শ্বাহৰুখপুত্ৰ আৰিয়ান ড্ৰাগছ বেপাৰী! ড্ৰাগছৰ বাবে আন্তৰ্জাতিক লেনদেনৰ কথা-বতৰা। আৰিয়ান খান ড্ৰাগছ বেপাৰীও হ’ব পাৰে! আৰিয়ানৰ অধিবক্তা সতীশ মানেছিণ্ডে। শ্বাহৰুখৰ ইচ্ছাই পূৰণ কৰিলে নেকি পুত্ৰই? ছোৱালীৰ পিছত দৌৰিব পাৰে। যিমান বিচাৰে সিমান ছিগাৰেট খাব পাৰে। ড্ৰাগছ ল’ব পাৰে। যৌন সম্পৰ্ক কৰিব পাৰে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ