ ‘জেইলৰ ২’ত ৩ অসমীয়া

ৰজনীকান্তৰ ‘জেইলৰ ২’ত ৩ অসমীয়া

7 hours ago
১ নৱেম্বৰৰ পৰা কঠোৰ নিৰ্দেশনা

১ নৱেম্বৰৰ পৰা কঠোৰ নিৰ্দেশনা

7 hours ago
ভয়ংকৰ বি*স্ফোৰণত কঁপিল বিহাৰ, ৫জনৰ মৃ*ত্যু

ভয়ংকৰ বি*স্ফোৰণত কঁপিল বিহাৰ, ৫জনৰ মৃ*ত্যু

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, October 24, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

‘মন কী বাত’ৰ ১০০ খণ্ড! ৰংঘৰত ন’ আলোকসজ্জা, আপুনি ন’ ৰূপ কেনে দেখিছে?

editor by editor
April 29, 2023
in অসম, ৰাজনীতি
0
‘মন কী বাত’ৰ ১০০ খণ্ড! ৰংঘৰত ন’ আলোকসজ্জা, আপুনি ন’ ৰূপ কেনে দেখিছে?
0
SHARES
169
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ প্ৰধানমন্ত্ৰীৰ ‘মন কী বাত’ৰ ১০০ সংখ্যক খণ্ড চোৱাৰ বাবে শিৱসাগৰৰ ঐতিহাসিক ৰংঘৰৰ চৌহদত ব্যাপক প্ৰস্তুতি। সন্ধিয়া ৭ বজাৰ পৰা ডিজিটেল প্ৰজেক্টৰৰ সহায়ত প্ৰত্যক্ষ কৰাৰ ব্যৱস্থা কৰা হৈছে প্ৰধানমন্ত্ৰীৰ ‘মন কি বাত’ৰ।

ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰণালয়ৰ উদ্যোগত তথা পুৰাতত্ব বিভাগৰ সহযোগত ৰংঘৰত বিশেষ আয়োজন কৰা হৈছে। দেশৰ মুঠ ১৩টা প্ৰাচীন কীৰ্তিচিহ্নৰ চৌহদত ‘মন কী বাত’ৰ অনুষ্ঠান প্ৰত্যক্ষ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। তাৰ ভিতৰত আছে ৰংঘৰৰ চৌহদো।

ইপিনে ঐতিহাসিক ৰংঘৰক নিশা প্ৰজেক্টৰৰ সহায়ত দিয়া হৈছে নতুন ৰূপ। ৰং–বিৰঙী আলোকসজ্জা দেখা গৈছে ৰংঘৰত। যাক লৈ এতিয়া সৃষ্টি হৈছে মিশ্ৰিত প্ৰতিক্ৰিয়াৰ। কোনোৱে যদি শলাগিছে, কোনোৱে কৰিছে সমালোচনা। এনেধৰণৰ আলোকসজ্জাৰে ৰংঘৰক বিকৃত ৰূপ দিয়া বুলিও অভিযোগ কৰিছে একাংশই।

ইপিনে সমষ্টিৰ বিধায়ক অখিল গগৈয়ে এই সন্দৰ্ভত দিয়া ফেচবুক প’ষ্টত লিখিছে, ‘ৰংঘৰত এইবোৰ কিয়? মই আজি শিৱসাগৰত নাই। কিন্তু বহুজনে ফোন কৰি আৰু ৱাটচএপত জনাইছে যে কাইলৈ প্ৰধান মন্ত্ৰী ডাঙৰীয়াৰ “মন কী বাত” কাৰ্যসূচীৰ বাবে ৰংঘৰ চৌহদত কিছু নিৰ্মাণ গঢ়ি তোলা হৈছে আৰু প্ৰজেক্টৰৰ জৰিয়তে ৰংঘৰটোত ধৰ্মীয় চিহ্নৰ প্ৰতিফলন ঘটোৱা হৈছে। সকলোৱে এই কাণ্ড আপত্তিজনক বুলি মোক অভিযোগ দিছে। মই নিজ চকুৰে দেখা নাই; কিন্তু ৰংঘৰৰ দৰে জাতীয় সম্পদ এটাত চৰকাৰে জাতিৰ স্বাভিমানত আঘাত পৰা কোনো কাম নকৰা ভাল। মই সংশ্লিষ্ট সকলো পক্ষক জাতিৰ স্বাভিমানত হাত নিদিবলৈ আহ্বান জনালো।’

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

গুটখা-তামোল খাওতে সাৱধান, গুৱাহাটীৰ য’তে-ত’তে পেলাব নোৱাৰিব পিক
অসম

গুটখা-তামোল খাওতে সাৱধান, গুৱাহাটীৰ য’তে-ত’তে পেলাব নোৱাৰিব পিক

October 23, 2026
মা দুৰ্গাক লৈ অশ্লীল মন্তব্য কৰি আৰক্ষীৰ জালত মুছলমান যুৱক
অসম

মা দুৰ্গাক লৈ অশ্লীল মন্তব্য কৰি আৰক্ষীৰ জালত মুছলমান যুৱক

October 23, 2026
অৰুণাচল সীমান্তত তীব্ৰ উত্তেজনা, চীনা সৈনিকৰে ভাৰতীয় সেনাৰ মুখামুখি!
উত্তৰ-পূব

অৰুণাচল সীমান্তত তীব্ৰ উত্তেজনা, চীনা সৈনিকৰে ভাৰতীয় সেনাৰ মুখামুখি!

October 23, 2026
২৬ লাখ টকাতকৈ অধিক দামৰ বাহন কিনিব নোৱাৰিব মন্ত্ৰীয়ে
ৰাজনীতি

২৬ লাখ টকাতকৈ অধিক দামৰ বাহন কিনিব নোৱাৰিব মন্ত্ৰীয়ে

October 22, 2026
Next Post
চেলেঞ্জ কৰি ৯০ মিনিটত ২২ পেগ সুৰা! তাৰপিছত?

চেলেঞ্জ কৰি ৯০ মিনিটত ২২ পেগ সুৰা! তাৰপিছত?

কোনোৱে যদি আঢ়ৈ লাখ কোনোৱে আকৌ পায় ডেৰ লাখ! ভাৰতীয় সেনাৰ পদমৰ্যাদা অনুসৰি দৰমহা কোনে কিমান পায়?

কোনোৱে যদি আঢ়ৈ লাখ কোনোৱে আকৌ পায় ডেৰ লাখ! ভাৰতীয় সেনাৰ পদমৰ্যাদা অনুসৰি দৰমহা কোনে কিমান পায়?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.